text
stringlengths
10
210k
NE INDIA: হোজাই জিলাৰ লংকাৰ কাকীত বুধবাৰে নিশা স্থানীয় ৰাইজে এটা উট সহ দুজন ব্যক্তিক আটক কৰি গতাই দিয়ে কাকী আৰক্ষীক | আৰক্ষীয়ে আটকাধীন ব্যক্তি দুজনৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে।
ইয়াৰে প্ৰায় ১৫জন যাত্ৰী আহত হৈছে।
প্রতিটো স্তৰত ৬টা কৈ সৰু ফুল ফুলে ।
উল্লেখ্য যে অহাবছৰ এই কেন্দ্ৰটোৰ উদ্যোগতে গুৱাহাটীত ৰাষ্ট্ৰীয় জুনিয়ৰ ইকুৱেষ্ট্ৰিয়ান প্ৰতিযোগিতৰো আয়োজনৰ পৰিকল্পনা হাতত লোৱা হৈছে।
Home > কহঁৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু
সাংবাদিকে বুঢ়া পাগল হোৱা বুলি আঁতৰি গ’ল।
কাৰণ যিকোনো এটা জনগোষ্ঠীয়ে তেওঁলোকৰ জনসংখ্যাৰ ভিত্তিত ভাষা ব্যৱহাৰৰ দাবী কৰিব পাৰে৷ এই দিশত আমি কেৱল ব্রহ্মপুত্র উপত্যকাৰ কথা ভাবিলেই নহ’ব৷ ভাবিব লাগিব বৰাক উপত্যকাৰ কথাও৷ সংখ্যাগত দিশৰ কথা আহিলেই সেই লোকসকলে বৰাক উপত্যকাকো সামৰি ল’ব৷ যদিহে তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে অসমত বাংলাভাষীৰ সংখ্যা কিমান হ’বগৈ?
‘কিন্তু তাৰ পিছতো এয়া কোনেও লক্ষ্য কৰা নাই!
দেশত ভাল শিক্ষকৰ সাংঘাতিক অভাৱ হৈছে৷ সাম্প্রতিক সময়ত নতুন শিক্ষানীতিৰ সমান্তৰালভাৱে ভাল শিক্ষক গঢ়াটোও গুৰুত্বপূর্ণ হৈ পৰিছে৷– এই মন্তব্য ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ অলক কুমাৰ বুঢ়াগোহাঁইৰ৷
আজুৰ নগাঁও জিলা সমিতিৰ সম্পাদক নিলোৎপল বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাক আজুৰ তৰফৰ পৰা আদৰণি জনোৱা হয়।
মহাবিদ্যালয় এখনৰ আন্তঃগাঁঠনি,
কিন্তু শেহতীয়াকৈ ইউজাৰ্চৰ ক্ষেত্ৰত সকলো দেশকে চেৰ পেলালে ভাৰতে৷
২২ ডিচেম্বৰলৈ বন্ধ থাকিব গুৱাহাটী মহানগৰীৰৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান।
দিবাকৰ বেনাৰ্জীৰ ‘ছাংঘাই'(Shanghai) নামৰ হিন্দী চলচ্চিত্ৰত পুলিচ অফিচাৰৰ ভুমিকাত (২০১৩) কেনীয়ে অভিনয় কৰিছিল।
নাগৰিকত্ব সংশোধনী আইন-বিৰোধী আন্দোলন মষিমূৰ কৰাৰ স্বার্থৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে কঠোৰ পদক্ষেপ হাতত লৈছে৷ প্রতিখন জিলালৈ ৰাজ্যৰ গৃহ বিভাগে কা-বিৰোধী আন্দোলনকাৰীক চিনাক্ত কৰি বছা বছা নেতাক গ্রেপ্তাৰ কৰিবলৈ নির্দেশনা দিছে৷ যোৱা ১৯ জানুৱাৰীত ডিব্রুগড় জিলাত আৰক্ষী প্রশাসনৰ এনে এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হোৱাৰ পাছতেই আজি পুৱা ডিব্রুগড় আৰক্ষীয়ে টিংখাঙৰ নাচনীৰ পৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ ডিব্রুগড় জিলাৰ সাধাৰণ সম্পাদক শশী শেনছোৱাক গ্রেপ্তাৰ কৰে৷
১৩ টা ৱেবচাইটত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল
পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা সৰ্বানন্দ সোণোৱাল নেৰ্তৃত্বাধীন চৰকাৰখনে নিজৰ ডেৰ বছৰীয়া কাৰ্যকালত ৰাজ্যলৈ কিমান পৰিৱৰ্তন আনিছে সেই বিষয়টো বিতৰ্কৰ আবৰ্তত থকাৰ সময়তে এতিয়া চৰকাৰখনৰ এচাম বিধায়ক সাংবাদিকৰ বিৰুদ্ধেহে সোচ্চাৰ হৈ পৰা ঘটনাই চৰ্চাৰ বিষয় হৈ পৰিছে ৷
এলেকাটোৰ পথতো দেখা যায় গ্ৰাহকৰ বাবে অপেক্ষাৰত মহিলা।
অসম আন্দোলনৰ পৰা আলফাৰ সশস্ত্ৰ সংগ্ৰামলৈ উগ্ৰ জাতীয়তাবাদী চেতনাক কঠোৰ সমালোচনাৰে থকা-খৰকা কৰি অহা হীৰেণ গোঁহাইৰ দৰে প্ৰখ্যাত বাওঁপন্থী তথা বিশিষ্ট চিন্তাবিদেই আজি ৰাজহুৱাভাৱে ঘোষণা কৰিব লগা হৈছে- সংজ্ঞীয় শাসনৰ অধীনত নিঃশেষ হোৱাৰ পৰিৱৰ্তে প্ৰয়োজনত অসমবাসীয়ে স্বাধীনতাৰ দাবীৰে ঐক্যৱদ্ধ গণসংগ্ৰামত জপিয়াই পৰিব লাগিব।
’ সোমবাৰে ছিক্কিমত এখন চিকিৎসা মহাবিদ্যালয়ত এই মন্তব্য ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ।
যোৱা ৭ মাৰ্চৰ দিনাখন অনুষ্ঠিত হোৱা বড়ো মাতৃভাষাৰ পৰীক্ষাৰ প্ৰশ্নকাকতত দুই নম্বৰৰ প্ৰশ্ন কমকৈ সন্নিবিষ্ট হোৱাত এবছুৱে শিক্ষা বিভাগ অাৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদক ধিক্কাৰ-গৰিহনা দিয়াৰ লগতে পৰীক্ষাত অৱতীৰ্ণ হোৱা বড়ো মাধ্যমৰ সকলো ছাত্ৰ-ছাত্ৰীক দুই নম্বৰকৈ দিবলৈ দাবী জনাইছে ।
তদুপৰি, ৰাজ্যসভাৰ শক্তিও বৃদ্ধি কৰা উচিত।
“নাই. . মই পাৰিম, তুমি বুজাই দিয়া; কেনেকৈ বনাব লাগে?
জলসম্পদ বিভাগৰ সূত্ৰ অনুসৰি কাটাখালৰ বিপদ সীমা ২০,৪০০ মিটাৰ।
খাটি খোৱা প্ৰজা
নে মই ভুল ভাবিছোঁ?
এতিয়া অর্থনীতিয়ে এক স্থবিৰ ৰূপ লৈছে, নিবনুৱা সমস্যা বাঢ়িছে. . . তৌফিকুৰ ৰহমান: অর্থনীতিৰ বিষয়ে মই মন্তব্য কৰিবলৈ নাযাওঁ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত যিবোৰ জনকল্যাণমূলক কাম-কাজ হৈছে তাৰো চর্চা হ’ব লাগিব৷ একপক্ষীয়ভাৱে আলোচনা কৰিলে নহ’ব৷ বহু জনকল্যাণমূলক আঁচনি ৰূপায়ণ হৈছে আৰু ভৱিষ্যতেও বহু আঁচনি ৰূপায়ণৰ পৰিকল্পনা আমাৰ চৰকাৰৰ আছে৷ কি কি হৈছে সেইবোৰো চাব লাগিব৷
৪. বক্স অফিচত লেহেমীয়া গতিৰে চলিছে হিন্দী ছবি পানিপত।
দেউতাৰ ‘কৰ্মই ধৰ্ম’ বাণীক সাৰোগত কৰি কুঁহিয়াৰৰ থালিৰ তলত জুই দি আছোঁ।
বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ খেলাৰ বাবে কলকাতাত উপস্থতিত দলটো।
ইপিনে, ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিৱসাগৰত।
আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰৰ সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে ডাৰউইন তত্ত্বৰ লগতে কিতাপখনৰ বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীক অৱগত কৰে।
তাৰ পিছত চন্দ্ৰকান্ত।
ইউচুফ হামিদৰ মুঠ সম্পত্তিৰ পৰিমাণ ২.৬ ডলাৰ।
ফলত বিগত ২২ জুলাই তাৰিখে খেলুৱৈসকলক এমাহৰ ছুটীৰ বাবে ঘৰলৈ পঠিয়াই দিলে।
কাষতে থকা লিচু গছজোপাই এইক্ষেত্রত বহুত সহায় কৰিব।
পৰাক্ৰমেৰে, প্ৰচন্ড আক্ৰমণেৰে, বিহাৰ-বঙ্গ কৰিছিল জয়
তদুপৰি কাইলৈ খিলঞ্জীয়া মঞ্চ অসমৰ ফালৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন বিৰোধিতা কৰি যুটীয়া সংসদীয় কমিটীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি উক্ত বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে।
যাৰ বাবে এই পথচোৱাৰ বিভিন্ন স্থানত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে কেইবাঠাইতো দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত কিছু লোক মৃত্যুৰ মুখত পৰিব লগীয়া হৈছে।
তেওঁ মদ ,চিগাৰেট একোৱেই নাখায়।
এম এছ ধোনীয়ে অধিনায়ক হিচাপে ২৭খন টেষ্ট মেচত জয়লাভ কৰিছিল।
২০০৭ চনৰ পৰাই প্রাধ্যাপক মজুমদাৰৰ নেতৃত্বত এটা দলে কার্বি আংলঙৰ অতি দুর্গম অঞ্চলত এই সম্পর্কত গৱেষণা কৰি আহিছিল৷ লো, ভেনাডিয়াম, টাইটেনিয়ামৰ সমান্তৰালভাৱে সোণতকৈ অধিক মূল্যৱান প্লেটিনাম ধাতুৰ অৱস্থিতিৰ কথা প্রমাণিত হোৱাত প্রাধ্যাপক ড০ দিলীপ মজুমদাৰ উৎফুল্ল হৈ পৰিছে৷ তেওঁ জনোৱা মতে, অৱস্থিতি পোৱা কার্বি পাহাৰৰ প্লেটিনাম ধাতু অতি উচচমানৰ৷
সেয়েহে ১৯৯৮চনত যেতিয়া পেজাৰৰ সলনি মোবাইলৰ ব্যৱহাৰ অসমত উপলব্ধ হ’ল, ৰিলায়েন্সে ইন্টাৰনেট সেৱা আৰম্ভ কৰিলে তেতিয়াই মই মোৰ মেইল আইডিটো মই খুলিছিলো।
গধূলি হৰিপুৰবাসী ৰাইজৰ প্ৰতিঘৰৰে পদূলি অগনন মাটিৰ চাঁকিৰে উজ্জ্বল উঠে আৰু নিশা আমন্ত্ৰিত নামদলৰ দ্বাৰা নাম পৰিৱেশন কৰা হয়।
এই খবৰ পাই লক্ষীপুৰ বিজেপি নেতা সঞ্জয় ঠাকুৰ, থৈবা সিং, ৰজত ঘোষ, নবেন্দু ৰায় সহ বহু বিজেপি নেতা উপস্থিত হয়।
এনেকুৱা প্রশ্নবোৰে আপোনাক কেতিয়াবা আমনি দিছে চাগে?
ইফালে কামৰূপ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ ১৯ খন পাহাৰত ৩৬৬ টা ভূমিস্খলন সম্ভৱনাময় অঞ্চল চিনাক্ত কৰিছে।
শপতগ্ৰহণ অনুষ্ঠানৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।
তেওঁ লগতে মাজুলীৰ বিভিন্ন ৰাস মহোৎসৱলৈ যাবৰ বাবেও যাতায়তৰ ব্যৱস্থা কৰা হ’ব বুলিও সদৰী কৰে।
নিশা ইমদাদুল ইছলাম নামৰ কিশোৰ গৰাকীয়ে শামুকখিনি ৰে’ল যোগে ডিমাপুৰলৈ নিব খুজোতেই কামপুৰৰ কেইজনমান সাংবাদিকে শামুক খিনি জব্দ কৰি ৰে’ল অাৰক্ষী অাৰু বন বিভাগক গতাই দিয়ে ।
” মনে মনে ওপৰলৈ চাই এশটামান সেৱা কৰিলোঁ ।
আৰক্ষীয়েও বাধা প্ৰদান কৰে আছু সদস্যসকলক।
নলবাৰী জিলাৰ বাহঁজানীত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখাৰ এখন পূৰ্ণ পৰ্যায়ৰ মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে বিধায়ক শৰ্মাই৷ সাধাৰণ পৰিয়ালৰ লৰা-ছোৱালীয়ে যাতে চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ি এজন সু-নাগৰিক হ’ব পাৰে তাৰ বাবে শিক্ষাক বিনামূলীয়া কৰাৰ প্ৰয়াস কৰা বুলি কয়।
কিয়নো আৱিষ্কাৰৰ পূৰ্বেই তেওঁৰ হাতলৈ আহি যায় এইবোৰ।
পৰৱর্তী সময়ৰ পৰা দক্ষতা বিকাশত গুৰুত্ব আৰোপ কৰি প্রতিষ্ঠানটোৱে মাইন ছেফটি, ফায়াৰ ইঞ্জিনিয়াৰিং আদি বিষয়ৰ পাঠ্যক্রমৰো শুভাৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিছে৷ উল্লেখযোগ্য যে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে পাঠদানৰ বাবে ভৱনৰ ব্যৱস্থা কৰি দিয়াৰ উপৰি ছাত্র-ছাত্রীৰ বাবে দুটা সুকীয়া হোষ্টেলৰো ব্যৱস্থা কৰি দিছে৷ উত্তৰ পূবৰ কৃতী ছাত্র-ছাত্রীসকল বিশেষভাৱে উপকৃত হ’ব লগা পূর্ণ সম্ভাৱনা থকা এই প্রতিষ্ঠানত তৈলক্ষেত্রত কর্মৰতসকলৰ প্রশিক্ষণ কেন্দ্রও অচিৰেই আৰম্ভ কৰা হ’ব৷
উল্লেখ যোগ্য যে ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মঞ্জু হাজৰিকা তেওঁৰ ব্যক্তিগত জীৱনৰ সমস্যালৈ আইনী প্ৰক্ৰিয়াত সমগ্ৰাম কৰি থকাৰ বাবে তেওঁৰ ঠাইত জয়ছিং টকবীক এই দায়িত্ব অৰ্পণ কৰা হৈছে বুলি পত্ৰযোগে জয়ছিং টকবীক জনোৱা হৈছে লগতে জয়ছিং টকবীয়ে ৰাংছিনা ভৱনৰ ঐতিহ্য আৰু পৰাম্পৰা অক্ষুণ্ণ ৰখাত সহায় কৰিব বুলি কেন্দ্ৰীয় প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আশা ব্যক্ত কৰিছে ৷
কেমেৰাত তেওঁৰ ভৰিৰ পৰা মূৰলৈ দেখুওৱাব আৰু গহীন গম্ভীৰ খোজেৰে আহিব।
কিন্তু আজিলৈকে অসম সাহিত্য সভাৰ নিমন্ত্ৰণী পত্ৰ লাভ নকৰিলে প্ৰাক্তন সভাপতি কথাশিল্পী ইমৰান শ্বাহে।
: যোৱাবাৰ বিজেপিক ভোট দিলোঁ, একো এটা নাপালোঁ৷ কংগ্রেছৰ দিনততো সূতা কেইমুঠিকেই পাইছিলোঁ৷ শালখন খালী পৰি থকা নাছিল৷ এইবাৰ তাকো নহ’ল৷ অকল আৰু চাউলখিনি পালেই হ’ল নেকি?
অৱশেষত গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ৰহস্যঘন হৈ পৰে সমগ্ৰ বিষয়।
অৱশ্যে এই ছবিবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ছবিহে।
অপৰাজেয় মুন্না
সন্তানে মজদুৰি কৰি গোটোৱা চাউলমুঠিৰে কেতিয়া এসাজ ভাত খালেও, কেতিয়াবা উদাস মনেৰে ওলাই যোৱা মানুহজন হঠাতে হেৰাই যায় প্ৰাচুৰ্যৰে ভৰা নগৰীয়া অঞ্চলৰ মানুহৰ মিছিলৰ মাজত।
মোক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে- আয়কৰ সীমাৰ ৫ লাখ টকা কৰাৰ বাবে অসমৰ গৰিষ্ঠ সংখ্যক যুৱকে আয়কৰ দিবই নালাগে।
‘, গগৈয়ে এইদৰে কয়।
সি তাৰ আগেদিয়েই যায় টিউচন কৰিবলৈ।
অনুষ্ঠানত উপস্থিত থাকি বাটৰ কেনভাচ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শান্তি ৰাজখোৱাই চিত্ৰ অংকণ কৰাৰ লগতে কয় যে অসমৰ সমাজ-সংস্কৃতি-ইতিহাস সলনি কৰি বৃহত্তৰ অসমীয়া জাতিৰ পৰিকাঠামো নিঃশেষ কৰাৰ পৰিকল্পনা স্বয়ং শাসক গোষ্ঠীৰ।
এই বিপনী সমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে।
মূলতঃ মহিলাসকলেই অলপ-অচৰপকৈ আজিও জীয়াই ৰাখিছে এই শিল্পটোক।
ইফালে নিৰ্বাচন বৰ্জনক লৈ নাগা জাতীয় সংগঠনসমূহৰ মাজতো শেহতীয়াকৈ মতভেদ হোৱা বুলি বাতৰি আহিছে।
সীমান্তৰ পৰা পাকিস্তানী সেনাই কৰায়ত্ত কৰে পাইলটজনক।
কিন্তু ইয়াৰ অন্তৰালতাে বহু কাৰণ নিহিত হৈ আছে।
উত্তৰবংগেৰে তেতিয়ালৈকে পথ পৰিবহন বা ৰে’লপৰিবহনৰ সুবিধা তৈয়াৰ হোৱাই নাই।
দুৰ্ঘটনাত সামান্য পৰিমাণে আহত নৈশ বাছৰ কেইবাজনো যাত্ৰী।
পৰৱৰ্তী কালৰ মধ্যবিত্ত বঙালী বুদ্ধিজীৱীয়ে নিজকে কাৰ্লমাৰ্ক্সৰ মানসপুত্ৰ বুলি ভাবি লৈছে।
সন্ত্ৰাসবাদীটোক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
:মডেলজনীৰ গৰম উঠিছে সেয়ে বৰষুণ এনজয় কৰিছে ।
ষষ্ঠীৰ পিছৰে পৰা কিছু বৰষুণ  দিছিল যদিও ম্লান হোৱা নাছিল পুজাৰ আনন্দ।
প্ৰতিবাদকাৰীসকলে সমবেত হৈ পঞ্চায়ত তথা গ্ৰামোন্নয়ন বিভাগৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে।
উল্লেখ্য যে সৰুৰে পৰা আকাশ চুবলৈ যত্ন কৰা অনুপ্রিয়াই এতিয়া যেন সঁচা অৰ্থত আকাশ চুব।
গুটিধানৰ ভঁৰালটোৰ পৰা নামঘৰটোলৈকে, যুৱক সংঘৰ পৰা আপোন স্কুলঘৰলৈ , বোপাককাৰ সম্পত্তিখিনিৰ পৰা মূল আলিবাটটোলৈ সকলোতে আছিল জীৱনৰ জীয়া ৰং ।
উপায়ুক্ত বৰ্মনে স্বচ্ছতাৰ পৰা পোৱা সামাজিক শক্তিক অৰ্থনৈতিক শক্তিলৈ ৰূপান্তৰিত কৰাত মনোনিবেশ কৰিবলৈ গাঁওবাসীক আহ্বান জনোৱাৰ লগতে প্ৰশাসনৰ ফালৰ পৰা সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ  প্ৰতিশ্ৰুতি দিয়ে ।
দ্বিধাভৰা আশাৰ পোখালি এটা মেলে।
৬)পানী হ=নষ্ট হ
– অন্ধকাৰ কোঠাটোত কোনোবাই ফুচফুচাই মতা শুনি উচপ খাই উঠিল তাই৷
মোৰজনী হয় নাই বুলি কওঁতে যিটোহে বাঘৰ দৰে চাৱনি দিলে, আইজ্জৌ!
২০০০ চনত য়াৰলং ছাংপোৰ অৱবাহিকাত এটা অস্থায়ী হ্ৰদ বিস্ফোৰণ হোৱাৰ ফলত বিশেষকৈ অৰুণাচলত জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছিল।
সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি ফোঁফোৱাই গুচি আহিলোঁ তাৰ পৰা।
ৰোহিতৰ মৰণোত্তৰ প্ৰতিবেদনত এই মৃত্যু স্বাভাৱিক নহয় বুলি উল্লেখ আছে।
সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমক কয়, ‘’সাংবাদিকৰ যিকোনো ধৰণৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে।
সেইদৰে ৰাজ্যবোৰৰ লাভৰ অংক কি হ’ব?
__ সঁচাকৈ দাদা…
প্ৰতি মাহে চিকিতসালয়লৈ চাফ চিকুনৰ কাৰণে ডেৰ লাখ টকাকৈ অহাৰ পিছতো অত্যন্ত লেতেৰা হৈ থকাৰ বাবে ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰীজনে।
জম্মু-কাশ্মীৰৰ বদগামত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্রস্ত।
Home > শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক দিগন্ত কুমাৰ শৰ্মাৰ মৃত্যু
Home > পংকজা মুণ্ডেক ১ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰী বনাব খোজে শিৱসেনাই
“প্ৰশ্ন : কিয়, তেখেতৰ মৃত্যু হোৱা নাছিল?
পৰিয়াল কেনেদৰে চলিছে তেওঁক সুধিলো।
ইমান বছৰ পিছতাে যে তেওঁ জীৱন্ত অৱস্থাত আছে সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে।
জনিয়া সমষ্টিত জয়ী হোৱাৰ পাছতেই কংগ্ৰেছক আক্রমণ এআইয়ুডিএফ বিধায়কৰ
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card