text
stringlengths
1
2.59k
language
stringclasses
10 values
ভেকচিনৰ বিনিময়ত তাইওৱানৰ সৈতে সম্পৰ্ক ছিন্ন কৰিবলৈ এইখন দেশক হেঁচা দিছে চীনে
Assamese
ম্যানমাৰত মৃত্যুৰ কিৰিলি গোটেই নিশা জুৰি চলা অভিযানত নিহত ৬০জন
Assamese
সামৰিক অভ্যুত্থানৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হল ম্যানমাৰৰ এজন জনপ্ৰিয় মডেল
Assamese
নদীৰ মাজত দাউ দাউকৈ জ্বলিল যাত্ৰীবাহী ফেৰী ১০ খন বাহন ধ্বংস কত
Assamese
সেনাৰ বিৰুদ্ধে মাত মতা অভিনেত্ৰীকে ধৰি ৬০ জনক ৱাণ্টেড ঘোষণা কৰি কাকতত বিজ্ঞাপন প্ৰকাশ
Assamese
শ্ৰীলংকাত সৌন্দৰ্য প্ৰতিযোগিতাত অঘটনমূৰত আঘাতলৈ চিকিৎসাধীন সুন্দৰী
Assamese
সামৰিক সন্ত্ৰাসৰ বিৰুদ্ধে মাত মাতি হৃদয় জিনিছে ম্যানমাৰৰ এইগৰাকী মোহময়ী সুন্দৰীয়ে
Assamese
লকডাউনৰ প্ৰতিবাদত উত্তাল বাংলাদেশ আৰক্ষীৰ গুলিচালনাত ১জন লোকৰ মৃত্যু
Assamese
ৰক্তস্নাতা ম্যানমাৰপুনৰ সেনাৰ গুলীত মৃত্যু ৫ প্ৰতিবাদকাৰীৰ
Assamese
কণাৰ মহাতংকএইখন ৰাষ্ট্ৰত ঘোষণা কৰা হল সম্পূৰ্ণ লকডাউন
Assamese
কভিড১৯ৰ উৎপত্তি সম্পৰ্কে তথ্য লুকুওৱাৰ অভিযোগ অস্বীকাৰ চীনৰ চিকিৎসা বিষয়াৰ
Assamese
ৰোহিংগীয়া শৰণাৰ্থীৰ শিবিৰত ভয়ংকৰ অগ্নিকাণ্ড মৃত কমেও ৩ শৰণাৰ্থী
Assamese
এজনী ৰহিঙীয়া ছোৱালীক অসমৰ পৰা ম্যানমাৰলৈ উভতাই পঠোৱাক লৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিক্ৰিয়া
Assamese
ৰক্তাক্ত ম্যানমাৰ ৫০০ৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা ম্যানমাৰ সেনাৰ
Assamese
অতি অমানৱীয় শতাধিক জনতাক হত্যা কৰি নৈশ ভোজত ব্যস্ত ম্যানমাৰ সেনা
Assamese
ম্যানমাৰ আৰক্ষীৰ ওপৰত কাচিন ইণ্ডিপেণ্ডেনছ আৰ্মিৰ আক্ৰমণ ২০ৰো অধিক জোৱান নিহত
Assamese
হঠাতে সূৰ্য হৈ পৰিল নীলা আকাশ হৈ পৰিল হালধীয়া কত
Assamese
অশান্ত ম্যানমাৰত নিহত প্ৰতিবাদকাৰীৰ শেষকৃত্য অনুষ্ঠানতো সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ
Assamese
মৌত কা সদাগৰ মোদীৰ ভ্ৰমণক লৈ উত্তাল বাংলাদেশ মৃত্যু হল ১৩ জনকৈ প্ৰতিবাদকাৰী
Assamese
ম্যানমাৰৰ জুণ্টা চৰকাৰৰ সতে মিতিৰালি ভাৰতৰ স্থিতিক লৈ সচকিত মানৱ অধিকাৰ সংস্থা
Assamese
ৰক্তাক্ত ম্যানমাৰত এদিনতে ১১৪ গৰাকী লোকক হত্যা কৰিলে সেনাই
Assamese
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ বিৰোধিতা আৰক্ষীৰ গুলিত নিহত ৫জনকৈ প্ৰতিবাদী কত
Assamese
আমেৰিকাৰ দুই শত্ৰু ইৰাণচীনে স্বাক্ষৰ কৰিলে ২৫ বছৰীয়া সহযোগিতা চুক্তিত
Assamese
৭ বছৰীয়া শিশু কন্যাক গুলীয়াই হত্যা ম্যানমাৰ সেনাৰ প্রাণৰ মমতাত সন্ত্ৰস্ত পৰিয়ালবৰ্গৰ আত্মগোপন
Assamese
ম্যানমাৰৰ ইতিহাসৰ কলা দিন শনিবাৰে জুণ্টা প্ৰশাসনে গুলীয়াই হত্যা কৰিলে ৫০ নিৰস্ত্ৰ প্ৰতিবাদকাৰীক
Assamese
মোদীৰ ভ্ৰমণৰ প্ৰতিবাদত উত্তাল বাংলাদেশ ৪জন লোক আৰক্ষীৰ হাতত নিহত
Assamese
অবৈধ প্ৰব্ৰজনৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হব নোৱাৰে ভাৰত ৰহিঙীয়া সম্পৰ্কত কেন্দ্ৰ চৰকাৰ
Assamese
ম্যানমাৰ প্ৰতিবাদ সাত বছৰীয়া ছোৱালীক গুলিয়াই হত্যা কৰিলে সেনাবাহিনীয়ে
Assamese
প্ৰধানমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ মৃত্যুদণ্ড বিহা হল ১৪জনকৈ ইছলামিক উগ্ৰবাদীক কত
Assamese
কোভিড আক্ৰান্ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ আশু আৰোগ্য কামনা মোদীৰ
Assamese
পাইনেপল চেলেঞ্জ আনাৰস যুদ্ধত মুখামুখি চীন আৰু তাইৱান
Assamese
লুঙি পিন্ধিয়েই পালে আমেৰিকা ছচিয়েল মিডিয়াত ভাইৰেল বাংলাদেশী যুৱকৰ কীৰ্তি
Assamese
মহ ধ্বংস কৰিবলৈ এইবাৰ আমদানি কৰা হব ভেকুলী কত
Assamese
চীনৰ বন্যপ্ৰাণীৰ ফাৰ্মৰ পৰা বিয়পিছিল কৰোণা বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ বিস্ফোৰক ভাষ্য
Assamese
ভায়েকৰ বিয়াত হেলিকপ্তাৰৰ পৰা চটিওৱা টকা লবলৈ মানুহৰ হেতাওপৰা কত চাওঁক ভিডিঅ
Assamese
কভিড১৯ লকডাউন আৰু জলবায়ু ২০২০ চনত বায়ু প্ৰদূষণ কমিল ভাৰতবৰ্ষত
Assamese
বাংলাদেশৰ মুক্তিযোদ্ধা বংগবন্ধু শ্বেইখ মজিবুৰ ৰহমান মানৱ অধিকাৰৰ চেম্পিয়ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Assamese
চৰকাৰবিৰোধী কাৰ্টুন জনপ্ৰিয় কাৰ্টুনিষ্টক শাৰিৰীক অত্যাচাৰ আদালতৰ তদন্তৰ নিৰ্দেশ কত
Assamese
প্ৰচণ্ড ধূলীৰ ধুমুহাই চুই গল চীনৰ ৰাজধানী বেইজিং মংগোলীয়াত প্ৰাণ গল ৬জনৰ
Assamese
ৰক্তাক্ত ম্যানমাৰত দপদপাই জ্বলিল চীনৰ উদ্যোগ সেনাৰ গুলিত নিহত ৩৯ জন
Assamese
ট্ৰাম্পবুদ্ধ ভাইৰেল হল চীনত সজা ডণাল্ড ট্ৰাম্পৰ ধ্যানৰত মূৰ্তি চাওক
Assamese
ম্যানমাৰ এইপৰ্যন্ত সেনাবাহিনীয়ে হত্যা কৰিলে ৬০জনৰো অধিক প্ৰতিবাদকাৰীক
Assamese
ভাৰতক অস্বস্তিত পেলাই ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে আগবাঢ়িছে চীনে
Assamese
শিশুবিলাকক গুলিয়াই নামাৰিব প্ৰয়োজনত মোকে হত্যা কৰক
Assamese
ম্যানমাৰ সামৰিক অভ্যুত্থান ক্ৰমাৎ ৰক্তাক্ত হৈ পৰিছে ম্যানমাৰ মৃত্যু ৩৮ গৰাকী গ্ৰেপ্তাৰ বহু প্ৰতিবাদকাৰীক
Assamese
ম্যানমাৰ জুণ্টা বিৰোধী প্ৰতিবাদৰ সংবাদ পৰিৱেশন কৰা আৰু ৮ সাংবাদিকক গ্ৰেপ্তাৰ
Assamese
ম্যানমাৰ সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গল আং চান চ্যু ক্যীক
Assamese
বাংলাদেশ প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক
Assamese
ম্যানমাৰৰ বিৰুদ্ধে বাণিজ্যিক নিষেধাজ্ঞা জাৰি কৰিলে আমেৰিকাই
Assamese
ৰক্তাক্ত ম্যানমাৰআৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত নিহত ১৮ গৰাকী প্ৰতিবাদকাৰী
Assamese
চীনে জানে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাৰ্থক লৈ আপোচ কৰিব ৰাহুল গান্ধী
Assamese
ৰক্তাক্ত ম্যানমাৰ আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী
Assamese
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙত ৪৭ বিৰোধী নেতাক গ্ৰেপ্তাৰ চীন নিয়ন্ত্ৰাধীন কৰ্তৃপক্ষৰ
Assamese
বিক্ষোভত উত্তাল ম্যানমাৰ বন্ধ কৰি দিয়া হৈছে সেনা বাহিনীৰ ফেচবুক একাউন্ট
Assamese
চীনৰ গণহত্যা কানাডাৰ বিৰোধী দলৰ তৎপৰতাত সংসদত বেইজিঙৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ গৰিহণা জনাবলৈ প্ৰধানমন্ত্ৰী ট্ৰুডোক হেঁচা
Assamese
দৰিদ্ৰতাৰ অন্ত পৰিছে চীনত ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ বিজয় ঘোষণা
Assamese
ম্যানমাৰ ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক
Assamese
উইঘূৰ গণহত্যা অভিযোগ অস্বীকাৰ চীনৰ চৰজমিনৰ বাবে আমন্ত্ৰণ ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিক
Assamese
গালৱান সংঘৰ্ষ চীনৰ ভুৱা তথ্য ৪ জনতকৈ অধিক সৈন্য মৃত্যু হোৱা বুলি দাবী কৰা তিনি ব্লগাৰক গ্ৰেপ্তাৰ চীনৰ
Assamese
সামৰিক শাসকৰ ৰঙা চকুলৈ কেৰেপ নকৰি হিলদল ভাঙি ৰাজপথলৈ ওলাই আহিছে ম্যানমাৰৰ প্ৰতিবাদী জনতা
Assamese
অভূতপূৰ্ব নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই পশ্চিমবংগলৈ প্ৰেৰণৰ নিৰ্দেশ নিৰাপত্তা বাহিনীৰ ১২৫ টা কোম্পানী
Assamese
ফোন নম্বৰ সংগ্ৰহ কৰি প্ৰথমে বন্ধুত্ব তাৰপিছত ধৰ্ষণ বহু মহিলাৰ জীৱন ধ্বংস কৰা ডেলিভাৰী বয়ক গ্ৰেপ্তাৰ
Assamese
বন্দুকৰ বিৰুদ্ধে যুঁজিছো নিগনিৰ বিৰুদ্ধে যুঁজিবলৈ ভয় কিহৰ কাক উদ্দেশ্যি মমতাৰ এইপাত শৰ
Assamese
মুখখনে কৈছে নহব শৰীৰে কৈছে হব যৌনগন্ধী শ্লোগানৰ বাবে গৰিহণাৰ সম্মুখীন চীনৰ চাহ ব্ৰেণ্ড
Assamese
চীনৰ আধিপত্য ৰুধিবলৈ এছিয়াইউৰোপক সংঘবদ্ধ হোৱাৰ আহ্বান মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ
Assamese
অশান্ত ম্যানমাৰত পুনৰ সেনাৰ গুলীত নিহত দুই প্ৰতিবাদকাৰীনিহতৰ সংখ্যা তিনিগৰাকীলৈ বৃদ্ধি
Assamese
লাডাখ সংকটকাইলৈ ভাৰতচীনৰ মাজত পুনৰ দশম লানি আলোচনা
Assamese
ম্যানমাৰ সামৰিক শাসন বিৰোধী যুৱতীক গুলীয়াই হত্যা আৰক্ষীৰ দেশজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন
Assamese
ম্যানমাৰত পুনৰ গণতন্ত্ৰ স্থাপনৰ আহ্বান ভাৰত জাপান অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ
Assamese
মানৱ অধিকাৰ ভংগৰ প্ৰসংগেৰে চীনক সমালোচনা মাৰ্কিন ৰাষ্ট্ৰপতি জ বাইডেনৰ
Assamese
ম্যানমাৰত সামৰিক শাসনৰ বিৰুদ্ধে প্ৰতিবাদ বিভিন্ন প্ৰান্তত ৰেল অৱৰোধ
Assamese
মালালাক পুনৰ হত্যাৰ ভাবুকি দিলে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ইমৰাণ খানক জবাবদিহি কৰিলে নবেল প্ৰাপকে
Assamese
নেপালতো বিজেপিৰ চৰকাৰ বিপ্লৱ দেৱৰ মন্তব্যক লৈ নেপাল চৰকাৰৰ তীব্ৰ প্ৰতিক্ৰিয়া
Assamese
চাইবাৰ বিশ্বৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন ম্যানমাৰৰ ছাত্ৰৰ প্ৰতিবাদত উত্তাল য়াংগুন চহৰ
Assamese
শ্ৰীলংকা আৰু নেপালতো হব বিজেপি চৰকাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ
Assamese
ম্যানমাৰত সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুক সাৱটিলে প্ৰথমগৰাকী কিশোৰীয়ে
Assamese
ভুৱা তথ্য ভাৰতীয় পৰ্বতাৰোহনকাৰীক নেপালৰ নিষিদ্ধ ঘোষণা
Assamese
ৰ তদন্তকাৰী দলৰ দাবীচীনে য়ুহানৰ কৰনা সংক্ৰান্তীয় তথ্য দিয়া নাই
Assamese
উত্তৰপূবত বিদ্ৰোহ দমনৰ ক্ষেত্ৰত ম্যানমাৰ সেনাৰ ভূমিকাক প্ৰশংসা স্থলসেনা প্ৰধান নাৰাভানেৰ
Assamese
ম্যানমাৰৰ ১০ গৰাকী শীৰ্ষ সেনা বিষয়াৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰিলে আমেৰিকাই
Assamese
প্ৰথম টেলিফোনিক বাৰ্তালাপতে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙক সকিয়নি মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ
Assamese
বাংলাদেশত আঠজন ইছলামিক উগ্ৰবাদীক মৃত্যুদণ্ড
Assamese
শান্ত হব অশান্ত লাডাখ পাংগং হ্ৰদৰ পৰা চীনে প্ৰত্যাহাৰ কৰিছে চীনা সৈন্য
Assamese
সংবাদ মাধ্যমৰ স্বাধীনতাত পদাঘাতচীনে নিষিদ্ধ কৰিলে ৱৰ্ল্ড নিউজ
Assamese
ম্যানমাৰৰ সামৰিক অভ্যুত্থান পুলিচৰ নিৰ্যাতন নেওচি প্ৰতিবাদ অব্যাহত
Assamese
ঝিনপিঙৰ শৰীৰত এডালো গণতান্ত্ৰিক হাড় নাই মাৰ্কিন ৰাষ্ট্ৰপতি জ বিডেন
Assamese
ম্যানমাৰৰ ৰাজধানীত সামৰিক চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ পানী বোমা নিক্ষেপ
Assamese
কনা ভাইৰাছ পৰীক্ষাগাৰৰ পৰা সংক্ৰমিত হোৱা মতবাদ দুৰ্ভাগ্যজনক বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলৰ মন্তব্য
Assamese
বিশ্ব অভিলেখ অভিষেক মেচতে বিস্ফোৰক দ্বিশতৰাণ কৰি বিজয়ৰ নায়ক মায়াৰ্ছ
Assamese
কৃষক বিদ্ৰোহত উদগনি যোগোৱাৰ অভিযোগপাকিস্তান পৰিচালিত ১১০০ টা টুইটাৰ একাউণ্ট বন্ধৰ নিৰ্দেশ চৰকাৰৰ
Assamese
কৰনাক লৈ প্ৰথম সতৰ্ক কৰি দিয়া চীনৰ সেই চিকিৎসকৰ মৃত্যুৰ এবছৰ পূৰ্ণ
Assamese
ম্যানমাৰৰ সামৰিক অভ্যুত্থানে অমানিশা নমাই আনিছে মে চহৰৰ এইসকল ভাৰতীয় ব্যৱসায়ীৰ জীৱনলৈ
Assamese
সেনাৰ ৰঙা চকুলৈ ভয় নকৰি ম্যানমাৰৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী
Assamese
কোভিডৰ প্ৰকৃত উৎপত্তিস্থল সম্বন্ধে ভালকৈ জানিবলৈ বছৰৰ প্ৰয়োজন হব বিশ্ব স্বাস্থ্য সংস্থাৰ দলৰ মন্তব্য
Assamese
চিকিৎসা কৰ্মীৰ পাছত ম্যানমাৰত সামৰিক চৰকাৰৰ বিৰদ্ধে শিক্ষকৰ অসহযোগ কাৰ্য্যসূচী ঘোষণা
Assamese
হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু মেঘালয়ৰ কংগ্ৰেছ বিধায়ক ডেভিদ নংৰামৰ
Assamese
ম্যানমাৰ সেনা প্ৰশাসকক কঠোৰ সকীয়নি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ চ্যু কীক মুক্তিৰ দাবী
Assamese
ম্যানমাৰৰ সামৰিক অভ্যুত্থান ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ জুৰুৰী বৈঠক কি কলে বিশ্ব সম্প্ৰদায়ে
Assamese
বহিঃবিশ্বৰ পৰা বিচ্ছিন্ন ম্যানমাৰকেইবা মাহলৈ সকলো বিমানৰ উৰণ তথা অৱতৰণ বন্ধ ৰখাৰ নিৰ্দেশ
Assamese
ম্যানমাৰৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰাৰ হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ
Assamese