audio
audioduration (s)
1.17
11
transcription
stringlengths
11
77
এদিন মাছবোৰ গোট খাই মাছখোৱা জন্তুবোৰৰ সৈতে
গংগাটোপে হাতযোৰ কৰি কবলৈ ধৰিলে
ৰাইজসকল মই আজি আপোনালোকৰ ভৰিৰ ধুলি মূৰত লৈ
আমাৰ পাচনী চেঙেলী ককাইৰ আজ্ঞামতে
আষাৰ চেৰেক কথা কব খুজিছো
যদি মোৰ কথাত কিবা স্বৰূপে কেনা লাগে
মই লৰামতিক মূৰুখ বুলি মোৰ জগৰ নধৰি দায় দোষ মৰিষণ কৰিব
যেন আপোনালোকৰ চৰণত মোৰ এয়ে তুতি
সকলো জন্তুৰ ভিতৰত আমাক ঘাই
ৰণ দিবলৈ থিৰ কৰাৰ নিমিত্তে মেল মৰা বিলৰ
ভগা ডুবিতে দুপৰীয়া মেল পাতিলে
সৌ মেললৈ ৰৌ বৰালি বাহু শল কাৱৈ গৰৈকে আদি কৰি ফুল দৰিকণালৈকে সকলোবোৰ মাছ আহিল
সমজুৱাসকল গোট খালত টপামুৰীয়া গৰৈক সকলোৱে
সেই দিনাৰ মেলখনত বৰমূৰীয়া পাতিবলৈ আৰু
লৰবৰ চেঙেলীক পাচনীৰ ভাৰ দিলে
পাচনীয়ে গংগাটোপক মেলখন নো কিয় পতা হৈছে
সমজুৱাসকলক ভালকৈ বুজাই দিবলৈ কলত
আপোনালোকে মানুহ নামৰ এই জন্তুবোৰৰ
ঘৰে পতি চাই ফুৰকগৈ
দেখিব সিহঁতে গৰু মহ ঘোঁৰা ছাগলী আদিৰ কি দৰে গোলামি কৰিব লাগিছে
গৰু ঘোঁৰাক সিহঁতে খাবলৈ ঘাঁহ দিছে
শুবলৈ খেৰ পাৰি দিছে থাকিবলৈ ঘৰ সাজি দিছে
গৰু ঘোঁৰা ছাগলীৰ গোবৰ আৰু লাড পৰ্যন্ত
এই বহটিয়াবোৰে উকতি চাফা কৰিছে
ৰাইজসকল একপ্রকাৰ চাবলে গলে এই মানুহ জাতিটো
সিহঁতে আমাক জাল পল জুলুকি পাউৰী চেপা ঠুহা আদি
নানা যন্ত্রৰে ধৰি তপত তেলত
আৰু পকা অঙঠাত পেলাই
ভাজি পুৰি পাতত দি খৰিকাত দি সিজাই পকাই খায়
কিন্তু এটা কথা ৰাইজে মন কৰি চাব যে
সিহঁতে আমাক এইদৰে নানা শাস্তি দি খায়
তথাপি সিহঁতক আন আন পশু জাতিৰ গোলাম কৰিহে
ঈশ্বৰে স্বৰজি পঠিয়াইছে
আগৰ কালত গৰু পোৱালি আছিল যেন মনে ধৰে
মোৰ মাহী গেদগেদী এই মেললৈ
কিয় আজি অহা নাই কব নোৱাৰো
তেওঁ ইয়াত থকা হেঁতেন জন্তুৰ ভিতৰত
কুলাধম এই মানুহবোৰৰ বিষয়ে
আৰু ভালকৈ বৰ্ণাই আপোনালোকৰ আগত কব পাৰিলেহেঁতেন
আৰু সিহঁতক কেনেকৈ মাৰিব পাৰি
কি গুণ কি ব্যৱস্থা সকলোবোৰ বহলাই কব পাৰিলেহেঁতেন
কাৰণ তেওঁৰ মুখখনি বহল
কিয়নো সিহঁতে গৰুৰ গাখীৰ খায়
মাকৰ গাখীৰ খাইহে পোৱালি ডাঙৰ হব পাৰে
এইবোৰ কথা ভালকৈ ভাবি চালে মানুহ
জাতিটো যে গোটগৰু আৰু সমূলি বুধি নাইকিয়া
এতেকে এনে গৰু মানুহক আমি
টিলিকতে বধ কৰি আইধা কৰিব পাৰিমহঁক
ৰাইজসকল মই মুৰুখমতি লৰা
জুকিয়াই লৈ ভাঙি পাতি কব পৰা নাই
সেই মুখখনৰেই মোৰ গেদগেদী মাহীয়ে
গৰৈয়ে গেদগেদীৰ ওচৰ পাই মাত লগালে
সবাহলৈ যায়নে নাযায়
গৰৈৰ কথা শুনি গেদগেদীৰ টিকচি বিকচি খং উঠিল
গেদগেদীয়ে গৰৈক জোকোৰা মাৰি উত্তৰ দিলে
বন্দী টভংমৰা পোৱালী খোৱা নেযাওঁ যা
এই উত্তৰ শুনি গৰৈয়ে অপমান পাই উভতি আহি
সমজুৱা সকলক জনালত গংগাটোপে নিজেই মাহীয়েকক মাতিবলৈ
মেলৰ বৰগৰাকী বৰমূৰীয়া গৰৈৰ অনুমতি লৈ লৰ ধৰিলে
আগৰ কালত কুৰুক্ষেত্র যুঁজত ওঠৰ অক্ষৌহিণী সৈন্যৰ ভিতৰত
অকলে এক অক্ষৌহিণী গিলিছিল বুলি শুনিছোঁ
এতেকে তেওঁক বেগতে মতাই আনি
মোৰ কথাৰ প্রমাণ লওক
গংগাটোপৰ কথা শুনি তেতিয়াই মেলৰ বৰমূৰীয়া গৰচেঙেলী
পাচনীক হুকুম দিলে যে গেদগেদী বাইক এতিয়াই অনাব লাগে
তৎক্ষনাৎ পাচনীয়ে গৰৈচিৰিকা এটাক
গেদগেদীৰ ঘৰলৈ লৰুৱাই পঠাই দিলে
গেদগেদী বায়ে যদিও গৰৈচিৰিকাৰ আগত
হৰিষতে গেদগেদীয়ে উত্তৰ দিলে
এৰা ভালেহে জানে ভালৰ মোল
আমাৰ গঙ্গাধৰ বোপা নে কোন
বলা গঙাই বোপা যাওঁ বলা
মাহীয়েকৰ মুখৰ শলাগনি
আমাৰ গঙাই বোপাৰ দুই কাণৰ বিন্ধাইদি হো হো কৰে
যেতিয়া সোমাবলৈ ধৰিলে গঙাই বোপা
আনন্দত উত্রাৱল হৈ পৰিল
খং কৰি সভালৈ নাযাওঁ বুলিছিল
তথাপি ৰাইজৰ হুকুম পেলাব নেপায় বুলি ভাবিব
কাছি পাৰি সেন্দুৰৰ ফোঁট ৰেখা লৈ ওলাইছিল
এনেতে গঙ্গাটোপ ওলালহি
গঙ্গাটোপে মাত লগালে
কাঞ্চনমতী আই কাঞ্চনমতী আই
গংগাটোপৰ সম্বন্ধটো শুনিয়েই গেদগেদীৰ
মূৰৰ খং শৰ্মা পলাবলৈ তৎ নাপালে
আগেয়ে তেওঁক সেইদৰে কোনেও শলাগ
এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল
ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী
লাগীজনীৰো এজনী ছোৱালী হৈছিল
আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল
লাগী তিৰোতাৰ কথা শুনি গিৰিয়েকে সৰুজনীক
তাইৰ জীয়েকৰ সৈতে চুৱাপাতনিত থাকিবলৈ এটি পঁজাঘৰ সজাই দিলে
এলাগীয়ে দুখ কষ্টেৰে জীয়েকক লৈ খুজি মাগি খায়
ঘৰতে থাকিবলৈ ধৰিলে এলাগীৰ জীয়েকৰ নাম চম্পাৱতী
লোৱা নাছিল সেই দেখি তেওঁ হাতেৰে
স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত ওফন্দি পৰিল
মাহীয়েকৰ কথাষাৰে গঙ্গাটোপৰ মনত যিমান পাগুলিবলৈ ধৰিলে
সিমানে তেওঁৰ পেটটো ওফন্দিবলৈ ধৰিলে
ওফন্দা পেটটো খোজেপতি ওফোন্দাই ওফোন্দাই খোজকাঢ়ি
আহি গংগাটোপ যেতিয়া সবাহৰ ওচৰ পালেহি
হঠাৎ পানী হিলৈ ফটাদি শব্দ হোৱাত সমুজুৱাসকলে ভয় খাই দিহাদিহি