audio
audioduration (s) 1.17
11
| transcription
stringlengths 11
77
|
---|---|
চুঙা চাৰিটা গিৰিয়েকৰ হাতত দিয়া দেখি ঢেক ঢেক কৰে হাঁহিবলৈ ধৰিলে |
|
সদাগৰেও খঙত চকু ৰঙা কৰি চিলনী জীয়েকক সুধিলে |
|
এইবোৰ কি দিছ তোৰ কাপোৰ কতা |
|
তাই কলে চুঙাকেইটা মেলি চাওক |
|
সদাগৰে এটা এটাকৈ চুঙাকেইটাৰ সাফঁৰ মেলিলত সুন্দৰ চোলা চুৰিয়া |
|
পাটকাপোৰ আৰু গামোচা ওলাই পৰিল |
|
আৰু এইবোৰ ইমান বঢিয়া আৰু মিহি যে |
|
কেনেকৈ গিৰিয়েকৰ কাপোৰ বৈ দিয়ে দেখিম |
|
সেইবোৰৰ আগত সতিনীয়েকহঁতৰবোৰ শোটাকানি বুলিলেই হয় |
|
সাতোজনীয়ে দিয়া কাপোৰ বোৰ ডোখৰ ডোখৰ কৰি কাটি |
|
দলিয়াই পেলাই দি চিলনী জীয়েকে দিয়াবোৰ পিন্ধিলে |
|
চিলনী জীয়েকে বাৰীৰ পিচফালে গৈ মাকক আগৰ দৰেই বিনাই মাতিলত |
|
মাক আহি আগতে পৰি জীয়েকক সুধিলে |
|
কি কথা কিয় মাতিছ |
|
জীয়েকে কাপোৰ বোৱাৰ কথা কলত চিলনীয়ে জীয়েকক কলে |
|
আই তই চিন্তা নকৰিবি তই তোৰ গিৰিয়েকক কাপোৰ দিব পাৰিবি |
|
চাৰিটা বাঁহৰ চুঙাত এজোলাকৈ কপাহ সুমোৱাই |
|
লাহে লাহে সতিনীয়েকহঁতে গম পালে যে |
|
চিলনীৰ জীয়েকে এই কথাৰ শুং সূত্ৰকে নাপালে |
|
ইয়াৰ পিচত চিলনীৰ জীয়েকে মাকক ইনাই বিনাই কতবাৰ মাতিলে |
|
কিন্তু মাক আৰু কৰ পৰা আহিব |
|
সতিনিয়েকহঁতে কিবা বুদ্ধি কৰি |
|
চিলনীজনী মাৰিলে বুলি |
|
তেতিয়া চিলনীৰ জীয়েকে বুজিব পাৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে |
|
ইয়াৰ কিছুদিনৰ পিছত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল |
|
যাবৰ সময়ত সদাগৰৰ সাতোজনী ঘৈণীয়েকক দঢ়াই দঢ়াই কলে |
|
সিঁহতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে |
|
এদিন মুদৈ এটাই ফণি আৰ্চি সেন্দূৰ খুৰীবাটি গোন্ধতেল |
|
এজনী চিলনী আহি তাইক এনেদৰে বুদ্ধি দি যায় |
|
আদি বেচিবলৈ বুলি সদাগৰ ঘাটতে তাৰ নাও বান্ধিলেহি |
|
সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতৰ চকুৰ কুটা দাঁতৰ শাল |
|
চিলনীৰ জীয়েকক সেই মুদৈটোকে বেচিবলৈ মনে মনে আলচি |
|
মুদৈটোৰ পৰা কিছুমান বস্তু কিনি |
|
সেইবোৰৰ বেচৰ বাবে তাক এজনী ৰূপহী ছোৱালী দিম বুলি কলে |
|
এই ছোৱালীজনীৰ ৰূপ গুণ সিহঁতে |
|
মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে |
|
মুদৈৰ লোভ লাগি বস্তুৰ বেচত মাৰি ছোৱালীজনীকে লৈ যাবলৈ সি মান্তি হল |
|
ইযাকে গম পাই সিহঁতে চিলনী জনীক মাৰিবলৈ বুলি বুদ্ধি আলচিলে |
|
তাই কি বুলি চিলনী জনীক মাতে সেইটো |
|
সিহঁতৰ ভিতৰৰ এজনীয়ে চোপা দি লুকাই থাকি শিকিলৈ |
|
এদিন গোহালি ঘৰৰ ভিতৰত সোমাই চিলনীৰ জীয়েকৰ নিচিনাকৈ মাতিলে |
|
চিলনীজনী আহি তাই আগতে পৰিল |
|
তেতিয়াই তাই চিলনীজনীক পূৰ্ণহতীয়াকৈ |
|
বাঢ়নীৰে কোব মাৰি মাৰি পেলাই গোবৰৰ তলত পুতি থলে |
|
এই ছোৱালীজনীৰ ৰূপ গুণ সিহঁতে |
|
মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে |
|
মুদৈৰ লোভ লাগি বস্তুৰ বেচত মাৰি লৈ যাবলৈ সি হল |
|
আমাৰ ঘাটত এটা মুদৈয়ে |
|
এনাও বঢ়িয়া বস্তু বেচিবলৈ আনি নাও বান্ধি আছেহি |
|
আমি চাই মেলি তাৰপৰা কিছুমান বস্তু কিনি আনোগৈ আহ |
|
চিলনীৰ জীয়েকে কলে মোক একো নালাগে |
|
তোমালোকেই যোৱা মই নাযাওঁ |
|
মোক তেখেতে কলৈকো যাবলৈ হাক দি গৈছে |
|
সিহঁতে তাইক নানা ৰকমে বুজাই নেৰানেপেৰাকৈ ধৰাত |
|
কুমাৰনী আয়ে মোক উটুৱাই দিলে |
|
চিলনী আয়ে মোক দাঙি ধৰিলে |
|
সাউদৰ কোঁৱৰে মোক বিয়া কৰালে |
|
সাতসতিনীয়ে মোক ডোমত বেচিলে |
|
ডোমে মোক শুকান মাছ ৰখীয়া কৰিলে |
|
শুকান মাছ ৰখি থাকোঁতে সেইপিনে |
|
সদাগৰ নাৱেৰে উজাই ঘৰলৈ উভতি আহিছিল |
|
দূৰৰপৰা এই বিননি শুনি সদাগৰে সেইখিনিতে |
|
নাও ৰাখি চিলনীৰ জীয়েকৰ ওচৰলৈ গৈ তাইৰ কি হৈছে |
|
কিয় কান্দিছে বুলি সুধিলত সকলো কথা ভাঙি তাই সদাগৰক কলে |
|
শেষত তাই থেৰোগেৰোকৈ সিহঁতৰ লগতে গৈ ঘাট পালেগৈ |
|
তেতিয়া তাইৰ আগত নিজৰ চিনাকি দি |
|
তাইক নাৱত তুলি গা পা ধুৱাই ন ৰিহা মেখেলা পিন্ধাই |
|
নাৱত তুলি লৈ গুচি আহিল |
|
নাৱতে চিলনীৰ জীয়েকক সদাগৰে এটা কাঠৰ পেৰাত |
|
সুমোৱাই থৈ তাই উশাহ লবলৈ পেৰাটোত এটা বিন্ধা কৰি দিছিল |
|
সদাগৰে ঘৰ পাই তেওঁৰ আনবোৰ বয়বস্তুৰে সৈতে |
|
পেৰাটোও তেঁওৰ শোৱনি ঘৰত সুমোৱাই থলে |
|
তহঁতৰ এটাইকেইজনীক দেখিবলৈ পাইছোঁ |
|
কিন্তু চিলনী জীয়েকক নাই পোৱা কিয় |
|
সিঁহতে উত্তৰ দিলে তাই আজি ভালেমান দিন হল |
|
সিহঁতে বস্তু চোৱাৰ লাচতে চিলনীৰ জীয়েকক মুদৈৰ নাৱত তুলি দিলত |
|
মাকৰ ঘৰলৈ গল উভতি অহাই নাই |
|
এই কথা শুনি সদাগৰে সিঁহতক কলে |
|
মোৰ মনে ধৰিছে তঁহতে তাইক কিবা কৰিলি |
|
মুদৈয়ে আগেয়ে সিহঁতৰ সৈতে আলচি থোৱা মতে |
|
থাপ কৰে নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গল |
|
মুদৈয়ে চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ |
|
তাত চিলনীৰ জীয়েকক শুকান মাছৰ ৰখীয়া পাতিলে |
|
নৈৰ পাৰতে মুদৈটোৰ ঘৰ |
|
চিলনীৰ জীয়েকে ৰদত বহি শুকান মাছ ৰখি থাকোঁতে এনেদৰে বিনাই আছিল |
|
বাৰু তহঁতে সচাঁ কথা কৈছ নে মিছা কথা কৈছ |
|
কিন্তু সপ্তমজনী নপৰিল |
|
সেইজনীয়ে সেই সূতাইদি সাত বাৰ অহা যোৱা কৰিলে |
|
কাৰণ তাই সঁচাকৈয়ে চিলনী জীয়েকক বেচাৰ কথা একো নাজানিছিল |
|
আন সতিনীয়েকহঁতে সেই কাম কৰোঁতে তাই ভাত ৰান্ধিছিল |
|
ইয়াৰ পিছত সদাগৰে তেওঁৰ সেই ছজনী ঘৈনীয়েকক গাঁততে মাটি দি পুতি থলে |
|
আৰু চিলনী জীয়েকক পেৰাৰ পৰা উলিয়ালে |
|
তাৰ পিছত চিলনীৰ জীয়েক আৰু সপ্তমজনী ঘৈণীয়েকৰ সৈতে |
|
সদাগৰে গৃহবাস কৰি সুখত কাল কটাবলৈ ধৰিলে |
|
আমাৰ কাপোৰকানি কলা হল |
|
আমি ঘৰলৈ গুচি আহিলো |
|
মই তহঁতক এতিয়াই পৰীক্ষা কৰিম |
|
এক গাৱঁত এহাল মাউৰা লৰা ছোৱালী আছিল লৰাটোৰ |
|
নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই লৰাটোৰ বুদ্ধিটো |
|
সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞাঁ মানুহে |