Datasets:
utterance_id
stringlengths 17
18
| text
stringlengths 1
313
| audio
audioduration (s) 2
29.7
|
---|---|---|
KaInDe_utt00000004 | অ, good evening প্ৰতাপ কোৱা | |
KaInDe_utt00000005 | ভালে আছে ? | |
KaInDe_utt00000006 | হয়, মই ভালে আছো আৰু তোমাৰ কোৱা | |
KaInDe_utt00000007 | ময়ো ভালে আছো একদম ধুনীয়া ধুনীয়া | |
KaInDe_utt00000010 | এতিয়া বৰ্তমানতো বাৰু মই এনে ৰাস্তাৰফালে অলপ খোজকাঢ়িব ওলাই আহিছো তোমাৰ khana pina খোৱা হ'ল মানে | |
KaInDe_utt00000012 | to অলপ মানে ৰাস্তাৰফালে বতাহতো অলপ বলি আছে ঠাণ্ডা বতাহ line তো মানে current আমাৰফালে নাইতো | |
KaInDe_utt00000016 | অলপ তোমাৰ ৰাস্তাৰফালে অলপ খোজকাঢ়ি আহো অলপ ফুৰি আহো বুলি ভাবিছো আৰু তাকেই ওলাছো | |
KaInDe_utt00000017 | নাই নাই ফুৰিব লাগে ফুৰিব লাগে | |
KaInDe_utt00000018 | আৰু কোৱা | |
KaInDe_utt00000019 | মই ধুনীয়াকে আছো ময়ো~ ময়ো আপোনাৰ নিচিনাই ময়ো ৰাস্তাৰফালে ওলাই ফুৰি আছো আৰু | |
KaInDe_utt00000030 | মই মানে অলপ আগত TV চাই আছিলো haa | |
KaInDe_utt00000032 | ইয়াৰপিছত TV তো চালো তাৰপিছত কি হ'ল মোৰ মানে আম~ আমাৰ TV তো কি হ'ল achanak blind হৈ গ'ল blind মানে আপোনাৰ কি হ'ল এই যে | |
KaInDe_utt00000034 | অ, বন্ধ হোৱা নাই মানে আহে যে | |
KaInDe_utt00000036 | display তোৰ ওপৰত মানে display তো গ'ল ছাগে মোৰ মতে colouring আহি গল মানে অ কি কই আপোনাৰ draw line উম যিটো line line আহে অ সেই line তো আহি গ'ল ভাবিছো মানে display তো গ'ল নেকি | |
KaInDe_utt00000037 | মানে অলপ আগতে মই চাই আছিলো মানে এনে কিবাকিবি চাই আছিলো news চিউজ অলপ অলপ মানে news তো অলপ আৰু কি দিছে to মায়ে কই মায়ে ক'লে serial তো লগাওক চোন বাৰু serial তো অ অলপমান serial তো ই start হ'ব অলপমান বাকি মানে line গ'ল | |
KaInDe_utt00000040 | মানে colour~ colouring হৈ ওপৰলৈ display তো উম display তো গ'ল ছাগে | |
KaInDe_utt00000042 | to মই ভাবিছো মানে এতিয়া যে আমাৰ এইটো যিটো technology এই technology তো মানে কেনেকুৱা ধৰণৰ যাতে যে এতিয়া মই মানে চাই পাইছো যে display তোৰ ওপৰত মানে display তো নাইতো একো নাই মানে | |
KaInDe_utt00000048 | আজিকালি technology বুলি কোৱা বস্তুতো এনেকুৱা ধৰণৰ | |
KaInDe_utt00000050 | অহ্, মানে আজিৰ পৰা প্ৰায় অ ধৰা না যেতিয়া আমি class six seven ত পঢ়ি আছিলো | |
KaInDe_utt00000052 | তেতিয়া অ আমি প্ৰায়ে উম অ আমি মানে তে যেতিয়া মানে আজি চবে তোমাৰ ধৰা না সাত আঠ বছৰ আগত যেতিয়া আমি সৰু আছিলো তেতিয়া আমি | |
KaInDe_utt00000053 | চিন্তা কৰি আছিলো যে সেইটো বস্তু সম্ভৱ সেইটো বস্তু কেতিয়াও হ'ব নোৱাৰে হয় নে নহয় | |
KaInDe_utt00000055 | যে নহয় আকাশত কি হয় আকাশত মানে কেনেকুৱা বস্তু এটা উলমিব পাৰিব তাৰপিছত কেনেকুৱা আমি এটা মানুহক অ এটা মানুহৰ লগত আনতো মানুহৰ সৈতে দূৰত থাকি কথা-বতৰা পাতিছো video calling ত এটা মানুহে আনজন মানুহৰ অ চেহেৰা চাই পেলাই কথা পাতিব পাৰিব | |
KaInDe_utt00000057 | to এইটো কিন্তু পঢ়া সময়ত অসম্ভৱ যেন লাগি আছিলে কিন্তু বৰ্তমান সময়ত যেতিয়া আমি ডাঙৰ-দীঘল হ'লো তেতিয়া আমাৰ অলপ অ brain তো অলপ matured হ'ল | |
KaInDe_utt00000058 | তেতিয়া যেতিয়া হ'লো so এতিয়া এইবোৰ কথা চিন্তা কৰিলে এনেকুৱা লাগে যে মানে অ এই পৃথিৱীখনত মানে | |
KaInDe_utt00000061 | হয় গোটেইখিনি ing কাম সম্ভৱ হ'ব to সেইটোৰ কাৰণে বৰ্তমান technology য়ে তুমি যিটো ক'লা TV ৰ কথা | |
KaInDe_utt00000063 | মানে হয় technology মানে এনেকুৱা এটা গতিত মানে আগবাঢ়ি আছে বৰ্তমান সময়ত so মই কি ভাবো অ মানে অ মোৰ এটা আছে যে technology এটা সময়ত এনেকুৱা হ'ব যে | |
KaInDe_utt00000064 | য'ত নেকি অ মানুহৰ প্ৰয়োজন নহ'ব বুজিলা | |
KaInDe_utt00000066 | মোক তেনেকুৱা লাগে মোক তেনেকুৱা লাগে technology য়ে technology ক যিহেতু মানুহেই বনাই কিন্তু এসময়ত technology অ ইমানেই আগবাঢ়িব যে সেইটো যিটো ঠাইত আজি ধৰা অ | |
KaInDe_utt00000067 | চাৰিজন বা পাঁচজন মানুহ প্ৰয়োজন হৈ আছে বৰ্তমান সময়ত আজিৰ পৰা তুমি দহ বছৰ পিছত চাবা আৰু যদি তুমি আৰু মই থাকিম তেতিয়াহ'লে দহবছৰ পিছত সেই চাৰি পাঁচ জন মানুহৰ ঠাইত তোমাৰ দুজন বা এজন মানুহে লাগিব প্ৰয়োজন | |
KaInDe_utt00000068 | মানে এইটো কি কৰিছে আমাৰ নিবনুৱা মানে আমাৰ এই যিটো job less বুলি কই নিবনুৱা সেইটোৰ সমস্যাতোক বঢ়াই আছে কাৰণ এতিয়া আমি এই কিবা বস্তু বনাওতে বা কিবা কৰোতে | |
KaInDe_utt00000069 | worker যিটো ঠাইত পাঁচটা লাগিছিল বা দহটা লাগিছিল haa তেতিয়া | |
KaInDe_utt00000073 | মানে হাজিৰা লগাই দহ দিনত মই পুখুৰীতো খান্দি আছিলো এতিয়া | |
KaInDe_utt00000077 | এতিয়া মানে পই অ আপোনাৰ সময়তো বেছি short কে হয় মানে সোনকালে কৰি দিয়ে JCB য়ে কিন্তু আমাৰ যে সেই যে মই দহটা মানুহৰ যে দিন হাজিৰা আছিল বা মোৰ | |
KaInDe_utt00000080 | মানে ভাল অ ভাল ন~ নোহোৱা নহয় বহুতে ভাল হৈছে technology হৈ বহুতে ভাল হৈছে এতিয়া যিটো সময়ত বহুত দেৰিকে লাগিছিলে এইটো মানে এতিয়া কেতিয়া অ এইটো দিশত নহয় এই আন দিশতো সুবিধা হৈছে | |
KaInDe_utt00000081 | এতিয়া ক'ৰবাত কিবা পৰি গ'ল সোনকালে উঠাই ল'ব লাগে JCB বহুত ধুনীয়াকে কাম কৰি যায় যিটো মানুহে দহ দিনত কৰিব সেইদিনাখনলৈকে মানে বহুত দেৰি হ'ব এইটো JCB য়ে সোনকালে কৰি দিয়ে | |
KaInDe_utt00000082 | কিন্তু আমাৰ technology য়ে আমাক কি কৰিছে কেইখনমান মানে যিবিলাক কৰ্মচাৰী মানুহ আছিল বা factory worker বিলাক আছিল এতিয়া machine বিলাক উলিয়াই দহটা মানুহৰ ঠাইত দুটা থয় | |
KaInDe_utt00000087 | কিন্তু আমাৰ মানুহবিলাকৰ কেক অ মানে কেইবাটাও মানুহৰ আপোনাৰ কৰ্ম উম কৰ্ম শেষ কৰি পেলালে ঘৰ মানে বেলেগ কিবা কৰিবলগীয়া হ'ল এনেকুৱাই যিবিলাক মানুহে এতিয়া | |
KaInDe_utt00000088 | আপোনাৰ কি কই এই factory ত worker হিচাপে কাম কৰিছিল বা এইটো যে তে~ ঠেলা গাড়ীত লৈ গৈছিল আৰু তাৰপাই ইয়াৰ পৰা বস্তু এই তাত পৰে পেলাইছিল | |
KaInDe_utt00000089 | এতিয়া factory ত যে আপোনাৰ belt দি দিয়ে belt এতিয়া নিজে automatic চলি থকা belt অকল মানে দুইজন কৰা মানুহ বা তিনিজন কৰা ঠাইত এজনে লাগে অকল এজন এক~ এটা ঠাইত থিয় হয় | |
KaInDe_utt00000092 | হয় নে নাই পৰি যায় ক'ৰবাত মানে এতিয়া কি হৈছে মানে এনেকুৱাত আমাৰ technology ঠিকে আছে মানে worker worker ৰৰ কি কৰিছে এটা সময়ত ছাগে এনেকুৱা হ'ব যে মানুহেই নালাগে automatic হ'ব AI robot ৰ দ্বাৰা | |
KaInDe_utt00000095 | হয় মানে অ নিশ্চয়কৈ ধৰা বৰ্তমান সময়ত technology য়ে যিটো দ্ৰুত গতিত আগবাঢ়ি আছে | |
KaInDe_utt00000101 | তেতিয়াহ'লে আমাৰ আ মা আগত এটায়ে চিন্তাৰ কথাতো অ প্ৰতিলক্ষিত হয় যে আমি মানে অ এতিয়া উদাহৰণ বা আমি example হিচাপে ক'ব গ'লে জাপান | |
KaInDe_utt00000107 | হয় হয় to সেইটো সময়ত গোটেই বিশ্বই মানে কৈছিল যে জাপান আৰু উন্নতিৰ দিশত আগবাঢ়িব কেতিয়াও নোৱাৰিব কিন্তু | |
KaInDe_utt00000108 | নাই নাই এতিয়াতো number one ত জাপানে হৈ আছে | |
KaInDe_utt00000109 | হয় এতিয়া industry হওক technology হওক এই গোটেইখিনি ক্ষেত্ৰত জাপান এতিয়া number one | |
KaInDe_utt00000112 | এইটোৰ কাৰণে মানে basically মই তোমাক কথাতো অ সেইটোয়ে ক'ব বিচাৰো প্ৰকাশ যে বৰ্তমান সময়ত technology যদি দেশ এখনত | |
KaInDe_utt00000113 | যদি দেশ এখনত উন্নতি হয় technology যদি দেশ এখনত মানে অ পৰিবৰ্তন যদি হয় তেতিয়াহ'লে কি হয় দেশ এখন automatic মানে অ তোমাৰ অ উন্নতিৰ দিশত আগবাঢ়ি যায় | |
KaInDe_utt00000115 | হয় to উন্নতিৰ দিশত আগবাঢ়ি যায় | |
KaInDe_utt00000118 | সশস্ত্ৰ সীমাবল যেনেকা দি আছে CRPF ,ইণ্ডিয়ান army এইবোৰকো বৰ্তমান technology ৰ অ জৰিয়তে মানে ধৰা অ বৰ্তমান অ technology ৰ কাৰণে বৰ্তমান ইণ্ডিয়ান army হওক বা ভাৰতীয় সেনা হওক | |
KaInDe_utt00000119 | অ, তোমাৰ অ বিশ্ৱৰ ভিতৰত দ্বিতীয় ইস্থান পাবলৈ সক্ষম হৈছে | |
KaInDe_utt00000122 | সকলোখিনিতে অৱদান আগবঢ়াইছে এতিয়া তুমি চাবা এতিয়া যিটো আমাৰ যিজন আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁৰ | |
KaInDe_utt00000124 | bullet proof গাড়ী হয় বুজিছানে নাই bullet proof তাত তুমি পৰমাণুৰ অ missile দি আক্ৰমণ কৰিলেও সেই গাড়ীতো অ একো নহয় মানে ক্ষতি নহয় বা সেই গাড়ীৰ ভিতৰত অ থকা ব্যক্তিজন অ ব্যক্তিজনৰ একো ক্ষতি নহয় সেই গাড়ীৰ | |
KaInDe_utt00000125 | ভিতৰত ইমান মানে ধৰা facility আছে | |
KaInDe_utt00000129 | আপোনা~ আপোনাৰ কথামতে ঠিকে আছে আপুনি ধুনীয়া কথা কৈছে আমাৰ technology তাৰপৰা আমাৰ khatra ওতো আছে এতিয়া ধৰিলওক আমাৰ উম ব পাৰমাণৱিক missile বোৰ বনাইছে হয়নে নাই প্ৰত্যেক দেশতে মানে বহুত কেইখন দেশত আমাৰ তাত | |
KaInDe_utt00000130 | মানে পাৰমাণৱিক missile আছে আমাৰ পাকিস্তানৰ তাতো আছে হয়নে নাই | |
KaInDe_utt00000132 | তে এতিয়া কি হয় এইবিলাকৰ পৰাতো আমাৰ যিমান generation আছে বা অহা generation আছে গোটেইবোৰৰ কাৰণেতো এইটো danger হয় | |
KaInDe_utt00000135 | এতিয়া বাংলাদেশ বেলেগকে আছে পাকিস্তান বেলেগকে আছে কেতিয়াবা কিবা কাৰণত বা আমাৰ অ যিজন পাকিস্তানৰ প্ৰধানমন্ত্ৰী হয় বা | |
KaInDe_utt00000136 | অ, কি উম মানে যিজন মুৰব্বী হয় সেইজন যদি অলপ কে থাকে বা অলপ short কে থাকে short কে মানে আপোনাৰ এইটো যে মানে যি কৰিব ইচ্ছা কৰিব পাৰে এনেকুৱা যদি থাকে | |
KaInDe_utt00000140 | যিবিলাক গ অ একো দোষে নাই মানুহৰ এতিয়া আমিবোৰ সাধাৰণ মানুহ হয় নে নহয় | |
KaInDe_utt00000142 | এতিয়া আমি army ৰ লগত বা আমাৰ লগত একো contact নাই আমাৰ যদি এইখন অ ৰাজ্য বা ঠাইত missile খন আহি পৰে নষ্ট কাৰ হ'ব আমাৰ বেছিভাগ হ'ব | |
KaInDe_utt00000146 | বা কিবা এতিয়াও মই news ত মানে বহুত দিনৰ আগত চাইছিলো যে তাতে জন্ম হোৱা পোৱালিৰ মূৰতো মানে আপোনাৰ যিটো মূৰতো সেইটো ডাঙৰকে হৈছিলে | |
KaInDe_utt00000148 | মানে normal পোৱালিৰ নিচিনা নাছিলে সেইবিলাক কিহৰ কাৰণে আহে সেইটো সেইটোৰ কাৰণে হৈছে ছাগে মোৰমতে দেই | |
KaInDe_utt00000149 | হয় মানে এই technology এটা এনেকুৱা বস্তু | |
KaInDe_utt00000151 | যাৰ তোমাৰ অ positive side ও আছে আৰু negative side ও আছে | |
KaInDe_utt00000154 | হয় হয় to আমি মানে সদায় তাৰ যিটো positive side ন | |
KaInDe_utt00000160 | হয় কিয়নো ধৰা technology অ হ'ল এটা এনেকুৱা বস্তু যিটো বস্তুয়ে নেকি দেশ এখনক মানে আগুৱাই লৈ যায় বা দেশ এখনক আগলৈ যোৱাত মানে বহুত সহায় কৰে so technology ক | |
KaInDe_utt00000165 | CCTV ত তোমাৰ অ মানে আজিকালি CCTV অ~ অ~ অহাৰ কাৰণে কিমান সুবিধা হৈছে যে ঘৰত কোনোবা মানুহ নাথাকিলেও CCTV তো মোৰ মানুহে অ চলি থাকে তাৰপিছত যদি ঘৰত কোনোবা মানুহ সোমাই বা office চফিচ CCTV bank বোৰত | |
KaInDe_utt00000167 | যদি অ bank তে হওক meeting তে হওক | |
KaInDe_utt00000168 | মানে আপোনাৰ চুৰৰ হাৰ কমি পৰিছে | |
KaInDe_utt00000169 | হয় হয় মানে চুৰৰ হাৰতো কমি পৰিছে মানে ধৰক তেনেকুৱা মানুহে অ মানে বহুতফালেদি মানে মানুহ active হৈছে ন | |
KaInDe_utt00000173 | এইটোৰ কাৰণে তোমাৰ অ technology ক মানে আমি আঁকোৱালি ল'ব লাগে কিন্তু সদায় positive দিশ চালে আমি তাৰপিছত আমি সদায় মানে সেইটোয়ে চেষ্টা কৰিব লাগে | |
KaInDe_utt00000174 | অ, যে তোমাৰ অ মানে আমাৰ যিটো technology আছে সেইটোয়ে যাতে আমাৰ সমাজ অ খনক কেনেকুৱা এটা প্ৰভাৱ অ পেলাইছে বা আমাৰ সমাজখনক কিধৰণে অ অৱদান এটা দিছে | |
KaInDe_utt00000177 | এই এই দেশবোৰ আগবাঢ়িছে কিয় সেইবোৰত technology তো ধুনীয়া এইবোৰত technology বহুত আগবঢ়া | |
KaInDe_utt00000179 | দেশবোৰ আগবাঢ়িছে নহ'লেতো এইদেশবোৰ আগবঢ়াৰ কোনো কাৰণে নাই ন কিয়নো এইবোৰ দেশৰ লগত আগৰে পৰা technology ৰ যিটো knowledge সেইটো আছে যে তেওঁলোকৰ লগত আগতে | |
KaInDe_utt00000181 | সেইটোকাৰণে অ মানে তেওঁলোকৰ সেই দেশবোৰ আগবাঢ়িছে কিয়নো technology অবিহনে এখন দেশখন কেতিয়াও আগবাঢ়িব নোৱাৰে হয় নে নহয় | |
KaInDe_utt00000183 | মানে এটা কথা দেই আপোনাৰ এইটো এতিয়া আপোনাৰ চাইনা বা জাপানৰ দেশৰ মানুহবিলাকৰ discipline বহুত | |
KaInDe_utt00000185 | মানে সিহঁতে কেনেকুৱা হৈ পৰিছে যে আমাক এতিয়া ৰুচ আৰু ইউক্ৰিয়ন যুদ্ধ হৈ আছিল অলপ দিনৰ আগত একবছৰ যদি যুদ্ধ হ'ল | |
KaInDe_utt00000187 | এতিয়া শেষে হৈছে নে নাই হোৱা গম নাপাওঁ অ ইমান ভালকে | |
KaInDe_utt00000188 | এতিয়া বৰ্তমানত তেওঁলোকৰ মাজত এটা যুদ্ধ বাক্ বিৰোধী মানে চলি আছে বাৰু | |
KaInDe_utt00000189 | হয় হয় কিন্তু এতিয়া চাওক ৰুচে এতিয়া ৰুচক অ ৰুচক আপোনাৰ আমেৰিকাই বেয়া পায় | |
KaInDe_utt00000191 | মানে বহুত দেশে মানে আমেৰিকাৰ লগত লগ হৈ এতিয়া বেয়া পাই এতিয়া এইবিলাক দেশে আমেৰিকাৰ মানে পক্ষ লৈছে ঠিক আছে | |
KaInDe_utt00000195 | ইয়াৰ তাত মানে আপোনাৰ second মানে second এই অ সংখ্যাতো পাৰমাণৱিক bomb থৈছে | |
KaInDe_utt00000207 | হয় এইটোৰ কাৰণে আমি positive হ'ব লাগে আপুনি technology ৰ সদায় সৎ ব্যৱহাৰ কৰিব লাগে | |
KaInDe_utt00000209 | ভাইটি-ভণ্টিসকলক বেছি mobile use কৰিব দিব নালগে | |
KaInDe_utt00000212 | কামতে তেওঁলোকক mobile phone আমি use কৰিব দিব লাগে | |
KaInDe_utt00000214 | to তাকে আৰু অ ইমান মই মানে অ তোমাৰ লগত কথা বাতৰাতো মানে সমাপ্ত কৰিছো | |
KaInDe_utt00000225 | ঔ অ' শুন তই কালি phone কৰিছিল ন' মই তোক call back কৰা নহ'ল ৰে | |
KaInDe_utt00000226 | অ ইমানবাৰ তোক phone কৰিলোঁ receive কৰা নাই মই ভাবিলো কি হল বা তোৰ | |
KaInDe_utt00000227 | অ নাই মোৰ পিছত কিবা অলপ কাম ওলাই গল নহয় | |
KaInDe_utt00000229 | আমাৰ মানে আজিৰ মানে ককাৰ মানে বছৰিকীয়া আছিল ন | |
KaInDe_utt00000231 | তও সেনেকেই অলপ এই বামুন মাতি কিবা কিবি কৰা গল আৰু | |
KaInDe_utt00000234 | নদীৰ কোন ফালে | |
KaInDe_utt00000235 | ভৰলু ঘাটত photo উঠিব | |
KaInDe_utt00000236 | এ যাব পাৰি কিন্তু এতিয়া চোন হেৰী হব কি কয় বতাহ চতাহ দি বেমাৰ হে হব যেন পাইছোঁ | |
KaInDe_utt00000240 | এ কি যবি এতিয়া মানে বৰষুণ দি আছে ন' লেতেৰাই হৈ আছে | |
KaInDe_utt00000242 | সেইটোও হয় আৰু পানিও বাঢ়ি আছে ন' বৰষুণ দিয়াই | |
KaInDe_utt00000243 | অ' দুৰ্গা পূঁজাও গল নহয় মূৰ্তিবিলাক গোটেই তাতে ডুবাইছে | |
KaInDe_utt00000246 | ওম ওম ওম, এটা কাম কৰোঁ নহলে আজি নাজাও বেলেগ এদিন যাম হ'ব মোৰ মানে ইমান মন যাই আছে নদীৰ ওচৰত যাব কাৰণে | |
KaInDe_utt00000249 | নাজাও আৰু তাৰ মানে চা না মানুহবিলাকে ইমান কি কি পেলায় কিনে সব লেতেৰা চেতাৰ কৰি দি থৈছে চাগে | |
KaInDe_utt00000252 | অ' আৰু কিয় মনত নাই সেইবাৰ যে আমি বিয়াৰ যে পানী তুলিব যে গৈছিলো |
End of preview. Expand
in Dataset Viewer.
README.md exists but content is empty.
Use the Edit dataset card button to edit it.
- Downloads last month
- 30