text
stringlengths
10
210k
এই যে পাছলি মখা আনিছে লগতে ডাবল দৰৰ ফ্ৰীজ এটাও নানিলে কিয়?
বজাৰত ‘হাপ্তা’ ল’বলৈও উপায় নাই ।
২. বদন বৰফুকনৰ দ্বাৰা মানসৈন‍্যৰ অসম    আগমণ
এনে পৰিণাম ৰুধিব খুজিলে বিজ্ঞানৰ হিৰণ্ময় পাত্ৰৰ ঢাকনি জনসাধাৰণৰ বাবেও খুলি দিয়া প্ৰয়োজন।
শিৱসাগৰৰ মাইবেলাত থকা ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত আজি বোকাখাত মহকুমাৰ বানবিধস্ত ধনশিৰিমুখ এলেকাত বানাক্ৰান্ত জনসাধাৰণৰ বাবে এটা বান সাহায্য শিৱিৰ আয়োজন কৰা হয়।
পথাৰৰ বোকা-পানী খচকি ‘কেব’ৰ বিৰুদ্ধে প্ৰতিবাদ…
প্রধানমন্ত্রী মাতৃবন্দনা যোজনাৰ ‘পোষন মাহ’ অনুষ্ঠান
নৃত্য, গীতৰ জৰিয়তে পালন কৰিছে বিজয়সোৎসৱ।
গোলাঘাট জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকেল চুলাই বিভিন্ন ৰাসায়নিক দ্ৰব্য দি প্ৰস্তুত কৰা হয়।
হিমাই গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক প্ৰতিযোগিতাত ৪০০ মিটাৰত ৫১.১৩ ছেকেণ্ড সময়ৰে স্বৰ্ণ পদক আজুৰি অনাৰ পাছতে এই ৰেক’ৰ্ডৰ অধিকাৰী হৈছিল।
ইফালে বিৰাট কোহলীয়ে আজিৰ খেলখনত সংগ্ৰহ কৰে ৭৮ ৰান।
আলোচনীখনৰ বাবে লোৱা সাক্ষাৎকাৰটোৰ কামত প্ৰতিপল সহায় আগবঢ়োৱা দিম্পল কলিতা আৰু বিস্মিতা শইকীয়া(বৌ)ৰ সহায় সঁ‌চাকৈ শলাগিবলগীয়া।
এয়েতো জীৱন।
কেইদিনৰনো আগৰ কথা, ছয় মাইলৰ বজাৰত ইলিছ মাছৰ দাম শুনি চিটিকি উফৰি আহোঁতে ভৰিত কচকা খোৱা?
দুয়োগৰাকী মেধাৱী ছাত্ৰই তেওঁলোকৰ সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষাগুৰু সকলৰ অৱদানক প্ৰধান কৃতিত্ব প্ৰদান কৰাৰ লগতে বন্ধু-বান্ধৱৰ সহায়-সহযোগিতাৰ কথাও উল্লেখ কৰে।
নিহতসকলৰ ভিতৰত আছে দুজন যুৱক আৰু এগৰাকী যুৱতী।
ই ভি এম ৰ ওপৰতো সন্দেহ প্ৰকাশ কৰে হাজৰিকাই।
’-এই জবৰদস্ত প্ৰশ্নটোৰ আজি মই উত্তৰ দিব লাগে৷ আই এম ছ’ এক্সাইটেড ইউ ন’!
মেলা উপলক্ষে ভক্তিৰসত জীপাল হৈ পৰা কামাখ্যাধামৰ পৰা আজিয়েই বিদায় মাগিলে বহু ভক্তই।
ইপিনে নগাঁও আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা বুলি সদৰী কৰে নগাঁও আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ।
অভিনেতা বিবেক অৱৰয়ে অভিনয় কৰিব অভিনন্দনৰ চৰিত্ৰত।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি লখিমপুৰৰ সাংসদ প্রদান বৰুৱাই চমু ভাষণ আগবঢ়ায়৷ অনুষ্ঠানত উত্তৰ কমলাবাৰী সত্রৰ অধিকাৰ জনার্দন দেৱ গোস্বামী, ডিব্রুগড় সমষ্টিৰ বিধায়ক প্রশান্ত ফুকন, আর্টফেডৰ পৰিচালন সঞ্চালক মুকুল ডেকা,উৱেৰ হাউছ কর্পৰেশ্যনৰ অধ্যক্ষ দিগন্ত ঘাটুৱাৰ,কাৰিকৰী শিক্ষা বিভাগৰ প্রধান সচিব ড০ মনিন্দ্র সিং, হস্ততাঁত শিল্প বিভাগৰ সঞ্চালিকা সবিতা ডেকা, কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালিকা ড০ মৌচুমী বৰুৱা, আর্টফেডৰ উপাধ্যক্ষ ৰূপা কামান, টিংখং সমষ্টিৰ বিধায়ক বিমল বৰা, নুমলীগড় ৰিফাইনেৰীৰ অশ্বিনী পাইট, মাজুলী বিজেপিৰ সভাপতি লোকনাথ কুটুম, বিজেপিৰ প্রভাৰী ৰঞ্জিত বৰুৱা, ডি এ ছিৰ মুখ্য কার্যবাহী মাধৱ দেউৰী, এ পি ডি চি এলৰ অধ্যক্ষ হেমচন্দ্র দলে, মাজুলী জিলা পৰিষদৰ সভাপতি পাপু হাজৰিকা উপস্থিত থাকে৷
২০১৬ চনৰ বিধানসভাৰ নির্বাচনত অধিকাংশ ৰাইজে বিজেপিক ভোট দিছিল৷ ২০১৬ চনত বিজেপিক ভোট দিয়াৰ কিছুমান সংগত কাৰণ আছিল৷ ইয়াৰ ভিতৰত প্রধান কাৰণ আছিল নির্বাচনী বতৰত বিজেপিয়ে ৰাইজক দিয়া কিছুমান প্রতিশ্রুতি৷ অসমৰ প্রায়বোৰ জ্বলন্ত সমস্যা সমাধানৰ প্রতিশ্রুতি দিছিল বিজেপিয়ে৷ ইয়াৰ ভিতৰত অন্যতম আছিল জাতি-মাটি আৰু ভেটি ৰক্ষা কৰা৷ ২০১৬ চনৰ ১৬ মে’ত বিদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি প্রধানমন্ত্রীয়ে ঘোষণা কৰিছিল৷ কিন্তু শাসনত বহাৰ মাত্র আঢ়ৈতা বছৰত দলটোৱে ৰাইজক চৰমভাৱে প্রতাৰণা কৰিলে৷ সঁচা কথা– ৰাজনৈতিক দলবিলাকে দিয়া সকলো প্রতিশ্রুতি ৰক্ষা কৰিব নোৱাৰিব পাৰে৷ কিন্তু প্রতিশ্রুতি ৰক্ষা নকৰা আৰু সম্পূর্ণ ওলোটা খৰ মৰা দুটা পৃথক কথা৷ বিজেপিয়ে যোৱা আঢ়ৈতা বছৰতে সকলো প্রতিশ্রুতিৰ বিপৰীতে ওলোটা খৰ মাৰিলে৷ এক ইঞ্চিও মাটি নিদিওঁ বুলি সীমান্তত হুংকাৰ দিয়া বিজেপিয়ে ক্ষমতাত বহিয়েই বাংলাদেশক মাটি এৰি দিলে৷ ক্ষুদ্র নদীবান্ধৰ পোষকতা কৰা দলটোৱে বৃহৎ নদীবান্ধৰ নির্মাণ প্রায় সম্পূর্ণ কৰিলে৷ সকলোতকৈ ডাঙৰ কথা– বিদেশী খেদিম বুলি কোৱা বিজেপিয়ে এতিয়া বিদেশীক সংস্থাপনৰ উদ্যোগ লৈছে৷ চৰকাৰ গঠনৰ পাছৰে পৰা অসমীয়াৰ জাতীয়তাবাদৰ ভেটি থানবান কৰি দি হিন্দুত্ববাদ প্রতিষ্ঠাত উদ্যোগ লৈছে৷ অসমীয়া ভাষা-সংস্কৃতি ধবংস কৰি দি হিন্দু-বাংলাদেশীক সংস্থাপনত উদ্যোগ লৈছে৷ গতিকে এতিয়া নির্বাচনী বতৰত স্বাভাৱিকতে এই প্রশ্ন উদয় হৈছে– সেই দলটোক ৰাইজে পুনৰ কিয় ভোট দিব লাগে?
ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলে ছয়মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আৰ্থিক সংকটত ভোগাৰ সময়তে দৰমহাৰ বিল অনলাইনৰ নামত উৎকোচ সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বৰপেটা জিলাত।
দলজিৎ সিং নামৰ ব্যক্তি গৰাকীৰ গুদামত মৃতদেহটো উদ্ধাৰ হৈছে।
মুখলৈ সুখেৰে নিব পাৰিছনে বাৰু ভাত দুগৰাহ?
কলাক্ষেত্ৰত টাইপাৰ লগতে লাচিত সংঘ, লাচিত সেনা, টাই আহোম ছাত্ৰ সন্থাকে আদি কৰি একাধিক দল-সংগঠনে ৰাজ্যৰ ভিন্ন প্ৰান্তত লাচিত দিৱস পালন কৰে।
গোলাঘাট জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত।
উত্তৰ প্ৰদেশৰ দুটা গুৰুত্বপূৰ্ণ সংসদীয় সমষ্টি হৈছে আজমগড় আৰু গোৰখপুৰ।
চুবুৰীয়াই পিছত মহিলাগৰাকীক উদ্ধাৰ কৰোতে বিচনাত দেখা পাইছিল সাপ দুটা।
বন্য হস্তীটোৱে হঠাতে চলোৱা এই আক্ৰমণটোত অৱশ্যে কোনো লোক হতাহত নহ’ল।
উচ্চতম ন্যায়ালয়ে বিবাদিত অযোধ্যা. . . তামুলপুৰৰ কুমাৰীকাটাত পথ দুৰ্ঘটনা; এগৰাকী যুৱক নিহত, শিশুসহ ২ গৰাকী আহত
চোৰাং চিকাৰীৰ পৰা থ্ৰী নট থ্ৰী ৰাইফল উদ্ধাৰ
বিৰচা মুণ্ডা হ’তৰ নেতৃত্বত ভাৰতবৰ্ষ স্বাধীন হ’ল সঁচা কিন্তু আদিবাসীসকলৰ পৰা কাঢ়ি নিয়া হ’ল ভূমিৰ অধিকাৰ৷ কৰা হ’ল জাত-পাতৰ নামত নিৰ্যাতন, নিজ ভূমিৰ পৰা কৰা হ’ল উচ্ছেদ৷ তেতিয়াৰ পৰা আজিলৈ বৰ্তমান চৰকাৰৰ দিনতো আদিবাসী জনজাতিৰ লোকক নিজ ভূমিৰ পৰা উচ্ছেদ কৰা হৈছে৷
মুখ্য মন্ত্ৰীজনে অনুষ্ঠানটোত উপস্থিত হৈ চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে।
তাৰ মাজতে বিটিএডিৰ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ডিমাকুছি-চিকাৰি বাংলাবাসীৰ এনে বহু প্ৰশ্নই মনত দোলা দিয়ে৷ স্বাধীনতাৰ ৭০টা বছৰ পাৰ হোৱাৰ পিছতো ডিমাকুছিৰ-চিকাৰি বাংলাবাসীয়ে দেখা নাই উন্নয়ণ৷ বছৰৰ পিছত বছৰ ধৰি অঞ্চলটোৰ লোকে৷ আজিও গাঁঠিৰ ধন ভাঙি শ্ৰম দান কৰি নিৰ্মাণ কৰি বাহৰ দলঙ নিৰ্মাণ কৰি আহ-যাহ কৰিব লগা হয় শ-শ লোকে।
তেতিয়া ভান্তে বাবাৰ ইমান বয়স হোৱা নাছিলে,  বহুতৰে মুখত শুনো তেখেতৰ কথা।
“গুড ন্যুজ” ভাৰতবৰ্ষতে ১৯৩ কোটি টকাৰ লাভ অৰ্জন কৰি অক্ষয়ৰ আটাইতকৈ সফল ছবিৰ ভিতৰত স্থান লাভ কৰিছে।
যাৰ ফলত শিক্ষক-কৰ্মচাৰী সকলৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে আজি প্ৰধান শিক্ষক গৰাকীয়ে সুদা-হাতে বিদায় ল'ব লগীয়া হয়।
জাৰ্ণেলিষ্ট ইউনিয়ন-বৰপেটা জিলা সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন
উল্লেখ্য যে মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত গুৰুত্বপূৰ্ণ দপ্তৰ চম্ভালিছিল।
ছাত্ৰ-ছাত্ৰীসকলে খেলপথাৰৰ অভাৱ থকা আৰু কেইবা মাহৰ পৰা কলেজ কেণ্টিনখন বন্ধ হৈ থকাৰ অভিযোগও উত্থাপন কৰে।
নাজিৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° ৰাজেন্দ্ৰ মোহন দেৱশৰ্মা‌ই পুথিভঁৰাল‌টোলৈ ৩১ খন কিতাপ দান কৰে।
জিলাখনৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত. . . ডিটেনশ্যন কেম্পত বন্দী হৈ থকা ৫৬ গৰাকী বিদেশীক মুকলি কৰি দিব চৰকাৰে
সংবাদমেলত মুখপাত্ৰ কেইগৰাকীয়ে কয় যে কংগ্ৰেছৰ ভেটিত এতিয়াও বন গজাব পৰা নাই বিজেপিয়ে ।
কোনোবাজন যদি দাৰ্জিলিং গৈছিল,  কোনোবাজন চিমলা,  কোনোবাজন আকৌ চিকিম, গেংটক!
সভাত বিধায়ক কলিতাৰ উপস্থিতিত অসম গণ পৰিষদ দলত পৌৰসভাৰ সদস্য, প্ৰাক্তন কাউন্সিলাৰৰ লগতে কেইবাগৰাকী লোকে যোগদান কৰে৷
এইটো এটা দুৰ্ভাগ্যৰ কথা।
ক্ষমা কৰিব মিঃ জনচ !
ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ টংলা মাষ্টাৰ্চ স্প’ৰ্টছ এছ’চিয়েছনৰ উদ্যোগত টংলা ষ্টেডিয়ামত অনুষ্ঠিত পঞ্চম বাৰ্ষিক উপেন্দ্ৰ নাথ দাস আৰু পদ্মৰাম চৌধুৰী সোঁৱৰণী ওদালগুৰি জিলা ভিত্তিক প্ৰাইজমানি ফুটবলত খিতাপ জয় কৰিছে পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে।
শীঘ্রেই আই অ’ চি এলৰ বুকুত লীন যাব অইল
এই অনুষ্ঠানৰ পাছতে মঞ্চস্থ্য কৰা হয় দ্বাদশ নাট সমাৰোহৰ প্ৰথমখন নাট ‘বাঘ’।
হোজাই জিলাৰ  লংকা বন সংমণ্ডলৰ অধীনস্থ ন-খুটি বন বিভাগে অবৈধ কাঠ ফালা এটা মেচিন  চোৰাং কাঠ বেপাৰীৰ কবলৰ  পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট নগৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ ৰূপালী জয়ন্তী সোমবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে।
৮. ‘আমাৰ দেশৰ দায়িত্ব দুখন সুন্দৰ হাতত অৰ্পণ কৰা হৈছে।
য’ত লাইভ মিউজিকৰ লগত থাকিব হাঁহিৰ খোৰাক।
কিন্তু জনজাতিকৰণ সম্পৰ্কীয় বিধেয়কখন সংসদত উত্থাপন কৰাৰ পাছত হঠাৎ গঠন কৰা হৈছে এক মন্ত্ৰী গোট– জনজাতিকৰণৰ modality ঠিক কৰাৰ কাৰণে।
আজি ককায়েৰৰ ঘৰত, কাইলৈ লোকৰ ঘৰত!
আনন্দ বাৰ্মাৰ জ্বালাময় পোষ্টবোৰত অতীষ্ঠ হৈ মালিকপক্ষই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে৷ আনন্দ বাবুৰ এটা অসাধাৰণ পোষ্টক চুৰি পোষ্ট বুলি চাৰিওফালে প্ৰচাৰ কৰি দিয়া হয়৷ নিখুত ফটোশ্বপ কৰি প্ৰমাণ কৰি দিয়া হয় যে সেয়া আচলতে অন্য কোনোবাৰ পোষ্ট৷ এই চুৰিকাৰ্য্যক লৈ ফেচবুক উত্তাল হৈ পৰে৷ বৰপুত্ৰ বিজয়ৰ ৱালত, বিভিন্ন কমেন্টত “মেৰা বাপ চোৰ হৈ” হেচটেগ মাৰি বিজয়ক বাৰাম্বাৰ টেগ কৰা হয়৷ এদিন হঠাৎ দেখা যায়, ফেচবুক আইডি ডি-এক্টিভেট্ কৰি আনন্দ বাৰ্মা ভাৰ্চুৱেল পৃথিৱীৰ পৰা কৰবাত হেৰাই গৈছে৷
খেলুৱৈ গৰাকীক বিভিন্নজনৰ শুভেচ্ছা।
তাৰমানে দুটা সন্তানৰ বাপেকী হৈও মই ছোৱালী চাই ফুৰোঁ৷ ধুনীয়া প্ৰতিবেশীও মোৰ চকুৰ পৰা সাৰি নাযায়৷
চৰকাৰত সৎ আৰু সুনিষ্ঠা প্ৰতিষ্ঠা হোৱা বাবে পূৰ্বৰ ক্ষমতালোভী সকলে সহ্য কৰিব পৰা নাছিল।
'ভিলেজ ৰকষ্টাৰ'ৰ পিছত 'বুলবুল কেন ছিং' ৰীমা দাসৰ দ্বিতীয়খন ছবি।
ইংলিছ জনা বাবেই বাইদেৱে হেনো নাজানে বহু কথা।
প্ৰথমে বেটিং কৰি ভাৰতীয় ক্ৰিকেট দলটোৱে ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত অধিনায়ক কোহলী ৭২, কে. এল ৰাহুল ৪৮, ধোনী ৫৬, পাণ্ডিয়াৰ ৪৬ ৰাণৰ প্ৰচেষ্টাত ২৬৮ ৰাণৰ লক্ষ্য বান্ধি দিছিল।
হাত ছিগা যুৱকজনৰ চিকিৎসা ধনবাদৰ স্থানীয় হস্পিতাল এখনত কৰি থকা হৈছে৷ বিস্ফোৰণৰ সামগ্ৰী এখন বেগত অনা হৈছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে সন্দেহ ব্যক্ত কৰিছে৷ 
এনেতে কিবা শব্দ এটা শুনিলোঁ৷ মোৰ এনেকুৱা লাগিল মোক যেন কোনোবাই মনে মনে অনুসৰণ কৰি আছে৷ লগে লগে মই পিছফালে ঘূৰি চালোঁ৷ কিন্তু কাকো নেদেখিলোঁ৷ আকৌ লাহে লাহে আগবাঢ়িলোঁ৷
কিন্তু এতিয়া…
ইফালে বিজেপিৰ ছাত্ৰ সংগঠন হিচাপে এই আন্দোলনৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াই আহিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে।
শতবর্ষ অতিক্ৰম কৰা অসমীয়া জাতিৰ মেৰুদণ্ডস্বৰূপ অসম সাহিত্য সভাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে।
বৰ্তমানলৈকে তেলেংগানাৰ ১১৯টা বিধানসভা সমষ্টিৰ বাবে ৯৩জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজেপিয়ে।
লগে লগেই টকা কেইটা উলিয়াই দিব লওঁতেই এইজনীৰ আকৌ প্ৰেমৰ পাগলপণ আৰম্ভ হ’ল ।
মুঠ ৮ বাৰ অৰ্থাৎ ১৬ বছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক নেতৃত্ব দিছিল এইগৰাকী বৈষ্ণৱ পণ্ডিতে।
ডিজিটেল সংবাদ, উত্তৰ অসমঃ ১৩ নৱেম্বৰ মঙলবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হোৱাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ পৰা মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া বন্ধ থাকিব বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিপূৰ্বে সিদ্ধান্ত লৈছিল যদিও শেহতীয়া এক নিৰ্দেশযোগে আয়োগে এই সিদ্ধান্তৰ সালসলনি ঘটাইছে।
মাটিৰ মজিয়াৰ পৱিত্ৰ জলত সনা পোটকা হোৱা বোকা নাকে – মুখে লাগি একাকাৰ হ’ল।
এতিয়া মোকো খাবলৈ আহিছ।
ওদালগুৰি জিলা হাতী মানুহৰ সংঘাতৰ ফলত বছৰ বছৰ ধৰি বহু লোক তথা বন্যহস্তী মৃত্যুক সাৱতি লবলগীয়া হৈছে।
এতিয়াৰে পৰা যাত্ৰীসকলে অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহলৈ যাবৰ বাবে যিকোনো সময়তে যিকোনো স্থানৰ পৰাই টিকট বুক কৰিব পাৰিব।
তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশখনে বিকাশৰ এটা নতুন গতিপথেৰে আগুৱাইছে।
দৰিদ্র পৰিয়ালৰ ছাত্রজনে বিজ্ঞান শাখাত নামর্ভতি কৰি ভৱিষ্যতে ভাৰতীয় প্রশাসনিক সেৱাৰ এজন বিষয়া হোৱাৰ মন বান্ধি ৰাখিছে৷
তেওঁলোকৰ ভিতৰত পাঁচজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ৰাজ্যৰ সমগ্ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ১২ বজাৰ পাছত. . . এন আৰ চিৰ সম্পূৰ্ণ পুনৰীক্ষণ বিচাৰি সৰ্বোচ্চ ন্যায়ালয়লৈ অভিজিৎ শৰ্মা
এটি ইডলিৰ ওপৰত আছে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ মুখ।
বিক্ষোভৰ মাজতে জাৰ্মানীত জি-২০
ভাৰতবৰ্ষৰ থলুৱা গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহেও কেন্দ্ৰীয় চৰকাৰৰ তাগিদাত ইলেক্ট্ৰিক বাহন নিৰ্মাণৰ বাবে উদ্যোগ হাতত লৈছে।
চৰকাৰী পক্ষৰ এই নিৰ্লজ্জ ঘটনাক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিন্দা কৰাৰ লগতে আছুৰ স'তে সমগ্ৰ অসমবাসীক থাকিবলৈ আহ্বান জনায় অখিল গগৈয়ে।
টুপী, হেলমেট, পাগুৰি নতুবা জপৰা চুলিকোছাৰ তলতে এই পতিত ভূমি পৰি আছে।
২. ‘বাজেটে গ্ৰামাঞ্চলৰ লোকক অধিক মজবুত কৰিব’ এই মন্তব্য হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ।
যুৱ প্ৰজন্মই এই শিবিৰৰ বাৰ্তা নিজ নিজ ৰাজ্যলৈ কঢ়িয়াই লৈ যাব লাগিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।
অনুৰাধা শৰ্মা পূজাৰী বৰ্তমান অসমীয়া সাহিত্যৰ পৰিচিত নাম।
‌পিতৃৰ নাম যাদৱ ভুঁঞা।
অতিথিক আদৰিবলৈ সাজু মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ 
মৰতীহঁতে তাতকৈ কাম বন নকৰি দিনটো তাচ, কেৰম খেলি থকা কেইটাকহে বেছি গুৰুত্ব দিয়ে।
এজন গাহৰি ব্যৱসায়ীক গৰু চোৰৰ সন্দেহত অতি নিৰ্মমভাৱে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল।
জোৰাম,ত্ৰিপুৰা,পশ্চিমবংগ,ছিকি
ব্যস্ত মহানগৰীৰ এটি আৱাসী অঞ্চলত ওচৰা ওচৰিকৈ দুটি ঘৰ, নিৰ্মাণৰত প্ৰায় সমাপ্তিৰ পথত।
আমাৰ ভাষা-সংস্কৃতি, ৰীতি-নীতি আৰু সভ্যতা-স্বাভিমান যাতে সকলো সময়তে ৰক্ষা পৰে, সেয়া আমি নিশ্চিত কৰাৰ ব্যৱস্থা লৈছো।
মনত আছেনে গানটো?
এবাৰ মোৰ বন্ধু এজনে তেওঁৰ বন্ধু এজনক চিনাকি কৰাই দিছিল, বন্ধুৰ বন্ধুজনে নমস্কাৰ জনাই মোক নির্বিকাৰভাৱে ক’লে– অ’ আপুনি মোৰ ফ্রেণ্ড লিষ্টত আছেতো৷ তাৰ পাছত কথাষাৰ কৈ তেওঁ বিদায় ল’লে৷ গতিকে আমি এইটোও বুজিলোঁ যে ফে’চবুকত গঢ়ি উঠা আন্তৰিকতাবোৰৰ বাস্তৱৰ পৃথিৱীত কেতিয়াবা অলপো অস্তিত্ব নাথাকিব পাৰে৷ অলপ সূক্ষ্মভাৱে চালে আমি প্রায়ে দেখো যে ফে’চবুকত কিছু মানুহে এনে ধৰণৰ উন্মত্ত-অমার্জিত আচৰণ কৰে– বুজা যায় তেওঁলোকে আচলতে বাস্তৱৰ পৃথিৱীত সামাজিক অনুশাসন, নীতি-আদর্শৰে উপায়হীন হৈহে সৎ- ভদ্রলোক হৈ আছে৷ আমাৰ এই মুলুকৰ, এইখন এনে এখন সমাজ– য’ত অশিক্ষা, অন্ধবিশ্বাসেৰে ভৰি আছে, য’ত সৰহভাগ মানুহ আৱেগৰ দ্বাৰা পৰিচালিত হয়– যুক্তি বা বিজ্ঞান বুজিব নোৱাৰে৷
আৰবিআইৰ শীৰ্ষ বিষয়াগৰাকীৰ কংগ্ৰেছত যোগদানে দলটোৰ শক্তি দুগুন বৃদ্ধি কৰা বুলি মন্তব্য কৰিছে মেঘালয় কংগ্ৰেছে।