audio
audioduration (s) 1.17
11
| transcription
stringlengths 11
77
|
---|---|
পলাই পত্রং দিলে |
|
এদিন বাপেকে চম্পাৱতীক পকা ধান ৰাখিবলৈ হূকুম দিলে |
|
কাকো নেদেখি বিচ্যুৰ্তি খালে |
|
তাৰ পিছত গধুলি পৰত ধান ৰাখি উভতি আহি |
|
চম্পাই মাকৰ আগত সেইদিনাৰ সেইখিনি কথা কলে |
|
পিছদিনা মাকে চম্পাৰ কথা সঁচা নে মিছা জানিবৰ নিমিত্তে |
|
চম্পাৰ লগতে ধাননিৰ মাজলৈ গল |
|
আৰু মাকে কবলৈ দিয়াত চম্পাই কবলৈ ধৰিলে হুৰ হুৰ |
|
ইয়াৰ উত্তৰত হাবিৰ মাজৰ পৰা কোনোবাই মাত লগালে |
|
মাকে এই কথা শুনি বিচ্যুৰ্তি খালে আৰু |
|
চম্পাৱতীয়ে সদায় ধাননিৰ মাজত |
|
টঙিৰ ওপৰত উঠি চৰাই খেদাই থাকে |
|
এইদৰে বহুদিন গৈছে এদিন চম্পাৱতীয়ে ধান ৰাখিবলৈ |
|
টঙিৰ ওপৰত উঠি হুৰ হুৰ বতা চৰাই মোৰ |
|
ধান নেখাবি তোক দিম গোটা কৰাই বুলি কওঁতেই |
|
ওচৰৰ হাবিৰ মাজৰ পৰা কোনোবাই উত্তৰ দিলে |
|
ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম |
|
চম্পাৱতীয়ে এই কথা শুনি কেউফালে মানুহ দুনুহ চাই |
|
চম্পাক আগৰ দৰে মাতিবলৈ দিয়াত চম্পাৱতীয়ে মতাত |
|
হাবিৰ মাজলৈ সোমাই গল |
|
কিন্তু কাকো নেদেখিলে |
|
তাৰ পিছত চম্পাৰ বাপেকে হাবিৰ ফালে চাই মাত লগালে |
|
যদি সঁচাকৈয়ে তোমাক চম্পাৱতীক লাগে |
|
তেনেহলে তুমি যেই কি নোহোৱা ওলাই আহা |
|
সত্যে সত্যে তিনি সইত খাই কৈছোঁ |
|
চম্পাৱতীক তোমালৈ বিয়া দিম |
|
এই কথা শুনি হাবিৰ মাজৰপৰা এটা ডাঙৰ অজগৰ সাপ ওলাই আহিল |
|
পুনৰ হাবিৰপৰা আগৰ দৰে কোনোবাই উত্তৰ দিলে |
|
তেতিয়া মাক জীয়েক দুয়ো ঘৰলৈ উভতি আহিল |
|
গিৰিয়েকে এলাগীক চম্পাক আৰু |
|
ওচৰ চুবুৰীয়া মানুহ গোটাচেৰেকক লগত লৈ |
|
ধাননি লৈ গৈ চম্পাক সেইদৰে মাতিবলৈ |
|
দিয়াত চম্পাই আগৰ দৰে মতাত |
|
ওচৰৰ হাবিবপৰা আগৰ দৰে উত্তৰ পালে |
|
সকলো মানুহে কোনে মাতিলে বুলি চাবলৈ |
|
সাপটো দেখি মানুহ ভয়তে পলাবলৈ ধৰাত চম্পাৰ বাপেকে |
|
মাক জীয়েক জোঁৱায়েকক থাকিবলৈ ঠাই দিলে |
|
সেইদিনা লাগীৰ আনন্দৰ সীমা নাই যে |
|
আজি ৰাতি চম্পাৱতীক অজগৰে খাই পেলাব |
|
অজগৰক চম্পাৱতীৰ সৈতে একেটা কোঠালিতে থাকিবলৈ দিয়া হল |
|
চম্পাৱতীয়েও তাইক আজি অজগৰে গিলিব ভাবি |
|
ঈশ্বৰৰ চৰণত শৰণ লৈ শোকে বেজাৰে পৰি থাকিল |
|
মাকে পিছদিনা ৰাতিপুৱাই লৰালৰিকৈ উঠি |
|
চম্পাৱতীৰ ঘৰলৈ গৈ দেখে যে চম্পাৱতীৰ গা |
|
সিহঁতক নপলাবলৈ কৈ সাহ দিলত একেলগে সকলোটি থুপ খালে |
|
তাৰপিছত সি অজগৰক মাতি তাৰ ঘৰলৈ নিলে |
|
এলাগী আক জীয়েক দুয়ো ডিঙিত ধৰাধৰিকৈ কান্দিবলৈ ধৰিলে |
|
এলাগীয়ে জীয়েকক অজগৰৰে সৈতে বিয়া নিদিবলৈ |
|
গিৰিয়েকক কাকূতি কৰিবলৈ ধৰিলে হয় |
|
কিন্ত লাগীৰ কথা শুনি গিৰিয়েকে তালৈ |
|
কাণ নকৰি কেঁচা পাণ কেঁচা তামোল কাটি সাপলৈ চম্পাক |
|
বিয়া দি এটা সুকীয়া ঘৰত |
|
দি চৰু দুটাৰ তলত এডোখৰ কাঠখৰি দি থৈ |
|
ভাত ঢুকাল লৈ আহ বুলি আকৌ ভাত খোজে |
|
এইদৰে সতিনীয়েকহঁতে যতবাৰ ভাত খোজে |
|
ততবাৰ চিলনীৰ জীয়েকে চৰুৰ পৰা ভাত আনি দি থাকে |
|
শেষত সিহঁত হাৰি লাজ পাই উঠি গল |
|
এদিন সতিনীয়েকহঁতে চিলনী জীয়েকক গোহালি ঘৰ অঁতাবলৈ কলে |
|
চিলনীৰ জীয়েকে গোহালি ঘৰৰ ভিতৰ সোমায়েই মাকক মাতিলে |
|
জীয়েকে এইদৰে বিনাই মতা মাত্ৰকতে চিলনী আহি আগত পৰি |
|
কিয় মাতিছ বুলি জীয়েকক সুধিলত |
|
জীয়েককে কলে আই সতিনীহঁতে মোক গোহালি অঁতাবলৈ কৈছে |
|
কেনেকৈ অঁতাম তোমাক সুধিবলৈ মাতিছোঁ |
|
তই আখল আৰু ঘৰৰ পৰা ওলাই বহি থাকিবি |
|
কলে গোহালি ঘৰৰ ইফালৰ পৰা সিফাললৈ |
|
বাঢ়নীৰ কাঠি এডাল বুলাই যা |
|
দেখিবি ঘৰটো চিকুণ হৈ পৰিব |
|
এইবুলি কৈ মাক উৰি গলত চিলনীৰ জীয়েকে তাকে কৰিলে |
|
আৰু সেইদিনা গোহালি ঘৰ আগতকৈ বেছি চাফ হৈ জকমকীয়া হৈ পৰিল |
|
চিলনী জীয়েকৰ এনে সুন্দৰ বন বাৰী দেখি |
|
সদাগৰে তাইক বৰ ভাল পাবলৈ ধৰিলে |
|
চতৰ বিহুৰ ওচৰ চাপিলত সদাগৰে |
|
আঠোজনী ঘৈণীয়েকক পাচঁ সেৰকৈ কপাহ দি কলে |
|
তহঁতে মই বিহুত পিন্ধিবলৈ চোলা চুৰিয়া কাপোৰ গামোচা বৈ দে |
|
দেখিবি চৰুত অক্ষয় ভাত আঞ্জা হৈ আছে |
|
আৰু কাৰ কাপোৰ ভালকৈ বোৱা হয় মই চাম |
|
সাতোজনী ঘৈণীয়েকে গাইপতি লৰালৰি কৈ কপাহবোৰ লৈ |
|
চন্দিয়াই নেওঠি পাঁজি বাটি সূতা উলিয়াই কাপোৰ ববলৈ লাগি গল |
|
কিন্ত চিলনীৰ জীয়েকে একো কৰিব নাজানি আমন জিমনকৈ বহি থাকিল |
|
জীয়েকক বুদ্ধি দি চিলনী উৰি গুচি গল |
|
আৰু জীয়েকে চিলনীয়ে কোৱাৰ দৰেই কৰিলে |
|
ভাত খাবৰ সময়ত সতিনীয়েকহঁতে |
|
ভাতৰ পাতৰ তলত একোটা গাঁত খান্দি লৈছিল |
|
যেই চিলনীৰ জীয়েকে সিঁহতৰ পাতত ভাত দি যাই |
|
তেতিয়াই সিহঁতে সেই ভাত পাতৰ তলৰ গাঁতত পেলাই দি |
|
সতিনীয়েকহঁতে ভাবিলে এইবাৰ চিলনী জীয়েক ঠেকত পৰিল |
|
চুঙাকেইটাৰ মুখত সোপা দি থৈ দে |
|
বিহুৰ দিনা যেতিয়া তোৰ গিৰিয়েকে কাপোৰ খুজিব |
|
তেতিয়া তই চুঙা চাৰিটা আনি গিৰিয়েৰৰ হাতত দিবি |
|
এই বুলি চিলনী উৰি গুচি গলত |
|
জীয়েকে চাৰিটা চুঙা আনি চাৰিজোলা কপাহ |
|
মাকে কোৱাৰ দৰে ভৰাই সোপা দি থৈ দিলে |
|
সতিনীয়েকহঁতে লচপচকৈ কাপোৰ বৈছে |
|
আৰু চিলনী জীয়েকে একো নকৰাকৈ কপাহবোৰ পেলাই থৈছে |
|
দেখি সিহঁতে পেটে পেটে ৰং পাই ভাবিছে |
|
এই বাৰ বান্ধৈ পৰিল ফান্দত |
|
তাইতো একোকে নাজানে |
|
এই বাৰ চিলনী জীয়েকে কাপোৰ দিব নোৱাৰিলে সদাগৰে শুদাই নেৰে |
|
নিজৰ নিজৰ কাপোৰ গামোচা চোলা চুৰিয়া উলিয়াই |
|
আৰু চিলনী জীয়েকে মাথোন চুঙা চাৰিটা দিলে |