id
stringlengths 1
5
| input
stringlengths 23
780
| target
stringlengths 21
203
| url
stringlengths 28
1.06k
|
---|---|---|---|
20601 | ৰঙিয়াঃ মহাপ্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আজি ৰঙিয়াত এক বিশাল শোভাযাত্ৰা উলিওৱা হয়৷ ১২৬ টা জনগোষ্ঠীৰ সহস্ৰাধিক লোকে অংশ লোৱা বিশাল শোভাযাত্ৰাৰে সমগ্ৰ ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰা হয়৷ বিশ্ব হিন্দু পৰিষদ ৰঙিয়া আৰু বাক্সা জিলাৰ উদ্যোগত আয়োজিত এই শোভাযাত্ৰাৰ শুভাৰম্ভনি কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। | ৰঙিয়াত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আয়োজন | https://www.newsnextone.com/jrisna-janmastami-at-rangia |
20602 | তিতাবৰ মহকুমাৰ ঠেঙাল মৌজাৰ ধলাজান গ্ৰাণ্টৰ ৫২০ নং দাগৰ চৰকাৰী ভূমিত গঢ়ি উঠা এটা অনুজ্ঞাপত্ৰবিহীন ইটা-ভাতীৰ দ্বাৰা প্ৰদূষণ সৃষ্টি হোৱা তথা অঞ্চলটোৰ, বিশেষকৈ শিশুসকল বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম যোৰহাট আঞ্চলিক সমিতিয়ে। | অনুজ্ঞাপত্ৰবিহীন ইটা-ভাতী বন্ধ কৰাৰ দাবীত তিতাবৰত যুৱ-ছাত্ৰৰ ধৰ্ণা | https://janambhumi.in/VFZSbk5FNTZWVDA9/en/VFZSbk5FNTZWVDA9/%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%9C%E0%A7%8D%E0%A6%9E%E0%A6%BE%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%BF%E0%A6%B9%E0%A7%80%E0%A6%A8-%E0%A6%87%E0%A6%9F%E0%A6%BE-%E0%A6%AD%E0%A6%BE%E0%A6%A4%E0%A7%80-%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A7-%E0%A6%95%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A7%80%E0%A6%A4-%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%A7%E0%A7%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE.html.html |
20603 | যোগত দেওবাৰে ডিকমৰ অস্থায়ী কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়৷ মটক যুৱ-ছাত্র সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰশান্ত চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখা কৰে উওম গগৈয়ে৷ সভাত ঋতুৰাজ চেতিয়াক সভাপতি অাৰু উওম গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ২৩ জনীয়া সন্মিলনৰ ডিকম অাঞ্চলিক সমিতিত গঠন কৰা হয়৷ সভাত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰঞ্জীত গোহাঁই, তথ্য অাৰু প্ৰচাৰ সম্পাদক গোলাপ লাহন, ডিব্ৰুগড় জিলা সন্মিলনৰ সাধাৰণ সম্পাদক নিৰূপম দুৱৰা, সহঃ সম্পাদক মুকুন্দ মাধৱ বঢ়াগোহাঁই, চাবুৱা-ডিকম অাঞ্চলিক সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | মটক যুৱ-ছাত্র সন্মিলনৰ ডিকম অাঞ্চলিক সমিতি গঠন | https://www.newsnextone.com/matak-youth-new-committee |
20604 | তেজপুৰ টাউনঃ তেজুপৰ আছু উদ্যোগত আৰু দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয় আছু গোটৰ সহযোগত আজি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ৫৬তম জন্ম দিনৰ লগত সংগতি ৰাখি তেজপুৰৰ দুয়োখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত শিক্ষক দিৱস উদযাপন কৰা হয়। | তেজপুৰত আছুৰ শিক্ষক দিৱস | https://www.newsnextone.com/teachers-day-tezpur-town/#comments |
20605 | জ এ.এছ.এন. প্ৰতিনিধি 30 / 2018 সমগ্ৰ ৰাজ্যৰ লগতে আজি পুৱা ১০ বজাত জাতীয় অস্তিত্বৰ দলিল এন আৰ চিৰ চূড়ান্ত খচৰা তালিকা তামুলপুৰ মহকুমাৰ এন আৰ চি সেৱা কেন্দ্ৰসমূহতো প্ৰকাশ পালে। | তামুলপুৰ মহকুমাত শান্তিপুৰ্ণভাৱে প্ৰকাশ জাতীয় অস্তিত্বৰ দলিল এন আৰ চিৰ খচৰা | https://www.newsasn.com/index.php/node/472 |
20606 | গুৱাহাটীঃ অৱশেষত আত্মসমৰ্পন কৰিলে যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযুক্ত গোৰেশ্বৰৰ শিক্ষক ফিদ্দুছ ৰহমানে৷ দেওবাৰে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক বিনয় কলিতাৰ ওচৰত আত্মসমৰ্পণ কৰে বেতনা কাউৰবাহা মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক ফিদ্দুছ ৰহমানে৷ শিক্ষকগৰাকীয়ে খোদ বাক্সা জিলাৰ আৰক্ষীৰ ওচৰ চপা বুলি জানিব পৰা গৈছে৷ বাক্সা জিলাৰ গোৰেশ্বৰ যোৱা কেবাদিন ধৰি আৰক্ষীয়ে যৌন নিৰ্যাতনৰ অভিযুক্ত শিক্ষকগৰাকীক কৰায়ত্ত কৰিব নোৱাৰাত উত্তাল হৈ আছিল ৷ বিভিন্ন দল সংগঠনে গোৰেশ্বৰত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি, থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। | কিশোৰীক যৌন নিৰ্যাতনৰ অভিযুক্ত শিক্ষক ফিদ্দুছৰ আত্মসমৰ্পণ | https://www.newsnextone.com/suurender-teacher-goreswar/#comments |
20607 | চাবুৱাঃ এটি পথ৷ যোৱা ১৬ বছৰে মাটি এচপৰাও পৰা নাই পথটোত৷ কিন্তু ৭ জুলাইত অভিযন্তাই কথা দিছিল ১০ দিনৰ ভিতৰত মেৰামতি কৰা হ'ব পথটো। | লিখি দিয়াৰ পিছতো খলা-বমা হৈয়ে ৰ'ল ব্যস্ত পথ | https://www.newsnextone.com/print/4802 |
20608 | পুত্ৰৰ মুক্তিৰ দাবীত এগৰাকী আশীতীপৰ মাতৃয়ে অসুস্থ শৰীৰে ২০ ডিচেম্বৰৰ পৰা বহিছিল অনশনত। | পুত্ৰৰ মুক্তিৰ দাবীত অনশনত বহা প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি | https://assam.nenow.in/hunger-strike-by-akhil-gogoi-mother-enters-day-3/ |
20609 | ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত ইকৰাতলী খনিকৰ গাঁৱত বৃহস্পতিবাৰে অৰ্ধশতাধিক পুৰুষ আৰু মহিলাই মটক সমাজৰ পৰম্পৰা আৰু ৰীতি-নীতিৰে এক ইশ্বৰ ধৰ্মত ইশ্বৰৰ ওচৰত শৰণ গ্ৰহণ কৰে। | এক ইশ্বৰবাদৰ শৰণাপন্ন হ'ল অৰ্ধ শতাধিক পুৰুষ-মহিলা | https://www.newsnextone.com/dibrugarh-lahowal-matak-one-god/#comments |
20610 | লিডুঃ তিনিচুকীয়া জিলাৰ লিডু, মাৰ্ঘেৰিটা, জাগুণ আদি জনগোষ্ঠীয় অঞ্চলত ব্যাপক হাৰত ছানি ধৰিছে নিচাযুক্ত সামগ্ৰীয়ে৷ এচাম অসাধু লোকে এই নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি অহাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে৷ জিলাখনৰ মাৰ্ঘেৰিটা মহকুমাৰ ভিতৰুৱা গ্ৰাম্যঞ্চত মুকলিকৈ কানিৰ বৃহৎ বজাৰ গঢ়ি উঠিছে বুলি জানিবলৈ দিছে স্থানীয় সচেতন ৰাইজে। | জনগোষ্ঠীয় এলেকাত গাঞ্জা-কানিৰ মুকলি বেহা | https://www.newsnextone.com/ganja-business-lidu-area/#comments |
20611 | অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 2 পৰিবহন আইন উলংঘা কৰা সৰু-বৰ যান -বাহনে ভৰি পৰিল শিৱসাগৰৰ পৰিবহন কাৰ্য্যালয়ৰ চৌহদ 4 বঙাইগাঁওঃ২০মাৰ্চঃ হোলী উপলক্ষে অহা ২২ মাৰ্চত সমগ্ৰ বঙাইগাঁও জিলাতে প্ৰযোজ্য হোৱাকৈ জিলা প্ৰাশাসনে স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে ৷ বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে এক নিৰ্দেশনা যোগে উক্ত দিনা সমগ্ৰ বঙাইগাঁও জিলাতে হোলী উপলক্ষে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। | বঙাইগাঁৱত হোলী উপলক্ষে ২২ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা | http://firstnewsreport.com/%e0%a6%ac%e0%a6%99%e0%a6%be%e0%a6%87%e0%a6%97%e0%a6%be%e0%a6%81%e0%a7%b1%e0%a6%a4-%e0%a6%b9%e0%a7%8b%e0%a6%b2%e0%a7%80-%e0%a6%89%e0%a6%aa%e0%a6%b2%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a7%87-%e0%a7%a8/ |
20612 | দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈ লোজোৰাৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক নৰেশ্বৰ ডেকাৰ আজি ৮৭ বছৰ বয়সত মৃত্যু ঘটে। | কৃতী শিক্ষকৰ পৰলোকপ্ৰাপ্তি | https://www.newsnextone.com/teacher-died-in-darang/#comments |
20613 | নলবাৰীঃ নলবাৰী মহকুমা বিহু সন্মিলনীৰ পদূলিৰ পৰাই উভতিল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। | জুইৰ বাবেই মঞ্চত নুঠাকৈয়ে উভতিল মন্ত্ৰী হিমন্ত | https://www.newsnextone.com/himanta-returns-from-nalbari-bihu-function/#comments |
20614 | াফ ৰিপ'ৰ্টাৰ 12 / 2018 "এটা জাতিৰ উন্নতিৰ আঁৰত থকা ব্যৱস্হাটোৱেই হৈছে শিক্ষা। | জাতিৰ উন্নতিৰ আঁৰৰ মূল ব্যৱস্থাটোৱেই শিক্ষা : নগাঁৱত হিমন্ত বিশ্ব শৰ্মা | https://www.newsasn.com/node/785 |
20615 | শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰৰ ৰংপুৰত ১৯৪৫ চনতে স্থাপন হোৱা সেউজীয়া সমাজ সংগীত মহাবিদ্যালয়ে এই বেলি ৭৩ বছৰত ভৰি দিলে৷ যাৰ বাবে মহাবিদ্যালয় খনে ৭২ সংখ্যাক প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি চলাইছে৷ তিনিকুৰী এঘাৰ বছৰ অতিক্ৰম কৰা সংগীত মহাবিদ্যালয় খনে ৭২ সংখ্যাক প্ৰতিষ্ঠা দিৱস এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ২৫ জুলাইত শিৱসাগৰ নাট্য মন্দিৰ প্ৰাংগনত পালন কৰিব৷ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলে গীত, নৃত্যৰ বাৰেৰহনীয়া অনুষ্ঠান পৰিৱেশন কৰিব বুলি মহাবিদ্যালয়ৰ অধ্যক্ষা আৰতী বৰুৱাই প্ৰকাশ কৰে। | সেউজীয়া সমাজ সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস | https://www.newsnextone.com/birth-anniversary/#comments |
20616 | মৰিগাঁৱৰ পৰা জিতুমণি নাথ ক্ৰীড়াক্ষেত্রত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে ভাৰত চৰকাৰে ৰূপায়ণ কৰা 'সকলোৰে বাবে ক্ৰীড়া আচঁনি'ৰ অধীনত অহা ৩ নৱেম্বৰত মৰিগাঁও জিলা প্ৰশাসনে মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। | সকলোৰে বাবে ক্ৰীড়া':মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ৩ নৱেম্বৰত মাৰাথান দৌৰ প্ৰতিযোগিতা | https://www.newsasn.com/index.php/node/9506 |
20617 | নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰক'লাত শনিবাৰে বিষ্ণুৰ দ্বিতীয় অৱতাৰ ৰূপী কাছ এটা একাংশ লোকে উদ্ধাৰ কৰে৷ বিলুপ্তপ্ৰায় এটা হাৰিয়া নৈত মাছ মাৰি থাকোতে মুকুন্দ বৰদলৈ নামৰ এজন স্থানীয় লোক এজনে উদ্ধাৰ কৰে কাছটো৷ লোকজনে খবৰটো স্থানীয় ৰাইজক অৱগত কৰে৷ স্থানীয় ৰাইজে নগাঁও বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক আহি কাছটো চমজি লয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | বৰক'লাৰ হাৰিয়া নৈত বিলুপ্তপ্ৰায় কাছ উদ্ধাৰ | https://www.newsnextone.com/turtle-recovered-at-borkola |
20618 | জাকাৰ্টাঃ প্লাষ্টিক পৰিৱেশৰ বাবে ভাবুকি স্বৰূপ৷ এই কথা আমি সকলোৱে জানো, কিন্তু হৃদয়ংগম নকৰোঁ৷ শ শ বছৰ পচি নোযোৱা এই প্লাষ্টিক আমি য'তে ত'তে পেলাই দিয়াৰ ফলত বিভিষিকা নামি আহিছে জৈৱ-বৈচিত্ৰলৈ৷ এনে এক ঘটনাই ভবাই তুলিছে পৰিৱেশকৰ্মীসকলক৷ ইন্দোনেছিয়াৰ কাপোটা দ্বীপৰ ৱাকাটোবি নামৰ ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে ৯.৫ মিটাৰ দৈৰ্ঘৰ এটা তিমি মাছৰ মৃতদেহ। | তিমিৰ পেটত প্ৰতিফলিত প্লাষ্টিকৰ ভয়াবহতা | https://www.newsnextone.com/jakaria-wheal-plastic/#comments |
20619 | খেৰণিঃ উজনি অসমৰ গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ পাছতেই ডিমা হাছাও, হোজাই জিলা আৰু কাৰ্বি আংলঙৰ কুঁহিয়াৰ খেতিৰ কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। | গুড় বিক্ৰী বন্ধৰ প্ৰতিবাদত কাৰ্বি আংলং, ডিমা হাছাও জিলাৰ কৃষক ওলাই আহিছে ৰাজপথলৈ | https://www.newsnextone.com/kherani-sugercane |
20620 | মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আজি ২৪ মে'ত দুবছৰ সম্পূৰ্ণ কৰিব। | ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ : বৰ্ষপূৰ্তি উদযাপনৰ বাবে উৎসাহ নাই চৰকাৰৰ | https://assam.nenow.in/%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af%e0%a6%a4-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a4%e0%a6%bf%e0%a6%ac%e0%a6%be%e0%a6%a6%e0%a7%b0-%e0%a6%9c%e0%a7%8b%e0%a7%b1%e0%a6%be%e0%a7%b0-%e0%a6%ac/ |
20621 | চৰকাৰৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰাৰ পাছতো দাবী তথা আপত্তি দাখিল নকৰা ৩,৮০,০০০ লোকৰ সৱিশেষ বিচাৰি উলিওৱাৰ কামত লাগিছে অসম চৰকাৰ। | এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে দাবী দাখিল নকৰা লোকসকলৰ সন্ধানত অসম চৰকাৰ | https://assam.nenow.in/assam-govt-seeks-details-of-those-who-didnt-file-claim-for-inclusion-in-nrc/ |
20622 | চৰাইদেউঃ যিসময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত, বিদ্যালয়, ধৰ্মীয় অনুষ্ঠানৰ সমীপত বৈধ অনুজ্ঞাপত্ৰ থকা মদৰ বিপণীসমূহ আঁতৰ কৰাৰ বাবে চৰকাৰ-প্ৰশাসন কঠোৰ হৈ পৰিছে সেই সময়তে চৰাইদেউ জিলাত দেখা গৈছে বিপৰীত দৃশ্য। | সোণাৰিত পঞ্চায়তে দিয়া ভাৰাঘৰত অবৈধ সুৰাৰ বিপণী | https://www.newsnextone.com/print/3999 |
20623 | তামুলপুৰঃ শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰৰ ছাত্ৰ ভাৰতীৰ সৌজন্যত আজি শিক্ষক দিৱস পালন কৰা হয়। | তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনত শিক্ষক দিৱস পালন | https://www.newsnextone.com/teachers-day-celeb-at-tamulpur |
20624 | দেৰগাঁওঃ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত বাঘৰ সন্ত্ৰাস অব্যাহত আছে৷ চলিত মাহতেই নাহৰফুটুকীৰ আক্ৰমণত ৬ জনকৈ চাহ শ্ৰমিক আহত হ'বলগীয়া হৈছে। | দেৰগাঁৱত বাঘৰ আতংক অব্যাহত, ৪ চাহ শ্ৰমিকক আক্ৰমণ | https://www.newsnextone.com/assam-india-loepard-attack-at-dergaon/#comments |
20625 | বালিপৰাঃ ৰাজ্যত হাতী-মানুহৰ সংঘাট নিতৌ সংঘটিত হৈ আহিছে৷ হাতী-মানুহৰ সংঘাটৰ ফলত জীৱন-সম্পত্তিৰ ব্যাপক ক্ষতি হৈ আহিছে৷ শোনিতপুৰ জিলাৰ বালিপৰা, ৰঙাপৰা অাৰু চাৰিদুৱাৰ অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত। | বিধায়ক পদ্মই দিলে কল গছ | https://www.newsnextone.com/food-for-wild-elephant/#comments |
20626 | জেপিচিৰ বৈঠক সমাপ্ত ৷ # কিছুসংখ্যক সংশোধনী আহিছে, কিছুসংখ্যক সদস্যই বহুকেইটা প্ৰস্তাৱ আনিছে ৷ # হিন্দু শব্দৰ পৰিৱৰ্তে ধৰ্মীয় সংখ্যালঘু শব্দ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ ৷ # অসমক বাদ দি বিধেয়ক অনাৰ প্ৰস্তাৱ একাংশৰ ৷ # আমি সমিতিৰ সকলো সদস্যৰে সহমতত অহাটো বিচৰোঁ ৷ # সহমতত নাহিলে ভোটগ্ৰহণ কৰা হ'ব ৷ # অসম চুক্তিৰ দফা ৬ অৰ্থাৎ সাংবিধানিক ৰক্ষাকবচৰ ওপৰত আলোচনা ৷ # নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত হিমন্ত বিশ্বই কৰা মন্তব্যত ক্ষুণ্ণ বহুকেইজন জেপিচি সদস্য # টি এম চিৰ সদস্য সৌগত ৰয়ৰ অধ্যক্ষলৈ পোনপতীয়া প্ৰশ্ন- "পৰেশ বৰুৱা আলোচনাৰ মেজলৈ আহিলে হিমন্তই কেনেদৰে বাতিল কৰিব পাৰিব বিধেয়কখন ? | দিল্লীত জেপিচিৰ বৈঠক সম্পন্ন : বহুকেইটা দিশত আলোচনা | https://www.newsasn.com/node/3365 |
20627 | জ এ.এছ.এন. প্ৰতিনিধি / 2019 শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন : সমগ্ৰ ৰাজ্যৰ লগতেশিৱসাগৰটো আজি সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ চৰকাৰে কৰা শোষণ, বঞ্চনা, প্ৰতাৰণা আৰু ষাড়যন্ত্ৰৰ বিৰুদ্ধে আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ জিলাখনৰ কেইবা শতাধিক শিক্ষকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ এই কাৰ্যসূচীৰ জড়িয়তে বিনাচর্তে ৫,৯২৪ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ, উচ্চ ন্যায়ালয়ত চৰকাৰে দিয়া পুনৰীক্ষন আবেদন প্ৰত্যাহাৰ কৰা, বেতন সহ বি, এড শিক্ষাৰ বাবে মাধ্যমিক ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিনিধি প্ৰেৰণ কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। | শিৱসাগৰত সদৌ অসম মাধ্যমিক অতিৰিক্ত(ঠিকা ভিত্তিক) শিক্ষক সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী | https://www.newsasn.com/node/8696 |
20628 | ডিজিটেল ডেস্কঃ 'ভাৰতীয় মানুহ ভাল বস্তুৰ যোগ্য নহয়'- এইটোৱে আছিল ২২ মেৰপৰা ছ'চিয়েল মিডিয়াত চৰ্চালৈ অহা বিষয়। | যাত্ৰীয়ে চুৰ কৰিলে ৩৩৭ ডাল হেডফোন | https://www.newsnextone.com/tejas-express-headphones-lifted-by-passengers/#comments |
20629 | লিডুঃ সহস্ৰ বিদ্ৰোহী নগা উগ্ৰবাদী সংগঠন এন এছ চি এনৰ লগতে আলফাৰ মুক্ত বিচৰণভূমি হিচাপে পৰিগনিত অৰুণাচল প্ৰদেশৰ লংডিঙ জিলাত বৃহস্পতিবাৰৰ নিশাৰপৰা শুকুৰবাৰে পুৱালৈকে এন এছ চি এন(আই এম) গোটৰ আৰু অসম ৰাইফলছৰ মাজত হোৱা সংৰ্ঘষত তিনিজনকৈ দুধৰ্ষ সন্ত্ৰাসবাদী সদস্য নিহত হয়। | অৰুণাচলৰ লংডিঙত এন এছ চি এন (আই এমৰ)সন্ত্ৰাস, নিহত তিনিজন | https://www.newsnextone.com/print/17062 |
20630 | গোৰেশ্বৰঃ যি সময়ত শিক্ষা বিভাগে ৮খনকৈ জিলাত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শৈক্ষিক দিশৰ উন্নতিৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰিছে সেই সময়তে এনে বিদ্যালয়সমূহৰ একাংশৰ জৰাজীর্ণ ৰূপে চৰকাৰী বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। | বৰষুণ আহিলেই বন্ধ হয় গোৰেশ্বৰৰ চৰকাৰী বিদ্যালয় | https://www.newsnextone.com/poor-condition-govt-school-at-goreswar |
20631 | জালাহঃ বাক্সাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰাত গঞা ৰাইজ আতংকিত হৈ পৰিছে। | বাক্সাত বন্যহস্তীৰ তাণ্ডব... কথমপি প্ৰাণৰক্ষা আঠটাকৈ পৰিয়ালৰ | https://www.newsnextone.com/jalah-elephant-8-destroyed1/#comments |
20632 | শান্তি, উন্নয়ন আৰু পাৰস্পৰিক ভাতৃত্ববোধ' ৰক্ষাৰ বৃহত্তৰ স্বাৰ্থত ত্ৰিপুৰাত অষ্টম বাৰৰ বাবে চি পি আই(এম)য়ে চৰকাৰ গঠন কৰিব বুলি শণিবাৰে দাবী কৰে বাওঁপন্থী নেতা মানিক সৰকাৰে। | শান্তি উন্নয়ন আৰু পাৰস্পৰিক ভাতৃত্ববোধ' ৰক্ষাৰ স্বাৰ্থত গঠন কৰিব চৰকাৰ: সৰকাৰ | https://assam.nenow.in/%e0%a6%b6%e0%a6%be%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a6%bf-%e0%a6%89%e0%a6%a8%e0%a7%8d%e0%a6%a8%e0%a7%9f%e0%a6%a8-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%aa%e0%a6%be%e0%a7%b0%e0%a6%b8%e0%a7%8d/ |
20633 | শিমলুগুৰিঃ অসম নাগালেণ্ড সীমান্তৰ নাজিৰা মহকুমাৰ অন্তৰ্গত ঐতিহাসিক বিহুবৰ উগুৰিজান চাহ বাগিছাৰ চাহ গছ নগা দুৰ্বৃত্তই কাটি নিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ সংগঠনটোৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে সীমান্তৰ জনসাধৰণৰ জীৱন আৰু সম্পত্তীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায়৷ আনহাতে শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি শৰ্মা আৰু সাধাৰণ সম্পাদক মিৰ্জা আলিয়ে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতিক এখন স্মাৰক প্ৰদান কৰি নগাই দখল কৰা চাহ বাগিছা শীঘ্ৰে বেদখল মুক্ত কৰাৰ দাবী জনায়৷ অন্যথাই শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে। | সীমান্তৰ লোকক সুৰক্ষা দিয়াত বিফল আৰক্ষী | https://www.newsnextone.com/police-fail/#comments |
20634 | জ এ.এছ.এন. প্ৰতিনিধি / 2019 সৰুপথাৰৰ পৰা নবীন বৰা ধনশিৰী মহকুমাৰ বৰপথাৰ আৰক্ষীয়ে বৰপথাৰৰ এজন ব্যৱসায়ীৰ পৰা ভুৱা পৰিচয়েৰে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গুৱাহাটীৰ পৰা এজন স্বয়ম্ভু চাৰ্টাৰ্ড একাউণ্টেন্টক গ্ৰেপ্তাৰ কৰাৰ বাতৰিত অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। | বৰপথাৰ আৰক্ষী জালত স্বয়ম্ভু চাৰ্টাৰ্ড একাউণ্টেন্ট:ব্যৱসায়ীৰ পৰা ১৩ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ | https://www.newsasn.com/node/7701 |
20635 | চতিয়াঃ ৰাজ্যত সময়ে সময়ে হাতীৰ মৃত্যু গড় হত্যা কাণ্ড সংঘটিত হৈ অহাৰ সময়তে বুধবাৰে বন বিভাগৰ অভিযানত ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিশ্বনাথ জিলাৰ চতিয়াত৷ জানিব পৰা মতে, বিশ্বনাথ জিলাৰ নৰ্ডাণ ৰেঞ্জৰ জামুগুৰিহাটত গোপন খৱৰৰ ভিত্তিত বন বিভাগৰ এটি দলে অভিযান চলাই৷ অভিযান কালত পাঁচিগাঁও মহমৰা গাঁৱৰ জ্ঞান দাস নামৰ লোকজনৰ পুখুৰীৰ পৰা এটি থ্ৰী নট থ্ৰী ৰাইফল আৰু এটা চাইলেঞ্চাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নৰ্ডাণ ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰাৰ নেতৃত্বত চলা অভিযানত জ্ঞান দাস নামৰ লোকজনৰ পুখুৰীৰ পৰা ৰাইফলটো উদ্ধাৰ হয়৷ ৰাইফলটো চোৰাং চিকাৰীৰ বুলি সন্দেহ কৰা হৈছে। | চতিয়াত বন বিভাগে পুখুৰীৰ পৰা উদ্ধাৰ কৰিলে ৰাইফল | https://www.newsnextone.com/rifles-recovered-at-satia-assam-ind/#comments |
20636 | মুখ্য মন্ত্ৰীৰ পিছতে এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুলীয়াই হত্যা কৰাৰ ভাবুকি এজন যুৱকৰ। | মন্ত্ৰী হিমন্তক গুলীয়াই হত্যা কৰাৰ ভাবুকি; হিৰণ্য পাঠৰীৰ থানাত এজাহাৰ দাখিল | https://assam.nenow.in/social-media-user-threatens-minister-himanta-biswa-sarma/ |
20637 | প্ৰতীক ফটো নগাঁওঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰো চৌপাশ আৱৰি ৰাখিছে ৰঙালীৰ ৰঙীন আনন্দই ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়েও যেন ম্লান কৰিব পৰা নাই বিহুৰ আনন্দ-উছাহ৷ বিগত তিনিটা দিনৰ দৰে আজিও নগাঁওবাসীৰ মাজত অব্যাহত আছে ৰঙালীৰ পাৰভগা উছাহ৷ বিহু উপলক্ষ্যে জিলাখনৰ গ্ৰামাঞ্চলবোৰৰ প্ৰতিটো চুকে-কোণে খেল-ধেমালিৰ ধুম উঠা পৰিলক্ষিত হৈছে৷ দুই-তিনিখন গাঁও লগ হৈ এডোখৰ মুকলি ঠাইত অনুষ্ঠিত কৰা এনে প্ৰতিযোগিতাত কণ কণ শিশুৰ পৰা ডেকা-বুঢ়া পৰ্যন্ত লোকে আনন্দ-স্ফুৰ্তিৰে অংশগ্ৰহণ কৰা দেখা গৈছে। | নগাঁৱত বিহুৰ উছাহ, বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সেৰেঙা উপস্থিতি | https://www.newsnextone.com/rongali-celebration-pulses-of-nagaon-people |
20638 | কোকৰাঝাৰঃ বিটিচিৰ বিধান পৰিষদীয় ভৱনত আজিৰে পৰা পুনৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিচিৰ বিশেষ পৰিষদীয় অধিৱেশন ৷ উল্লেখ্য যে যোৱা ২৯ আৰু ৩০ আগষ্টত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিটিচিৰ গ্ৰীষ্মকালীন অধিৱেশনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ শিক্ষা বিধেয়ক ২০১৭" ক লৈ বহু বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু বিধেয়কখন আলোচনা মৰ্মে সংশোধনী ৰূপত পুনৰ সদনত উপস্থাপন কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। | আজিৰে পৰা বিটিচিৰ বিশেষ অধিৱেশন আৰম্ভ | https://www.newsnextone.com/print/6758 |
20639 | ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত ভাৰতৰ মহিলা শ্বুটাৰ শ্ৰেয়াশ্ৰী সিঙে সোণৰ মেডেল লাভ কৰে৷ শ্ৰেয়াশ্ৰী সিঙে ভাৰতলৈ দ্বাদশটো সোণৰ মেডেল আজুৰি আনিবলৈ সক্ষম হয়৷ কমনৱেলথ গেমছত বুধবাৰৰ দিনটোত প্ৰথমটো স্বৰ্ণ পদক ভাৰতলৈ আনে শ্বুটাৰ শ্ৰেয়াশ্ৰী সিঙে৷ শ্ৰেয়াশ্ৰী সোণৰ পদক লাভ কৰাৰ লগে লগে ভাৰতে লাভ কৰে ১২টা স্বৰ্ণ মেডেল৷ ভাৰতে মুঠ ২৩টা পদক লাভ কৰিহলৈ সক্ষম হৈছে। | ভাৰতৰ মহিলা শ্বুটাৰ শ্ৰেয়াশ্ৰীয়ে লাভ কৰিলে সোণৰ মেডেল | https://www.newsnextone.com/shreyasi-goes-gold-india/#comments |
20640 | বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলিৰ প্ৰতিমূৰ্তি দাহ বিলাসীপাৰাঃ সমগ্ৰ দেশৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আজি বিয়লি ৪ বজাত বিলাসীপাৰাৰ গান্ধী চ'কত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলিৰ প্ৰতি মূৰ্তি দাহ কৰে। | বিলাসীপাৰাত অৰুণ জেটলিৰ প্ৰতিমূৰ্তি দাহ | https://www.newsnextone.com/arun-bilashipara |
20641 | প্ৰতিকী ফটো,উৎস ইন্টাৰনেট নগৰবেৰাঃ ১৫ আগষ্টত কামৰূপ গ্ৰাম্য জিলাৰ বকো আৰক্ষী চকীৰ লক-আপত এগৰাকী যুুৱকৰ মৃত্যু হৈছিল৷ যুৱকগৰাকীৰ মৃত্যুৰ পাছতে উত্তপ্ত হৈ পৰিছিল নগৰবেৰা অঞ্চল৷ ঘটনাৰ উচিত তদন্তৰ দাবীত সোণতলী আৰক্ষী চকীত কেইবা শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ প্ৰতিবাদকাৰীক ছমৰীয়া ৰাজহ চক্ৰ বিষয়া আৰু বকো আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শকে যুৱকৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত কৰা হব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল। | থানাৰ লক-আপত যুৱকৰ মৃত্যু, ভাৰপ্ৰাপ্ত বিষয়া সহ দুজনক নিলম্বন | https://www.newsnextone.com/suspend-ps-co/#comments |
20642 | নতুন দিল্লীঃ সংবাদ মাধ্যমে কোনোধৰণে যৌন নিগ্রহ বা তেনে ঘটনাত আক্রান্তসকলৰ নাম প্রকাশ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিলে উচ্চতম ন্যায়ালয়ে। | পৰিয়ালে বিচাৰিলেও ধর্ষিতাৰ নাম প্রকাশ কৰিব নোৱাৰিব সংবাদ মাধ্যমে | https://www.newsnextone.com/sc_rape_victim_name |
20643 | সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ বৃহস্পতিবাৰে গুৱাহাটীৰ শ্বহীদ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। | নাগৰিকত্ব বিধেয়ক, নাগৰিকপঞ্জী আৰু সাংবিধানিক ৰক্ষা কৱচ সম্পৰ্কত যৌথ সংগ্ৰামৰ সিদ্ধান্ত আছু-সাহিত্য সভাৰ | https://assam.nenow.in/%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%95%e0%a6%a4%e0%a7%8d%e0%a6%ac-%e0%a6%ac%e0%a6%bf%e0%a6%a7%e0%a7%87%e0%a7%9f%e0%a6%95-%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%95/ |
20644 | ডিজিটেল ডেস্কঃ ৰাজ্য সভাত ক্লিন বোল্ড হ'ল শচীন ৰমেশ তেণ্ডুলকাৰ। | ৰাজ্যসভাত থিয় হৈ থাকিল, ক্লীন বোল্ড হ'ল শচীন | https://www.newsnextone.com/clean-ball-sachin-ind |
20645 | তেজপুৰত ছৱিৰ প্ৰচাৰ জুবিন গাৰ্গৰ চেপ্টেম্বৰ ২, ২০১৯ 0 ১৮৫ ব্ৰাহ্মণ সমাজৰ স'তে বুজাপৰা হোৱাৰ পাছত অভিনীত ছৱি 'কাঞ্চনজংঘা'ৰ প্ৰচাৰকাৰ্য প্ৰৱল কৰি তুলিছে নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ'ব জুবিন গাৰ্গে। | তেজপুৰত ছৱিৰ প্ৰচাৰ জুবিন গাৰ্গৰ - ভাল খবৰ | https://bhalkhabar.com/%e0%a6%a4%e0%a7%87%e0%a6%9c%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%9b%e0%a7%b1%e0%a6%bf%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%9a%e0%a6%be%e0%a7%b0-%e0%a6%9c%e0%a7%81%e0%a6%ac%e0%a6%bf/ |
20646 | শিমলুগুৰিঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷ ডিব্ৰুগড়ৰ কে-কে চহৰীয়াৰ সহযোগত নাজিৰা নাজিৰা এম চি ক্লাৱত অনুষ্ঠিত শিবিৰত মহকুমাটোৰ প্ৰায় ৩১৫গৰাকী লোকে চকু পৰীক্ষা কৰে। | নাজিৰাত আমছুৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ | https://www.newsnextone.com/free-health-camp-nazira |
20647 | গুৱাহাটীঃ সোমবাৰে হিন্দুস্তান কলেজৰ ইনষ্টিটিউট অৱ হ'টেল মেনেজমেন্টৰ ৩০ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ হ'টেল মেনেজমেন্টৰ লগত জড়িত থকা হস্পিতেলেটি, খাদ্য ৰন্ধন প্ৰণালী, মেনেজমেন্টত কাম কৰিলে মানুহক কেনেদৰে সেৱা কৰিব পৰা যাই এই আটাইবোৰৰ শিক্ষা লাভ কৰে উক্ত অনুষ্ঠানত৷ বৰ্তমান বহুলোকে এই বিষয়ত জ্ঞান অৰ্জন কৰি কাম কৰি আহিছে৷ এি প্ৰতিষ্ঠানত প্ৰত্যকটো বিষয়ক সূক্ষ্মতাৰে শিকোৱা হয়৷ আনহাতে, আই এমৰ অধ্যক্ষ সুশান্ত চক্ৰৱৰ্তীয়ে প্ৰতিষ্ঠা দিৱসৰ দিনা মন্তব্য আগবঢ়োৱাৰ লগতে সকলোৱে কেক কাটি প্ৰতিষ্ঠা দিৱস উদযাপন কৰে৷ লগতে প্ৰত্যেক গৰাকী বিদ্যাৰ্থীক চাৰ্টিফিকেটো প্ৰদান কৰে। | ৰ প্ৰতিষ্ঠা দিৱস পালন | https://www.newsnextone.com/guwahati-iam-foundation-day-celebrate/#comments |
20648 | ডিজিটেল ডেস্কঃ বহুজাতিক শীতল পানীয় আৰু খাদ্য প্ৰস্তুত কাৰী বিশ্বৰ অন্যতম কোম্পানী পেপ্সীকোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ এৰিব ইন্দ্ৰা নুয়ে। | বাণিজ্য ক্ষেত্ৰত নাৰী সবলীকৰণৰ প্ৰতীক ইন্দ্ৰাই এৰিব পেপ্সীকোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ | https://www.newsnextone.com/indra-nooyi-to-step-down-as-pepsico-ceo-america |
20649 | ডিজিটেল ডেস্কঃ ডামিনী বোলছবিৰ ছানী দেউলৰ সেই বিখ্যাত 'তাৰিখ পে তাৰিখ' সংলাপতো নিশ্চয় সকলোৰে মনত আছে৷ দেশৰ ন্যায় ব্যৱস্থাও তেনেকুৱা বুলি অভিযোগ উত্থাপন হয়। | পাটনা উচ্চ ন্যায়ালয়ত এদিনতে নিষ্পত্তি ৩০০ গোচৰ | https://www.newsnextone.com/300-case-settle-in-one-day-pune-patna/#comments |
20650 | ধনশিৰিঃ বানৰ কবলত পৰি আজিও ককবকাই আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক৷ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ মাজেৰে বৈ যোৱা ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰ, নাওজান, চুঙাজান আদি এলেকাৰ বহু গাঁও বুৰাই পেলায়। | ধনশিৰিত বানৰ তাণ্ডৱ, জলমগ্ন বিস্তীৰ্ণ অঞ্চল | https://www.newsnextone.com/flood-dhansiri-thousand-homeless |
20651 | কলকাতাঃ বাংলাদেশৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী অঞ্জু ঘোষে বুধবাৰে কলকাতাত বিজেপিত যোগদান কৰে৷ বুধবাৰে অনুষ্ঠিত এই অনুষ্ঠানত প্ৰদেশৰ অধ্যক্ষ দিলীপ ঘোষৰ লগতে অন্যান্য পাৰ্টীৰ সদস্যসকলো উপস্থিত আছিল৷ কিন্তু বৰ্তমানে অভিনেত্ৰী অঞ্জু ঘোষৰ নাগৰিকত্বৰ বিষয়ক লৈ কিছু সমস্যা আহি পৰিছে৷ অনুষ্ঠানত সাংবাদিকে এই বিষয়ত প্ৰশ্ন কৰাত অভিনেত্ৰীগৰাকীয়ে কোনোধৰণৰ উত্তৰ নিদিয়ে৷ আনহাতে বিজেপিত যোগদান দিয়াৰ পাছতেই অঞ্জু ঘোষক অধ্যক্ষগৰাকীয়ে বিজেপিৰ পতাকা উৰুৱাবলৈ আহ্বান জনায়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | জনপ্ৰিয় অভিনেত্ৰী অঞ্জু ঘোষৰ ৰাজনৈতিক দলত যোগদান | https://www.newsnextone.com/bjp-bangladesh-actress-anju-ghosh/#comments |
20652 | জ এ.এছ.এন. প্ৰতিনিধি / 2020 হাজোৰ পৰা কমলাকান্ত দাস: 'খেলো ইণ্ডিয়া-২০২০'ত কামৰূপ জিলাৰ মনাহকুছিৰ কৰিণা পাটোৱাৰীয়ে দুটাকৈ পদক অৰ্জন কৰি অসম তথা হাজোলৈ গৌৰৱ কঢ়িয়াই আনিছে। | খেলো ইণ্ডিয়া-২০২০':লন বলত পদক অৰ্জন কৰা হাজোৰ মনাহকুছিৰ কৰিণা পাটোৱাৰীক বিপুল সম্বৰ্ধনা | https://www.newsasn.com/node/10751 |
20653 | বিলাসীপাৰাঃ অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসমৰ দেশী মুছলমান জনগোষ্ঠীক মিঞাৰ লগত একাকাৰ কৰি কৰা মন্তব্যৰ প্ৰতিবাদত বিলাসীপাৰাত মঙ্গলবাৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। | বিলাসীপাৰাত পৰমানন্দ ৰাজবংশীৰ প্ৰতিকৃতি দাহ | https://www.newsnextone.com/bilashipara-paramananda/#comments |
20654 | খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ গচকত বাংলাদেশ-ম্যানমাৰ সীমান্তত বিগত কেইটামান দিনত অতি কমেও ১০ জনকৈ ৰহিংগীয়া শৰণাৰ্থীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। | বাংলাদেশ-ম্যানমাৰ সীমান্তত হাতীৰ গচকত প্ৰাণ হেৰুৱালে ১০জন ৰহিংগীয়াই | https://assam.nenow.in/%e0%a6%ac%e0%a6%be%e0%a6%82%e0%a6%b2%e0%a6%be%e0%a6%a6%e0%a7%87%e0%a6%b6-%e0%a6%ae%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%a8%e0%a6%ae%e0%a6%be%e0%a7%b0-%e0%a6%b8%e0%a7%80%e0%a6%ae%e0%a6%be%e0%a6%a8%e0%a7%8d/ |
20655 | ডিজিটেল ডেস্কঃ ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে হৰ্ছ ট্ৰেডিঙত ব্যস্ত হৈ পৰিছে বিজেপি। | কংগ্ৰেছ বিধায়কক বিজেপিৰ ১৫ কোটিৰ অফাৰ | https://www.newsnextone.com/print/4523 |
20656 | নগাঁওঃ কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰিক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে তুলসীমুখ দেউৰীগাঁও। | ৰাজেন গোঁহাইৰ বিৰুদ্ধে অভিযোগ দিয়া পৰিয়াললৈ শিলগুটি নিক্ষেপ | https://www.newsnextone.com/nagaon-rajen-stone/#comments |
20657 | িগত বিৰোধিতা থকা সত্ত্বেও বিজেপিৰ লগত অগপ মিত্ৰতাত থকাৰ কাৰণ নেতাৰ ব্যক্তিগত স্বাৰ্থ: হৰেকৃষ্ণ ডেকা গুৱাহাটী , 30, 2018 10:55 2 বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ পক্ষত অৱস্থান লোৱা বিজেপি দলৰ সৈতে মিত্ৰতাক লৈ ভাবি-চিন্তি থকাৰ সময় আৰু নাই বুলি মন্তব্য কৰি অগপক জোঁট এৰি ওলাই আহিবলৈ দেওবাৰে আহ্বান জনাইছে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ অধ্যক্ষ, বুদ্ধিজীৱী হীৰেন গোহাঁয়ে। | ভাবি-চিন্তি থকাৰ সময় নাই, মিত্ৰজোঁটৰ পৰা ওলাই আহক অগপ: হীৰেন গোহাঁই | https://assam.nenow.in/no-time-for-thought-agp-should-leave-alliance-immediately-hiren-gohain/ |
20658 | গুৱাহাটীঃ নৰীৰ সুৰক্ষা প্ৰদানৰ লগতে স্বেতা হত্যাকাণ্ডৰ উচিত তদন্ত বিছাৰি মহানগৰীৰ ৰাজ পথ উত্তাল কৰিলে শ-শ মহিলা৷ মহানগৰীৰ মণিপুৰী বস্তিৰ সমীপত স্থানীয় মহিলাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মঙলবাৰে দুপৰীয়া মহানগৰীৰ মণিপুৰী বস্তিত পথ অৱৰোধ কৰিবলৈ ওলাই অহাত আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীক আতৰাই নিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়৷ সোমবাৰে সন্ধিয়া এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহে ছাত্ৰ-ছাত্ৰী তথা মহিলাসকলে৷ গুৱাহাটী মহানগৰীৰ শান্তিপুৰত গোৱিন্দ সিংহানীয়া নামৰ যুৱক এজনৰ বাসগৃহৰ বাথৰুমত কে চি দাস কমাৰ্চ কলেজৰ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হয়। | শ্বেতা হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত মণিপুৰী বস্তিত মহিলাৰ প্ৰতিবাদ | https://www.newsnextone.com/print/9294 |
20659 | এক নিৰ্ভৰ যোগ্য গোপন সূত্ৰৰ পম খেদি সোমবাৰে সন্ধিয়া ৰাজধানী এক্সপ্ৰেছৰ পৰা আগৰতলা ৰে'লৱে আৰক্ষীয়ে ৫০ কিলোগ্ৰাম শুকান গাঞ্জা সহিতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। | আগৰতলাত ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা, এজনক গ্ৰেপ্তাৰ | https://assam.nenow.in/%e0%a6%86%e0%a6%97%e0%a7%b0%e0%a6%a4%e0%a6%b2%e0%a6%be%e0%a6%a4-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a6%a7%e0%a6%be%e0%a6%a8%e0%a7%80-%e0%a6%8f%e0%a6%95%e0%a7%8d%e0%a6%b8%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a7%87/ |
20660 | জ এ.এছ.এন. প্ৰতিনিধি 11 / 2019 চেঙাৰ পৰা সুৰজিৎ পাঠকঃ,১১,এপ্ৰিল: বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত কুকাৰপাৰত বৃহস্পতিবাৰে দিনৰ দহ মান বজাত এটি পৰিয়ালত দুৰ্বৃত্তই লুটপাত চলাই থকাৰ সময়ত এটা দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰে। | চেঙাৰ কুকাৰপাৰত দিনৰ পোহৰতে এটি পৰিয়ালত দুৰ্বৃত্তৰ লুট,আটক এক,পলাতক দুই দুৰ্বৃত্ত | https://www.newsasn.com/index.php/node/6121 |
20661 | নতুন দিল্লীঃ মঙলবাৰে পুৱতি নিশা ভাৰতীয় বায়ুসেনা বাহিনীয়ে পাকিস্তান অধিকৃত কশ্মীৰৰ সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটিত বোমা বৰ্ষণ কৰাৰ বাতৰি পোৱা গৈছে। | পাক অধিকৃত কাশ্মীৰত বায়ুসেনাৰ বিমান আক্ৰমণ | https://www.newsnextone.com/print/18363 |
20662 | তেজপুৰঃ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি মহোৎসৱ উপলক্ষে পৰম্পৰা অনুযায়ী বালিপুখৰীৰ ৰাইজ সকলে বালিপুখুৰি নমঘৰত ভাওনা প্ৰদৰ্শন কৰে ৷ ব্যাস কীৰ্তনীয়া, গায়ন বায়ন, নাম কীৰ্তনীয়াৰ লগতে সত্ৰীয়া সমন্বিতে ভকতসকলে ভাওনা প্ৰদশন কৰি ৰাইজে ভক্তিৰস প্ৰৱাহ মান কৰা এই ভাওনা প্ৰত্যক্ষ কৰিবলৈ অগণন ভক্তই ভাওনাস্থলীত ভিৰ কৰে ৷ বালিপুখুৰি নামঘৰত বৈধ মাতৃৰ কুচক্ৰান্ত , ব্ৰজাসুৰ বধ নামৰ ভাওনা খনে নামঘৰৰ পৰা আৰাম্ভ হোৱা এই ধৰ্মীয় অন্তৰায়ে সকলোকে মুহিত কৰি তোলৰ লগতে নামঘৰৰ চোতালত উখল মাখল পৰিবেশ সৃষ্টি হয় ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | মাধৱদেৱৰ তিথি উপলক্ষে বালিপুখুৰি নামঘৰত ভাওনা প্ৰদৰ্শন | https://www.newsnextone.com/bhauna-tezpur |
20663 | জ এ.এছ.এন. প্ৰতিনিধি / 2018 নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ গাঁৱে-ভূঁঞে গৰম বতাহ বলি থকাৰ সময়তে নগাঁও জিলাৰ ১০নং হাতীচোং জিলা পৰিষদ অন্তৰ্গত জামুগুৰিত অসম গণ পৰিষদ দলৰ নিৰ্বাচনীৰ মুখ্য কাৰ্যালয়ত যোৱা দুদিন ধৰি কোনো দুৰ্বৃত্তৰ দলে লণ্ডভণ্ড চলোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। | জামুগুৰিত অগপৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড | https://www.newsasn.com/index.php/node/3310 |
20664 | অব্যাহত ৰাখিছে৷ বানাক্ৰান্তক সহায় কৰাৰ বাবে পথচাৰী, ব্যৱসায়ী, চাকৰিয়াল আদিৰ পৰা সাহায্য সংগ্ৰহ কৰি আহিছে যোৱা কেইবাটাও দিন ধৰি ৷ ৰাজ্যৰ বানাক্ৰান্ত লোকসকলৰ পুনৰ সংস্থাপনৰ দৰে মহান উদ্দেশ্য আগত ৰাখি নগাঁও চহৰত আজি বান সাহায্য সংগ্ৰহ কৰে সংগঠন দুটাই৷ এই অভিযানত সংগঠন দুটাৰ বিষয়-ববীয়াৰ লগতে বহু সচেতন নাগৰিকে অংশগ্ৰহণ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | নগাঁৱত বান সাহায্য সংগ্ৰহ | https://www.newsnextone.com/donation |
20665 | প্ৰেৰক দিগন্ত বৰ্মণ বৰনদ্দী বৰনৰ্দ্দীঃ সদ্য ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ চিলিং গাঁৱৰ এটা দৰিদ্ৰ পৰিয়াল এগৰাকী শিক্ষাৰ্থী। | ঘগ্ৰাপাৰৰ সৌৰভ কুমাৰ শৰ্মাৰ সাফল্য | https://www.newsnextone.com/barnarrdi-saurav-kumar-sharma/#comments |
20666 | গুৱাহাটীঃ লখিমপুৰত অনুষ্ঠিত যুৱ সমাৱেশত ভাগ লৈ গুৱাহাটীত উপস্থিত হয়হি বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। | অমিত শ্বাহে স্থাপন কৰিলে বি জে পিৰ ৰাজ্যিক কাৰ্যালয়ৰ আধাৰশিলা | https://www.newsnextone.com/hirak-amit-shah-office-foundation-stone1 |
20667 | জ এ.এছ.এন. প্ৰতিনিধি 14 / 2019 গোলাঘাটৰ প্ৰতিবেদক: আৰক্ষীৰ ম'ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়াক নগালেণ্ডৰ ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ। | ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ ব্যাপক অভিযান | https://www.newsasn.com/index.php/node/10278 |
20668 | নলবাৰীঃ নলবাৰীৰ পাইকাৰকুছিত আজি দুপৰিয়া ভাগত এটা পথ দূৰ্ঘটনা সংঘটিত হয়। | নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা | https://www.newsnextone.com/people-died-in-accident-nalbari-ghograpar/#comments |
20669 | জ এ.এছ.এন. প্ৰতিনিধি নৰেন শৰ্মা,বাহাৰঘাট : সাংবাদিকতাৰে সমাজ সেৱাৰ পথ বাছি লোৱা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ কাব্লৰ তদানীন্তন সম্পাদক,দৈনিক অগ্ৰদূত;বাতৰি কাকতৰ ঘগ্ৰাপাৰৰ সাংবাদিক,প্ৰাক্তন ছাত্র নেতা তথা শিক্ষক প্ৰয়াত প্ৰদীপ কলিতাৰ একাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে দেওবাৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবত এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়। | ঘগ্ৰাপাৰত "দৈনিক অগ্ৰদূত"ৰ প্ৰয়াত সাংবাদিক প্ৰদীপ কলিতাক স্মৰণ | https://www.newsasn.com/index.php/node/8196 |
20670 | গুৱাহাটীঃ দেশৰ দুই ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাট আৰু হিমাচল প্ৰদেশত চলিত বৰ্ষতে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন৷ ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে৷ ৯ নৱেম্বৰত ভোটগ্ৰহণ হ'ব হিমাচল প্ৰদেশত৷ ১৮ ডিচেম্বৰত ভোটগণনা কৰিব নিৰ্বাচন আয়োগে৷ ৬৮টা বিধান সভা সমষ্টিৰ ৰাজ্য খনত ইতিমধ্য নিৰ্বাচনৰ বতাহ-বলা পৰিলক্ষিত হৈছে৷বৃহস্পতিবাৰে এই ঘোষণা কৰে নিিৰ্বাচন আয়োগে। | ৯ নৱেম্বৰত হিমাচল প্ৰদেশত নিৰ্বাচন | https://www.newsnextone.com/election-himachal-pradesh-09-novemer-18-dec-counting/#comments |
20671 | তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ জাগুন, লেখাপানী, পূব মাৰ্ঘেৰিটা, পশ্চিম মাৰ্ঘেৰিটা বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ উপৰি লিখাজান বন বিভাগৰ এলেকনাধীন পাহাৰ, সংৰক্ষিত বনাঞ্চলৰ লগতে নৈসমূহত অব্যাহত থকা ধ্বংসযজ্ঞৰ বিৰুদ্ধে পুনৰ আজি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। | যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ প্ৰতিবাদ | https://janambhumi.in/VFdwWk5VMUVaejA9/%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%B7%E0%A6%A6%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%98%E0%A7%87%E0%A7%B0%E0%A6%BF%E0%A6%9F%E0%A6%BE-%E0%A6%86%E0%A6%9E%E0%A7%8D%E0%A6%9A%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%A6.html |
20672 | তেজপুৰঃ শোণিতপুৰ জিলাৰ নদুৱাৰ অন্তৰ্গত জামুগুৰিহাটৰ টৌভঙা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যৱসায় কেন্দ্ৰৰ সমীপত পুনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। | জামুগুৰিহাটৰ টৌভঙাত দুৰ্ঘটনা | https://www.newsnextone.com/tezpur-accident-14-12 |
20673 | আমগুৰিঃ আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চল৷ বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা-স্বাস্থ্য আদিৰ সমস্যাৰে ভাৰাক্ৰান্ত আমগুৰি অঞ্চলৰ উন্নয়ণৰ দাবীত সময়ে সময়ে প্ৰতিবাদ অব্যাহত আছে৷ তাৰ মাজতে বুধবাৰে আমগুৰি চহৰত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷ আমগুৰি পৌৰসভাৰ এলেকাৰ বাট-পথ, খোৱাপানী আদি সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে। | আমগুৰিত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ | https://www.newsnextone.com/amguri-ajycp-protest-/#comments |
20674 | শ্বিলংঃ মেঘালয়ত কেন্দ্ৰ অনুযায়ী ভোটদানৰ সময় বৃদ্ধি কৰা হ'ব। | বিসংগতি, মেঘালয়ত বৃদ্ধি কৰা হ'ব ভোটদানৰ সময় | https://www.newsnextone.com/meghalaya-poll-time/#comments |
20675 | মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই ৰাজ্যখনৰ যুৱচামক চাকৰীপ্ৰাৰ্থী নহৈ চাকৰী সৃষ্টিকৰ্তা হ'বলৈ আহ্বান জনাইছে। | যুৱচামক চাকৰীপ্ৰাৰ্থীৰ পৰিৱৰ্তে উদ্যোগী হ'বলৈ আহ্বান সাংসদ ৰমেন ডেকাৰ | https://assam.nenow.in/%e0%a6%af%e0%a7%81%e0%a7%b1%e0%a6%9a%e0%a6%be%e0%a6%ae%e0%a6%95-%e0%a6%9a%e0%a6%be%e0%a6%95%e0%a7%b0%e0%a7%80%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a7%b0%e0%a7%8d%e0%a6%a5%e0%a7%80%e0%a7%b0-%e0%a6%aa/ |
20676 | কাছাৰঃ বাংলাদেশ অভিমুখে গৈ থকা এখন গৰু ভৰ্তি ট্ৰাক কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ পাথাৰকান্দিৰ কুকিতল অঞ্চলৰ পৰা নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে ১৭ টাকৈ গৰুসহ জব্দ কৰে। | পাথাৰকান্দিত ১৭টা গৰুসহ ট্ৰাক জব্দ | https://www.newsnextone.com/cows-recovered-from-patharkandi |
20677 | বাইহাটা চাৰিঅালিঃ এইবাৰ চোৰৰ টাৰ্গেট বিদ্যালয়৷ কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰ অঞ্চলয় চোৰে টাৰ্গেট কৰে বিদ্যালয়ৰ টেলিভিছন-কম্পিউটাৰক৷ মদনপুৰ মজলীয়া বিদ্যালয়ত চোৰে মঙলবাৰে নিশা অভিযান চলাই এটা টেলিভিছনসহ কম্পিউটাৰ চুৰি কৰি নিয়ে। | চাংসাৰিত বিদ্যালয়ৰ টেলিভিছন-কম্পিউটাৰ চুৰি | https://www.newsnextone.com/school-thief-changsari |
20678 | জ এ.এছ.এন. প্ৰতিনিধি / 2019 তপন বৰগোহাঁই অসমৰ বান সমস্যা সন্দৰ্ভত সোমবাৰে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত অসমৰ কংগ্ৰেছী সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে। | কেন্দ্ৰীয় চৰকাৰে অসমক দিয়া নাই বান সাহায্যৰ ধন: সংসদ ভৱনৰ সন্মুখত ৰাজ্যৰ কংগ্ৰেছী সাংসদৰ প্ৰতিবাদ | https://www.newsasn.com/index.php/node/8207 |
20679 | ৰঙিয়াঃ শনিবাৰে ৰঙিয়া প্ৰেছ ক্লাবৰ উদ্যোগত মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। | ৰঙিয়াত দল-সংগঠনৰ নেতাৰে সাংবাদিকৰ মত-বিনিময় | https://www.newsnextone.com/meeting-at-rangia |
20680 | ধিংঃ নগাঁও জিলাৰ ধিঙত অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায়৷ বিভিন্ন সময়ত জিলাখনত চোৰাং কাঠৰ ব্যৱসায় চলি থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে আজি ধিং আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। | চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে ধিং অাৰক্ষীৰ অভিযান | https://www.newsnextone.com/illegal-wood-smuggler-dhing |
20681 | বোকাখাত মহকুমাৰ নুমলীগড় চাহ বাগিচাত আজি বাগিচাৰ বিষ্ণু মন্দিৰত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ। | বোকাখাতৰ নুমলীগড় চাহ বাগিচাত ৫০ কেজি ওজনৰ অজগৰ উদ্ধাৰ | https://assam.nenow.in/a-massive-50-kg-python-rescued-at-numaligarh-tea-state-of-bokakhat/ |
20682 | ধুবুৰীঃ বানৰ একাঠু পানীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰী জিলাত৷ ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ডাকুৰ ভিটা গাঁৱৰ বিবাহিতা মহিলাগৰাকী পুৱা ৯ বজাত মৃতদেহ উদ্ধাৰ হয়৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ডাকুৰ ভিটা গাঁৱৰ আৰফান আলীৰ পত্নী মমিনা খাতুন ৷ জানিব পৰা মতে, আৰফান আলীয়ে পুৱাই বজাৰলৈ গৈছিল যদিও ঘৰলৈ উভতি আহি পত্নী মমিনা খাতুনক ঘৰৰ কাষতে একাঠু পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে। | পানীত মহিলাৰ মৃতদেহ, ধুবুৰীত চাঞ্চল্য | https://www.newsnextone.com/print/3535 |
20683 | বিহালীঃ কৃষক মহাসভাৰ বিশ্বনাথ জিলা সমিতি আৰু চিপিআই (এম-এল)ৰ উদ্যোগত গহপুৰত সোমবাৰে এখন কৃষক সভা অনুষ্ঠিত হৈ যায়৷ স্থানী মিছিং ভৱনত অনুষ্ঠিত সভাখনত কৃষকৰ ভুমিৰ অধিকাৰৰ লগতে কৃষকৰ বহু সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়৷ স্থানীয় সমাজকৰ্মী বিনন্দ মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিথি হিচাপে অংশগ্ৰহন কৰে কৃষক মহাসভাৰ মূখ্য আহ্বায়ক বলীন্দ্ৰ শইকীয়া, চিপিআই এম-এলৰ ৰাজ্যিক সভাপতি বিবেক দাস, সম্পাদক ৰুবুল শৰ্মা, কৃষক মহাসভাৰ সদস্য লক্ষীকান্ত কূৰ্মী, বিপ্লৱী যুৱ-সন্থাৰ মুখ্য আহ্বায়ক পৰিমল গোঁড, ধনঞ্জয় দাস, বিকাশ চুব্বা অসম সংগ্ৰামী চাহ-শ্ৰমিক সংঘৰ বিশ্বনাথ চক্ৰ সমিতিৰ সভাপতি নৰোত্তম চুণ্ডী সম্পাদক কৃষ্ণ পাইকে। | গহপুৰত কৃষক সভাৰ কৃষক সমাবেশ | https://www.newsnextone.com/cultivator-meeting-at-gohpur/#comments |
20684 | গুৱাহাটীঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল ধনৰ বিনিময়ত এপিএছৰ চাকৰি লৈ আৰক্ষী বিষয়া হোৱাৰ অভিযোগ উত্থাপন হোৱা কবিতা দাস। | ধনৰ বিনিময়ত এপিএছৰ চাকৰি, ৭ দিনৰ আৰক্ষীৰ জিম্মাত কবিতা দাস | https://www.newsnextone.com/aps-kobita-das-7-days-police-custody |
20685 | জাগীৰোডঃ শুকুৰবাৰে মৰিগাঁৱৰ জাগীৰোডত আলফাৰ কৰ্ম পৰিষদ আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। | চাৰি ৰাজ্যৰ সীমান্তলৈ যাব আলফাৰ বিশেষ দল | https://www.newsnextone.com/ulfa-secretary-at-morigaon/#comments |
20686 | কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাত আজিৰে পৰা অাৰম্ভ হোৱা কোকৰাঝাৰ উত্তৰখণ্ড অাঞ্চলিক নাথ যোগী সন্মিলনীৰ ৩৫ সংখ্যাক দ্বি-বাৰ্ষিক অধিৱেশনখনত প্ৰকৃতিৰ তাণ্ডব অব্যাহত অাছে। | ৰুষ্ট প্ৰকৃতি, উৰুৱাই নিলে সভাৰ পেণ্ডেল | https://www.newsnextone.com/storm-hit-out-at-kokrajhar-nath-yogi-meet/#comments |
20687 | তেজপুৰঃ বিজপি দলৰ মনোনিত প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ তেজপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰচাৰ চলাবলৈ আহি বিজেপি দলৰ অসম প্ৰভাৰি মহেন্দ্ৰ সিঙে সংবাদমেল সম্বোধন কৰে। | তেজপুৰত বিজেপিৰ প্ৰভাৰি মহেন্দ্ৰ সিঙৰ সংবাদ মেল | https://www.newsnextone.com/bjp-mahendra-singh-press-meet-tezpur |
20688 | অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 2 4 প্ৰতিবেদক, ৰূপহীহাট, ২৮ মাৰ্চঃ- কলিয়াবৰ লোক সভা সমষ্টিখন দখল কৰিবলৈ উঠি পৰি লাগিছে বিভিন্ন ৰাইজনৈতিক দল। | কলিয়াবৰৰ নলতলিত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ঘৰে-ঘৰে গৈ কংগ্ৰেছৰ প্ৰচাৰ বিধায়ক হুদাৰ | http://firstnewsreport.com/%e0%a6%95%e0%a6%b2%e0%a6%bf%e0%a7%9f%e0%a6%be%e0%a6%ac%e0%a7%b0%e0%a7%b0-%e0%a6%a8%e0%a6%b2%e0%a6%a4%e0%a6%b2%e0%a6%bf%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9a%e0%a6%a8/ |
20689 | ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ নতুন উপাধ্যক্ষ নিৰ্বাচন কৰাৰ বাবে অহা ৯ আগষ্টত নিৰ্বাচন অনুষ্ঠিত হ'ব। | ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে ৯ আগষ্টত নিৰ্বাচন, এনডিএৰ প্ৰাৰ্থী হ'ব জেডিইউৰ সাংসদ হৰি বংশ | https://www.newsnextone.com/print/15076 |
20690 | মুছলপুৰঃ তেওঁলোকে মাথো দায়িত্ব হে পালন কৰিলে৷ স্বাধীনতা দিৱসৰ দিনটোত শ্ৰদ্ধা সহকাৰে শ্বহীদ সকলক স্মৰণ কৰি হয়তো পতাকা খন উত্তোলন কৰা নাছিল৷ প্ৰশাসনৰ ৰোষত পৰাৰ ভয়ত বিদ্যালয় খনত পতাকা খন উৰুৱাই থৈ দায়িত্ব পালন কৰি পতাকা খন নমাবলৈ পাহৰি গ'ল৷ যাৰ বাবে স্বাধীনতা দিৱসত উত্তোলন কৰা পতাকা উৰি থাকিল পুৱা পৰ্যন্ত। | বিদ্যালয়ে বিদ্যালয়ে পুৱা ৯ বজালৈ উৰি থাকিল জাতীয় পতাকা | https://www.newsnextone.com/neglect-flag |
20691 | ডিজিটেল ডেস্কঃ গৰ্ভজাত সন্তানৰ হত্যাৰ অভিযোগত বন্দীশালত দিন কটোৱা ইন্দ্ৰাণী মুখাৰ্জীয়ে এইবাৰ লৈছে আন্দোলনকাৰীৰ ৰূপ। | আন্দোলন, জেলৰ মূধচত উঠিল কন্যাহন্তা ইন্দ্ৰানী | https://www.newsnextone.com/indrani-mukharjee-protest-in-jail |
20692 | শুক্লাইঃ বিটিএডিৰ ওদালগুৰি জিলাৰ ভূটান সীমান্তৰ ৩৬খন গাঁৱৰ সুৰক্ষা, নিৰাপত্তাক লৈ বিগত কংগ্ৰেছ চৰকাৰে ভেৰগাঁৱৰ নিকটৱৰ্তী খাগ্ৰাবাৰীত স্থাপন কৰিছিল এটি আৰক্ষী চকী। | হায় ৰে হায়! স্কুটী লৈ চোৰ ধৰিবলৈ যায় আৰক্ষী | https://www.newsnextone.com/police-drives-scooti-to-follow-thief-at-btad-area/#comments |
20693 | অপুৰ্ব বৰা, তেজপুৰঃ শনিবাৰে তেজপুৰত উপস্থিত হয়হি মন্ত্ৰী তথা বিধায়ক পল্লৱ লোচন দাস৷ তেজপুৰৰ উন্নয়ন তথা সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷ তেওঁ কয় যে দলে মোক যি দায়িত্ব দিয়ে মই তাকে কৰিম। | মুখ্যমন্ত্ৰীয়ে মন্ত্ৰিত্ব এৰিবলৈ দিলে এৰি দিম, বুলি ক'লে পল্লৱ লোচন দাসে | https://www.newsnextone.com/tezpur-pallab-lochan-das-cm1 |
20694 | ডিজিটেল ডেস্কঃ জিএছটিৰ ফলতে দাম কমিছে বহু বিলাসী বাহনৰ। | ৰ প্ৰভাৱঃ দাম কমিল বিলাসী বাহনৰ | https://www.newsnextone.com/post-gst-impact-on-vehicals |
20695 | চৰাইদেউঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ পাশ্বৱৰ্তী অঞ্চলসমূহত বুৰ যোৱাত ব্যাপক সমস্যাত পৰিছে ৰাইজ। | চৰাইদেউৰ সোণাৰিত বানৰ তাণ্ডৱ | https://www.newsnextone.com/flood-effected-sonari |
20696 | নতুন দিল্লীঃ গোৱাত মিত্ৰজোঁটেৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপি দলটোৰ অন্যতম কাণ্ডাৰী মনোহৰ পাৰিকৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্বৰপৰা অব্যাহতি লৈ এক নতুন ৰাজনৈতিক পৰিক্ৰমাৰ বাবে সাজু হৈছে। | পাৰিকৰৰ ন-পৰিক্ৰমা, জেটলীলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব | https://www.newsnextone.com/presidents-appoints-jaitley-after-parikar-resignation |
20697 | বিলাসীপাৰাঃ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী। | ৰ চূড়ান্ত খচৰাত নাম প্ৰকাশ নাপালেও চিন্তা নকৰিবলৈ আহ্বান বিলাসীপাৰা প্ৰশাসনৰ | https://www.newsnextone.com/print/14897 |
20698 | জিতুমনি দাস, আজাৰাঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, দক্ষিণ কামৰূপ শাখাৰ উদ্যোগত বৃহত্তৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰপৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক যোৱা ২১ জুলাইত পলাশবাৰীৰ উপৰহালীস্থিত হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। | অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু দক্ষিণ কামৰূপ শাখাৰ অভিনন্দন অনুষ্ঠান | https://www.newsnextone.com/azara-akhin-bidya-bharati/#comments |
20699 | চৰাইদেউঃ সদৌ অসম ছাত্ৰ সন্থাৰ সোণাৰি আঞ্চলিক সমিতিয়ে শনিবাৰে ৰাজ পথত ৰাজ্যৰ প্ৰভাৱশলী মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বহুবল্কী স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাগ চলোৱাত সম্পূৰ্ণ বিফল বুলি অভিযোগ উত্থাপন কৰি ছাত্ৰ সন্থাই মন্ত্ৰী হিমন্তৰ প্ৰতিকৃতি দাহ কৰে৷ চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ শিৱ-মন্দিৰ তিনিআলিত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ ব্যক্ত কৰে। | সোণাৰিত আছুৱে দাহ কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্তৰ প্ৰতিকৃতি | https://www.newsnextone.com/print/8760 |
20700 | বৰগোহাঁই 15 / 2019 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬'ৰ বিৰোধিতাৰে গুৱাহাটীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। | কেব' বিৰোধিতাৰে মহানগৰীত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰৱল বিক্ষোভ | https://www.newsasn.com/node/10280 |