madhabpaul/tts-speecht5-asm
Text-to-Audio
•
Updated
•
10
audio
audioduration (s) 1.17
11
| transcription
stringlengths 11
77
|
---|---|
এদিন মাছবোৰ গোট খাই মাছখোৱা জন্তুবোৰৰ সৈতে |
|
গংগাটোপে হাতযোৰ কৰি কবলৈ ধৰিলে |
|
ৰাইজসকল মই আজি আপোনালোকৰ ভৰিৰ ধুলি মূৰত লৈ |
|
আমাৰ পাচনী চেঙেলী ককাইৰ আজ্ঞামতে |
|
আষাৰ চেৰেক কথা কব খুজিছো |
|
যদি মোৰ কথাত কিবা স্বৰূপে কেনা লাগে |
|
মই লৰামতিক মূৰুখ বুলি মোৰ জগৰ নধৰি দায় দোষ মৰিষণ কৰিব |
|
যেন আপোনালোকৰ চৰণত মোৰ এয়ে তুতি |
|
সকলো জন্তুৰ ভিতৰত আমাক ঘাই |
|
ৰণ দিবলৈ থিৰ কৰাৰ নিমিত্তে মেল মৰা বিলৰ |
|
ভগা ডুবিতে দুপৰীয়া মেল পাতিলে |
|
সৌ মেললৈ ৰৌ বৰালি বাহু শল কাৱৈ গৰৈকে আদি কৰি ফুল দৰিকণালৈকে সকলোবোৰ মাছ আহিল |
|
সমজুৱাসকল গোট খালত টপামুৰীয়া গৰৈক সকলোৱে |
|
সেই দিনাৰ মেলখনত বৰমূৰীয়া পাতিবলৈ আৰু |
|
লৰবৰ চেঙেলীক পাচনীৰ ভাৰ দিলে |
|
পাচনীয়ে গংগাটোপক মেলখন নো কিয় পতা হৈছে |
|
সমজুৱাসকলক ভালকৈ বুজাই দিবলৈ কলত |
|
আপোনালোকে মানুহ নামৰ এই জন্তুবোৰৰ |
|
ঘৰে পতি চাই ফুৰকগৈ |
|
দেখিব সিহঁতে গৰু মহ ঘোঁৰা ছাগলী আদিৰ কি দৰে গোলামি কৰিব লাগিছে |
|
গৰু ঘোঁৰাক সিহঁতে খাবলৈ ঘাঁহ দিছে |
|
শুবলৈ খেৰ পাৰি দিছে থাকিবলৈ ঘৰ সাজি দিছে |
|
গৰু ঘোঁৰা ছাগলীৰ গোবৰ আৰু লাড পৰ্যন্ত |
|
এই বহটিয়াবোৰে উকতি চাফা কৰিছে |
|
ৰাইজসকল একপ্রকাৰ চাবলে গলে এই মানুহ জাতিটো |
|
সিহঁতে আমাক জাল পল জুলুকি পাউৰী চেপা ঠুহা আদি |
|
নানা যন্ত্রৰে ধৰি তপত তেলত |
|
আৰু পকা অঙঠাত পেলাই |
|
ভাজি পুৰি পাতত দি খৰিকাত দি সিজাই পকাই খায় |
|
কিন্তু এটা কথা ৰাইজে মন কৰি চাব যে |
|
সিহঁতে আমাক এইদৰে নানা শাস্তি দি খায় |
|
তথাপি সিহঁতক আন আন পশু জাতিৰ গোলাম কৰিহে |
|
ঈশ্বৰে স্বৰজি পঠিয়াইছে |
|
আগৰ কালত গৰু পোৱালি আছিল যেন মনে ধৰে |
|
মোৰ মাহী গেদগেদী এই মেললৈ |
|
কিয় আজি অহা নাই কব নোৱাৰো |
|
তেওঁ ইয়াত থকা হেঁতেন জন্তুৰ ভিতৰত |
|
কুলাধম এই মানুহবোৰৰ বিষয়ে |
|
আৰু ভালকৈ বৰ্ণাই আপোনালোকৰ আগত কব পাৰিলেহেঁতেন |
|
আৰু সিহঁতক কেনেকৈ মাৰিব পাৰি |
|
কি গুণ কি ব্যৱস্থা সকলোবোৰ বহলাই কব পাৰিলেহেঁতেন |
|
কাৰণ তেওঁৰ মুখখনি বহল |
|
কিয়নো সিহঁতে গৰুৰ গাখীৰ খায় |
|
মাকৰ গাখীৰ খাইহে পোৱালি ডাঙৰ হব পাৰে |
|
এইবোৰ কথা ভালকৈ ভাবি চালে মানুহ |
|
জাতিটো যে গোটগৰু আৰু সমূলি বুধি নাইকিয়া |
|
এতেকে এনে গৰু মানুহক আমি |
|
টিলিকতে বধ কৰি আইধা কৰিব পাৰিমহঁক |
|
ৰাইজসকল মই মুৰুখমতি লৰা |
|
জুকিয়াই লৈ ভাঙি পাতি কব পৰা নাই |
|
সেই মুখখনৰেই মোৰ গেদগেদী মাহীয়ে |
|
গৰৈয়ে গেদগেদীৰ ওচৰ পাই মাত লগালে |
|
সবাহলৈ যায়নে নাযায় |
|
গৰৈৰ কথা শুনি গেদগেদীৰ টিকচি বিকচি খং উঠিল |
|
গেদগেদীয়ে গৰৈক জোকোৰা মাৰি উত্তৰ দিলে |
|
বন্দী টভংমৰা পোৱালী খোৱা নেযাওঁ যা |
|
এই উত্তৰ শুনি গৰৈয়ে অপমান পাই উভতি আহি |
|
সমজুৱা সকলক জনালত গংগাটোপে নিজেই মাহীয়েকক মাতিবলৈ |
|
মেলৰ বৰগৰাকী বৰমূৰীয়া গৰৈৰ অনুমতি লৈ লৰ ধৰিলে |
|
আগৰ কালত কুৰুক্ষেত্র যুঁজত ওঠৰ অক্ষৌহিণী সৈন্যৰ ভিতৰত |
|
অকলে এক অক্ষৌহিণী গিলিছিল বুলি শুনিছোঁ |
|
এতেকে তেওঁক বেগতে মতাই আনি |
|
মোৰ কথাৰ প্রমাণ লওক |
|
গংগাটোপৰ কথা শুনি তেতিয়াই মেলৰ বৰমূৰীয়া গৰচেঙেলী |
|
পাচনীক হুকুম দিলে যে গেদগেদী বাইক এতিয়াই অনাব লাগে |
|
তৎক্ষনাৎ পাচনীয়ে গৰৈচিৰিকা এটাক |
|
গেদগেদীৰ ঘৰলৈ লৰুৱাই পঠাই দিলে |
|
গেদগেদী বায়ে যদিও গৰৈচিৰিকাৰ আগত |
|
হৰিষতে গেদগেদীয়ে উত্তৰ দিলে |
|
এৰা ভালেহে জানে ভালৰ মোল |
|
আমাৰ গঙ্গাধৰ বোপা নে কোন |
|
বলা গঙাই বোপা যাওঁ বলা |
|
মাহীয়েকৰ মুখৰ শলাগনি |
|
আমাৰ গঙাই বোপাৰ দুই কাণৰ বিন্ধাইদি হো হো কৰে |
|
যেতিয়া সোমাবলৈ ধৰিলে গঙাই বোপা |
|
আনন্দত উত্রাৱল হৈ পৰিল |
|
খং কৰি সভালৈ নাযাওঁ বুলিছিল |
|
তথাপি ৰাইজৰ হুকুম পেলাব নেপায় বুলি ভাবিব |
|
কাছি পাৰি সেন্দুৰৰ ফোঁট ৰেখা লৈ ওলাইছিল |
|
এনেতে গঙ্গাটোপ ওলালহি |
|
গঙ্গাটোপে মাত লগালে |
|
কাঞ্চনমতী আই কাঞ্চনমতী আই |
|
গংগাটোপৰ সম্বন্ধটো শুনিয়েই গেদগেদীৰ |
|
মূৰৰ খং শৰ্মা পলাবলৈ তৎ নাপালে |
|
আগেয়ে তেওঁক সেইদৰে কোনেও শলাগ |
|
এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল |
|
ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী |
|
লাগীজনীৰো এজনী ছোৱালী হৈছিল |
|
আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল |
|
লাগী তিৰোতাৰ কথা শুনি গিৰিয়েকে সৰুজনীক |
|
তাইৰ জীয়েকৰ সৈতে চুৱাপাতনিত থাকিবলৈ এটি পঁজাঘৰ সজাই দিলে |
|
এলাগীয়ে দুখ কষ্টেৰে জীয়েকক লৈ খুজি মাগি খায় |
|
ঘৰতে থাকিবলৈ ধৰিলে এলাগীৰ জীয়েকৰ নাম চম্পাৱতী |
|
লোৱা নাছিল সেই দেখি তেওঁ হাতেৰে |
|
স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত ওফন্দি পৰিল |
|
মাহীয়েকৰ কথাষাৰে গঙ্গাটোপৰ মনত যিমান পাগুলিবলৈ ধৰিলে |
|
সিমানে তেওঁৰ পেটটো ওফন্দিবলৈ ধৰিলে |
|
ওফন্দা পেটটো খোজেপতি ওফোন্দাই ওফোন্দাই খোজকাঢ়ি |
|
আহি গংগাটোপ যেতিয়া সবাহৰ ওচৰ পালেহি |
|
হঠাৎ পানী হিলৈ ফটাদি শব্দ হোৱাত সমুজুৱাসকলে ভয় খাই দিহাদিহি |