Dataset Preview
Duplicate
The full dataset viewer is not available (click to read why). Only showing a preview of the rows.
Job has been terminated due to a temporary spike in resource usage and may be restarted later.
Error code:   JobManagerCrashedError

Need help to make the dataset viewer work? Make sure to review how to configure the dataset viewer, and open a discussion for direct support.

audio
audio
transcript
string
language
string
dataset
string
ডাঙৰ দীঘল কৰোঁ
as
ramanv-stt-filtered
মই প্ৰথম বাহিৰলৈ গৈছিলো উজবেকিস্তান উজবেক তাস্কেণ্ট টাস্কেণ্ট মালয়েছিয়া ছিংগাপুৰ বেংকক থাইলেণ্ড ফুকেট এইবিলাক জেগাত গৈছো
as
ramanv-stt-filtered
আৰু ইয়াৰপৰা বেয়াখিনি কেনেকৈ আঁতৰাই ভালখিনি শিকি লয় সেইটোৱেই আমি চাওঁ
as
ramanv-stt-filtered
শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িবলৈ কিছুমান তেনেকৈ আঁচনি দিব পাৰে যেনেকৈ বিনামূলীয়া শিক্ষা যোনবোৰ লৰা ছোৱালী থাকে তেওঁলোকৰ বাবে যোনবোৰ দুখীয়া ঘৰৰ লৰা ছোৱালী থাকে তেওঁলোকাৰ তেওঁলোকৰ শিক্ষাৰ বাবে তেওঁ চৰকাৰে বিনামূলীয়া শিক্ষা ব্যৱস্থা দিব পাৰে
as
ramanv-stt-filtered
ইয়াৰ ব্ৰেণ্ডটো আছিল হমিজ
as
ramanv-stt-filtered
এতিয়া সেইটো একো ভাল কথা হোৱা নাই
as
ramanv-stt-filtered
ওচৰৰ গাঁওবিলাকত গৈ ফুটবল খেল চাব গৈছিলোঁ
as
ramanv-stt-filtered
মোৰ প্ৰথমটো স্থান হৈছে প্ৰিয় নদীৰ পাৰ আৰু দ্বিতীয়টো হৈছে মই বহুতো ধৰণৰ নামঘৰ আৰু মন্দিৰ
as
ramanv-stt-filtered
চ আঠপিচৰ জাগাত আপোনাৰ চাৰিপিচ আহিছে
as
ramanv-stt-filtered
আৰু নদীৰ পাৰত যায় পেলাই মই নিজৰ মনটো মনটোক পাতল কৰি শীতল কৰি বহুতো নানান কথাৰ যি চিন্তা হয় আৰু বহুতো নতুন নতুন মানুহৰ সতে মিলা প্ৰীতি মিলা জুলা মোৰ সহায় হয়
as
ramanv-stt-filtered
আৰু বহাগ বিহুত বহাগ বিহুতো আমি তেনেকৈ পালন কৰোঁ
as
ramanv-stt-filtered
কিন্তু দ্বিতীয়বাৰৰ বাবে যেতিয়া এণ্ট্ৰেঞ্চ দিছিলোঁ আকৌ নিজকে সাজু কৰিছিলোঁ আৰু তাতকৈও মই দুগুণ কষ্ট কৰিছিলোঁ আৰু হাৰ মনা নাছিলোঁ
as
ramanv-stt-filtered
মই কোভিচিল্ডৰ এটা পেইড দ্বিতীয় ডজ বিচাৰিবলৈ চেষ্টা কৰি আছোঁ
as
ramanv-stt-filtered
আৰু বেলেগ কিবা কামত হওঁক আমি বিদ্যুৎ নাথাকিলে আমি পানী নাপাম আমি পোহৰ নাপাম
as
ramanv-stt-filtered
বিগত বছৰবোৰৰ ভিতৰত ভাৰতীয় মনোৰঞ্জন উদ্যোগ বহুতখিনি বিকশিত হৈছে বিশেষকৈ আমি সৰু থাকোঁতে ৰেডিঅ আছিল গাঁৱত এটা বা দুটা ৰেডিঅ আছিল আৰু সেইটো শুনিবলৈ গাঁৱৰ মানুহখিনি একত্ৰিত হৈ ৰেডিঅৰ বাতৰি শুনিছিল বা কিছু খুহুতীয়া কথা শুনিছিল
as
ramanv-stt-filtered
কিন্তু তাৰ গুটি দিলেও কি কয় তাৰ পৰা গছ হয়
as
ramanv-stt-filtered
বাৰশ আঠাইছ খ্ৰীষ্টাব্দত চাওলুং চুকাফাই পাটকাই পৰ্বতৰ পৰ্বতেদি অসমত প্ৰৱেশ কৰি অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে
as
ramanv-stt-filtered
বিশেষকৈ এনেক্ষেত্ৰত বাগিছা খোলাৰ ক্ষেত্ৰত সৰু সুৰা সৰু সুৰা সা সজুঁলিসমূহ তেওঁ আগতীয়াকৈ গোতাই লব লাগে
as
ramanv-stt-filtered
সেয়েহে মানুহে কেতিয়াও নিজৰ লক্ষ্যত উপণীত হবলৈ হলে কেতিয়াও হাৰ মানিব নালাগে নিজৰ লক্ষ্যত যুঁজ দিব লাগে যুঁজ দি দি এদিন নহয় এদিন সফল হবই
as
ramanv-stt-filtered
মাঘৰ বিহুত আমি তেনেকৈ কাপোৰ লোৱা নাযায় কিন্তু বিহুৱান বুলি ডাঙৰক এখন গামোচা দিয়াটোৱে আমাৰ অসমীয়া আমাৰ অসমীয়াৰ পৰম্পৰা
as
ramanv-stt-filtered
আৰু যিখিনি আমি দুখীয়া বা মধ্যবিত্ত ঘৰৰ পৰা অহা যিসকল ল যিসকল ল'ৰা ছোৱালী তেওঁলোকে আচলতে সেই ভাল শিক্ষাটো বা যে এই উপযুক্ত শিক্ষাটো আচলতে লাভ কৰিব পোৱা নাই
as
ramanv-stt-filtered
কানাডা জাৰ্মানী চাইনা ফ্ৰান্স আৰ্জেণ্টিনা
as
ramanv-stt-filtered
হেমন্ত নিহাৰ সমুজ্জল ভাস্কৰ দৰ্শন
as
ramanv-stt-filtered
গুৱাহাটী বিশ্ববিদ্যালয়ত নাম লগালোঁ
as
ramanv-stt-filtered
সকলো মানুহৰে এটা এটা নিজৰ জীৱনত এনেকুৱা এটা সময় আহে যি সময় বহুত কষ্টকৰ হয় আৰু মোৰ সেইটো তেনেকুৱা ধৰণৰে আছিলে বহুত কষ্টৰ আছিলে বহুত বহুত কষ্টৰ সন্মুখীনো হৈছিলোঁ
as
ramanv-stt-filtered
চৌকাত বনালে খৰচটোও কমে কাৰণ গেছৰ চিলিণ্ডাৰ ভৰাবলৈ আজিকালি বহু দাম যিটো সাধাৰণ মানুহৰ বাজেটত নপৰে
as
ramanv-stt-filtered
সেই কেইবিধৰ ভিতৰত আমি জাহাজী আমটো বেছি প্ৰাধান্য পাওঁ লোকেলটো অলপ সৰু
as
ramanv-stt-filtered
প্ৰাঞ্জল চেতিয়া দিপাংকৰ গগৈ কে কুশল চুতিয়া ফতিক চুতিয়া নিহাৰিকা চেতিয়া
as
ramanv-stt-filtered
ৰাসত কৃষ্ণ আৰু ৰাধাৰ বিষয়ে উপস্থাপন কৰা হয়
as
ramanv-stt-filtered
যেনে মাংস বনাই ভাল পাওঁ মাংস বনালে যিটো আমাৰ মানে ঘৰুৱা মুৰ্গীৰ মাংস আছে সেইটো মানে ধৰক কেনেকৈ বনাওঁ সেইবিলাক মই তেওঁলোকক শিকাই দিওঁ
as
ramanv-stt-filtered
অসম ৰাজস্থান গুজৰাট উৰিষ্যা গোৱা কেৰেলা
as
ramanv-stt-filtered
অসম মণিপুৰ অৰুণাচল প্ৰদেশ মেঘালয় ত্ৰিপুৰা
as
ramanv-stt-filtered
কিয়নো এই গ্লেমাৰখনত মই অন্য় বাইকৰ তুলনাত এশ টকাৰ তেলেৰে আশী কিলোমিটাৰ গৈ থাকিব পাৰোঁ যি অন্য় বাইকে ইমান দূৰ এশ টকা তেলেৰে গতি কৰিব নোৱাৰে
as
ramanv-stt-filtered
কাৰণ ঔটেঙাটো মোৰ নিজৰ বাৰীৰে আৰু আৰু এতিয়াতো জানেই বাৰিষা বতৰ আৰু যতে ততে মাছ পোৱা যায়
as
ramanv-stt-filtered
অধিক ৰেহাই পাবলৈ টার্ণ অর্গেনিক পিহি লোৱা বাদামৰ তেলৰ পৰিমাণ বৃদ্ধি কৰা
as
ramanv-stt-filtered
তাৰ শেষত হল জন্মৰ দিন তাৰ মানে বাৰ্থ দে এই বাৰ্থদেটোত লৰাটোৰ যাতে ভৱিষ্যতলৈ ভাল হয় সেই কাৰণে অভিভাৱকে গাঁৱৰ ভকত বৈষ্ণৱ মাতি আনি ঘৰত নাম কীৰ্তন কৰি লৰাটোৰ যাতে ভৱিষ্যতলৈ ভাল হয় সেই কাৰণে সেৱা সৎকাৰ কৰি চাউল একঠা খোৱাই
as
ramanv-stt-filtered
শুকোতি থাকে আৰু কলা কচুৰ লগত গাহৰি মাংস হওক বা চুলাই হওক উৎসৱ পাৰ্ৱনত চুলাই ব্যৱহাৰ কৰা হয় বা গাহৰি মাংস
as
ramanv-stt-filtered
আমাৰ যত বিহুৱতীবোৰে বিহু ফাংচনবোৰত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে
as
ramanv-stt-filtered
তাক যত্ন মানে লালন পালন গোটেইখিনি কৰোঁ
as
ramanv-stt-filtered
সেইখনত মই আচল তথ্য পাওঁ বুলি মোৰ ধাৰণা হয় আৰু সেইকাৰণে মই সেইখন পেপাৰে এতিয়া আজি পৰ্যন্ত পঢ়ি আছোঁ
as
ramanv-stt-filtered
সেইবিলাক আম আমাৰ ইয়াত ফলৰ মানে প্ৰাধান্য দিয়া হয়
as
ramanv-stt-filtered
হেল্ল দাদা কালি যে মই আপোনাৰ দোকানৰ পৰা হেডফোনডাল আনিছিলোঁ ইমানেই বেয়া নহয় হেডফোনডাল অঁ হেডফোনডাল লগাইছোঁ হেডফোনডাল একদম বাহিৰলৈ আৱাজটো ওলাই ওলাই যায়
as
ramanv-stt-filtered
বাৰু আপোনালোকে হেৰি কৰিব
as
ramanv-stt-filtered
আৰু প্ৰত্যেকখন ঘৰতে আজিকালি বিদ্যুৎ আছেই
as
ramanv-stt-filtered
গতিকে চিকিৎসা সেৱাৰ ক্ষেত্ৰত যিখিনি আত্য়ধুনিক অত্যাধুনিক যিখিনি মানে সা সৰঞ্জামেই হওক বা প্ৰযুক্তিগত হেৰিয়েই হওক সেইখিনি ক্ষেত্ৰত এতিয়াও বহুতখিনি পিছ পৰি আছে
as
ramanv-stt-filtered
সেইটো ভাল লাগে আৰু ভাল লাগে বাহিৰত খোজকাঢ়িবলৈ
as
ramanv-stt-filtered
পোন্ধৰ ওঠৰ বিছ বাইছ চৌবিছ
as
ramanv-stt-filtered
যিখিনি ধনী বা টকা থকা মানুহ সেই টকা থকা মানুহখিনি আচলতে ভাল শিক্ষা উপযুক্ত শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে
as
ramanv-stt-filtered
বসন্ত খুব যদিও ঠাণ্ডাটো খুব কম পৰে
as
ramanv-stt-filtered
এতিয়া আমি প্ৰথমতে আমি অসম সচিবালয়ত ইমপ্লিমেণ্ট কৰিছিলোঁ যিটো এতিয়ালৈ ফুল্লি ইমপ্লিমেণ্টেদ হৈ গল
as
ramanv-stt-filtered
ভাত খাবলৈ আমাক পিটিকা লাগে আৰু শুকোতিটো বেছি প্ৰয়োজনীয়
as
ramanv-stt-filtered
বগলী চৰাইয়ো একেই পথাৰত ভিন্ন ধৰণৰ কীট পতংগ বিচৰণ কৰি সিহঁতে নিজৰ খাদ্য বিচাৰ বিচাৰে আৰু সিহঁতক দেখিবলৈয়ো ভিন্ন ধৰণৰ জাকি জাকিকৈ উৰি অহা সিহঁতৰ দৃশ্যবিলাক চাই বহুত আমি মনোমোহিত হওঁ
as
ramanv-stt-filtered
গতিকে বিদ্যুৎ এটা অপৰিহাৰ্য অংগ আমাৰ কাৰণে আমাৰ সমাজৰ কাৰণে
as
ramanv-stt-filtered
কাৰণ সেই গৰম দিনৰ বোকা পানীবোৰ নাথাকে সেই অসহ্যকৰ গৰম নাথাকে ভা থাকে মাথো অকল
as
ramanv-stt-filtered
গতিকে এনেদৰে আমি অতীতৰ পৰা এই নৃত্য পৰিৱেশন কৰি আহিছোঁ
as
ramanv-stt-filtered
সংস্কৃতত এষাৰ কথা আছে অতিথি দেৱ ভৱ ভাৰতীয় সমাজৰ কাৰণে লগতে অসমৰ কাৰণে আমাৰ বাবে আলহী সাক্ষাৎ দামোদৰ আৰু আলহীৰ আপ্যায়ন কৰি আমি সকলোৱে ভাল পাওঁ
as
ramanv-stt-filtered
ফুটবল খেল অতি প্ৰিয় আছিল
as
ramanv-stt-filtered
সেই ফল মূলবোৰ ঠাণ্ডাদিনৰ ফল মূল বুলি কলে এতিয়া কমলালৈ মনত পৰে
as
ramanv-stt-filtered
আৰু তেনেকৈ ভূত ফিল্মখনৰ ছণ্ডাৱে গানটো ভাল লাগে ভাৰত ফিল্মখনৰ ছাচনি গানটো ভাল লাগে
as
ramanv-stt-filtered
আৰু কলৰ যিখিনি আমি কল আমি ৰুওঁ সেইখিনি আমাৰ শাৰী শাৰীকৈ ৰুৱা আছে
as
ramanv-stt-filtered
সকলো মানুহৰে কোনো নহয় কোনো বিষয়ত দক্ষতা থাকে ঠিক সেইদৰে মইয়ো মোৰো কিছু কিছু ক্ষেত্ৰত কিছু পৰিমাণে দক্ষতা আছে বুলি মই নিজকে ভাবোঁ
as
ramanv-stt-filtered
মাছ ধৰিবলৈ যাওঁতে গৈ পাই পথ মানে প্ৰথম আমি ফিছাৰীটোৰ মেটেকা চেটেকা থাকিলে বা জেং চেং থাকিলে আঁতৰাই লওঁ
as
ramanv-stt-filtered
কিছুমান ডিচি এছপি ইমান পঢ়ি যায় পঢ়ি থাকে কিন্তু সেই অশিক্ষিত ব্যক্তিবিলাকৰ তলত সিহঁতে তাৰমানে সেই চাকৰি কৰিবলগা হয় বা সিহঁতৰ কথা শুনিবলগা হয়
as
ramanv-stt-filtered
এনেও অসমীয়া মানুহ অতিথিপৰায়ণ
as
ramanv-stt-filtered
ইমান দেৰিকৈ আহিছে সময়টো বহুত হেৰি হৈ সময় বহুত ব্যৱহাৰ হৈ গল
as
ramanv-stt-filtered
তেনেকৈ আকৌ আমাৰ আমাৰ অতিকৈ মৰ অতিকৈ শ্ৰদ্ধাৰ মৰমৰ গুৰুজনাৰ তিথিত তিথি উদযাপন কৰিবলৈ এতিয়া তেওঁৰ তেওঁৰ স্মৃতিত তেওঁৰ জন্ম তিথিত শ্ৰীমন্ত শংকৰ অধিৱেশনো অনুষ্ঠিত কৰা হয়
as
ramanv-stt-filtered
আৰু কিছুমান যেনে অন্ধলোকৰ বাবে কিছুমান ব্ৰেইল লিপি সংস্কৰণ থকা কিছুমান কিতাপ যেনেকে এতিয়া হেমকোষখন আমি অসমীয়া অভিধানখন ব্ৰেইল লিপিত সংস্কৰণ কৰা হৈছে
as
ramanv-stt-filtered
আমাৰ পঢ়িবলৈ হওঁক আমাৰ ঘৰুৱা কামত হওঁক আমাৰ কিবা ইণ্ডাষ্ট্ৰি হওঁক এয়া আৰু অন্যান্য কামত আমাক দৰকাৰ হয়ে আমাৰ বিদ্যুতৰ
as
ramanv-stt-filtered
বাৰ্ষিক মেলা বুলি কব গলে অকল এটা এটা মেলাই বুলি কব নোৱাৰি
as
ramanv-stt-filtered
দুই মাৰ্চ ঊনৈছ একান্নব্বৈ চ একান্নব্বৈ চাৰি জুন ঊনৈছ তিৰান্নব্বৈ ছয় আগষ্ট ঊনৈছ পঁচান্নব্বৈ সাত জুলাই দুহেজাৰ এক আঠ এপ্ৰিল দুহেজাৰ তিনি
as
ramanv-stt-filtered
নহলেও আমি ঘৰৰ মুখৰ আগতে সেই শাক পাচলিৰ ৰাহি অংশ আমি বিক্ৰী কৰি আৰ্থিকভাৱে টনকিয়াল হব পাৰোঁ
as
ramanv-stt-filtered
যেতিয়া আমি অসমীয়া ভাষাখিনি জানিলোঁ তেতিয়া বিভিন্ন ধৰণৰ কিতাপ পঢ়িব পৰা হলোঁ
as
ramanv-stt-filtered
মই প্রাকৃতিক কেৰম বীজ সামগ্ৰীবিধ ঘূৰাই পঠিয়াব পাৰোনে
as
ramanv-stt-filtered
গৰমৰ দিনত পিন্ধি বহুত আৰামদায়ক হব আৰু ঠাণ্ডাদিনতো সেইটো পিন্ধিব পাৰি
as
ramanv-stt-filtered
আৰু আমিও যে হয় অসমীয়া ভাষাটো ভালদৰে শিকি আমি কবলৈ চেষ্টা কৰিম বুলি আশা ৰাখিছোঁ
as
ramanv-stt-filtered
যে কালা এই চাৰ্টটোৰ যিটো কোম্পানী কোম্পানীৰ ব্ৰাণ্ডিং যতে ততে চাৰ্টটোত আছে যেনিবা পকেটত আছে আৰু পিছফালেও আছে পিঠিত ব্ৰাণ্ডিংটো আৰু হাতত আছে হাতৰ যিটো যত বুটামটো মাৰে তাৰ ওচৰতো ব্ৰাণ্ডিং আছে
as
ramanv-stt-filtered
ভাল লাগিলে হয়
as
ramanv-stt-filtered
সেই আচাৰ বজাৰত বিক্ৰী কৰি আমি উপাৰ্জন কৰিব পাৰোঁ
as
ramanv-stt-filtered
আৰু ভৱিষ্যতেও ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰিছোঁ
as
ramanv-stt-filtered
তেনেকৈ আপোনাৰ তেনেকৈ আপোনাৰ চাবলৈ গলে আৰু আপোনাৰ কলাক্ষেত্ৰ কলাক্ষেত্ৰত বিভিন্ন ধৰণৰ সাংস্কৃতিক বস্তুবোৰ আছে সাংস্কৃতিক সংগ্ৰাহালয় আছে
as
ramanv-stt-filtered
তো মই লাহে লাহে ক্ৰিমটো ব্যৱহাৰ কৰা বাদ দিয়া বাদ দিবলৈ ললোঁ
as
ramanv-stt-filtered
ৰাজ্যখনত হিন্দুসকল সংখ্যাগৰিষ্ঠ আৰু ৰাজ্যখনৰ সকলো জিলাতে আধিপত্য থকা ধৰ্ম
as
ramanv-stt-filtered
আপোনাৰ কার্টৰ নাৰিছ ইউ বগা কুইনোৱাটো উপলব্ধ নহয় অনুগ্রহ কৰি পিছত অর্ডাৰ কৰিবলৈ চেষ্টা কৰক
as
ramanv-stt-filtered
আৰু গোটেই কামখিনি মইহে কৰিলোঁ
as
ramanv-stt-filtered
পেষ্টেল ৰঙটোত মানে কি কি লাগে পেষ্টেল ৰঙত তাৰে নেক্সট সেই কৰা হয়
as
ramanv-stt-filtered
গতিকে আমাক ৰিফাণ্ডটো লাগে
as
ramanv-stt-filtered
আৰু এনেই হেৰিত শীতকালত থাকেই লাইট আৰু তেনেকৈ একো সমস্যা নাহে শীতকালত বিশেষকৈ
as
ramanv-stt-filtered
আৰু এতিয়া ধৰ একদম ভাল ৰান্ধনি বুলিয়েই কব লাগিব
as
ramanv-stt-filtered
আৰু স্বাস্থ্যসেৱাৰ তেওঁলোকে বিনামূলীয়া স্বাস্থ্য প্ৰদান কৰিব পাৰে যোনবোৰ দুখীয়া ঘৰৰ মানুহ থাকে যাৰ যোনে এইবোৰ লব নোৱাৰে যোনবোৰে ব্যক্তিগত ক্ষেত্ৰত খণ্ডত স্বাস্থ্যৰ স্বাস্থ্যকেন্দ্ৰত যাব নোৱাৰে
as
ramanv-stt-filtered
মই ধৰক কৰবাত ওলাই গলোঁ
as
ramanv-stt-filtered
মই পি আৰ এ এন নম্বৰ দুই সাত ন চাৰি তিনি ছয় ন ন দুই সাত দুই সাতৰ মোৰ এ পি ৱাই একাউণ্টটোত থকা মোৰ সর্বমুঠ হোল্ডিংছ কিমান জানিব বিচাৰোঁ
as
ramanv-stt-filtered
পৰিৱেশ প্ৰদূষণৰ ফলত ভৱিষ্যত প্ৰজন্মলৈও অশনি সংকেত নামি আহিছে
as
ramanv-stt-filtered
আৰু ইয়াৰ মুখ্য প্ৰত্যাহ্বান বুলি কবলৈ হলে আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাটো গ্ৰাম্য সমাজ ব্যৱস্থা বুলিব পাৰি
as
ramanv-stt-filtered
তেতিয়া মই নিজেই কৰিব পাৰিম ৰিমভ আৰু বাকী খানাখিনি ভালকে বনাই পেলাই দিব
as
ramanv-stt-filtered
দহ বিছ ত্ৰিছ চল্লিছ পঞ্চাছ
as
ramanv-stt-filtered
মোৰ প্ৰিয় খেল ক্ৰিকেট
as
ramanv-stt-filtered
সেনেকৈ পুৰণা গান বুলি কলে পুৰণা ফিল্মৰ আমাৰ চবৰে হয়তো এইখন প্ৰিয় হব সেইখন হল এয়া কি বুলি কি নাম আছিল
as
ramanv-stt-filtered
বা ব্ৰাণ্ডিংটো ভিতৰত দিব পাৰিলে আৰু ভাল
as
ramanv-stt-filtered
যিহেতু মুদ্ৰাৰ মূল্য কম বেছি হৈ থাকে সেয়েহে আপুনি সর্বোত্তম সম্ভৱপৰ বিনিময়ৰ হাৰ পোৱাটো নিশ্চিত কৰিব বিচাৰিব
as
ramanv-stt-filtered
এই মই দগাঁৱত কৈছোঁ তো দগাঁৱৰ পৰা আপোনালোকে হেৰি কৰিবচোন
as
ramanv-stt-filtered
End of preview.

No dataset card yet

Downloads last month
371