text
stringlengths
1
2.59k
language
stringclasses
10 values
ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হল কাল নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে
Assamese
মহাপ্ৰলয়ৰ আগজাননী হঠাতে তেজৰ দৰে ৰঙা হৈ পৰিল আকাশ কত চাওঁক ভিডিঅ
Assamese
চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছেসেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা
Assamese
বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে
Assamese
বেইজিঙত পুনৰ আৰম্ভ কোভিডৰ সংহাৰ বন্ধ কৰি দিয়া হৈছে হোটেলৰেষ্টুৰেণ্ট
Assamese
পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিদ্বেষমূলক শ্লগানবিপদত ইমৰান খান গ্ৰেপ্তাৰৰ সম্ভাৱনা
Assamese
চীনত ভয়ংকৰ বিমান দুৰ্ঘটনাৰানৱেৰ পৰা পিছলি দপদপাই জ্বলিল বিমানভিডিঅ
Assamese
আলীবাবাৰ মুৰব্বী জেক মাৰ গ্ৰেপ্তাৰৰ খবৰে কঁপনি তুলিছে চীনত
Assamese
কৰাচী বিশ্ববিদ্যালয়ত আত্মঘাতী বোমাৰুৰ আক্ৰমণতিনি চীনা নাগৰিকসহ চাৰিজনৰ মৃত্যু
Assamese
শ্বেখ হাছিনাৰ সৈতে জয়শংকৰৰ বৈঠক অসম তথা উত্তৰপূৰ্বাঞ্চলকলৈ কি আলোচনা
Assamese
বিকল্প পৃথিৱীৰ সন্ধানত চীন নতুন এখন বাসযোগ্য বিশ্ব গঢ়ি তোলাৰ পৰিকল্পনা
Assamese
শ্ৰীলংকাত ভোকাতুৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনা এজন প্ৰতিবাদকাৰী নিহত
Assamese
ছমাহৰ পিছত নিৰাপদে পৃথিৱীলৈ উভতি আহিল চীনৰ তিনিগৰাকী মহাকাশচাৰী
Assamese
দক্ষিণ এছিয়াত জলবায়ু পৰিৱৰ্তন প্ৰব্ৰজন আৰু সংঘাতউপমহাদেশত বৰ্ধিত উত্তেজনা আৰু নীতি বিকল্প
Assamese
পুনৰ বিপদত ইমৰান খানউপহাৰ হিচাপে পোৱা অলংকাৰ ১৮ কোটি টকাত বিক্ৰীৰ অভিযোগ
Assamese
কিহৰ বাবে আকালৰ দানৱে গ্ৰাস কৰিছে শ্ৰীলংকাক তিনিটা প্ৰধান কাৰণ
Assamese
দ্বীপ ৰাষ্ট্র শ্ৰীলংকাত আঁতৰা নাই সংকটনিযুক্তিৰ এদিন পিছতে পদত্যাগ বিত্ত মন্ত্ৰী চাব্ৰীৰ
Assamese
অৰ্থনৈতিক সংকটত বিধ্বস্ত শ্ৰীলংকালৈ খাদ্য সাহায্য হিচাপে চাউল যোগান ভাৰতৰ
Assamese
আজি নিৰ্ণয় হব ইমৰান খানৰ প্ৰধানমন্ত্ৰী আসনৰ ভৱিষ্যতসমৰ্থকক শান্তিপূৰ্ণ প্ৰতিবাদৰ আহ্বান
Assamese
পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰিলে ইমৰান খানে কোন হব প্ৰধানমন্ত্ৰী
Assamese
জলপথত অঘটনমালবাহী জাহাজৰ খুন্দাত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ফেৰী ৫ জন নিহত
Assamese
সাময়িক সকাহশ্ৰীলংকাত উপস্থিত ভাৰতৰ ৪০০০০ মেট্ৰিক টন ডিজেল ইন্ধন সাহায্য
Assamese
সংখ্যাগৰিষ্ঠতা হেৰুৱালে ইমৰান খানেপ্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগৰ সম্ভাৱনা
Assamese
চীনত ১৩৩ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাগ্ৰস্ত বহু যাত্ৰীৰ মৃত্যুৰ আশংকা
Assamese
পাকিস্তানৰ সেনা শিবিৰত ইটোৰ পিছত সিটো বোমা বিস্ফোৰণ
Assamese
আকৌ তলাবন্ধ চাংচুন চহৰৰ ৯০ লাখ লোকক গৃহবন্দী কৰিলে চীনৰ চৰকাৰে
Assamese
মানৱীয় সহায়পাকিস্তানৰ মাজেৰে আফগানিস্তানলৈ তৃতীয় বাৰৰ বাবে ঘেঁহু প্ৰেৰণ ভাৰতৰ
Assamese
বিষয় ঘেঁহুটুইটাৰত পাকিস্তানক তুলাধুনা তালিবানৰ ভাৰতক প্ৰশংসা
Assamese
পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ পদত্যাগ দাবী বিৰোধী দল পাকিস্তান পিপলছ্ পাৰ্টীৰ
Assamese
চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক মোদী চৰকাৰে পুনৰ নিষিদ্ধ কৰিলে ৫৪টা চীনা এপ
Assamese
বেইজিং শীতকালীন অধিৱেশনত অংশ নলয় ভাৰতীয় কূটনীতিবিদে
Assamese
পশ্চিম বংগত সাংবিধানিক সংকটৰাজ্যপাল জগদীপ ধনখৰে তাৎক্ষণিকভাবে নিষ্ক্ৰিয় কৰি দিলে বিধানসভা
Assamese
এন এছ চি এনে মুক্তি দিলে অপহৰণ কৰি নিয়া অসমৰ শ্ৰমিকক
Assamese
শীতকালীন অলিম্পিকচীনৰ পতাকা জ্বলাই বিশ্বৰ প্ৰান্তে প্ৰান্তে তিব্বতীৰ প্ৰতিবাদ
Assamese
নেপালৰ ভূমি বেদখল কৰি চীনৰ প্ৰকল্প প্ৰতিবাদত উত্তাল নেপাল
Assamese
অৰুণাচলী কিশোৰ অপহৰণ সন্দৰ্ভত অৱগত নহয় চীনৰ বৈদেশিক মন্ত্ৰালয়
Assamese
চীনৰ কৱলত পৰা অৰুণাচলী কিশোৰক কৰা হৈছিল শাৰিৰীক নিৰ্যাতন ইলেক্ট্ৰিক শ্বক্ অভিযোগ পিতৃৰ
Assamese
পাকিস্তানৰ প্ৰথম গৰাকী উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ হিচাপে শপত ললে আয়েছা মালিকে
Assamese
চীনৰ সেনাই অৰুণাচলৰ পৰা পুনৰ অপহৰণ কৰিলে ভাৰতীয় নাবালকক
Assamese
ছেক্সভিডিঅ চ্যাট ফাদিল যৌন কেলেংকাৰীত অভিযুক্ত বাংলাদেশী কূটনীতিকক তলব ঢাকাৰ
Assamese
কাৰাগাৰেই যেন স্থায়ী ঠিকনা পুনৰ চাৰি বছৰৰ বাবে কাৰাবাসী হব চ্যু কী
Assamese
ভাৰত পাকিস্তানকে ধৰি চাৰি দেশীয় ক্ৰিকেট শৃংখলাৰ প্ৰস্তাৱ পিচিবিৰ অধ্যক্ষ ৰামিজ ৰাজাৰ
Assamese
চীনৰ ইতিহাসত সৰ্বনিম্ন জন্মৰ হাৰৰ ৰেকৰ্ড সন্তান জন্ম দিয়াৰ আগ্ৰহ হ্ৰাস
Assamese
আবু ধাবিত সন্দেহযুক্ত ড্ৰোণ আক্ৰমণত দুই ভাৰতীয়সহ তিনিজন নিহত
Assamese
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ উৰ্জিত পেটেলক এআইআইবিৰ উপসভাপতি নিযুক্তি
Assamese
বে অভেলত এবাডট ধুমুহা বাংলাদেশৰ ঐতিহাসিক জয়
Assamese
কোভিডে কালান্তক ৰূপ ধাৰণ কৰা পশ্চিমবংগত কিছু শিথিল কৰা হল কোভিড বিধি
Assamese
আফগানিস্তানলৈ দুই টন ঔষধ প্ৰেৰণ ভাৰতৰ
Assamese
নৱবৰ্ষৰ প্ৰথম দিনাই চীনৰ পৰা লাওছলৈ ৰাওনা ১০০০ টন সামগ্ৰী ভৰ্তি ৰেল
Assamese
নৱবৰ্ষৰ প্ৰথম দিনটোতে লাডাখৰ গালোৱান ভেলীত চীনৰ ৰাষ্ট্ৰীয় পতাকা ভাইৰেল ভিডিঅকলৈ প্ৰতিক্ৰিয়া
Assamese
সম্প্ৰসাৰণবাদী চীনৰ চকু অৰুণাচল প্ৰদেশৰ ১৫টা স্থানক পুনৰ নামাকৰণ কৰিলে চীনে
Assamese
ছচিয়েল মিডিয়াত অশ্লীল ছবিভিডিঅ পষ্ট কৰি আইনী জাননীৰ সন্মুখীন মোহময়ী অভিনেত্ৰী
Assamese
নদীৰ মাজতে যাত্ৰীবাহী ফেৰীত লাগিল জুই নিহত কমেও ৩৭ জন
Assamese
ম্যানমাৰত নাৰীশিশুসহ কমেও ৩০ জনক হত্যা জ্বলাই দিয়া হল মৃতদেহ
Assamese
চলিত বছৰত আটাইতকৈ জনপ্ৰিয় ৱেবছাইট হিচাপে ক অতিক্ৰম ৰ
Assamese
বাংলাদেশত মাজ নদীত যাত্ৰীবাহী ফেৰীত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত কমেও ৩৬জনৰ মৃত্যু
Assamese
কোভিড১৯ৰ সংক্ৰমণৰ বাবে চীনৰ এখন চহৰত নতুনকৈ লকডাউন গৃহবন্দী ১কোটি ৩০লাখ লোক
Assamese
ভাৰততকৈ আগত বাংলাদেশঢাকাত কোভিড বুষ্টাৰ ডজ প্ৰদানৰ পৰীক্ষামূলক আৰম্ভনি
Assamese
আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম৪৩ জন জন ভাৰতীয় মাছমৰীয়াক আটক কৰিলে শ্ৰীলংকাৰ নৌ সেনাই
Assamese
ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত নৰেন্দ্ৰ মোদী
Assamese
৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গল ইণ্ডোনেছিয়া ছুনামীৰ সতৰ্কবাণী জাৰি
Assamese
গুজৰাটৰ মুন্ধ্ৰা বন্দৰৰ পিছত এইবাৰ উত্তৰপূৰ্বাঞ্চলত জব্দ ৫০০ কোটি টকা মূল্যৰ ড্ৰাগছ
Assamese
অমিক্ৰণৰ আতংকৰ মাজতে চীনত নতুন প্ৰজাতিৰ কৰনাৰ সংক্ৰমণে বৃদ্ধি কৰিছে উদ্বেগ
Assamese
কেতিয়া খুলিব ভূটানৰ প্ৰৱেশ পথ ভূটানৰ লকডাউনৰ ব্যাপক প্ৰভাৱ ভাৰতৰ সীমান্তৱর্তী অঞ্চলত
Assamese
ভাৰতৰ নিৰাপত্তাৰ প্ৰতি চীন ভাবুকি হৈ পৰিছে বিপিন ৰাৱাটৰ মন্তব্যত প্ৰতিক্ৰিয়া চীনৰ
Assamese
ভাৰত বাংলা সীমান্তত বিএছএফৰ অভিযানত ১২ লক্ষাধিক টকাৰ চোৰাং কাপোৰৰ সামগ্ৰী জব্দ
Assamese
পাকিস্তানত মব লিঞ্চিঙৰ বলি শ্ৰীলঙ্কাৰ নাগৰিক পাকিস্তানৰ বাবে অপমানৰ দিন আখ্যা পাক প্ৰধান মন্ত্ৰীৰ
Assamese
পুনৰ চাৰি বছৰৰ কাৰাবাসৰ শাস্তিৰ সন্মুখীন ম্যানমাৰৰ বিতাড়িত প্ৰধানমন্ত্ৰী আং চান চ্যু কী
Assamese
পুনৰ ভূমিকম্পই জোকাৰি গল গুৱাহাটীকে ধৰি বিভিন্ন অঞ্চল কত আছিল অভিকেন্দ্ৰ
Assamese
টেলিভিচনত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত কঠোৰ আইন বলৱৎ তালিবানৰ
Assamese
চীনত কোন প্ৰথম আক্ৰান্ত হৈছিল ক পৰা আহিছিল কোভিড ভাইৰাছ সমীক্ষাত নতুন তথ্য
Assamese
আৰৱৰ ৰাজকুমাৰীৰ দাবী আবু ধাবিৰ অনুষ্ঠানৰ পৰা বাদ পৰিল বিতৰ্কিত এংকৰ সুধীৰ চৌধুৰী
Assamese
চীনভাৰতৰ সম্পৰ্ক এতিয়া কেনে বাখ্যা কৰিলে বৈদেশিক মন্ত্ৰী জয়শংকৰে
Assamese
পুনৰ ভাৰতৰ ভূমিত চীনৰ আগ্ৰাসন কি আছে অৰুণাচলৰ গাঁৱত নিৰ্মাণ কৰা এই এনক্লেভত
Assamese
প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপনৰ পিছৰে পৰা সন্ধানহীন চীনৰ টেনিছ তাৰকা
Assamese
পাকিস্তানৰ মাজেৰে আফগানিস্তানলৈ ভাৰতৰ ঘেঁহু ৰপ্তানিত অনুমোদনৰ ইঙ্গিত পাকিস্তানৰ
Assamese
বিশ্বৰ ধনী দেশৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলালে চীনে
Assamese
ৰ পৰা খেলপথাৰত অৰ্ধশতকীয় ইনিংছলৈ ৰিজৱানৰ সুস্থতাৰ নেপথ্যত ভাৰতীয় চিকিৎসক
Assamese
কেন্দ্ৰীয় পৰিষদৰ নিৰ্বাচনৰ সময়তে উত্তপ্ত বাংলাদেশ নিহত ২৮ জন
Assamese
মাৰ্কিন সাংবাদিক ডেনী ফেনষ্টাৰক ১১ বছৰৰ কাৰাদণ্ড বিহিলে ম্যানমাৰৰ সামৰিক আদালতে
Assamese
৮ ৰাষ্ট্ৰৰ বৈঠকত সুৰক্ষিত স্থিৰ আফগানিস্তানৰ পক্ষত দিল্লী ঘোষণা
Assamese
ম্যানমাৰত ৰাজদ্ৰোহসন্ত্ৰাসবাদৰ অভিযোগত আমেৰিকাৰ সাংবাদিকক আটক
Assamese
পৰাস্ত হল আফগানিস্তানঅথচ বাহিৰ হল ভাৰত ছেমি ফাইনেললৈ নিউজিলেণ্ড
Assamese
মৰুভূমিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধজাহাজৰ মকআপ নিৰ্মাণ কৰিছে চীনে
Assamese
৫খন মেচত হাৰি চৰম লজ্জাজনক অভিলেখ গঢ়িলে বাংলাদেশী ক্ৰিকেট দলে
Assamese
পাকিস্তানৰ মাজেৰে আফগানিস্তানলৈ ঘেঁহু ৰপ্তানিৰ অনুমোদন জনাবলৈ পাকিস্তানক অনুৰোধ ভাৰতৰ
Assamese
চীনৰ ওহানত কোভিডৰ উৎপত্তিৰ কথা প্ৰকাশ কৰি কাৰাদণ্ডৰে দণ্ডিত সাংবাদিক ঝাং ঝানৰ জীয়াই থকাৰ আশা ক্ষীণ কিন্তু কিয়
Assamese
ফেচবুকত ৭দিনৰ বাবে নিষিদ্ধ তচলিমা নাচৰিণ কিহৰ বাবে ললে এই সিদ্ধান্ত
Assamese
প্ৰথমবাৰলৈ ৰাজহুৱা আত্মপ্ৰকাশ তালিবানৰ শীৰ্ষ নেতা হাইবাতুল্লা আখুন্দজাদাৰ
Assamese
কামেং নৈত মাছৰ মৃত্যু অৰুণাচল চৰকাৰে গঠন কৰিলে তদন্ত সমিতি
Assamese
কনাৰ উৎপত্তি চীনতেই নে জানিবলৈ চোৰাংচোৱা নিয়োগ কৰিছিল আমেৰিকাই
Assamese
ৰহস্য কি অৰুণাচলৰ কামেং নৈত ওপঙি উঠিছে হাজাৰ হাজাৰ মৃত মাছ প্ৰভাৱ পৰিব পাৰে ব্ৰহ্মপুত্ৰৰ ওপৰতো
Assamese
বাংলাদেশৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰত খালেদা জিয়াৰ পুত্ৰ
Assamese
চীনৰ চোৰাং বজাৰত ব্যাপক হাৰত বিক্ৰী হৈছে উইঘুৰ মুছলমানৰ কিডনি লিভাৰ
Assamese
মাস্ক পৰিধান কৰিবলৈ কোৱাত খং ধনকুবেৰৰ বেংক কৰ্মচাৰীৰে গণালে নগদ ৫.৮ কোটি টকা
Assamese
বিশ্বই কিয় নীৰৱে আমাক মৰি যোৱা চাই আছেবিশ্ব সম্প্ৰদায়লৈ প্ৰশ্ন আফগানিস্তানৰ প্ৰতিবাদী মহিলাৰ
Assamese
আজি হাইভল্টেজ যুঁজত মুখামুখি হব ভাৰতপাকিস্তান অব্যাহত থাকিব নে ভংগ হব ভাৰতৰ অপৰাজেয় ধাৰা
Assamese
সংখ্যালঘু উইঘুৰৰ ওপৰত নিৰ্যাতন চীনৰ বিৰুদ্ধে ৪৩খন দেশে ললে পদক্ষেপ
Assamese
হাছিনালৈ তছলিমা নাচৰিনৰ সমালোচনাৰ শেল—বাংলাদেশৰ হিংসা ৰোধত ব্যৰ্থ হৈছে প্ৰধানমন্ত্ৰী
Assamese
মস্কোত তালিবান প্ৰতিনিধিৰে বৈঠকত মিলিত ভাৰতীয় শীৰ্ষ বিষয়াৰ প্ৰতিনিধি
Assamese