audio
audioduration (s)
1.17
11
transcription
stringlengths
11
77
হয় তয়েই যদি মোৰ লৰাৰ নামটো জান তেন্তে মোক
কিয় ইমানখন মাৰ কিল খুৱালি
এই বুলিয়েই বুঢ়াই ঘৈণীয়েকৰ ঔ পাৰিলে
মাৰ খাই বুঢ়াই নেমেল বুলিবলৈ পাহৰি নহবৰ
আছে এনেতে ভালকৈ সাজপাৰ পিন্ধি যোৱা মানুহ
এটাক সি লগ
মানুহটোৱে বুঢ়াৰ সেই নহবৰ হল কথাটো শুনি
ভাবিলে সি ভালকৈ ধুন পেচ মাৰি সাজ পাৰ পিন্ধি আহিছে দেখিহে
বুঢ়াই তাক সেইদৰে হাঁহিছে
ইয়াৰ পিচত বুঢ়া বুঢ়ীয়ে পুতেকৰ নাম
চুৰ তাৰি কৰি বা ডকা হকা দি কোনোৰকমে মাছ আনি দিবলৈ ধৰিলে
খাই মেকুৰীজনীক খালি কাঁইটবোৰ খাবলৈ দিলে
সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নাপায়
ইয়াতে তাইৰ মনত বৰ বেজাৰ লাগি গিৰিহঁতনীক শাও দিলে
আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক
ইয়াৰ কিছুদিনৰ পিছতে সঁচা সঁচিকৈ গিৰিহঁতনীয়ে দুটা
মেকুৰী পোৱালী পালে আৰু মেকুৰীজনীয়ে ছোৱালী দুজনী পালে
আতৌ পুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনোৰকমে ডাঙৰ কৰিলে
ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ
এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল
মাছ গাখীৰ ইত্যাদি বিচাৰি যায়
ছোৱালী দুজনী জনা হলত সিহঁতে এদিন মাকক কলে
আই তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহলে
আমি কেনেকৈ জানিম আৰু কি কৰিম
তেতিয়া মাকে তুলসী আৰু
তাৰ ওচৰতে এমলা গাখীৰ থৈ কলে
যদি মোক কোনোবাই মাৰে
তেন্তে এই তুলসীজুপি জঁয় পৰিব আৰু গাখীৰ মলা কলা হব
তেতিয়া তহঁতে মোক বিচাৰি যাবি
ইয়াৰ দিনদিয়েকৰ পিছত তুলসীজোপা জঁয় পৰিল আৰু
তাই গাভিনী হৈছিল
তেতিয়া মাকৰ কি হল বুলি জানি কান্দি কাটি
সিহঁতে ভালেমান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত
ঘৰৰ গিৰিহঁতনীও ঠিক গা ভাৰী আছিল
মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই
মোৰ মাছ খাবৰ মন গৈছে বুলি গিৰিহঁতনীক কলে
গিৰিহঁতনীয়ে উত্তৰ দিলে আই কোচাই আনি
দিলেহে মই খাবলৈ দিব পাৰোঁ নহলেনো মই কৰ পৰা দিম
ইয়াকে শুনি মেকুৰীজনীয়ে সেইদিনাখনৰ পৰা অইনৰ ঘৰৰ পৰা
পানী বিচাৰি যাওঁতে আগতে এখন নৈ পালেগৈ
আঙঠিটো আনিবলৈ পঠিয়াই দিলে
এইবাৰ বায়েকে পানীত নামোতেই জলকোঁৱৰে তাইক হৰি নিলে
বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি হিয়া মূৰ
ভুকুৱাই কান্দিবলৈ ধৰিলে
ইয়াৰ কিছুপৰৰ পিছতে এজন মুদৈ বেপাৰলৈ আঁহোতে
অকলশৰীয়া ৰূপহী ছোৱালীজনী নৈৰ পাৰত বহি থকা দেখি তাইক
নাৱত ভৰাই লৈ গুচি গল
ঘৰ পাই মুদৈয়ে তাৰ দুজনী ঘৈণীয়েকৰ লগতে
তাইকো এজনী সৰু ঘৈণী পাতি ললে
কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈয়ে আগৰ দুজনী
নৈৰ গৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গল
ঘৈণীয়েকতকৈ বেছি মৰম কৰিবলৈ ধৰিলে
খিয়ালতেই ইদুজনীয়ে কেনেকৈ মুদৈয়ে তাইক দেখিব নোৱাৰা
হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে
তাইৰ প্ৰথমবাৰ অশৌচৰ সময়ত তাইৰ চকু দুটা
কাপোৰেৰে বান্ধি তাই এটা ঢেঁকীথোৰা পালে বুলি কৈ
তাই পোৱা মতা লৰাটো সতিনীয়েকহঁতে নৈত উটাই দিলে
পিছৰবাৰতো তাই তেনেকৈ এটা ৰঙালাও পালে
বুলি কৈ আচল মতা লৰাটো নৈত উটাই দিলে
দিয়া লৰা দুটাক ভনীয়েকৰ লৰা বুলি জানিব পাৰি
মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা বুলি
তাই আঁজলি দিয়েক নিজে খাই ভনীয়েকলৈ পানী
ভাবি তাই কুলক্ষণীয়া তিৰোতা বুলি ঠিক কৰি নিজৰ ঘৰৰ
পৰা খেদি দি চুৱাপাতনিত ঘৰ এটা সজাই দি
তাই চুৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে
এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকোঁৱৰে
আনিবলৈ ধৰাত পানী শুকাই গল আৰু জলকোঁৱৰে মাত লগালে
যদি তোমাৰ হাতৰ আঙুঠিটো মোক দিব পাৰা
তেন্তে তুমি পানী নিব পাৰা
ভনীয়েকতকৈ আঙঠিটোনো কি ডাঙৰ বস্তু
এইবুলি বায়েকে আঙুঠিটো দি পানী আনিলে
ভনীয়েকে পানী খাই বায়েকক আকৌ
তেওঁৰ নাওখন ধৰি ৰখালে
ইফালে জেঠায়েকে সেই লৰা দুটাক সিহঁতৰ মাকে
মেকুৰীৰ পেটত জন্ম লোৱাৰ পৰা আৰম্ভ কৰি সিহঁতক নৈত
উটুৱাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি কলে আৰু
সেই সকলোখিনি সিহঁতৰ বাপেকে পতা
বৰসবাহৰ দিনা ৰাইজক ক বলৈ কলে
সিহঁতে বৰসবাহৰ দিনা আৰু হাচটিখন লৈ
মুদৈৰ ঘৰৰ ফালে যাবলৈ ধৰিলে
পোনেই গৈ সিহঁতে চুৱাপাতনিত থকা মাকক আই
বুলি এটুপি পানী খাবলৈ খুজিলত সিহঁতে চুপতি কৰা বুলি
মোক কিয় ভেঙুচালি কৰিচহঁক
মুদৈয়ে নাওখন কোনোৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ
সৌৱা সবাহলৈ মানুহ আহিছে তালৈ যা আৰু
যি পা খাগৈ তেতিয়া সিহঁতে সকলোখিনি কথা মাকৰ আগত
ভাঙি কৈ চিনাকী দি ততে অলপ জিৰাই শঁতাই সবাহলৈ গল
সবাহত মানুহ দিহা দিহি বহিছে
এনেতে খবৰ ওলাল যে চুৱাপাতনিত থকা
মানুহজনীৰ তাত খাই বৈ দুজন মানুহ এই সবাহত বহিছিল
বুলি বিচ্যুৰ্তি হৈ থাকোঁতে পানীৰ মাজৰ পৰা
তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু
কেতিয়া কৰিবা তাক থিৰাংকৈ কৈ
তোমাৰ তামোলৰ হাচটিখন আৰু লাখুঁটিডাল পেলাই থৈ যোৱা
তেহে তোমাৰ নাও মুকলি হব
মুদৈয়ে উপায় নাপায় এটা বৰসবাহ কৰিবলৈ দিন ঠিক কৰি হাচটিখন
আৰু লাখুঁটিডাল তাতে পেলাই দিলত নাওখন চাটকৰে এৰাই গল