text
stringlengths
10
210k
তেওঁলোকৰ লগত তথা দুষ্টচক্ৰটোৰ সৈতে আৰু বহুলোক জড়িত হৈ আছে বুলিও ইতিমধ্যে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
ইয়াৰ উপৰিও চলিত বৰ্ষৰ জুলাই মাহত আৰু কেইবাখনো হেলিকপ্টাৰ আমেৰিকাই ভাৰতক প্ৰদান কৰিব।
দৈনিক ১৪ পৰা ১৮ খন খাছা তৈয়াৰ কৰে গাঁওখনৰ প্ৰতিজন সদস্যই।
৫. ধেমাজিৰ পানীতোলাৰ বৃহস্পতিবাৰে যাত্ৰীবাহী ছুম’ই নিয়ন্ত্ৰণ হেৰুৱাই ছুইফটত খুন্দিয়াই।
আমছুৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত আল্লিয়া আঞ্চলিক সমিতিয়ে আজি দিনৰ ভাগত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়া মিলন বজাৰৰ পৰা এক সমদল উলিয়াই অঞ্চলটো পৰিভ্ৰমণ কৰে।
৩)দিপাংকৰ চৌধুৰী: ফটহু কাইৰ এইবাৰ নতুন বছৰটোক লৈ কি বিশেষ পৰিকল্পনা আছে?
কিন্তু তাৰ মাজতে প্ৰকৃতিক নিঃস্বাৰ্থভাৱে ভাল পোৱা লোকো আমাৰ মাজত এতিয়াও আছে ৷ তাৰ এক জ্বলন্ত নিদৰ্শন আমাৰ অসমৰ “অৰণ্য মানৱ” যাদৱ পায়েঙ ডাঙৰীয়া ৷ যিয়ে নিজৰ একক প্ৰচেষ্টাৰে পৰিৱেশ সুৰক্ষাৰ অৰ্থে প্ৰদুষণ ৰোধ কৰা উদ্দেশ্যে অৰণ্য সৃষ্টি কৰি এখন সুন্দৰ ,সেউজীয়া প্ৰদুষণমুক্ত পৃথিৱী উপহাৰ দিবলৈ প্ৰয়াস কৰা প্ৰচেষ্টাই এক বিৰল আদৰ্শৰ উৎকৃষ্ট নিদৰ্শন ৷ তেওঁৰ আদৰ্শক অনুকৰণ কৰি আমি আগবাঢ়িলে ভৱিষ্যত প্ৰজন্মই নিশ্চয় এখন সুৰক্ষিত বাসপযোগী পৃথিৱী লাভ কৰিবলৈ সক্ষম হ’ব ৷
উদ্ধাৰ হোৱা গৰুকেইটাৰ বজাৰ মূল্য প্ৰায় ৩২ লাখ টকাৰ ওচৰা-উচৰি হ’ব বুলি জানিব পৰা গৈছে।
২৫ আগষ্ট পুৱা ৮:৩০ বজাত হিমাৰ ৪০০ মিটাৰৰ প্ৰাৰম্ভিক খেল।
ৰাইজে যদি সুবিধা দিয়ে, ৰাজ্যসভাত শক্তি অৰ্জন কৰি সেই বিধেয়কখন আনিব।
যদি কেনেবাকৈ ১২ ঘণ্টা কাম কৰিব লাগে তেতিয়াহ'লে এদিনত দৰমহা দুগুণ কৰাৰ শীঘ্ৰেই সিদ্ধান্ত ল'বলৈও আহ্বান জনায় ।
৪-৫জন বনোৱাই পতাকাস্থলীত কাম কৰিয়েই আছে।
সমগ্ৰ দেশতে এ টি এম কাৰ্ডেৰে ধন উলিওৱাৰ নিয়ম সলনি হ’ব।
গাড়ী দুইমিনিটমান চলাৰ পিছতে মাণিক দাইটিয়ে চুৰিয়াখন আঠুৰ গুৰিলৈ কোঁ‌চাই ভৰি কেইটা আগফালৰ ডেচবোৰ্ডত তুলি বিড়ি এটা জ্বলাই ল’লে।
ভিতৰুৱা দুৰ্গম অঞ্চলৰ পাহাৰৰ উচ্চ চূড়াত এইদৰে কোটি কোটি টকা ব্যয় কৰি ভৱন নিৰ্মাণ কৰাটো কি চৰকাৰী বিষয়া অথবা শাসনৰ বাঘজৰী হাতত লোৱা নেতা পালিনেতা সকলে চৰকাৰী ধন আত্মসাৎ কৰাৰ এক উত্তম উপায় হিচাপে বাচি লৈছিল নেকি, নে আন কোনো মহান উদ্দেশ্য আৰু লক্ষ্য লৈহে পাহাৰীয়া জিলাখনৰ খন্দোলিত এই ভৱনটো নিৰ্মাণ কৰিছিল?
৫) আমলখিত কেঞ্চাৰৰ দৰে ৰোগকো প্ৰতিৰোধ কৰাৰ গুণ অন্তৰ্নিহিত ।
পোহায়ে বোলে মই কিন্তু একদম খেটাং কথা ক’লো।
বিগত ৪-৫ দিনে আমি প্ৰতিবাদ অব্যাহত ৰাখিছো।
বেলেগ দেশৰ পৰা বিজুলী আনিবলৈও ধন নাই।
অসমৰ সমাজ জীৱনৰ পৰা স্বৈৰতান্ত্ৰিক, মৌলবাদী আৰু সাম্প্ৰ্দায়িক বিজেপিক চিৰকালৰ কাৰণে বিদায় দিবলৈ আৰু অসমীয়া জাতিৰ তেনে এটি ৰাজনৈতিক দল গঠন কৰাটো সময়ৰ আহ্বান।
উল্লেখ্য যে, এক কুইন্টল ওজনৰ বহন ক্ষমতা আছে এই চাইকেলখনৰ।
নিউ বঙাইগাঁৱৰ ব্ৰহ্মপুত্ৰ কাৰ্বন উদ্যোগক কৰ্তৃপক্ষৰ তলাবন্ধ ঘোষণা : 'চিটু'ৰ প্ৰতিবাদ
বাংলাদেশৰ বিৰুদ্ধে একমাত্র টেষ্ট আজিৰ পৰা
” আগন্তুকৰ মুখলৈ নোচোৱাকৈয়ে ডাৰোগা বাবু গৰজি উঠিল “ঐ বৰ্দিত হা’ত নিদিবি।
খেলো ইণ্ডিয়াৰ সাফল্যই অনাগত দিনত হৃদয়ক যথেষ্ট সহায় কৰিব বুলি কলিতাই উল্লেখ কৰে।
তাৰ বিপৰীতে তেওঁ নিজকে প্ৰতিষ্ঠিত কোম্পানী  বিৰলা আৰু লেণ্ডিংকাৰ্টৰ  এজেণ্ট বুলি ভুৱা প্ৰমাণ পত্ৰ দিয়ে।
এইখিনিতে আৰু কথা এটা মনত পৰিছে৷ কলেজত পঢ়ি থকা দিনৰে কথা৷ যোৰহাট ইঞ্জিনীয়াৰিং কলেজত পঢ়ি থকা জনৈক গোস্বামী ডাঙৰীয়াই মোৰ সখী এগৰাকীক ভাল পায়৷ সখীৰ দেউতাকে সখীৰ প্ৰতিখন চিঠিৰে তালাচী ল’বলৈ ধৰিলে৷ উপাই নাপাই সখীয়ে প্ৰেমিকৰ চিঠিবোৰ অহাৰ ঠিকনাটো আমাৰ ঘৰ কৰিলে৷ মোৰ ডিউটি বাঢ়িল৷ দিন- বাৰ চাই ডাকোৱাললৈ অপেক্ষা কৰা৷ অপেক্ষা কৰাৰো কম শাস্তি নে?
গতিকে বাণ, ভগদত্ত, চু্যকাফাৰ বংশৰ আমাৰ ককাইটিহঁতে খিলঞ্জীয়া অসমীয়া জাতিক বিনাশ কৰি এনে এটি অমংগলীয়া ভাষাৰ ঠাইত বাংলা ভাষাৰ প্রচলন কৰিবলৈ যি আয়োজন কৰিছে, তাক বিৰোধ কৰাৰ প্রয়োজন ক’ত?
১৯৪৮  চনত বিষ্ণুৰাভাৰ পৰিচালিত চিৰাজ কথাছবিত অভিনয় কৰে আৰু শিৱপ্ৰসাদ ভট্ৰাচায্যৰ লগত যুটিয়াভাবে সেই ছবিৰ সংগীত পৰিচালনা কৰে।
আৰক্ষীয়ে ধৃত ম'বাইল চোৰটোৰ পৰা ৭ টা ম'বাইল ফোনৰ উপৰি ১৭ টাকৈ মোবাইল ক'ভাৰ জব্দ কৰিবলৈ সক্ষম হয়।
১৯৫০ চনৰ বৰভূঁইকম্পত দ'লটোৰ এছোৱা খহি গৈ ইয়াৰ সাঁফি লৰি পৰিছিল।
অসমৰ ন-অসমীয়াই ভাৰত-পাকিস্তানৰ মাজত কাজিয়া হ’লে পাকিস্তানৰ পক্ষ লয়: হিমন্ত
জ্যোতিষী-বাবাজী প্ৰতিযোগিতা, পুৰস্কাৰ নগদ ১ কোটি [1]
বজাই ৰাখিব তাইৰ অস্তিত্ব, আত্মসন্মান।
১৭. প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা দুৰ্যোগত বিগত ২৪ ঘণ্টাত হিমাচল প্ৰদেশ আৰু পশ্চিম বংগত ১১জন লোকৰ মৃত্যু।
সন্তানক জীৱনৰ সৰ্বোস্ব স্বাধীনতা আৰু অত্যাধিক বিশ্বাসৰ মাজত এৰি দি এনে পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হোৱা জনেহে বুজি পাই যান্ত্ৰনা কি?
তেওঁ এখনৰ পিচত আনখনকৈ শতাধিক মূল্যৱান গ্ৰন্থ লিখে।
অপপ্ৰচাৰ কৰিছে এ বি ভি পিকে ধৰি বিজেপিৰ অন্তৰ্ভুক্ত গেৰুৱা বাহিনীটোৱে।
ফলত ছুম’খনত থকা কেইবাজনো যাত্ৰী আহত হয়।
খু: খো: হৈ যাব ছাৰ, আপুনি ৰেডী হওঁক৷ বাকী আপোনাৰ ভবিষ্যত উজ্বল হওঁক, আপুনিও খাওঁক আৰু আমাকো খাবলৈ দিয়ক!
ধৃত দুৰ্বৃত্ত দুটা বিশ্বনাথৰ বলডোঙাৰ হানিফ আলী, আব্দুল চৈয়দ ।
 ডিজিটেল ডেস্কঃ গুজৰাটৰ গোধৰা কাণ্ডৰ অন্যতম অভিযুক্ত ইয়াকুব পাতালিয়াক মঙলবাৰে আটক কৰে গুজৰাট আৰক্ষীয়ে৷ বিগত ১৬ বছৰে পলাতক অৱস্থাত আছিল ষাঠিউৰ্দ্ধৰ ইয়াকুব ৷ উল্লেখ্য, ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰা ৰেলষ্টেছনৰ ওচৰত সবৰমতী এক্সপ্ৰেছত অগ্নিসংযোগ কৰা হয়৷ সেই অগ্নিকাণ্ডত ট্ৰেইনৰ ৫৯ যাত্ৰীৰ মৃত্যু হয়৷
জাতি, মাটি, ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আছুৱে।
কলিতাৰ বিয়োগত ৰাজ্যৰ জলসিঞ্চন,ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী তথা তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি ভৱেশ কলিতা,বিদ্যালয়ৰ অধ্যক্ষা লীনু বৰদলৈ, শিক্ষক গোটৰ লগতে তুলসীবাৰী শংকৰদেৱ শিশু নিকেতন , পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা,বৃহত্তৰ ৰঙিয়া সচেতন নাগৰিক মঞ্চৰ সম্পাদক তাৰিফুল ইছলাম,,তুলসীবাৰী লাছিত জ্যোতি সংঘ,তুলসীবাৰী বজাৰ সমিতি,অৱসৰ প্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সন্থা ,বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা আদিকে ধৰি প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি তথা দল – সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।
হৰেন বড়াৰ লগত তেওঁৰ পত্নী ফুনু বড়া (৪৫) আৰু দুগৰাকী কন্যা ক্রমে দীক্ষিতা (চিম্পী) বড়া (২১) আৰু নীক্ষিতা (মুনমী) বড়া (১৮) গুৱাহাটীৰ পৰা আহিছিল৷ এজন ব্যক্তিগত চালকক লৈ পিতৃগৃহলৈ অহা পৰিয়ালটোৱে আজি চালকক এৰি হৰেন বড়াৰ পিতৃগৃহত থকা মাতৃ পুনৌ বড়াক (৮৬) লগত লৈ সন্ধ্যা দিখৌমুখৰ ৰঘুবাৰীৰ এটা সম্বন্ধীয় পৰিয়ালৰ ঘৰত ফুৰিবৰ বাবে নিজৰ গাড়ীখন লৈ আহিছিল৷ ব্যক্তিগত চালকৰ বিপৰীতে হৰেন বড়াই নিজেই গাড়ীখন চলাই অহা অৱস্থাতে দুলীয়াৰ দিখৌ মথাউৰিত গাড়ী উঠাওঁতেই দুর্ভাগ্যবশতঃ গাড়ীখন সহ পৰিয়ালটো দিখৌ নদীত সোমাই যায়৷
Home > গোৰেশ্বৰত জোঁৰ সমদল, কৃষকৰ বাবে নহয় ধনীৰ বাবে কাম কৰিছে চৰকাৰে
কামপুৰৰ বুটিকুৰাৰ ইতিহাস প্ৰসিদ্ধ ধনতোলা থান আৰু প্ৰাচীন গোভা ৰাজ্যত এভুমুকি
NRCৰ কাম বন্ধ কৰিবলৈ চৰকাৰে বহু চেষ্টা কৰিছিল, ন্যায়ালয়ে চৰকাৰক প্ৰকাশৰ বাবে বাধ্য কৰিলে
: শৰ্মাদা নিচা লাগিছে আপোনাৰ।
সেনাৰ গুলীত নিহত দুই পাক সন্ত্ৰাসবাদী।
অগপ দলৰ জিলা সমিতিকে ধৰি সকলো সাংগঠনিক গোট, ভাতৃ-ভগ্নী সংগঠনসমূহকো উক্ত কাৰ্যসূচী ৰূপায়ণত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।
ৰাজ্যৰ জলসম্পদ, জলসিঞ্চন বিভাগেও চিন্তিত হৈ পৰিছে ব্ৰহ্মপুত্ৰ শুকাই যোৱাৰ লগতে ঘোলা পানী ববলৈ আৰম্ভ কৰাত৷ দেশৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে টাইট কৰি এই সন্দৰ্ভত চিন্তা ব্যক্ত কৰে৷ ভাৰত চৰকাৰে চিয়াঙৰ সন্দৰ্ভত দৃষ্টি ৰাখিছো বুলি কৈ ‘ৰাইজ উদ্বিগ্ন হৈ পৰাটো স্বাভাৱিক’৷ চিয়াঙৰ পানী মেকমোহন সামীৰ পৰাই বোকাময় হৈছে বুলি কৈ পানী ক’লা-বোকাময় হোৱাৰ কথা চৰকাৰ জ্ঞাত বুলি কয়৷ যোৱা কেইবাটাও বছৰ ধৰি ব্ৰহ্মপুত্ৰ তথা চিয়াং নদীৰ সোঁত সলনি কৰিবলৈ চক্ৰান্ত অব্যাহত ৰাখিছে ৰঙা চীনে৷
১২. মঙলবাৰে এক সংবাদমেলত ছাউথৰ বিশিষ্ট অভিনেতা প্ৰকাশ ৰাজে ৰাজনীতি ক্ষেত্ৰত নমাৰ কথা জনাই কয়- ‘২০১৯ৰ লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিম।
আহোম ৰজা চুখামখা চৰাই-খোৰোঙলৈ পলাই যায়।
তুমি তাইক আহিবলৈ ক’লা?
আৰক্ষীৰ জিম্মাৰ পৰা এনেদৰে চোৰ এটাই পলায়ন কৰা ঘটনাই সমগ্ৰ মহানগৰ আৰক্ষীক লজ্জানত কৰিছে।
কিছুদিন পূৰ্বে ঝাৰখণ্ডতো বিজেপিৰ যুৱ মৰ্চাৰ একাংশ লোকৰ হাতত কেমেৰাৰ সমুখতে প্ৰহৃত হৈছিল এইজন বিশিষ্ট সমাজকৰ্মী।
ৰাজভৱনলৈ যোৱাৰ পূৰ্বে উদ্ধৱ থাকৰেয়ে কংগ্ৰেছৰ নেতৃত্ব আৰু এন চি পি নেতৃত্বৰ সমৰ্থন লাভৰ বাবে চেষ্টা কৰিছিল।
চাৰিদিন ধৰি বানৰ কবলত থকা অঞ্চলটোৰ জনসাধাৰণৰ খবৰ ল’বৰ বাবে আজি পৰ্য্যন্ত প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই।
আজি দিনৰ প্রায় দহ বজাত নিজ ডবকা গাঁৱৰ বাসিন্দা তথা পৰিবহণ বিভাগৰ অৱসৰপ্রাপ্ত ষ্টেছন ইনচার্জ মইনুল হক (৬০) মাজাৰ ভূঞাই তেওঁৰ কন্যা মাশ্বৰুফা শ্ববনম ফাৰহা (২১)ক লগত লৈ এখন মটৰচাইকেলেৰে ডবকাৰ পৰা যোগীজানলৈ গৈ আছিল৷ পিতৃ আৰু কন্যা বাইকেৰে আহি থাকোঁতে নীলবাগান ঈদগাহৰ সন্মুখত পিছফালৰ পৰা আহি থকা এ এছ ০১ বি এল ৪২২২ নম্বৰৰ স্কৰপিঅ’ গাড়ী এখনে দুয়োকে মহতিয়াই নিয়ে৷
ডিজিটেল সংবাদ,গুৱাহাটীঃ ‘ৰাইজ…২০১৪ আৰু ২০১৬ নিৰ্বাচন পাৰ কৰিলে প্ৰতিশ্ৰুতিৰে, ২০১৯ৰ নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি নহয়, ফলাফল লাগিব…অসমৰ সমস্যা অসমৰ বাংলাদেশী নহয়,অসমৰ সমস্যা অসমৰ নেতা।
নালাগে অ’, তহঁ‌তে উপজাচি টকা কেইটামান দিলেহিও মই বাননাত উঠিবলৈ নাই।
” আৰু দ্বিতীয় মিশ্ৰা হৈছে “খুদা ইয়াদ আয়া চবেৰে চবেৰে।
ইয়াৰোপৰি, জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বন্ধ্যাকৰণ প্ৰক্ৰিয়া সঠিক ৰূপত ৰূপায়ণ কৰিবৰ বাবে চৰকাৰক আহ্বান জনাই তেওঁ কয় ‘বন্ধ্যাকৰণ কৰিলে চৰকাৰে ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিব পাৰে।
খবৰ শুনি গাঁৱৰ মানুহেৰে তেওঁৰ চোতাল ভৰি পৰাৰ লগতে একাংশই আৰক্ষীক খবৰ দিয়াত নিশাই আৰক্ষীৰ লোক আহি সামগ্ৰীবিধ থানালৈ লৈ আনে।
বদৰপুৰত হঠাৎ বৃদ্ধি পাইছে বিদেশীৰ জাননী বিতৰণৰ মাত্রা !
মাজনিশা বাঁহনি-বাৰীত মদন চোৰৰ মুখত ওলাইছে এই কথা-– মেনকালৈ, ‘ইন্দ্রৰ কাৰণে আপুনি চিন্তা নকৰিব নবৌ৷ সি ডাঙৰ মানুহ হ’ব৷’ সেই ৰাতি বাঁহনিৰ আন্ধাৰত মদন চোৰে মেনকাক হেজাৰ হাতীৰ বল দিলে মনত৷ তাৰেই জোৰত এদিন দিনৰ পোহৰত ইন্দ্রক মেনকাই ক’লে, – ‘তই ভালকৈ পঢ়া-শুনা কৰ৷ তই যদি ভাল হৱ, তেনেহ’লে সকলো ভাল হৈ যাব৷’
দিন ৰাতিৰ চেদ ভেদ নোহোৱাকৈ সোঁ সোঁৱাই অহা যোৱা কৰি থাকে গাড়ীবোৰে।
বৃহত্তৰ বটদ্ৰৱাত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া টীকা প্ৰদান 
দুৰ্ঘটনাত আহত আটাইকেইজনকে তেজপুৰ কনকলতা চিভিল হস্পিতালত ভৰ্তি কৰা হৈছিল।
পৰ্যটকৰ বাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হ’ল হিমাচল প্ৰদেশৰ কুল্লু।
ৰ’বহে, আচৰিত নহ’ব৷ ৰোমাণ্টিক নহ’ব পাৰে, একেলগে নুঘূৰিব পাৰোঁ, কিন্তু ঘূৰাটো সত্য৷ সইত সইত তিনি সইত সত্য৷ তাকো এটিএমে এটিএমে?
ৰাতিটো আমাৰ লগত গাড়ীখন ৰখিবলৈ আৰু দুজন আৰক্ষীৰ ব্যৱস্থা কৰি দিলে।
আজিৰ পৰা কামাখ্যাত অম্বুবাচী মেলা, সোত বৈছে ভক্তৰ [1]
কোঠাটোৰ গোটেই কেইখন খিৰিকী খুলি দিয়াৰ পাছত ভট্টই খিৰিকীৰ ৰড কেইডালত ধৰি বাহিৰলৈ চাই থাকে।
অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে ‘কা’ক লৈ চলোৱা সমীক্ষাৰ সম্পৰ্কে থোৰতেঃ
গোমা বিমানবন্দৰৰ পৰা বৌনী চহৰৰ দিশে উৰা মাৰিছিল বিমানখন।
যাৰ ফলত আছুৰ কর্মীসকল জাঙুৰ খাই উঠি আৰক্ষী বিষয়াজনক ঘেৰি ধৰে৷ ইয়াৰ পাছতে আছুৰ কর্মীসকলে ৰাস্তাৰ ওপৰতে ডি এছ পি প্রদীপ শইকীয়াৰ বিৰুদ্ধে ধর্ দিয়ে৷ সদৌ ডিব্রুগড় জিলা ছাত্র সন্হাৰ সভাপতি শংকৰ জ্যোতি বৰুৱা আৰু সাধাৰণ সম্পাদক লিখন বৰুৱাই বিষয়াজনৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে ডি এছ পি প্রদীপ শইকীয়া অসমীয়াক অপমান কৰা হিন্দীভাষীৰ এজন দালাল৷
ছোৱালীজনীও বৰ ভাল আছিল।
ইমান অস্বাভাৱিক ভাৱে নীতিবাদী ইহঁতমখা যে আনকি ‘চোটি চোটি মগৰ মোটি বাটেঁ’ত ‘থেহ্‌ৰো’ নিনাদ কৰা শক্তিমানেও লাজুকীলতা জপাদি জাপ খাই পৰিব।
আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা এখন ট্ৰাকে পলায়ন কৰাৰ উপৰি আনখন ট্ৰাক আৰু এখন বলেৰ’ পিকআপ বাহনৰ চালক কেইজনে নিজৰ বাহন কেইখন তাতে এৰি পলায়ন কৰে।
বিশিষ্ট সাহিত্যিকগৰাকীয়ে লগতে আৰু কয়, ‘শিশু অৱস্থাতে যদি মানুহৰ মনত কিতাপৰ প্ৰতি অনুৰাগ সৃষ্টি কৰা নহয়, তেন্তে ডাঙৰ হৈ সেই অনুৰাগ তেওঁ কেনেকৈ অনুভৱ কৰিব?
ৰবিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হয় ৬৮.৪৩ টকা তথা প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৩.৩৬ টকা ।
পৰ্যটন বিভাগৰ সম্ভাৱনা বহু আছে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নাৰীৰ সন্মান ৰক্ষা কৰাৰ স্বাৰ্থত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হ’ব।
কেইদিনমানৰ ভিতৰতে পুনৰ ভয়াবহ আক্ৰমণৰ ভাবুকি দিছে এই আইছিছে৷
২০০ সেনা মোতায়েন কৰা হৈছে কলম্বোত সকলো সেনাৰ ছুটী বাতিল কৰিছে প্ৰশাসনে।
নাই, মানুহ গৰাকীক পোৱা নগ’ল।
মুখৰ মাতষাৰ নাই, বৰুৱাৰ লগত মানুহজনীৰ মাতবোল একেবাৰে বন্ধ।
তোৰ লগতে ময়ো হাঁহ চোৰৰ উপাধিটো যে নাপাম গেৰেণ্টি নাই।
নিশাৰ ভাগত সংগঠনকেইটাৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
এই মূৰ্ত্তিসমূহ আহত, বট, বেলগছ আৰু গুলঞ্চ গছেৰে চাৰিওদিশে আৱৰি থকাৰ বাবে মূৰ্ত্তিসমূহৰ অৱস্থানক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
বন্ধৰ ফলত যান-বাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে।
অবড়ো সুৰক্ষা সমিতি ককলাবাৰী পৰিষদীয় সমিতিৰ উদ্যোগত তথা জালাহ আঞ্চলিক সমিতিৰ সহযোগত বাক্সাৰ শালবাৰীৰ জালাহত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অবড়ো সুৰক্ষা সমিতিৰ সদস্যসকলে ইয়াৰ প্ৰতিবাদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে৷
আকৌ গাড়ীত এচি আছেই দেখোন?
“মানুহে এই দলটোৰ ধৰ্মীয় লক্ষ্য বুজি উঠিছে,” য়েচুৰিয়ে কয়।
লগতে তেওঁ কয়,আমাক বিভিন্ন ভাষা-ভাষী লোকৰ এক সমন্বয়ৰ প্ৰয়োজন ।
ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ বয়সৰ কোনো নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ নাই বুলি জানিবলৈ দিয়ে সংগঠনটোৱে ২০১৮ বৰ্ষত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সোণালী জয়ন্তী বৰ্ষৰ বিশেষ কাৰ্যসূচী বুলি জানিবলৈ দিয়ে।
ভাৰ্চুৱেল পৃথিৱীয়ে উপহাৰ দিয়া বন্ধু।