text
stringlengths
10
210k
৪ মাৰ্চৰ বিয়লি কাজিৰঙাত উপস্থিত হৈয়ে দৃশ্যগ্ৰহণৰ কামত ইংলেণ্ডৰ প্ৰাক্তন খেলুৱৈ গৰাকী ব্যস্ত হৈ পৰিব বুলি জানিব পৰা গৈছে।
অসম সাহিত্য সভাৰ ১০৩তম সভাপতি হিচাপে নিৰ্বাচিত কুলধৰ শইকীয়া
উথপথপ পৰিৱেশে বিৰাজ কৰিছে তিনিচুকীয়াৰ আই টি আই খেলপথাৰৰ ৰাজকুমাৰ লংকেশ্বৰ গোহঁাই ক্ষেত্রত৷ আজি আৰম্ভ হৈছে মটক ৰজা স্বর্গদেউ সর্বানন্দ সিংহ দিৱস আৰু মটক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ৷ আজি ২১৩সংখ্যক স্বর্গদেউ সর্বানন্দ সিংহ দিৱস উপলক্ষে পুৱাৰ ভাগত ঐতিহাসিক তিনিকোণীয় পুখুৰীত থকা সর্বানন্দ সিংহৰ প্রতিমূর্তিত মাল্যার্পণ কৰি শ্রদ্ধা নিৱেদন কৰে মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁয়ে৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমুখত ৰাজ্য চৰকাৰে স্থাপন কৰা কেন্সাৰ চিকিৎসালয়ত ৩২ কোটি টকাৰ পেট স্কেন মেচিন স্থাপন কৰিছিল যদিও, কাৰ্যত এই মেচিনে স্বাস্থ্য খণ্ডৰ চেহেৰা সলনি কৰিব পৰা নাই।
অধিবেশনৰ লগত সংগতি ৰাখি গছ পুলি ৰোপন কাৰ্যসুচী অায়োজন কৰে।
ৰাষ্ট্রসংঘই দেশৰ বৈদেশিক পৰিক্রমা বিভাগৰ মন্ত্রীলৈ প্রেৰণ কৰা পত্রখনত উল্লেখিত বহু কথা অনুমান-ভিত্তিক আৰু প্রকৃত ‘গ্রাউণ্ড ৰিয়েলিটি’ৰ উপলব্ধি নকৰাকৈ প্রস্তুত কৰা যেন লাগিছে৷ পত্রখনৰ যোগেদি ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ পৰিষদে ৰাষ্ট্রীয় নাগৰিকপঞ্জী সন্দর্ভত অসমৰ মানুহৰ মাজত সাম্প্রদায়িক বিভাজন হোৱা বুলি ক’ব বিচৰা হৈছে৷ নামনি অসমত পূর্ববংগীয় মুছলমানৰ জনসংখ্যা বিস্ফোৰণ বিষয়টো ইতিমধ্যে বিভিন্ন মহলত চর্চিত হৈছে৷ এনে চর্ই মানুহক কিছু সচকিত কৰি তুলিছে৷ কেৱল জনসংখ্যাৰ স্বভাৱজাত প্রাকৃতিক বৃদ্ধিয়েই যে এনে পৰিসংখ্যা আৰু ধাৰণাৰ সৃষ্টি কৰিছে– সেয়া মানি নলওঁ৷ ইয়াৰ আঁৰত অবাধ হাৰত ঘটা প্রব্রজনৰ কথাটো লুকাই থ’লে প্রকৃত সত্যক ঢাকি ৰখা হ’ব৷ অসম এদিন মুছলমান প্রধান ৰাজ্য হোৱাৰ লগতে হিন্দু বাঙালী আৰু মুছলিম বাঙালী মিলি অসমীয়া ভাষাটোক সংকটাপন্ন কৰি তুলিছে– দুয়োটা কথা পৰস্পৰ জড়িত৷ ধর্মৰ বিষয়টোতকৈ ভাষাৰ সংকটৰ কথাটো অধিক চিন্তাৰ কথা৷ উক্ত পত্রখনত ক’তো এনেবোৰ উদ্বেগজনক পৰিস্থিতিৰ কথাৰ উল্লেখ নাই৷
অৱশ্যে ইয়াৰ বিৰুদ্ধে অসমৰ জনসাধাৰণে উচিত প্ৰত্যুত্তৰ দিছে।
বাৰু কোনো কথা নাই৷ বহু বছৰ দেখা সাক্ষাৎ হোৱা নাইতো সেয়ে পাহৰিছে চাগৈ৷
দুৰ্বৃত্তৰ গুলীবৰ্ষণত নিহত ৩ জন ব্যক্তি।
বিদ্যালয়ৰ পৰা আহি খেলা-ধূলা কৰাৰ পিছত গধূলি সময়মতেই পঢ়িবলৈ বহিছিলোঁ আৰু ৰাতি বেছি দেৰিলৈকে সাৰ পাই থকা নাছিলোঁ।
তদুপৰি লাইভ লোকেশ্বন ট্ৰেকিঙৰো ব্যৱস্থা আছে এপ'টোত।
ইয়াৰ পাছতে স্নেহালয়ৰ প্রাংগণত এখন অনুষ্টুপীয়া সভা অনুষ্ঠিত কৰা হয়৷ এই সভাত সমাজসেৱক অচু্যত কৃষ্ণ কলিতা, অসীমজ্যোতি বুঢ়াগোহঁাই আৰু মৃদুপৱন শইকীয়াৰ উপস্থিতিত কিশোৰীসকলৰ মাজত ছেনিটাৰী নেপ৲কিন বিতৰণ কৰা হয়৷
চামগুৰিত পথাৰত হাল বাই থাকোতে দুৰ্ঘটনাগ্ৰস্ত হ’ল টেক্টৰ।
ভাৰতৰ ১৯ অনুৰ্ধৰ দলটোৰ হৈ ৰবি বিষ্ণইয়ে তিনিটা উইকেট লোৱাৰ বিপৰীতে কাৰ্তিক ত্যাগী, শুভাংগ হেগড়ে আৰু অথৰ্ব অংকোলেকৰে দুটাকৈ উইকেট লাভ কৰে।
তেওঁ  উল্লেখ কৰিছে যে, আফজল চৌধুৰী নামৰ এজন  যুৱকে তেওঁৰ ফেচবুক প্রফাইলত ভগৱান ৰাম সম্পৰ্কে এক অশ্লীল মন্তব্য আগবঢ়ায় যিটোৱে হিন্দু ধর্মৰ ধৰ্মীয় অনুভূতিত আঘাত কৰিছে ।
বৰষুণত তেওঁ তিতি জুৰুলি-জুপুৰি হৈছিল।
ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ লেখক তথা ৰাজনৈতিক বিশ্লেষক,অৱসৰপ্ৰাপ্ত সেনা বিষয়া কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই।
বিজেপিৰ শক্তিশালী প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৩৫২,৩৬১টা ভোট লাভ কৰাৰ লগতে কংগ্ৰেছে ২৭৭,০৭৮টা ভোট লাভ কৰে।
সেইদৰে সৰু ৰাজ্যসমূহৰ ভিতৰত প্ৰথমৰ ফালে স্থান লাভ কৰিছে মিজোৰাম, মণিপুৰ আৰু গোৱাই।
আনহাতে উক্ত প্ৰমাণপত্ৰখন ২০১৩ চনৰ ২৮ ডিচেম্বত প্ৰদান কৰা উক্ত প্ৰমাণপত্ৰৰ সহায়ত নেহাই পাৰপত্ৰ উলিয়াবলৈ সক্ষম হৈছিল।
আনহাতে জিলাখনৰ বিভিন্ন স্থানৰ পৰা কংগ্ৰেছ কৰ্মী সকলক আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে ।
জম্পুইৰ কমলা টেঙা ত্রিপুৰাকে আদি কৰি বৰাক সহ সমগ্ৰ অসম তথা অস‌মৰ  বা‌হি‌ৰলৈও ৰপ্তা‌নি কৰা হয়।
বাতৰি মতে, গাখীৰৰ দাম বাঢ়িলেও মহৰমৰ সমদলক সেৱা আগবঢ়াই যাব পৰম্পৰাগত এই কাম কৰি অহা লোকসকলে।
ডিজিটেল ৰিপ'ৰ্টঃ এবিএমছুৰ সভাপতি তথা বিটিএডিৰ অন্যতম প্ৰতিবাদী কণ্ঠ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে চাঞ্চল্যৰ।
পৰিয়ালৰ লোকে পৰৱৰ্তীসময়ত কোঠাৰ ভিতৰত ছাত্ৰজনৰ চীপলোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ছাত্ৰগৰাকীক মৃত বুলি ঘোষণা কৰে।
দেউতাই পিছৰ পৰা সকলো চাই আছে।
‘নয়া ভূমি’ নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে দাখিল কৰা আবেদনৰ শুনানি অনুষ্ঠিত কৰি এই নিৰ্দেশ দিয়ে আদালতে৷ স্বেচ্ছাসেৱী অনুষ্ঠানৰ মতে, জাতীয় প্ৰতীক ৰক্ষা কৰিব গলে বিশষ্ট নাগৰিকসকলে বিপদত পৰিব পাৰে৷ যদি পঞ্জীয়ন নাথাকে কোনো অইন গাড়ীয়ে যদি তেওঁলোকৰ গাড়ীত খুন্দা মাৰে তেন্তে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ লগতে ক্ষতিপূৰণ আদায় কৰিব নোৱাৰিব৷ 
ফেনীৰ প্ৰভাৱত প্ৰচণ্ড বতাহ আৰু ধাৰাসাৰ বৰষুণ হৈছিল।
৩.১৫ মিনিটত সংবাদকৰ্মীসকলক নিৰ্বাচন আয়োগ ভৱনত উপস্থিত হোৱাৰ বাবে নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে
জামাত্যই কয় যে বৰ্তমান প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু ইন্দিৰা আৱাস যোজনাৰ অধীনত প্ৰায় ২৪,০০০ গৃহ নিৰ্মীয়মান অৱস্থাত আছে আৰু এইবোৰ সম্পূৰ্ণ হ’লেই ‘টংঘৰ’বোৰ সলনি কৰা হ’ব।
গোৰেশ্বৰত কেতিয়া হ’ব বিএড কলেজ-নাৰীৰ উচ্চ শিক্ষানুষ্ঠান, বাণিজ্য-বিজ্ঞান শাখা প্ৰাদেশিকীকৰণ দাবীত প্ৰতিবাদ
আচলতে চৌধুৰীহঁ‌তৰ ঘৰো নিৰাপদ নহয়।
দেওবাৰে মুম্বাইত মাৰাঠী সাহিত্য সংঘৰ সৈতে অসম সাহিত্য সভাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
সেই সন্দেহ দূৰ কৰিবলৈ মেছেজটোতে চেষ্টা চলোৱা হৈছে।
এই তথ্য সদৰি কৰিছে বন বিভাগে।
“মহাজননো আকৌ কিয় আহিছিল?
কিন্তু অন্তৰৰ পৰা কৈছো, এনে পৰিস্থিতিতো ছবিখনৰ প্ৰতি দৰ্শকৰ সহাঁৰিক লৈ আমি সন্তুষ্ট।
একেবাৰে স্বৰ্গসুখ৷
মাজপথতে হেমাংগিনীক দীঘলীয়া চুমা এটা দিবলৈ মন গ’ল।
মুছলমান আই-মাতৃ-পিতৃসকলে নিজৰ সন্তানক সু-শিক্ষা দিয়ক।
মাত্রাধিক ফ্ল’ৰাইডযুক্ত পানী সেৱন কৰাৰ ফলত এই শিশুসকল দাঁতৰ বেমাৰৰ পৰা আৰম্ভ কৰি ছাল, হাড়ৰ বিভিন্ন ৰোগত আক্রান্ত হ’বলগীয়া হৈছে৷ ৰাজ্যখনৰ ধুবুৰী, কার্বি আংলং, নগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ, ওদালগুৰি, হোজাই, দক্ষিণ শালমাৰা, গোলাঘাট, যোৰহাট, মাজুলী, কৰিমগঞ্জ জিলাৰ ১১০০খন গাঁৱৰ ভূ-গর্ভৰ পানীত অতিমাত্রা ফ্ল’ৰাইড থকাটো ধৰা পৰিছে৷ এয়া অতিশয় চিন্তনীয় বিষয়৷
এই পুৰস্কাৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত আনন্দৰ জোৱাৰ বৈছে কাটিগড়াত ।
নগাঁৱৰ ৰেংবঙত উদণ্ড যুৱকৰ উদ্ভণ্ডালি।
কাৰেইবা প্রয়াস?
আটক কৰা কাণ্ডক গৰিহণা দি মমতা বেনাৰ্জীয়ে কয় যে এয়া অত্যাচাৰ কৰা হৈছে।
আজি ধৰ্মনগৰ যুৱ কংগ্ৰেছে স্থানীয় কংগ্ৰেছ ভৱনত এখন শ্ৰমিক সন্মিলনৰ আয়োজন কৰে।
ষ্টাফৰিপৰ্টাৰ, ৮ এপ্ৰিল, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক লৈ আছুই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
শান্তিৰ বাবে কাম কৰিব লাগিব।
ডিজিটেল সংবাদ, নলবাৰীঃ বুধবাৰে যেন নলবাৰীয়ে কান্দিছে।
ছচিয়েল মিডিয়াৰপৰা প্ৰভাৱিত হৈ নিজকে এজন আইছিছৰ কেডাৰ হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিব বিচাৰিছিল চাইফুল্লাই।
সপোন দেখি সেই সপোনৰ পিছত দৌৰি ভাল পাইছিল দীপকে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাক মুখ্য আহ্বায়ক হিচাপে লৈ এখন আহ্বায়ক সমিতি গঠন কৰে।
কলিজাখন খাই জহনীজাতিয়ে সোধে
অৰ্ণৱ দাৰফাঙে  নিজৰ প্ৰতিভাৰ বলেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
কৰ্মচাৰী পৰিষদে এই প্ৰতিবেদনৰ প্ৰতিবাদ কৰিছিল।
তাৰ পাছতে তেও যোগ দিয়ে কংগ্ৰেছত।
গুৱাহাটী নীলাচল পাহাৰস্থিত কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত ১৭ নৱেম্বৰত অনুষ্ঠিত হোৱা অসম মৌচম কবি সন্মিলনৰ সপ্তম বাৰ্ষিক মৌচম বঁটা সন্মান প্ৰদান এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত বঁটা সন্মান গ্ৰহণ কৰে লুইটেলে।
তুলনামূলকভাৱে ধুবুৰীত কংগ্রেছে দুর্বল প্রার্থী দিছে৷ বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু তিনিবাৰৰ সাংসদ আব্দুল হামিদক বঞ্চিত কৰি প্রাক্তন বিধায়ক আবু তাহেৰ বেপাৰীক প্রার্থিত্ব দি কংগ্রেছে ধুবুৰীত বদৰুদ্দিন আজমলক এক সুযোগ দিছে৷ কিন্তু বৰপেটাত আব্দুল খালেকক প্রার্থিত্ব দি দলটোৱে আজমলৰ আশাত চেঁচাপানী ঢালিলে৷ এ আই ইউ ডি এফৰে গোপন বুজাবুজিক লৈ দলৰ ভিতৰত তুমুল প্রতিক্রিয়াৰ সৃষ্টি হোৱাত কংগ্রেছে বৰপেটাত আজমলক হতাশ কৰি শক্তিশালী প্রার্থী প্রক্ষেপ কৰিছে৷ উল্লেখযোগ্য যে ধুবুৰী আৰু বৰপেটাত নাম-গোন্ধহীন প্রার্থী দিবলৈ বদৰুদ্দিন আজমলে কংগ্রেছৰ ওপৰত হেঁচা দিছিল৷
মই বোলো মাৰ লগৰ মা গৈ থাকা।
তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, ছুটি ছবি, ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে।
এই সাফল‍্যত  ছাত্ৰীগৰাকীৰ ঘৰত এতিয়া আনন্দৰ বন্যা বৈছে আৰু বাহঁজানীৰ বিভিন্ন সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠান আদিয়ে ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে।
বেয়া কাম কৰিবি, আৰু কথা লুকুৱাবি?
কিন্তু অসমত ইছলাম ধৰ্মাৱলম্বী সম্প্ৰদায়ে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰূপে স্বীকৃতি পোৱাৰ যোগ্যনে?
মহানগৰীৰ দীঘলীপুখুৰী পাৰত সংগঠনটোৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে অৰ্ধ উলংগ হৈ অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰাৰ লগতে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰি জনজাতিকৰণৰ দাবী জনায়৷ প্ৰতিবাদকাৰীসকলে বিজেপিয়ে গাদীলৈ অহাৰ পূৰ্বে জনজাতিকৰণ কৰাৰ কথা গৈছিল যদিও বিজেপিয়ে এতিয়া মূৰ পোলোকা মৰা বুলি অভিযোগ উত্থাপন কৰে৷
মৃতই দেখোন।
পূবে মংগোলীয়, দক্ষিণে দ্ৰাবিড়, কাশ্মীৰৰ মুছলমান, উত্তৰপ্ৰদেশৰ হিন্দু, পশ্চিমবংগৰ বাঙালী, গুজৰাটৰ গুজৰাটী ইত্যাদ নৃগোষ্ঠী, ধৰ্ম-গোষ্ঠী, ভাষা-গোষ্ঠীৰ প্ৰতিনিধি সেই মহা সমাবেশত আছিল আৰু এই বহুত্বই ভাৰতীয় ঐক্যৰ প্ৰাণ শক্তি।
NE INDIA: বৰাক উপত্যকা তথা সমগ্র দক্ষিণ অসমৰ প্রাচীন খ্যাতনামা শিক্ষা প্রতিষ্ঠান শিলচৰৰ গুৰুচৰণ ( GC ) কলেজৰ বর্তমানৰ অধ্যক্ষ ডঃ বিভাষ দেৱে ধর্মীয় উৎসব “ মহৰম ” ৰ সঠিক ইংৰাজী আৰু বাংলা অর্থ নেজানে ।
গঠন হ’ব মিত্রজোঁটৰ সমন্বয়ৰক্ষী সমিতি
১৩। মেডিকেল, ইঞ্জিনিয়াৰিং, কৃষি, পশুচিকিৎসা আৰু সাধাৰণ বিশ্ববিদ্যালয়বোৰত আহোম, কোঁচ ৰাজবংশী আৰু চুতীয়াৰ বাবে আসন সংৰক্ষণ
উল্লেখযোগ্য যে এনেদৰে ছাত্রাৱাস-ছাত্রীনিৱাস নির্মাণৰ নামত পুঁজি আবণ্টন হোৱাৰ পাছতো বাস্তৱিকতে আজিৰ তাৰিখত ছাত্রাৱাসৰ অস্তিত্বই বিচাৰি পাবলৈ নাই৷ সেয়ে ভুৱা নথি-পত্রৰ জৰিয়তে বিগত সময়ছোৱাত কেনেদৰে কোটি কোটি টকা চাহ জনগোষ্ঠীৰ ছাত্রাৱাস- ছাত্রীনিৱাস নির্মাণৰ নামত আত্মসাৎ কৰা হৈছিল, সেই সন্দর্ভত বিতং তথ্যসহ অসম প্রদেশ বিজেপি চাহ মর্ই মুখ্যমন্ত্রীৰ দুর্নীতি নিবাৰক শাখাৰ জৰিয়তে তদন্ত কৰিবলৈ দাবী জনাই ইতিমধ্যে পত্রও প্রেৰণ কৰিছে৷
অসমীয়া জাতিৰ আৱেগ-অনুভূতি, সপোনক ধূলিস্যাৎ কৰি বিভেদ সৃষ্টিৰ অপচেষ্টা চলোৱা তথা দেশৰ ধৰ্ম নিৰপেক্ষ নীতি বিৰোধী, সংবিধান বিৰোধী এই নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, ব্যক্তি বিশেষ বুলি কথা নাই সকলো পক্ষই মুকলি বিৰোধিতা কৰিব লাগে।
“নিনিবি আমাৰ ঘৰৰ কেঁচু৷ মই ভাতৰ লগত খাম৷”
এইখিনিতেই এটা সৰু অথচ জীৱনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ শিক্ষা থকা কাহিনী কওঁ –
বিভিন্ন ঠাইত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাত ব্যস্ত ৰাজনৈতিক নেতাসকল।
গহপুৰত বিজেপিৰ পূব ছয়দুৱাৰ, পশ্চিম ছয়দুৱাৰ আৰু গহপুৰ নগৰ মণ্ডলত পৃথকে পৃথকে শোকসভা অনুষ্ঠিত কৰা হয়।
কিন্তু অসমীয়াই সেয়া হ’ব নিদিয়ে।
আইতাকৰ ওচৰলৈ নিলে।
২. সদায় যথেষ্ট পৰিমাণে বীজাণুমুক্ত কুহুমীয়া গৰম পানী খাব।
পত্নীৰ সৈতে কাজিয়া কৰি পাষণ্ড পিতৃয়ে অটোৰ আগত ঠেকেছিলে সন্তানক, ভাইৰেল ভিডিঅ’
একে সময়তে শ্বহীদ জোৱানসকলৰ পৰিয়ালৰ ওচৰত থিয় দিলে বিভিন্নজনে।
১৯৯২ চনত ভজোত অনুষ্ঠিত  শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰথমজন সভাপতি হিচাপে নিৰ্বাচিত হয়।
এনআৰচি সমস্যাক লৈ মন্তব্য নকৰিলে প্রধানমন্ত্রীয়ে।
মানুহগৰাকীক আৰক্ষীৰ বাহনখনত উঠাই দিয়াৰ পাছত পুনৰ আৰক্ষীক সুধিলো- তেখেতক চিকিৎসালয়লৈ নিবতো?
১৪. ডাটছন গ’ আৰু গ’ প্লাছৰ নতুন সংস্কৰণ বুধবাৰে মুকলি কৰা হল ভাৰতত।
অসম আৰু অসমীয়াৰ প্ৰতি বিশেষ ভালপোৱা আৰু দায়িত্ববোধ থকা বিখ্যাত সাংবাদিকজনৰ প্ৰতিচ্চবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে প্ৰতিখন জিলা আৰু মহকুমাৰ সদৰত অনুষ্ঠিত হ’ব এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
‘ ডিব্ৰুগড়ৰ সাংসদজনক কেন্দ্ৰীয় ৰাজ্যিক খাদ্য সংসাধন বিভাগৰ দায়িত্ব দিয়াক লৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ মন্তব্য।
কেতবোৰ নতুনত্বৰে প্ৰথমবাৰৰ বাবে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ।
সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়– জাতিধবংসী বিলখনৰ বিৰুদ্ধে উত্তৰ- পূর্বাঞ্চলৰ সাতোখন ৰাজ্যত ঐক্যবদ্ধভাৱে প্রতিবাদ হোৱাটো এক ইতিবাচক কথা৷ অসম চুক্তিক উলংঘা কৰা জাতিধবংসী বিল মানি লোৱা নহ’ব৷ অসমত জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা একমাত্র অসম চুক্তিৰ আধাৰতহে সমাধান হ’ব লাগিব৷
ঘৰ আৰু বাৰী কেনেকৈ সাজিব বা ৰাখিব লাগে ডাকৰ বচনত তাকো পোৱা যায় –
গ্ৰীচত বেট-বলৰ যাদু দেখুৱাব মুক-বধিৰ মাধুৰ্যই, বিধায়ক ভাষ্কৰৰ চেক বাউন্স, আছু-বলিনৰ শুভেচ্ছা
একাংশ ঠাইত নিৰ্বাচনী হিংসাই ভয়াৱহ ৰূপ ধাৰণ কৰে।
বিহাড়াত NCC কেডেটে পালন কৰিলে কার্গিল বিজয় দিৱস
অৰণ্যকক সুধিছিলো- তেওঁৰ এই সফলতাৰ বিষয়ে।
ঘটনাটো সংঘটিত হৈছে আজি (শনিবাৰ) দুপৰীয়াৰ ভাগত।
ইফালে ৰুষ্ট প্রকৃতিৰ তাণ্ডৱত গুৱাহাটীৰ বিষ্ণুপুৰ পূজা সমিতিয়ে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে নির্মাণ কৰা ১০৯ ফুট উচচতাৰ দেৱী দুর্গাৰ প্রতিমা ভাঙি পৰে৷ গীনিজ বুকত নাম অন্তর্ভুক্তিৰ লক্ষ্যৰে নির্মাণ কৰি প্রায় সম্পূর্ণ কৰি তোলা দেৱীৰ প্রতিমা কালি ভাঙি পৰাত বিষ্ণুপুৰ পূজা সমিতিৰ সপোন ধূলিসাৎ হৈ পৰে যদিও আজিৰপৰা পুনৰ প্রতিমা নির্মাণ আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে৷ ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্রান্তত সমাগত দুর্গা পূজাৰ বাবে নির্মাণ কৰি থকা মণ্ডপ আৰু প্রতিমাৰ ক্ষতিসাধন হোৱাৰ খবৰ পোৱা গৈছে৷ লক্ষণীয় যে কালি ধুমুহাই ৰাজ্যৰ অন্য স্থানৰ লগতে গুৱাহাটী মহানগৰীৰো বিভিন্ন স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙাৰ ফলত নিশা মহানগৰীৰ বিভিন্ন স্থানত বিদ্যুৎ সংযোগ বিচিছন্ন হৈ থাকে৷ আজি পুৱাৰ ভাগতহে বিদ্যুৎ বিভাগে মেৰামতিৰ কাম কৰে৷
মানুহে বানঞ্চল বেদখল কৰিবলৈ লৈছে।
২৫ মে’ৰ পুৱা ৯ বজাত প্ৰকাশ কৰা হ’ব ফলাফল।
অৰুণাচলৰ ৰাস্তা আৰু হেলিকপ্টাৰ দ্ৰপিং জ’ন বনোৱাৰ সুবাদতেই দাৱাৰ সৈতে চৰকাৰী বিষয়াসকলৰ ভাল সম্পৰ্ক এটা গঢ়ি উঠিছিল।
কলেজ পোৱাৰ পাছত স্বভাৱগতভাৱে বতাহজাকৰ সোৱাদ ল’বলৈ আৰম্ভ কৰিছিলোঁ।
দুদিন ভাও লোৱাটো কম কষ্ট আৰু খৰচৰ কথা নহয়।