text
stringlengths
10
210k
আচৰিত, আজৱ!
বিজয় সংকল্প সভাখনত যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে সদৰী কৰি আগন্তুক দিনত যোৰহাট লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে তেওঁক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়।
মনোৰমা দাস.
মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই তেওঁৰ দৌলাশালস্থিত বাসগৃহত ভিৰ কৰে।
অডিঅ’টোত ৰাহুল গান্ধীয়ে এনেদৰে কোৱা শুনা গৈছে, ‘এতিয়া মই আপোনাক এটা প্ৰশ্ন কৰিমঃ মুখ্যমন্ত্ৰী কোন হোৱা উচিত?
ইতিমধ্যে আৰক্ষীয়ে যোৱা ১১ জুলাইত হত্যাকাণ্ডৰ অভিযুক্ত ৰাজীৱ শর্মাক আৰু ১৩ জুলাইত অভিযুক্তৰ লগত যোগাযোগ ৰক্ষা কৰি তদন্তৰ গোপন খবৰ যোগান ধৰি থকাৰ অপৰাধত টিহু থানাত কর্মৰত সীমান্ত শাখাৰ আৰক্ষী কনিষ্টবল হৰেন্দ্র নাথ শর্মাক গ্রেপ্তাৰ কৰে৷ ইয়াৰ পাছতে আজি হত্যাকাণ্ডৰ মূল অভিযুক্ত অপূর্ব কুমাৰ শর্মাক ৰাজস্থানৰ পৰা আহি দিল্লীত উপস্থিত হোৱাৰ সময়ত নলবাৰীৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে অভিযুক্ত অপূর্ব আৰু ৰাজীৱৰ ঘৰ মাখিবাহাৰ অধ্যাপকপাৰাত৷ তেওঁলোক ক্রমে মাখিবাহা অধ্যাপকপাৰাৰ বায়ু সেনাৰ অৱসৰপ্রাপ্ত বিষয়া বিপিন শর্মা আৰু স্থল সেনাৰ অৱসৰপ্রাপ্ত বিষয়া দ্বিজেন শর্মাৰ পুত্র৷
পৰীক্ষা নিয়ন্ত্রকসকলে পর্যবেক্ষকসকলে পৰীক্ষা পৰিচালনাৰ সম্পর্কে প্রেৰণ কৰা টোকাসমূহ পঢ়িবলৈ যত্ন কৰা উচিত আৰু এইক্ষেত্রত পৰীক্ষা কেন্দ্রসমূহৰ ওপৰত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা প্রয়োজন৷ তেতিয়াহে পৰীক্ষাৰ শুদ্ধতা ৰক্ষা হ’ব আৰু শিক্ষাদানৰ উদ্দেশ্য ফলৱতী হ’ব৷
যোৰহাটত তেওঁক NIAই গ্ৰেপ্তাৰ কৰাৰ পিছতে মঙলবাৰে তেওঁক লৈ অহা হয় গুৱাহাটীলৈ।
জাতীয় অস্তিত্বৰ স্বাৰ্থত অসম আন্দোলনত ভাগ লোৱা কোনো ব্যক্তি অথবা তেওঁৰ সতি সন্ততি অথবা জাতীয়তাবোধৰে সমৃদ্ধ কোনো ব্যক্তিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰিব নোৱাৰে বুলি মন্তব্য কৰি জাতিৰ বিৰুদ্ধে গৈ কিছু ৰাজনৈতিক নেতাই লোৱা সিদ্ধান্তৰ ভয়াবহ ফলাফলৰ কথাও দোহাৰে সাংবাদিকগৰাকীয়ে।
কিছুদিন লংকাত থকাৰ পাছত পৰহি দৰঙৰ বেছিমাৰীত দোকান এখনৰ ভিতৰত আছাদুল আৰু আব্দুৰ ছামাদ নামৰ দালাল দুজনৰ জৰিয়তে যুৱতীগৰাকীয়ে পুনৰ জৰা-ফুকা কৰিবলৈ আহে৷ 
মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰৰ ঐতিহাসিক বংশীগোপাল নাট্য মন্দিৰে আজি সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল শত বৰ্ষ।
পৰিকল্পনা কৰা আচনিৰ অনুসৰি এই ছাত্ৰাৱাসত থাকিব ২২৪ টা কোঠা আৰু ৪২৪ জন শিক্ষাৰ্থী থাকিব পাৰিব।
মাইকী মানুহক গৰম তেলত দিলে পাপ কমিব কেনেকৈ?
বা: কি যে সুন্দৰ পৰিবেশ !
এইসকলৰ ভিতৰত দিব্যাংগসকলৰ বাবে সংৰক্ষিত ৩ শতাংশ হিচাপত ধৰিলে ৫৩৩১ জন দিব্যাংগই বৰ্তমান ৰাজ্যখনৰ সংশ্লিষ্ট বিভাগত কাম কৰি থাকিব লাগিছিল।
ইছলামাবাদৰ বিৰুদ্ধে থিয় হোৱাৰ ঘটনাও ঘটা বুলি তেওঁ দাবী কৰে।
ফোন কৰিবলৈ আৰু টাইম নাপালা।
খবৰ মতে, দুটা দশক পূৰ্বে দেশত প্ৰায় ৪০ নিযুত শগুণ আছিল।
কিন্তু ন্যায়াধীজনক আক্রমণ কৰি অধিবক্তাকেইজনে প্রমাণ কৰি দিলে যে তেওঁলোকৰ কায়িক শৰীৰটো অসমত থাকিলেও মন-প্রাণ সকলো বাংলাদেশ-পাকিস্তানতহে থাকে৷ এই ক্ষেত্রত বাংলাদেশীৰ ৰক্ষকৰূপী অধিবক্তাকেইজনৰ এনে কর্ম-কাণ্ডই ৰাজ্যখনলৈ আন এক ভয়াৱহতাৰ ইংগিত কঢ়িয়াই আনিছে৷ ন্যায়পালিকাৰ ওপৰত সংঘটিত হোৱা এনে আক্রমণৰ ঘটনাই এক অশুভ পৰম্পৰাৰ আৰম্ভণি ঘটোৱাৰ সমান্তৰালকৈ ৰাজ্যখনলৈও অশনি সংকেত কঢ়িয়াই আনিছে৷ ইতিপূর্বেই অসমৰ জনগাঁথনি বহু পৰিমাণে সলনি কৰি পেলোৱা অবৈধ বাংলাদেশীয়ে কিদৰে ৰাজ্যখনৰ সামাজিক-অর্থনৈতিক, কৃষ্টি-সংস্ৃকতিৰ ওপৰতো বিৰূপ প্রভাৱ পেলাইছে সেয়া ৰাজ্যৰ বহু অঞ্চলত পৰিস্ফূট হৈছে৷ ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ৰাজ্যৰ নখন জিলাত ইতিমধ্যেই মুছলমান জনসংখ্যা সংখ্যাগৰিষ্ঠ হৈছে৷ ইয়াৰ উপৰি আন তিনিখন জিলাতো মুছলমান জনসংখ্যা সংখ্যাগৰিষ্ঠ হোৱাৰ দিশে অগ্রসৰ হৈছে৷ ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি পাঁচ বছৰৰ পূর্বেই মুছলামান জনসংখ্যা ধুবুৰীত ৭৯.৬৭ শতাংশ, বৰপেটাত ৭০.৭৪ শতাংশ, দৰঙত ৬৪.৩৪ শতাংশ, হাইলাকান্দিত ৬০.৩১. শতাংশ, গোৱালপাৰাত ৫৭.৫২ শতাংশ, কৰিমগঞ্জত ৫৫.৩৬ শতাংশ, নগাঁৱত ৫৫.৩৬ শতাংশ, মৰিগাঁৱত ৫২.৫৬ শতাংশ, বঙাইগাঁৱত ৫০.২২ শতাংশ আছিল৷ ইয়াৰ উপৰি মুছলমান জনসংখ্যা কামৰূপত ৩৯.৬৬ শতাংশ, কাছাৰত ৩৭.৭১ শতাংশ, নলবাৰীত ৩৫.৯৬ শতাংশ, কোকৰাঝাৰত ২৮.৪৪ শতাংশ, চিৰাঙত ২২.৬৬ শতাংশ আছিল৷ কিন্তু যোৱা পাঁচ বছৰত এই জনসংখ্যা আৰু কিমান বৃদ্ধি হ’ব পাৰে ইয়াক লৈয়ো প্রশ্ন উঠিছে৷ পৰৱর্তী লোকপিয়ল ২০২১ চনত হ’ব যদিও পৰৱর্তী লোকপিয়লৰ তথ্য প্রকাশ হোৱালৈ অসমৰ অধিকাংশ জিলাতে মুছলমান জনসংখ্যা সংখ্যাগৰিষ্ঠ হোৱাৰ শংকাও ঘনীভূত হৈ পৰিছে৷ কিয়নো বিগত সময়ছোৱাত ৰাজ্যত খিলঞ্জীয়া লোকৰ জনসংখ্যা বৃদ্ধিৰ যি হাৰ আছিল তাতকৈ অধিক আছিল মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ৷ তথ্য অনুসৰি ২০০১ চনত ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ হাৰ ১৮.৯ শতাংশ আছিল যদিও সেই সময়ত মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল ২৯.৩০ শতাংশ৷ সেইদৰে ২০১১ চনত ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৬.৯ শতাংশ হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৯.৫৯ শতাংশ৷ ৰাজ্যত মুছলমান জনসংখ্যাৰ এনে অভাৱনীয় বৃদ্ধিৰ আঁৰত অবৈধ বাংলাদেশীৰ অবাধ প্রব্রজন অন্যতম কাৰক হিচাপে চিহিুত হৈছে৷ ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, যোৱা বর্ষৰ অক্টোবৰ মাহ পর্যন্ত ৪,৪৪,১৮৯টা অবৈধ বিদেশী সম্পর্কীয় গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ কৰা হৈছে আৰু ইয়াৰে ২,৪২,২৬১টা গোচৰৰ নিষ্পত্তি হৈছে৷ নিষ্পত্তি হোৱা গোচৰসমূহৰ ভিতৰত বিদেশী ন্যায়াধিকৰণে ৭৮,৯১৬জনক বিদেশী বুলি ৰায় দিছে৷ এতিয়াও বিদেশী ন্যায়াধিকৰণত প্রায় দুই লাখ গোচৰ চলি আছে৷ ইয়াৰ উপৰি যোৱা বর্ষৰ অক্টোবৰ পর্যন্ত আদালতে ৪৫,৫৫৪জনক বিদেশী বুলি ৰায় দিছে৷ কিন্তু লক্ষণীয়ভাৱে আদালতে বিদেশী বুলি ৰায় দিয়াসকলৰ ভিতৰত ৩৮,৪১৮জনক অসম আৰক্ষীয়ে পলাতক বুলি ঘোষণা কৰিছে৷ অসম আৰক্ষীয়ে পলাতক বুলি ঘোষণা কৰা ৩৮ হাজাৰ বিদেশীৰ ভিতৰত মৰিগাঁৱত ৪৮৫৫জন, নগাঁৱত ৪৩৬৫জন, ডিব্রুগড়ত ৪১২২জন, যোৰহাটত ৩৮৮০জন, কাছাৰত ৩৩৮৯জন, শিৱসাগৰত ৩০৪০জন, কার্বি আংলঙত ২৭৬৬জন, গোৱালপাৰাত ২৫৫৭জন, কৰিমগঞ্জত ১৭৩৪জন, বিশ্বনাথত ১৩৪২জন, তিনিচুকীয়াত ১০১১জন, লখিমপুৰত ৭৫৮জন, শোণিতপুৰত ৭১১জন, দৰঙত ৬৯৪জন, বৰপেটাত ৮৬৪জন, নলবাৰীত ৬০০জন আছে৷ এই ক্ষেত্রত এটা বিষয় স্পষ্ট হৈ পৰিছে যে আদালতে বিদেশী বুলি ৰায় দিয়া বিদেশীৰ ভিতৰত ৩৮ হাজাৰ বিদেশী এতিয়াও নিৰুদ্দেশ হৈ আছে৷ এনেক্ষেত্রত জাতি, মাটি আৰু ভেটি ৰক্ষা কৰাৰ কথা কোৱা সোণোৱাল চৰকাৰে অসমত খিলঞ্জীয়াৰ প্রভুত্ব অক্ষুণ্ণ ৰখাৰ স্বার্থত কি কঠোৰ পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷
চাবুৱাত স্বাধীনতা দিৱস পালন
বৃহস্পতিবাৰে বৰখলা বিধানসভা সমষ্টিৰ  ডলু সৰস্বতী বিদ্যানিকেতনৰ হোষ্টেলত মুঠ ৩৫ টা শিশুৰ মাজত কাপোৰ বিতৰন কৰা হয়।
পেহীয়েকৰ চিঞৰত পখিলা বিৰক্ত হৈ উঠিল ।
তেন্তে কিয় ভাৰতৰ অঞ্চলে অঞ্চলে সুআসন একোটি ভাষাৰ?
: হাৰে…কি যে কোৱা নহয় তুমিও!
সেইবাৰ সমগ্ৰ দেশতে বিভিন্ন ৰাজ্যই অক্টোবৰৰ ২ তাৰিখৰ পৰা ৮ তাৰিখলৈকে ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰাৰ বাবে সাজু হোৱাৰ সময়তে একমাত্ৰ ব্যতিক্ৰম হিচাপে অসমে অক্টোবৰৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ বন্যপ্ৰাণী সপ্তাহ পালন কৰাৰ কথা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিজ্ঞাপন যোগে প্ৰকাশ কৰিছিল।
অভিজিত ভট্টাচাৰ্য্য
প্ৰতি লিটাৰ ডিজেলত হ্ৰাস পালে ১০ পইচাকৈ।
Home > অইল ইণ্ডিয়া লিমিটেড(দুলীয়াজান)ৰ সৌজন্যত ,তালাপ কৰ্দৈগুৰিত গ্ৰাম্য ক্ৰীড়া সমাৰোহৰ আয়োজন
বিভিন্ন কথা পাতি থাকোঁঁতেই মানুহজনে দেখিলে ঘৈণীয়েক টোপনি যাবলৈ ধৰিছে।
সেয়া কোনো এলা-পেচা মানুহৰ ভাষণ নহয়।
মহিলা ভোটাৰ : ৮৬৫০৬৬গৰাকী
’ এই মন্তব্য গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ।
আহক এনে একোটি আন্দোলন অসমৰ চুকে কোণেও আৰম্ভ কৰো!
উল্লেখ্য যে, উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটিৰ দ্বিতীয় দিনৰ কাৰ্যসূচীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনোৱাৰ ইচ্ছাৰে অনুমতি-পত্ৰ প্ৰেৰণ কৰিছিল যদিও আজিলৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰপৰা কোনো সঁহাৰি নাপালে শ্ৰীমন্ত শংকৰদেৱ সংঘই।
কাৰাগাৰত দ্বিতীয় নিশা কটালে ‘ভাইজান’ ছলমানে, শনিবাৰে ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশীয়ে দিব জামিনৰ ৰায়
প্ৰায় ২৭০০ গছ কটাৰ বাবে চৰকাৰে লক্ষ্য স্থিৰ কৰা বুলিও জনাইছিল ছাত্ৰ-ছাত্ৰীসকলে।
কোনেও মোক এই প্ৰক্ৰিয়া সন্দৰ্ভত কোৱা নাই।
তেনে এখন ভাইৰেল হোৱা এটা প্রশ্নকাকতৰ পৃষ্ঠা এইটো।
অসীম ধৈৰ্য্য ৰ জৰিয়তে নানা ঘাট প্ৰতিঘাট নেওচি আগুৱাই যাব লাগে।
’- মই বুজাই দিলোঁ।
ইফালে এইবাৰ চলচ্চিত্ৰ মহোৎসৱ ঔপন্যাসিক, গল্পকাৰ, গুৱাহাটী চিনে ক্লাৱৰ প্ৰাক্তন সভাপতি মাণিক বৰা আৰু জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা নামত উৎসৰ্গা কৰা হ'ব ।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনঃ
কিন্তু এইবাৰ অতি ব্যস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পাছতেই গৃহ মন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয় কক্ষ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰৰ নিচেই সমীপৰ পানীতোলা পাৰ হৈয়ে টিচিপি (ট্ৰেনজিট কেম্পৰ)ৰ পৰা নাদুৱা এয়াৰ ফৰ্চ ষ্টেচনলৈকে ঠায়ে ঠায়ে নৱ-নিৰ্মিত পথটোৰ য'তে ত'তে পথটো এনেদৰে ফাটি যোৱাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে।
ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈ থকা বুলি জানিবলৈ দিছে কিন্তু তাৰ বিপৰীতে এন আৰ চি উন্নীতকৰণৰ কামত চৰকাৰী কৰ্মচাৰীসকল নিয়োজিত হৈ থকাৰ বাবেই নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱৰ দোহাই দি সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে চৰকাৰখনে।
ট্ৰাক আৰু এখন টেম্প’ৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয় ।
” – ঘোষকৰ অন্তিম ঘোষণাৰ লগ লগেই আকৌ এবাৰ কিছুমান বিকট উকি আৰু হাতচাপৰিৰে ৰজনজনাই উঠিল চৌপাশ।
‘‘প্ৰধান মন্ত্ৰীয়ে জানে আপোনালোকৰ চেষ্টা কি!
২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিছে ১৩ জন ড্ৰাগছ সৰবৰাহকাৰীক।
অখিল গগৈক সকীয়নি সোণোৱাল কছাৰী যুৱ মঞ্চৰ, মুখ্যমন্ত্ৰীক সমালোচনা কৰক সোণোৱাল জাতিক নহয় [1]
তাৰ পৰাই উত্তৰ প্ৰদেশ আৰু মণিপুৰৰ দুই ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ বিশেষ শাখাই।
পংকজ পাঠকৰ হয়তো মনত নাই ২০১৬ চনৰ ২৯ মাৰ্চ।
কাৰ নেজত ধৰিম ১৯৬৬, ১৯৭১ নে ২০১৪?
সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি, বৰ্তমান সময়ত ইয়াত যি হাৰত বায়ু প্ৰদূষণ হৈ আছে, তাৰ বাবে ১৬ শতাংশ লোকে দীঘলীয়া ভ্ৰমণলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে।
এই কোঠাটোত মহিলা অহাৰ বহু আগেয়ে ফোন কৰি ‘বুক’ কৰি থয় তেওঁ।
দক্ষিণ কামৰূপত বালি ছিণ্ডিকেট অব্যাহত, কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ
তেওঁ হৈছে ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ এশগৰাকী ক্ষমতাশালী লোকৰ তালিকাত ড০ শর্মাই ৫৬সংখ্যক স্থান লাভ কৰিছে৷ প্রণিধানযোগ্য যে, ২০১৯ চনৰ দেশৰ ক্ষমতাশালী এশজনীয়া এই তালিকাত চতুর্থ স্থানত আছে আৰ এছ এছৰ মুৰববী মোহন ভাগৱত, পঞ্চম স্থানত উদ্যোগপতি মুকেশ আম্বানি, ষষ্ঠ স্থানত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, সপ্তম স্থানত ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, অষ্টম স্থানত বিত্ত মন্ত্রী নির্মলা সীতাৰমণ, নৱম স্থানত কেন্দ্রীয় পৰিবহণ মন্ত্রী নীতিন গডকাৰি, দশম স্থানত বিজেপিৰ কার্যকৰী সভাপতি জে পি নড্ডাৰ নাম অন্তর্ভুক্ত হৈছে৷
সোণটোঃ- মই কথা এটা কওঁনে?
হাইলাকান্দিত বিধ্বংসী অগ্নিকাণ্ড
দিনৰ ভাগত অবিৰাম গতিত ঘন্টাত ৩৫ কিলোমিটাৰ বেগত চলিব পৰা বাহন খন নিশা ৬ ঘন্টা চলিব পাৰিব।
গোৱালপাৰা জিলা বিজেপিৰ সভাপতি ভৃগুৰঞ্জন ৰাভাই আতঁ ধৰা সভাখনত অসম গণ পৰিষদ দলৰ গোৱালপাৰা জিলা কমিটিৰ সভাপতি জীতেন দাস, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সমন্বয়ক ৰমেন সিং ৰাভা, বিপিএফৰ গোৱালপাৰা জিলাৰ ভাৰপ্ৰাপ্ত প্ৰতিনিধি শম্ভু ব্ৰহ্ম, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভাকে ধৰি বহু কেইজন নেতাই অংশগ্ৰহণ কৰে এই সভাত।
তেজপুৰৰ বালিপুখুৰিত প্ৰাক বিহু উদযাপন
ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱালক ২০০৯ চনৰ পৰা মাওবাদীৰ লগত জড়িত বুলি সম্পূৰ্ণ মিছা অভিযোগ উত্থাপন কৰি ‘নিয়া’ই গ্ৰেপ্তাৰ কৰিছে।
চলিত অক্টোবৰ মাহৰ ৫ তাৰিখে গুৱাহাটী মহানগৰীৰ আইটিএ মাছখোৱাত গাৰ্মিনেট গ্ৰুপৰ সহযোগত  ‘দ্য ষ্টৰি টেলাৰ্ছ’ৰ উদ্ধোগত আয়োজিত  ‘ডিভাইন নৰ্থ ইষ্ট ২০১৮’ নামৰ এটা ৰাজ্যিক পৰ্যায়ৰ ফেশ্বন শ্ব’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মুঠ ১৪ গৰাকীৰ মাজত দহগৰাকী প্ৰতিযোগীয়ে বিভিন্ন উপ নাম উপাধিৰে ফেশ্বন প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰি বিটিএডি আৰু বিশেষকৈ কোকৰাঝাৰৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ইয়াৰে ৯৯ শতাংশ কিতাপতনো কি ওলাল, অসমৰ পাঠকে একো ভু কে নাপায়।
এটা চামে সোণতলীৰ পৰা সেইখনৰ বাছত যোৱা লোকসকলৰ গাঁৱে গাঁৱে গৈ বিতত বা উত্তেজিত নহ’বৰ বাবে বুজনি দিছিল।
বিজয় সাব্যস্ত কৰাৰ লক্ষ্যৰে আজি অনুশীলনত নামে দুয়োটা দল।
বিতৰ্কিত বিষয়টো সন্দৰ্ভত ৰঞ্জিত দাসৰ মন্তব্যই ৰাজ্যত পুনৰ ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।
ইপিনে ভাৰত ভ্ৰমণৰত জাপানী পৰ্যটকজনে ৰে'লত লেপটপটো এৰি অহা বিষয়টো ৰে'লৱে সুৰক্ষা বাহিনীয়ে গুৰুত্বসহকাৰে লয় আৰু উদ্ধাৰৰ বাবে বিভাগীয়ভাৱে সকলো পক্ষকে বিষয়টো অৱগত কৰে ৷ ফলত ৰে'লখন নিউ বঙাইগাঁও জংচনত আহি পোৱাত ৰে'লৱে জংচনৰ কৰ্তব্যৰত ৰে'লৱে সুৰক্ষা বাহিনীয়ে ৰে'লখনৰ পৰা জাপানী পৰ্যটকজনৰ হেৰুৱা লেপটপটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়  ৷ লেপটপটো উদ্ধাৰ হোৱাৰ খবৰ পিচত জাপানী পৰ্যটক চুজিক জনোৱাত পৰ্যটকজন নিউ বঙাইগাঁও জংচনত উপস্থিত হোৱাত নিউ বঙাইগাঁও জংচনৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শক অ জি ব্ৰহ্ম আৰু কনিষ্টবল হাছিনা আকতাৰে ৰে'লখনৰ পৰা উদ্ধাৰ কৰা লেপটপটো শুকুৰবাৰে পৰ্যটকজনৰ হাতত অৰ্পণ কৰে।
বহু লোকে ধৰ্মীয় দিশক দোহাই দি জীৱ বা প্ৰকৃতিৰ বিভিন্ন সামগ্ৰীক কৰা পূজা-আৰাধনাও প্ৰকৃতি প্ৰেমৰ গুৰুত্বপূৰ্ণ অংশ বুলিও শিক্ষাবিদ গৰাকীয়ে কয়।
ঘটনাৰ সময়তে যুৱতীগৰাকীৰ পৰিয়ালৰ এজন সদস্যই ঘৰত প্ৰৱেশ কৰাত ধৃত ৰায় হাতে-লোটে ধৰা পৰে।
নিযুক্তিৰ বাবে আৱেদন বিচৰা হৈছে।
কংগ্ৰেছ দলে ইচ্ছাকৃতভাৱে NRCৰ কাম আৰম্ভ কৰা নাই।
দেওবাৰে এই ধনেৰে প্ৰেক্ষাগৃহ আৰু অতিথিশালাৰ ভূমি পূজন কৰে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে।
সেইদিনা ৰাতিয়ে মোৰ ঘৰত চীন-ভাৰতৰ যুদ্ধ এখন নহ’লেও, মোটামোটি ‘ডোকলাম’ৰ দৰে উত্তেজনাপূৰ্ণ পৰিস্থিতি এটাৰ সৃষ্টি হ’ল৷ মই কল্পনাও কৰিব পৰা নাছিলোঁ যে শাহুআইৰ নতুন ফোনটোৰে পত্নী আৰু খুলশালীজনীয়ে মোৰ লগত এইখন যুদ্ধৰ ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে৷ অৱশেষত পত্নীৰ ৰঙাচকুৰ সন্মুখত মধুমিতা কি ক’ত কিয় বিখ্যাত তাৰ এটা চমু আভাস মই দাঙি ধৰিলোঁ৷ পত্নীৰ ৰঙা চকুৰ পৰা এইবাৰ চীনে খুলি দিয়া বান্ধৰ পানীৰ দৰে হো-হোৱাই বানপানী নামি আহিল৷ অৱশেষত “তোমাৰ লগত ৰিস্তা মোৰ শেষ, নাথাকোঁ আৰু এই ঘৰত“ বুলি পত্নীয়ে একেচাতে খুলশালীৰ স্কুটিৰ পিছত বহি ‘ডোকলাম’ ত্যাগ কৰি গুচি গ’ল৷ ‘এতিয়া অকলে ক’ত মৰ মৰ’, কপালে-মূৰে হাত দি মই বহি থাকিলোঁ৷ এইফালে ৰাতিও হৈ আহিল৷ ভালেখিনি পৰ পিছত মোৰ যেন মোক্ষপ্ৰাপ্তি হ’ল৷ লগে-লগে মই ফোন উঠালোঁ আৰু সেইফাললৈ প্ৰায় আদেশৰ সুৰতেই ক’লো, “প্ৰশান্ত, হাফ এটা লৈ আহ, আজি অমলা মাকৰ ঘৰত গ’ল৷ “ মাকৰ ঘৰত যোৱাটোনো কি ডাঙৰ কথা, ক’তবাৰ গ’ল!
উল্লেখ্য যে প্ৰাৰম্ভিকভাৱে দিল্লী, বাংগালুৰু, মুম্বাইৰ বিমান বন্দৰৰ ক্ষেত্ৰতো লোৱা হৈছিল ব্যক্তিগতকৰণৰ সিদ্ধান্ত।
আনহাতে মঙলবাৰে অঞ্চলটোত এনে এক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো বন বিভাগৰ কোনো বিষয়া কৰ্মচাৰী অঞ্চলটোত উপস্থিত নহোৱাক লৈ ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ ইপিনে, সম্প্ৰতি নাগ্ৰীজুলি আৰক্ষী চকীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ গছকত নিহত হোৱা লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
বুইছ সাদৌ, ককাই-ভাই ইমান নিলাজ!
ইপিনে ভাৰতীয় ষ্টেট বেংকৰ গোৰেশ্বৰ শাখাৰ সম্মুখত পথৰ কাষত লাগি থকা নলাটোৰ ওপৰতে একাংশই এতিয়া আবৰ্জনা পেলোৱা আৰম্ভ কৰাত অস্বাস্থ্যকৰ আৰু  কদৰ্য ৰূপ বিৰাজ কৰিছে চহৰখনত।
ইয়াৰ পিছতে অসম বিনিয়োজন (নং-২) অধিনিয়ম, ২০১৮ বিধানসভাৰ সন্মতি সাপেক্ষে সদনত গৃহীত কৰা হয়।
সেয়েহে গণতন্ত্ৰক সবল কৰিব ৰখাৰ স্বাৰ্থত নিৰ্বাচনৰ যি সক্ৰিয় ভূমিকা থাকে তাত ধনবলে যাতে প্ৰভাৱান্বিত কৰিব নোৱাৰে, সেই দিশত সকলো পক্ষ সতৰ্ক হোৱাটো জৰুৰী হৈ পৰিছে।
উল্লেখ্য যে,সাহিত্য সংস্কৃতি,সামাজিক আদি বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক “অনুপ্ৰেৰণা”ই অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্য বঁটা আৰু সম্বৰ্ধনা জনাই আহিছে ।
ঘটনাটো অসম-নাগালেণ্ড সীমাৰ হালুৱাটিঙৰ।
ব্যক্তিগত স্বাস্থ্যক পৰিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেৰে ধন আহৰণৰ বাবে ৰাজহুৱা সম্পদ ব্যৱহাৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কীয় বৈষম্যসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাত গুৰুত্ব  আৰোপ কৰি দত্তই কয়,’’ গোটেই যোগাযোগ প্ৰক্ৰিয়াটোৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে কিয়নো যোগাযোগেই হৈছে বৰ্তমান সময়ত তথ্য সৰবৰাহৰ একমাত্ৰ উপায়, সেয়েহে আমি সেই তথ্যসমূহক যোগাযোগৰ মাধ্যমেৰে সৰবৰাহ কৰাত গুৰুত্ব দিয়া উচিত।
নহ’লেনো দিনে-ৰাতিয়ে গালি পৰা, কংগ্ৰেছক ডুবাই সম্পত্তিৰ পাহাৰ গঢ়া তথাকথিত কংগ্ৰেছ নেতাসকলক লৈ পৰিৱৰ্তনৰ ভাৰত গঢ়িবলৈ বিজেপিয়ে ইমান আগ্ৰহ দেখুৱাইছে কিয়?
অৱশ্যে ক্ষতিগ্রস্ত কৃষকসকলৰ বাবে প্রতিবছৰে চৰকাৰে ক্ষতিপূৰণ দি আহিছে৷ সেই হিচাপত যোৱাবাৰ বানত ক্ষতিগ্রস্ত কৃষকক যথোচিত সাহায্য প্রদানৰ বাবে চৰকাৰখনে উদ্যোগ লৈছিল৷ কিন্তু ৰাইজৰ সন্মুখত প্রচাৰ চলাই উদ্যোগ ল’লেহে, প্রকৃততে কিন্তু সেই উদ্যোগৰপৰা ক্ষতিগ্রস্ত অধিকসংখ্যক কৃষকে উপকৃত নহ’ল৷ কাৰণ কেইবাখনো জিলাৰ ক্ষতিগ্রস্ত কৃষকে আজিও ক্ষতিপূৰণ নাপালে৷ বঞ্চিত কৃষকে ক্ষতিপূৰণ পাব নে নাই, সেয়াও নিশ্চিত নহয়৷
শোক সভাত উপস্থিত থাকে বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা-কৰ্মীৰ লগতে গৃহ মন্ত্ৰী অমিত শ্বাহো।
দৰং জিলাৰ মঙলদৈত থকা ৰিপ’জ, পূৰবী গাখীৰ, সীতাজখালা দুগ্ধ উৎপাদক সমবায় আদিৰ বর্ধিত চাহিদাই অসমত এই খাদ্য সংসাধন উদ্যোগৰ প্রচুৰ সম্ভাৱনীয়তাৰ ইংগিত বহন কৰে৷ আন নালাগে, অসমৰ বহু মানুহৰ ঘৰত পাকঘৰলৈ চকু দিলেই দেখা যায়– হালধি, আদা-নহৰুৰ পেষ্ট অন্যান্য মছলা জাতীয় সামগ্রী বৃহৎ কোম্পানীৰ পৰা ক্রয় কৰিব লাগে৷ সেয়ে এই খাদ্য সংসাধন উদ্যোগে অসমৰ গ্রাম্য অর্থনীতিত যথেষ্ট অৰিহণা যোগাব বুলি ভবাৰ থল আছে৷ এডভাটেজ অসম নিশ্চিতভাৱে চৰকাৰৰ সময়োপযোগী পদক্ষেপ৷ ইতিহাসে কয় কৃষকে সভ্যতাৰ সূচাংক নিৰূপণ কৰে, মাথো এতিয়া কৃষি আৰু উদ্যোগ একেলগে আগবাঢ়িব লাগিব৷ তেতিয়াহে বিকশিত অসমৰ স্বপ্ন আৰু এডভাটেজ অসম সঁচা অর্থত আমাৰ চাক্ষুস হ’ব৷
তেওঁৰ ভাষণত অসম চৰকাৰ তথা মোদী চৰকাৰৰ গুণ-গৰিমাৰ কিয়দাংশ তলত আগবঢ়ালো :
তথাপি জিনিৰ জ্ঞানৰ পৰীক্ষা এটা লোৱাৰ ইচ্ছা হ’ল।
তাৰোপৰি এই আলোচনাৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰই পাৰস্পৰিক আত্মবিশ্বাস বঢ়োৱাৰ লগতে বিভিন্ন স্থানীয় সমস্যাৰ সমাধান কৰি আহিছে।
কৰিস্মা:আহ, দুখ পাইছো এৰা।
ভাৰতীয় সেনাই হৰি সিঙক সহায় কৰি পাক সেনাই কাশ্মীৰ কাঢ়ি লোৱা অভিযানৰ পৰা ৰক্ষা কৰিছিল।
মহানগৰীৰ গোশালা আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
Home > উন্নাও ধৰ্ষণ কাণ্ড, বিজেপিৰ বিধায়ক ধৰ্ষণৰ অভিযুক্ত হে দোষী নহয়, এতিয়াই গ্ৰেপ্তাৰ নহয়
মণিপুৰত প্ৰতি শনিবাৰে স্কুলবেগবিহীন দিন ঘোষণা 
১২ মে’ত অনুষ্ঠিত হ’ব দিল্লীত ভোটগ্ৰহণ।
৭০ বছৰীয়া ৰাজহুৱা পথ বন্ধ কৰিলে শিক্ষয়িত্ৰীয়ে, নগাঁৱৰ কাৱৈমাৰীবাসীৰ উপায়ুক্তক অভিযোগ [1]
স্কুল দলৰ হৈ খেলাৰ পাছত গৌৰৱে বাইচুং ভূটীয়াৰ ফুটবল স্কুলত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছিল।
কাৰণ শ্ৰমিকক যথোচিত মূল্য দিব লগা হ’লেই শোষণ-ব্যৱস্থা খহি পৰিব পাৰে, আমাৰ স্বচ্ছন্দ জীৱনধাৰাত আউল লাগিব পাৰে।