Dataset Preview
Duplicate
The full dataset viewer is not available (click to read why). Only showing a preview of the rows.
Job has been terminated due to a temporary spike in resource usage and may be restarted later.
Error code:   JobManagerCrashedError

Need help to make the dataset viewer work? Make sure to review how to configure the dataset viewer, and open a discussion for direct support.

key
string
duration
float64
ভাৰত চীন আমেৰিকা ৰাছিয়া নেপাল
5.84
মই ছবি আঁকি ভাল পাওঁ আৰ্ট ভাল পাওঁ
4.32
সেইসকলৰ ভিতৰত আছে লিঅনাৰ্ডো দা ভিন্সি এডৱাৰ্ড মোৰ
4
বিশেষকৈ মই এবষ্ট্ৰেক্ট আৰ্ট বেছিকৈ ভাল পাওঁ
3.52
আন অন্যহাতে মোৰ আৰু এটা ভাল লগা বিষয় হৈছে কিতাপ পঢ়ি ভাল পাওঁ
6.64
বিভিন্ন ধৰণৰ উপন্যাস চুটি গল্প কবিতা আদি কিতাপসমূহ মই ভাল পাওঁ আৰু মই এগৰাকী সাহিত্যৰে ছাত্ৰী
10
গতিকে এই সাহিত্য বিষয়সমূহ মই অধ্যয়ন কৰি বহুত ভাল পাওঁ
4
বিশেষকৈ উপন্যাস সাহিত্যৰ প্ৰতি মোৰ বিশেষ মানে দক্ষতা আছে
5.6
গোৱালপাৰা নগাঁও ধুবুৰী কামৰূপ মৰিগাঁও
5.36
নাশিকলৈ ৰেলৰ টিকট এটা বুক কৰা
2.8
দুহেজাৰ বিছ চনৰ আগষ্ট মাহত তেওঁ কালাৰ্ছ টিভিৰ খটৰো কে খিলাড়ী মেড ইন ইণ্ডিয়াত অংশ লৈছিল
8.08
অন্ধ্ৰপ্ৰদেশ তামিলনাডু ৰাজস্থান গুজৰাট অসম
8.72
মোৰ প্ৰিয় মেগাজিন হৈছে সমকাল
2.8
সমকাল আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়াৰ মই সৰু হাইস্কুল মানৰ পৰাই মই পঢ়িছিলোঁ পষেকীয়া আলোচনী
8.64
আৰু বাতৰি কাকত হৈছে খবৰ
3.44
খবৰখনত মই সৰুৰ পৰাই চাওঁ আৰু এতিয়াও মই খবৰ কাকতখন লওঁ
6.96
সেইখনত মই আচল তথ্য পাওঁ বুলি মোৰ ধাৰণা হয় আৰু সেইকাৰণে মই সেইখন পেপাৰে এতিয়া আজি পৰ্যন্ত পঢ়ি আছোঁ
9.12
আগলৈ পঢ়ি থাকিম বুলি মই ভাৱিছোঁ
4.16
এই বাতৰিসমূহ মোৰ দৃষ্টিত শুদ্ধ
3.84
মোৰ বাগিচাত থকা ফুলবিলাক মই বিভিন্ন ঠাইৰ পৰা কালেক কৰি আনোঁ
7.2
মই ধৰক কৰবাত ওলাই গলোঁ
2.4
অলপমান বাহিৰত গলে আমি বিভিন্ন ধৰণৰ ফুল দেখোঁ
4.64
আমি কথা কিছুমান গুৰুত্ব নিদিওঁ কিন্তু এনেকে আমি ৰাস্তাৰে গৈ থাকিলে ৰাস্তাৰ কাষতে আমি বিভিন্ন ধৰণৰ ফুল দেখোঁ
7.68
ৰুই থলে ভাল হয় আমাৰ নিজৰ কাৰণেই ভাল আমাৰ অঞ্চলটোৰ কাৰণে ভাল
4.8
ত তেনেকৈ কৰবাত বাহিৰত ওলাই গলে মই যিকোনো ধৰণৰ ফুলৰ গছপুলি পালে মই লৈ আহোঁ
7.28
আহি মোৰ বাগিচাখনত সযতনে মই ৰাখোঁ
2.8
বাগিচা এখন ঘৰৰ সন্মুখতে বনাই থোৱা আছে
3.04
আৰু আজিকালি প্ৰত্যেকৰে হয় যে ঘৰৰ বাটে বাটে কিছুমান মানুহ যায় ফুল বিক্ৰী কৰিবলৈ
8.96
তাত বিভিন্ন ধৰণৰ ফুল তেওঁলোকে লৈ যায়
3.2
মই কিনি আনোঁ বিক্ৰী কৰে কিনি আনোঁ
2.4
তেখেতসকলক পইচা দিয়ে কিনি আনোঁ
2.32
ফুলৰ পুলিবিলাক আৰু কিনি আনি মই মোৰ বাগিচাখনত সযতনে ৰাখোঁ
5.84
ডাঙৰ দীঘল কৰোঁ
1.36
আৰু সেই ফুলখিনি এইটো কাৰণতে ৰুৱা নাই যে অকল মোৰ ঘৰখন শুৱনি হওক বুলিয়ে
9.76
মই অকল সেই ফুলৰ পুলিখিনি ৰুৱা নাই
2.56
তাক বিভিন্ন কামত ব্যৱহাৰ কৰা হয়
2.32
বিয়াত ফুল লাগে
2.08
যিকোনো কামতে মানে ফুল লাগে
2.88
কিছুমান কিছুমান মানে বেমাৰ আজাৰতো ফুলৰ দৰকাৰ হয়
4.56
আৰু তেনেকৈ মোৰ বাগিচাৰ পৰাও ফুল লৈ যায় দিওঁ
4.32
তেনেকেই সেইবিলাকতো দিওঁ
2
মানে মই যিমানখিনি পাৰোঁ সিমানখিনি মই মোৰ ফুলখিনি মানুহক দি মই সহায় কৰোঁ
8.88
সেনেকৈ সহায় কৰিব লাগে
1.44
আপোনালোকেও যদি পাৰে ঘৰতে বাগিচা এখন বনাওক
4
বিভিন্ন ধৰণৰ ঔষধি গছ ফুলৰ পুলি ৰুৱক ৰুই
4
মানুহৰ প্ৰয়োজন সাপেক্ষে সহায় কৰক
3.52
আৰু ঘৰতেই হওক বা সমাজত হওক মহিলাসকলে বহুত ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়
8.48
আৰু বিগত বছৰবোৰত হয় ভাৰতীয় মহিলা সমাজত মহিলাৰ ভূমিকা যথেষ্ট সলনি হৈছে
6
বিগত কেইটামান বহু বছৰ ধৰি মহিলাসকল আমাৰ ভাৰতত আগুৱাই গৈ আছে
7.92
আৰু ভাৰতত কৰ্ম ক্ষেত্ৰত আৰু শিক্ষাত বিগত কেইবছৰমান ধৰি প্ৰায় সমান সুযোগ পাই আহি আছে
8.72
আৰু শিক্ষাতো আজিকালি কিছুমান এনেকুৱা এনেকুৱা বিদ্যালয় আছে বা শিক্ষান্যষ্ঠান আছে য'ত পুৰুষতকৈ মহিলাহে বেছিকৈ দেখিবলৈ পোৱা যায়
9.44
আৰু মহিলাসকলে খুব ভাল এটা ৰিজাল্ট কৰিছে
4.96
মই মোৰ ইণ্ডিয়া পষ্ট পেমেণ্ট বেংকৰ একাউণ্টৰ পৰা কিমান টকা উলিয়াব পাৰিম
6.16
সেইটো এটা মাছৰ ভিতৰতেই নপৰিলে ৰৌ মাছো নহল কাৱৈ মাছো নহল কিন্তু কিবা এটা মাছৰ দৰে আকৃতি আঁকি থৈ এনেকৈ গুছি আহিলোঁ
7.28
আমি সকলোৱে চাহ খাই ভাল পাওঁ
2.32
মনটো ভাল লাগিবৰ কাৰণে আমি সদায় ৰাতিপুৱা উঠি চাহ খাওঁ দুপৰীয়া খাওঁ আবেলি খাওঁ
5.36
সেয়েহে আজি মই লাল চাহ কেনেকৈ বনাই খাওঁ তাৰ বিষয়ে কবলৈ ওলাইছোঁ
4.56
প্ৰথমে মই চাহকণ বনাবলৈ চাহৰ ছচটো ধুনীয়াকৈ ধুই পখালি লৈ গেছটো মোহাৰি লওঁ
6.64
তাৰ পাছতে তাত গেছটোত পানী ছচটো উঠাই পানী যেইজন আছোঁ সেইজনৰ অনুসাৰে পানী অকণ দি লওঁ
8
তাতে পানী অনুসাৰে চাহপাত দি তাৰপাছত চেনী দিওঁ
4.72
তাৰ পৰা যেতিয়া চাহখিনি উতলিব তেতিয়া তাতে মই অকণমান আদা খুন্দি দিম আৰু লগতে ইলাচি অকণ খুন্দি দিম
8.4
গাখীৰ চাহ বনাবলৈ যোৱাৰ লগে লগে প্ৰথমে আমি গৰু গাখীৰকণ উতলাই লওঁ
7.36
তাৰপাছতে ধুনীয়াকৈ ছচটো ধুই পখালি তাতে গৰু গাখীৰকণ বাকি দি গেছটো জ্বলাই উঠাই দিওঁ
9.92
আৰু সেই সেই সময়তে আমি চাহ গাখীৰকণ গৰম হবলৈ লওঁতেই ধুনীয়াকৈ তাতে চাহপাত দিওঁ
7.44
আন মানুহে যেনেকৈ চাহখিনি বনাওঁতে ঠাণ্ডা পানী দি লৈ পাই দি লয়
6
সেইদৰে মই চাহকণ নবনাওঁ
2.08
তাৰ পাছতে চাহকণ যেতিয়া উতলিব উতলাৰ পাছত মই তাতে ধুনীয়াকৈ আদা আৰু ইলাচি অকণ খুন্দি পেলাই দি দিওঁ
9.36
হেল্লো জমেট কাষ্টমাৰ কেয়াৰ হয় নে আপোনালোকৰ তাত মই খোৱা বস্তু কেইটামানৰ অৰ্ডাৰ দিছিলোঁ কিন্তু কেইটামান কথা কবলগীয়া থাকিলে
8.96
আপুনি কবচোন
1.04
মাছ ধৰিবলৈ আমি বহুতো কৌশল ব্যৱহাৰ কৰোঁ মানে মাছ ধৰাৰ আগত আমি প্ৰথমতেও চাই লওঁ বতৰটো কেনেকুৱা
8.24
বৰষুণৰ বতৰততো মাছ ধৰিব নোৱাৰি ৰদ বতৰ হলে আমি মাছ ধৰিবলৈ যাওঁ
4.88
মাছ ধৰিবলৈ অকলে নহয় দুই তিনিজন লগত যোৱা হয়
3.6
তাৰপিছত ডাঙৰ নেটৰ জাল এখনেৰে আমি ফিছাৰীটো গোটেই মেৰিয়াই লওঁ
4.72
তেনেকৈ তেনেকৈ মাছ ধৰা প্ৰচেছ প্ৰক্ৰিয়াটো আৰম্ভ কৰোঁ
3.52
এই সপ্তাহৰ বাবে ৱেক আপ কল বন্ধ কৰা
2.72
গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আহে ধণাত্মক আৰু ঋণাত্মক দুয়োটা পদ্ধতিয়ে তাত থাকে
8.88
সেইটোও এটা সমস্যা
1.28
দুশ পাঁচশ নিৰান্নব্বৈ তেত্ৰিছ পঞ্চাছ
7.28
অসম নাগালেণ্ড ত্ৰিপুৰা মিজোৰাম মেঘালয়
6.16
ইয়াৰ ব্ৰেণ্ডটো আছিল হমিজ
2.08
ইয়াৰ দাম আছিল প্ৰায় তিনিশ টকা
3.04
তেতিয়া আমি বহুত কষ্ট পাইছিলোঁ
2.56
আমি বিভিন্ন ধৰণৰ অভিজ্ঞতা আৰু জ্ঞান লাভ কৰিলোঁ
3.6
এই সমূহ কিতাপ সকলোখিনি অসমীয়াতেই লিখা আছিল
5.36
সেইটো কাৰণে পঢ়িবলৈ আমি খুব সুন্দৰভাৱে পাৰিছিলোঁ
3.76
অভিজ্ঞতা লাভ কৰিলোঁ
1.68
তাৰ পৰা আৰু আমি জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিলোঁ
3.28
মাত্ৰ আমি এই অভিজ্ঞতাৰ আভাসহে দাঙি ধৰিলোঁ
3.44
কেতিয়াও বিফল হৈ নিজকে ভাগি পৰিব নালাগে
2.8
ইয়াতে থাকি মানুহৰ সুখ নাই
1.52
ছ সদায় মূল্য মূল্য কৰি ৰাখিম
2.08
এইটো গৰুৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য
2.16
গতিকে এই কামখিনি আমি কৰি লব লাগিব
1.92
আৰু লগতে কিমান টকা খৰচা হব মোক জনাব
3.36
লখিমপুৰ যোৰহাট ডিব্ৰুগড় বিশ্বনাথ শোণিতপুৰ
4.64
আৰু ময়ো নলওঁ বিশেষকৈ
1.6
কাৰণ এইটো বৰ এটা ভাল নহয়
2.48
অলপ কুলিং মানে ঠাণ্ডা হৈ থাকিলে ভাল
2.64
পাৰিলে বেলেগ চাব আপোনালোকে এইবোৰেই
5.12
সেইটোৱেই আৰু বিশেষ কি কম ইমানেই
2.64
End of preview.

No dataset card yet

Downloads last month
34