Dataset Preview
The full dataset viewer is not available (click to read why). Only showing a preview of the rows.
The dataset generation failed
Error code: DatasetGenerationError
Exception: ChunkedEncodingError
Message: ('Connection broken: IncompleteRead(12303560 bytes read, 14909265 more expected)', IncompleteRead(12303560 bytes read, 14909265 more expected))
Traceback: Traceback (most recent call last):
File "/usr/local/lib/python3.12/site-packages/urllib3/response.py", line 779, in _error_catcher
yield
File "/usr/local/lib/python3.12/site-packages/urllib3/response.py", line 925, in _raw_read
raise IncompleteRead(self._fp_bytes_read, self.length_remaining)
urllib3.exceptions.IncompleteRead: IncompleteRead(12303560 bytes read, 14909265 more expected)
The above exception was the direct cause of the following exception:
Traceback (most recent call last):
File "/usr/local/lib/python3.12/site-packages/requests/models.py", line 820, in generate
yield from self.raw.stream(chunk_size, decode_content=True)
File "/usr/local/lib/python3.12/site-packages/urllib3/response.py", line 1091, in stream
data = self.read(amt=amt, decode_content=decode_content)
^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/urllib3/response.py", line 1008, in read
data = self._raw_read(amt)
^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/urllib3/response.py", line 903, in _raw_read
with self._error_catcher():
^^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/contextlib.py", line 158, in __exit__
self.gen.throw(value)
File "/usr/local/lib/python3.12/site-packages/urllib3/response.py", line 803, in _error_catcher
raise ProtocolError(arg, e) from e
urllib3.exceptions.ProtocolError: ('Connection broken: IncompleteRead(12303560 bytes read, 14909265 more expected)', IncompleteRead(12303560 bytes read, 14909265 more expected))
During handling of the above exception, another exception occurred:
Traceback (most recent call last):
File "/usr/local/lib/python3.12/site-packages/datasets/builder.py", line 1869, in _prepare_split_single
for key, table in generator:
^^^^^^^^^
File "/src/services/worker/src/worker/job_runners/config/parquet_and_info.py", line 609, in wrapped
for item in generator(*args, **kwargs):
^^^^^^^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/datasets/packaged_modules/text/text.py", line 81, in _generate_tables
batch = f.read(self.config.chunksize)
^^^^^^^^^^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/datasets/utils/file_utils.py", line 844, in read_with_retries
out = read(*args, **kwargs)
^^^^^^^^^^^^^^^^^^^^^
File "/src/services/worker/src/worker/job_runners/config/parquet_and_info.py", line 728, in track_read
out = f_read(*args, **kwargs)
^^^^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/huggingface_hub/hf_file_system.py", line 1015, in read
return super().read(length)
^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/fsspec/spec.py", line 1846, in read
out = self.cache._fetch(self.loc, self.loc + length)
^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/fsspec/caching.py", line 189, in _fetch
self.cache = self.fetcher(start, end) # new block replaces old
^^^^^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/huggingface_hub/hf_file_system.py", line 969, in _fetch_range
r = http_backoff(
^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/huggingface_hub/utils/_http.py", line 310, in http_backoff
response = session.request(method=method, url=url, **kwargs)
^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/requests/sessions.py", line 589, in request
resp = self.send(prep, **send_kwargs)
^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/requests/sessions.py", line 724, in send
history = [resp for resp in gen]
^^^
File "/usr/local/lib/python3.12/site-packages/requests/sessions.py", line 265, in resolve_redirects
resp = self.send(
^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/requests/sessions.py", line 746, in send
r.content
File "/usr/local/lib/python3.12/site-packages/requests/models.py", line 902, in content
self._content = b"".join(self.iter_content(CONTENT_CHUNK_SIZE)) or b""
^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/requests/models.py", line 822, in generate
raise ChunkedEncodingError(e)
requests.exceptions.ChunkedEncodingError: ('Connection broken: IncompleteRead(12303560 bytes read, 14909265 more expected)', IncompleteRead(12303560 bytes read, 14909265 more expected))
The above exception was the direct cause of the following exception:
Traceback (most recent call last):
File "/src/services/worker/src/worker/job_runners/config/parquet_and_info.py", line 1342, in compute_config_parquet_and_info_response
parquet_operations, partial, estimated_dataset_info = stream_convert_to_parquet(
^^^^^^^^^^^^^^^^^^^^^^^^^^
File "/src/services/worker/src/worker/job_runners/config/parquet_and_info.py", line 907, in stream_convert_to_parquet
builder._prepare_split(split_generator=splits_generators[split], file_format="parquet")
File "/usr/local/lib/python3.12/site-packages/datasets/builder.py", line 1736, in _prepare_split
for job_id, done, content in self._prepare_split_single(
^^^^^^^^^^^^^^^^^^^^^^^^^^^
File "/usr/local/lib/python3.12/site-packages/datasets/builder.py", line 1919, in _prepare_split_single
raise DatasetGenerationError("An error occurred while generating the dataset") from e
datasets.exceptions.DatasetGenerationError: An error occurred while generating the datasetNeed help to make the dataset viewer work? Make sure to review how to configure the dataset viewer, and open a discussion for direct support.
text string |
|---|
ঘটনাৰ বিৱৰণি মতে বোকাকাতৰ কৈলাখাতত নিয়মিতভাৱে বহা জুৱাৰ আড্ডাত শুকুৰবাৰে অৰ্থাৎ ১৯ এপ্ৰিলৰ নিশা প্ৰাক্তন সেনা জোৱানজনে গুলী ফুটাই সন্ত্ৰাসৰ সৃষ্টি কৰে। বোকাখাতৰ কৈলাখাতত নিয়মিতভাৱে বহা এই জুৱাৰ থলীত জুৱাৰীৰ পৰা ধন লুটাৰ স্বাৰ্থতে ধৃত প্ৰাক্তন সেনা জোৱান মোহন কছাৰীয়ে গুলী ফুটাই সন্ত্ৰাস সৃষ্টি কৰে। |
ৰাণু মণ্ডলৰ সুৱদী কন্ঠত মুগ্ধ হৈ ভাইজান ছলমানে এই উপহাৰ দিয়া বুলি চৰ্চা হৈছে। বহুতে ইয়াকো কৈছে যে, ছলমানৰ আহিবলগীয়া ছবিৰ বাবে চুক্তি কৰাইছে ৰাণু মণ্ডলক। কিন্তু আঁচল কথাতো হল ছচিয়েল মিডিয়াত প্ৰচাৰিত এই সকলো খবৰ মিছা। শেহতীয়াকৈ টাইমছ অফ ইণ্ডিয়াই সদৰি কৰিছে এই তথ্য। |
ইফালে আজিৰ মেচখন সম্পৰ্কে নৰ্থ-ইষ্টৰ প্ৰশিক্ষক ছেট্টৰীয়ে প্ৰৱল আত্মবিশ্বাসেৰে কয়, ‘প্ৰথম মেচখনত দুজনকৈ খেলুৱৈৰ আঘাত সত্ত্বেও আমি মেচ জিকিছো। আমি ফাইনেল খেলাৰ লক্ষ্যৰেই আহিছো। গতিকে মেচ জিকিহে উভতিম’। |
মোহন ভাৱৰীয়াই তেওঁৰ প্ৰাথমিক শিক্ষা কৈহাটীৰ ২২২নং নিম্ন বুনিয়াদী বিদ্যালয়ত আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলিছিল। অৱশ্যে পিতৃৰ বিয়োগৰ পিছত তাৰ অন্ত পৰে। |
>> 02015/02016 মুম্বাই-পুনে-মুম্বাই বিশেষ ৰে’ল ২৭ এপ্ৰিলৰ পৰা ১০মে’, ২০২১লৈ বাতিল কৰা হৈছে। |
উল্লেখ্য পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰে অসম তথা দেশৰ গুৰুত্বপূৰ্ণ বিভাগ সমূহ ব্যক্তিগত খণ্ডলৈ নিয়াৰ প্ৰচেষ্টা চলাইছে৷ অসমৰ তেল শোধানাগাৰো ব্যক্তিগত কোম্পানীসমূহৰ হাতত বিক্ৰী কৰিব বিচৰাৰ সময়তে পুনৰ ৰে’ল সেৱা ব্যক্তিগত খণ্ডলৈ নিব বিচৰা কাৰ্যই ৰে’ল বিভাগৰ কৰ্মচাৰী সকললৈ বিপদ কঢ়িয়াই আনিছে৷ |
মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ |
দোকানীসকলৰ মতে বহুতো পুৰণি দোকান পৰ্যন্ত উচ্ছেদ কৰি নিবনুৱা হ’বলৈ বাধ্য কৰিছে প্ৰশাসনে, গতিকে তেওঁলোকে উগ্ৰপন্থী আৰু নক্সাল হ’ব। নক্সাল হ’বৰ বাবে শপতগ্ৰহণৰ ভিডিঅ’ ভাইৰেল হৈ পৰে নিমিষতে। |
শিৱসাগৰৰ মাহমৰা সমষ্টিৰ বিধায়ক আছিল গগৈ। |
মাৰ খং-মিশ্ৰিত প্ৰশ্নবোধক চাৱনিৰে মোলৈ চাই থকা দেখিহে নিজৰ হাতখনলৈ চালো। চাই উচাপ খাই উঠিলো। ই কি!!! |
বুধবাৰে এনেদৰে কাৰাবন্দীকেইজনৰ আত্মীয়সকলক ধৰি নিয়া বুলি কোৱা হৈছে। তেওঁলোকৰ নাম পৰিচয় আদি অৱশ্যে সদৰী কৰা হোৱা নাই। |
তা আখৰৰ ছোৱালীৰ নাম: |
আনহাতে, অষ্ট্ৰেলিয়া ভ্ৰমণত চমক সৃষ্টি কৰা আৰু ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত দেখুওৱা প্ৰদৰ্শনৰ পাছত টী-২০দললৈ উভতিছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্টো। |
কোন নেতাই কাৰ কি কি টোপ গিলে সেয়া বহু সময়ত আন্ধাৰতে ৰৈ যায় । বুজি পোৱা জনে বুজিব পাৰে হতাশাত পৰি উছুপি উঠা নেতাৰ মৰ্ম বেদনা । মন্ত্ৰী বিধায়ক হোৱাৰ সপোন কাৰনো নাথাকে । ৰাজনীতি কোনে কিহৰ বাবে কৰে সেয়া এতিয়া দিনৰ পোহৰৰ দৰেই পৰিস্ফুট । |
ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত দেশৰ ৫ ৰাজ্যৰ উপ-নিৰ্বাচনত বিজেপি দলে কিমান খৰচ কৰিলে? দেশৰ আটাইতকৈ ধনাধ্য ৰাজনৈতিক দল হোৱাৰ উপৰিও কেন্দ্ৰত শাসন কৰি থকা বিজেপিয়ে এই উপ-নিৰ্বাচনত স্বাভাৱিকতে আন দলতকৈ অধিক ধন খৰচ কৰাৰ সম্ভাৱনাই অধিক আছিল। কোৱা হয় ধনৰ বলৰেই বিজেপিয়ে চকুত লগাকৈ প্ৰচাৰ চলাই আৰু প্ৰচাৰৰ বলতেই সাধাৰণ ৰাইজৰ দৃষ্টি ... |
কিন্তু মাৰপিট কৰা সময়ৰ দৃশ্য সম্বলিত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত বিধায়কজনৰ স্থিতিক লৈ চৰ্চা হৈছে। ভিডিঅ’টোৰ দৃশ্যই ইয়াক ম’ৰেল পুলিচিঙৰ ঘটনা বুলি ভাবিবলৈ মানুহক বাধ্য কৰাইছে। আনহাতে যুৱকজনক আগুৰি লৈ মাৰপিট কৰি থকা উত্তেজিত জুমটোৰ মাজত ব্যক্তিগত সুৰক্ষাকৰ্মীৰ সহিতে বিধায়কজনকো দেখা গৈছে। |
গেংটকৰ সমীপৰ ৰেন’ক-পাকয়ং পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে ক্ষতিগ্ৰস্থ হোৱা গাঁওবাসীয়ে বুধবাৰে উপযুক্ত ক্ষতিপূৰণৰ দাবীত এটা প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ- প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গান দি ২০১৩ৰ ভূমি অধিগ্ৰহণ আইন অনুসৰি ক্ষতিপূৰণৰ দাবী জনায়। আনহাতে প্ৰতিবাদকাৰীসকলে এই পথ সম্প্ৰসা... |
ডিজিটেল সংবাদ মঙলদৈঃ কোভিড পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ ৯০ উদ্ধৰ শয্যাগত মাতৃ মনোমতী দেৱীৰ খবৰ ল’বলৈ দেওৰমনৈ বড়িগাওঁত উপস্থিত হয় অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱী। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ ৯০ বছৰৰ উৰ্ধৰ মাতৃ কিছু দিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্য... |
অখিল গগৈয়ে মাজে সময়ে দুই এক ভুলো কৰিছে। মানুহে তেখেতকো সমালোচনা কৰিছে। মাজতে অখিল গগৈক সমালোচনা কৰাটো ট্ৰেণ্ডৰ দৰে হৈছিল। তেনে এটা দিনতে 'প্ৰাগ য়ুথ কনক্লেভ'ত কিছু সতীৰ্থৰ লগত যাওঁতে ,অখিল গগৈক এবাৰ লগ পাইছিলো, মানে এবাৰেই লগ পাইছো। প্ৰথম লগ পাইয়ে মই কৈছিলো, "স্কুলত পঢ়ি থাকোতে আপোনাৰ নামটো প্ৰথম শুনিছিলো। তেতিয়া সকলোৱে... |
চাইবাৰজনিত অপৰাধ কেনেদৰে ৰোধ কৰিব পাৰি বা কেনেদৰে সজাগ হ’ব পাৰি এই বিষয়ে শিবিৰত আলোচনা কৰা হয়। এই সজাগতা শিবিৰত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বাণিজ্য বিভাগৰ অধ্যাপক, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ প্ৰকল্প বিষয়া, সভাপতিৰ লগতে সম্পাদক উপস্থিত থাকে। |
সিংহাসন প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুসৰি ৰবিবাৰে প্ৰাতঃ প্ৰসংগ,ঊষা কীৰ্ত্তন, পতাকা উত্তোলন,বন্তি প্ৰজ্বলনৰ অন্তত ধৰ্মীয় ৰীতি-নীতিৰে নামঘৰৰ মণিকূটত সিংহাসন প্ৰতিষ্ঠা কৰা হ'ব । ইয়াৰ পাছতে মূৰ্তি উন্মোচন,শৰাই উৰ্চগা, নাম-খোল প্ৰসংগ আৰু দাতাসকলক সম্বৰ্ধনা জনোৱা হ'ব । নিশা বিশিষ্ট সমাজকৰ্মী তথা পৰিচালক নাৰায়ণ হাজৰিকাৰ পৰিচালনাত... |
পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটকে ধৰি বিভিন্ন স্থানত দুগ্ধপাম পৰিচালনাৰ ক্ষেত্রত স্থলপথেৰে দীঘলীয়া যাত্রা কৰিবলগীয়া হয় কৃষক ভইৰে৷ এই দীঘলীয়া যাত্রা হ্রাস কৰাৰ বাবে এজন বন্ধুৰ পৰামর্শ মতে ভইৰে ৩০ কোটি টকা ব্যয় সাপেক্ষে হেলিকপ্ঢাৰখন ক্রয় কৰে৷ স্থানীয় সাংবাদিকৰ আগত ভইৰে বন্ধুজনৰ পৰামর্শ মতে ব্যৱসায়ৰ খাটিৰত ভ্রমণ সহজ... |
আনহাতে স্বাধীনতাৰ সময়ছোৱাত পূব পাকিস্তানৰ সৈতে অসমক চামিল কৰিবলৈ মুছলিম লীগে কৰা ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈও আহ্বান জনাইছিল দলবীৰ সিং লোহাৰে। |
২২. ফাঁচীবজাৰত ফাকুৱা উৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সহস্ৰাধিক লোকৰ উপস্থিতিত উৎসৱ স্থলীৰ পৰা ৰাজ্যবাসীলৈ ফাকুৱাৰ শুভকামনা মুখ্যমন্ত্ৰীৰ। |
মুন অসম নামত থকা ফেচবুক একাউণ্টটোৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম বিৰোধী আখ্যা দি পিছ পিছকৈ কাটিম বুলি লম্ফ-জম্ফ কৰা এই ছাত্ৰজনৰ প্ৰকৃত নাম মনোৰঞ্জন বৰুৱা। |
গুৱাহাটী ঃ ষ্টাফৰিপ’র্টাৰ, ২০ ছেপ্টেম্বৰ ঃ অনাগত ৰাজ্য সভাৰ উপ-নির্বাচনত প্রার্থী নিদিয়ে কংগ্রেছে৷ আজি এই কথা স্পষ্ট কৰি দিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ গুৱাহাটীত সাংবাদিকৰ আগত বৰাই কয় যে যিহেতু ৰাজ্য সভাৰ এখন আসনৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ’ব, সেয়েহে বিৰোধী দল হিচাপে কংগ্রেছে প্রার্থী থিয় নকৰোৱাৰ সিদ্ধান্ত ... |
পৰিস্থিতিয়ে এনে পৰ্যায় পাইছে যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নামতো ফেক টুইটাৰ একাউণ্ট খুলিবলৈ ভয় নকৰা হৈছে একাংশ কূট বুদ্ধিৰ লোকে। তেনে লোকসকলে পাহৰি পেলাই যে ইণ্টাৰনেটৰ পৃথিৱীত ছ’চিয়েল মিডিয়াত একাউণ্ট খুলি কু-কৰ্মত লিপ্ত হোৱাতো যিমান সহজ, তেনে কাম কৰি ধৰা পৰাটোও অতি সহজ। কিয়নো ইণ্টাৰনেট শব্দৰ অৰ্থই হৈছে এখ... |
হাজৰিকাই কয় যে, প্ৰধানমন্ত্ৰীৰ জন্মদিন আৰু ভেকচিন দুটা বেলেগ বিষয় । ভেকচিন প্ৰদান প্ৰক্ৰিয়া অসম চলিয়েই আছে । অৱশ্যে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে ভেকচিন প্ৰদানৰ ক্ষেত্ৰত বিজেপি নেতা কৰ্মীয়ে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক সহায় কৰিছে । |
: প্ৰথম কথা, ভগবানে মোক মাতি আনিলে৷ দ্বিতীয়তে, তাহানিতেও বেবলিনা মোৰ বন্ধু ৰঞ্জনৰে গাৰ্লফ্ৰেণ্ড আছিলে আৰু আজিও তেওঁৰেই পত্নী। চকুৰে দেখাও সকলো কথা সচাঁ নহয়, আভৰণ দেখি অন্তৰ বুজিব নোৱাৰি। |
আজি আবেলি তেজপুৰৰ আদালতত হাজিৰ কৰোৱাৰ অভিযুক্ত বিপিন বৈশ্যক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে। |
কৃষকৰ পৰা অতি কম দামত মধ্যভোগীয়ে পাচলি ক্ৰয় কৰি অসমৰ বিভিন্ন ঠাইৰ লগতে মেঘালয়, অৰুণাচল, মিজুৰাম আদি ঠাইত কেইবাগুণ বেছি দামত বিক্ৰী কৰি লাভৱান হোৱাৰ বিপৰীতে বছৰটোত কোৱল এটা ফচলৰ জৰিয়তে উপাৰ্জন কৰি ঘৰ চলোৱা কৃষকসকল জৰুলা হৈ পৰিছে। কৃষক সকল উচিত মূল্য পোৱাৰ বাবে বিগত চৰকাৰে বিভিন্ন ঠাইৰ লগতে খাৰুপেটীয়াতো "আমাৰ দোকান" নাম... |
১১. মিজোৰামত দেওবাৰে সন্ধিয়া ৫.২৬বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ইয়াৰ প্ৰাৱল্য আছিল ৪.৬। |
ধুমুহাত বিধ্বস্ত লাহৰীঘাটৰ হিন্দু-মুছলমানৰ ঐক্যৰ নিদৰ্শন শিৱ মন্দিৰ |
আনহাতে আছু নেতৃত্বই মমতা বেনাৰ্জীয়ে অসমৰ এনআৰচিৰ সন্দৰ্ভত মন্তব্য কৰা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া দায়িত্বহীন মন্তব্য বুলি কৈ উচ্চ ন্যায়ালায়ক অমান্য কৰিছে বুলি কৈ বিহিত ব্যৱস্থা লোৱাৰ দাবী জনায় আছুৱে৷ স্মৰ্তব্য যে, যোৱা ৩ জানুৱাৰীত অসমৰ এনআৰচি বিষয়ত মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ বিৰভূমৰ আহমেদপুৰত এখন ৰাজহুৱা সভাত ১... |
শেহতীয়াকৈ তপন গগৈকে আদি কৰি বহু কেইজন আছুৰ শীৰ্ষ নেতাই আছু ত্যাগ কৰি অগপত যোগদানৰ পৰিৱৰ্তে যোগদান কৰিছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত ৷ বৃহস্পতিবাৰে অসম ছাত্ৰ পৰিষদ গঠনৰ সময়ত এই কথা সদৰি কৰিলে দলটোৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে ৷ ভাষণত ফণী ভূষণ চৌধুৰীয়ে কয় যে, ‘আছুৰ পৰা শেহতীয়াকৈ আমাক আশাহত কৰি বহু ছ... |
: বাৰু যোৱা৷ জনাম তোমাক৷ |
নাহৰফুটুকীৰ আক্ৰমণৰ পৰা কেইবাজনো লোকক ৰক্ষা কৰা আনোৱাৰ আলীক যোৱা দেওবাৰে আৰক্ষীয়ে ৩০০০ টকাৰে পুৰস্কৃত কৰিছিল। |
‘‘ভগৱান শ্ৰী কৃষ্ণৰ বাঁহীৰ সুৰত বজোৱা বাঁহীৰ মাত শুনিলে গাই গৰুৱে বেছিকৈ গাখীৰ দিয়ে’’এই মন্তব্য অসমৰ বিজেপিৰ বিধায়ক দিলীপ কুমাৰ... |
প্ৰাচীনতম গাণিতিক প্ৰতিলিপিৰ মাজৰ এটি হ'ল ইয়েল বেবিলনিয় সংকলন, য'ত ২ৰ বৰ্গমূলৰ সঠিক সাংখ্যিক আসন্ন মান দিয়া আছে, যি একক বৰ্গখেত্ৰৰ কৰ্ণৰ দৈঘ্য, ত্ৰিভুজৰ বাহুৰ দৈঘ্য পৰিমাপ কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, ইয়াৰোপৰি জ্যোতিৰ্বিদ্যা, গৃহ নিৰ্মাণৰ কামত বা অন্যান্য নিৰ্মাণবিদ্যাত ইয়াৰ ব্যৱহাৰ হয়। |
ঘোঁৰাত দেৱীৰ আগমনক লৈ চিন্তীত পুৰোহীত বিন্দ |
এতিয়া বাহনৰ নথি পত্ৰ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট(আৰ চি), ড্ৰাইভিং লাইচেন্স (ডি এল), প্ৰদূষণৰ প্ৰমান পত্ৰকে ধৰি সকলো নথি মোবাইল নম্বৰৰ সৈতে সংযোগ কৰাটো জৰুৰী হ’ব। |
এইবেলি ২৮ সংখ্যক বর্ষত ভৰি দিয়া মাণ্ডলিক লাংফেৰ হাৱাৰ কাৰবি যুৱ মহোৎসৱ, ৱলংকম আজি’ত ছিঙ্গাপুৰ আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেল, অষ্ট্ৰেলিয়া আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেল , বুচান আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেল (দক্ষিণ কোৰিয়া) আদিত আমন্রিত হৈ কাৰবি কথাছবি প্রদর্শন কৰি অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই অনা বিশিষ্ট পৰিচালক খঞ্জন কিশোৰ নাথ... |
ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে লগে লগে এই কথা সেনাক অৱগত কৰাত জাঠ ৰেজিমেণ্টৰ এটা দল ঘটনাস্থলীলৈ ততাতৈয়াকৈ ৰাওনা হয়। চুবেদাৰ ৰাম আৰু হাবিলদাৰ অশোক ভাস্কৰৰ নেতৃত্বত ঘটনাস্থীলত উপস্থিত হোৱা দলটোৱে কিঞ্চিতো সময় নষ্ট নকৰি নৈত জঁপিয়াই উটি যাবলৈ ধৰা মহিলাগৰাকীক তত্পৰাতাৰে উদ্ধাৰ কৰে। এনেধৰণে সেনাই কিছুদিন পূৰ্বে গোৱালপাৰাৰ ধূপধৰাত বহ... |
হোষ্টেলৰ প্ৰতিটো দিশ মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰিছে। |
পৰৱৰ্তী সময়ত সমীপতে থকা আন এটা পৰিয়ালৰ ঘৰত ডকাইতৰ দলটোৱে প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰে ঘৰখনৰে এজন বৃদ্ধক। লগতে ঘৰখনৰ এগৰাকী যুৱতীক চুলিত ধৰি টানি বহু দূৰ চোচৰাই নিয়াৰ লগতে যুৱতীগৰাকীক চলালে নিৰ্যাতন। ঘৰখনৰপৰা এহাল গৰু বিক্ৰী কৰি পোৱা ধনৰ লগতে আহত বৃদ্ধজনে পোৱা পেঞ্চনৰ টকাসহ প্ৰায় এক লক্ষাধিক টকাৰ লগতে বহু... |
দেওবাৰে উন্মোচন হোৱা আন এখন গ্ৰন্থ হৈছে প্ৰীতিৰেখা বৰাৰ- তেজেৰে ধূসৰিত কাশ্মীৰ। ভূস্বৰ্গ কাশ্মীৰত কিছু পৃথক ভাৱে উপস্থাপনৰ লগতে কেইবাটাও দিশ সামৰি এই গ্ৰন্থখন লিখি উলিওৱা বুলি লেখিকাই জানিবলৈ দিয়ে। প্ৰীতিৰেখা বৰাৰ প্ৰথম গ্ৰন্থখনি উন্মোচন কৰে শিক্ষাবিদ, লেখক ড০ জগদীশ পাটগিৰিয়ে। গাভীৰ্যপূৰ্ণ এই অনুষ্ঠানত উপস্থিত থাকে ৰেখ... |
বৰ্তমান সময়লৈকে গুৱাহাটীত প্ৰায় ৫ হাজাৰ নমুনা সংগ্ৰহ কৰা হৈছে ১২টা চেণ্টাৰত।ফলাফল ওলাইছে প্ৰায় ৩হাজাৰৰ। |
নমতা বিয়া খাবলৈ গৈ হোৱা লটিঘটি-অগ্নিভ দত্ত |
বিশ্বনাথ চাৰিআলিৰ আছু কাৰ্যালয়ৰ পৰা শ্বহীদৰ পৰিয়ালৰ সদস্যই হাতে হাতে বঁটা সমূহ লৈ বিশ্বনাথৰ নগৰৰ মাজেৰে সমদল কৰি আহি উপস্হিত হয়হি উপায়ুক্তৰ কাৰ্যালত । ইয়াৰ পিছতে উপায়ুক্তৰ সভাকক্ষত শ্বহীদৰ পৰিয়াল সকলে সৰ্বানন্দ চৰকাৰে প্ৰদান কৰা সন্মান সমূহ পুনৰ চৰকাৰক উভতাই দি তেওলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ জনায়। এগৰাকী শ্... |
ডিজিটেল সংবাদ, বকোঃ শুকুৰবাৰে নিশা বৰষুণৰ লগতে হোৱা প্ৰচণ্ড ধুমুহা-বতাহে কামৰূপ জিলাৰ বকোত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় । ঘটনাৰ বিৱৰণী অনুসৰি বকো থানাৰ অন্তৰ্গত বন্দাপাৰাত নিশা প্ৰায় ১২বজাত বৰষুণৰ লগতে হোৱা প্ৰচণ্ড ধুমুহা-বতাহে দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান , পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি বি... |
End of preview.
IndicCorp v2 Dataset
Towards Leaving No Indic Language Behind: Building Monolingual Corpora, Benchmark and Models for Indic Languages
This repository contains the pretraining data for the paper published at ACL 2023.
Example Usage
from datasets import load_dataset
# Load the Telugu subset of the dataset
dataset = load_dataset("ai4bharat/IndicCorpV2", "indiccorp_v2", data_dir="data/tel_Telu")
License
All the datasets created as part of this work will be released under a CC-0 license and all models & code will be release under an MIT license
Citation
@inproceedings{doddapaneni-etal-2023-towards,
title = "Towards Leaving No {I}ndic Language Behind: Building Monolingual Corpora, Benchmark and Models for {I}ndic Languages",
author = "Doddapaneni, Sumanth and
Aralikatte, Rahul and
Ramesh, Gowtham and
Goyal, Shreya and
Khapra, Mitesh M. and
Kunchukuttan, Anoop and
Kumar, Pratyush",
editor = "Rogers, Anna and
Boyd-Graber, Jordan and
Okazaki, Naoaki",
booktitle = "Proceedings of the 61st Annual Meeting of the Association for Computational Linguistics (Volume 1: Long Papers)",
month = jul,
year = "2023",
address = "Toronto, Canada",
publisher = "Association for Computational Linguistics",
url = "https://aclanthology.org/2023.acl-long.693",
doi = "10.18653/v1/2023.acl-long.693",
pages = "12402--12426",
abstract = "Building Natural Language Understanding (NLU) capabilities for Indic languages, which have a collective speaker base of more than one billion speakers is absolutely crucial. In this work, we aim to improve the NLU capabilities of Indic languages by making contributions along 3 important axes (i) monolingual corpora (ii) NLU testsets (iii) multilingual LLMs focusing on Indic languages. Specifically, we curate the largest monolingual corpora, IndicCorp, with 20.9B tokens covering 24 languages from 4 language families - a 2.3x increase over prior work, while supporting 12 additional languages. Next, we create a human-supervised benchmark, IndicXTREME, consisting of nine diverse NLU tasks covering 20 languages. Across languages and tasks, IndicXTREME contains a total of 105 evaluation sets, of which 52 are new contributions to the literature. To the best of our knowledge, this is the first effort towards creating a standard benchmark for Indic languages that aims to test the multilingual zero-shot capabilities of pretrained language models. Finally, we train IndicBERT v2, a state-of-the-art model supporting all the languages. Averaged across languages and tasks, the model achieves an absolute improvement of 2 points over a strong baseline. The data and models are available at \url{https://github.com/AI4Bharat/IndicBERT}.",
}
- Downloads last month
- 6