id
stringlengths 1
5
| input
stringlengths 23
780
| target
stringlengths 21
203
| url
stringlengths 28
1.06k
|
---|---|---|---|
20501 | দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ যুৱ মঞ্চৰ উদোগত বুধবাৰে দিনযোৰা বৰ্ণিল কাৰ্যসূচীৰে ঘগ্ৰাপাৰস্থিত ডাকবঙলাত ৰঙালী বিহু সম্মিলনখনি অনুষ্ঠিত হয়। | ঘগ্ৰপাৰত মুকলি বিহু প্ৰতিযোগিতাৰ সফল সামৰণি | https://www.newsnextone.com/bornarddi-bihu-2-5 |
20502 | ওডালগুৰি ৪ অক্টোবৰঃ তেজপুৰ ডিটেনচন কেম্পত এগৰাকী লোকৰ মৃত্যুক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। | তেজপুৰ ডিটেনচন কেম্পত সন্দেহযুক্ত নাগৰিকৰ মৃত্যু | https://www.newsnextone.com/suspected-citizen-died |
20503 | ওদালগুৰিঃ ওদালগুৰি ৰে'ল ষ্টেচনৰ সমীপত বৃহস্পতিবাৰে এটা মৃতদেহ উদ্ধাৰ কৰা হয়। | ৰে'ল ষ্টেচনৰ সমীপত মৃতদেহ উদ্ধাৰ | https://www.newsnextone.com/udalguri-train-station |
20504 | বোকাজানঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন৷ অন্তিম দিনা কাৰ্বি আংলং ডেমক্ৰেটিক ফ'ৰামৰ বোকাজান পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী জীৱন চন্দ্ৰ পাঠকে কেইবাশতাধিক মটৰচাইকেল আৰু এশখন অটো'ৰিস্কাৰে এক বৃহৎ সমদল উলিযায় শক্তি প্ৰদৰ্শন কৰে ৷ প্ৰাৰ্থী গৰাকীয়ে নিজে উদ্ধোধন কৰা সমদলটোৱে দুটা ভাগত ভাগ হৈ এটা দলে শুকানজানৰ পৰা নাগালেণ্ড সীমাৰ লাহৰিজানৰ দিশে আৰু আনটো দলে শুকানজানৰ পৰা ডিলাওজানৰ দিশে প্ৰচাৰ চলাই৷ সমদলটোত অংশগ্ৰহণ কৰা কেইবাশ সমৰ্থকে প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত বিভিন্ন শ্ল'গানেৰে সমষ্টিটোৰ আকাশ বতাহ মুখৰিত কৰি তোলাৰ লগতে সমষ্টিবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | মটৰচাইকেল ৰেলীৰে জীৱন পাঠকৰ শক্তি প্ৰদৰ্শন | https://www.newsnextone.com/jibon-byk-rally-karbi-anglong-election |
20505 | কোকৰাঝাৰঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সভাপতি পদৰ পৰা হিতেশ্বৰ বৰ্মনে সোমবাৰে হঠাত পদত্যাগ কৰাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। | দুই গোটক এক কৰাত বিফল, আৱেগিক হিতেশ্বৰে এৰিলে আক্ৰাছু | https://www.newsnextone.com/aakrsu-president-resign-hiteswar/#comments |
20506 | নলবাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে অসম গণ পৰিষদ দল। | নলবাৰীত অসম গণ পৰিষদৰ ব্যাপক তৎপৰতা | https://www.newsnextone.com/agp-nalbari-meeting/#comments |
20507 | ডিজিটেল ডেস্কঃ প্ৰশিক্ষণৰত পাইলটৰ হাতত বিমানৰ দায়িত্ব গতাই নিহপালি দি শোৱা ঘটনাই আন্তৰাষ্ট্ৰীয় মহলত খলকনি তোলাৰ পিছতে পাকিস্তান ইণ্টাৰনেশ্যনেল এয়াৰলাইনচৰ বিষয়ে পুনৰাই লজ্জাজনক বাতৰি প্ৰচাৰ হৈছে। | চীনা মহিলাৰ সৈতে পাক পাইলট, ক্ৰীউ মেম্বাৰ বাহিৰ | https://www.newsnextone.com/pakisthan-airlines-pilot-keeps-crew-members-out-of-the-cockpit-to-spend-time-with-chinese-lady |
20508 | কোকৰাঝাৰ আৰক্ষী, কামাণ্ডো বেটেলিয়ান আৰু ২১০ কোব্ৰা ৰেজিমেণ্টে বিশেষ সূত্ৰৰ ভিত্তিত শুকুৰবাৰে নিশা ভাৰত-ভূটান সীমান্ত অঞ্চলত বৃহৎ অভিযান চলায়। | কোকৰাঝাৰত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আটক দুজন আদিবাসী উগ্ৰপন্থী | https://assam.nenow.in/two-adivasi-extremist-cadres-apprehended-in-kokrajhar-last-night/ |
20509 | ডিজিটেল ডেস্কঃ ক্ৰমাৎ অস্থিৰ হৈ পৰা ভাৰত-পাকিস্তানৰ কাশ্মীৰ সীমান্তৱৰ্তী অঞ্চলত বিগত ২৪ ঘণ্টাত তিনিটাকৈ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। | ২৪ ঘণ্টাত তিনিটাকৈ আক্ৰমণ, আহত ১৩ জোৱান | https://www.newsnextone.com/3-attacks-in-24-hours-indian-army |
20510 | নৰ্থ-ইষ্ট ডেম'ক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ তৃতীয়খন বৈঠক কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। | কাইলৈ গুৱাহাটীত নেডাৰ তৃতীয়খন বৈঠক : কৃষক মুক্তিয়ে ক'লা পতাকাৰে আদৰিব অমিত শ্বাহক | https://assam.nenow.in/%e0%a6%95%e0%a6%be%e0%a6%87%e0%a6%b2%e0%a7%88-%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80%e0%a6%a4-%e0%a6%a8%e0%a7%87%e0%a6%a1%e0%a6%be%e0%a7%b0-%e0%a6%a4%e0%a7%83/ |
20511 | তেজপুৰঃ শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত লখৰাত সংঘটিত হৈছে এক জঘন্য ঘটনা। | জঘন্যঃ ব্লেডেৰে ডিঙি ৰেপি পত্নী-কন্যা দলিয়ালে জংঘলত | https://www.newsnextone.com/husband-wife/#comments |
20512 | শিৱসাগৰঃ শিৱসাগৰ জিলাৰ আমগুৰি লাহতীত গ্ৰাহকক মূল্যতকৈ কম পৰিমাণৰ পেট্ৰ'ল দিয়াৰ অভিযোগত নিশা উত্তপ্ত পৰিস্থিতিৰ স্থিতি হয়। | আমগুৰি লাহতী তেল ডিপোত দেওবাৰে নিশা উত্তপ্ত পৰিস্থিতি | https://www.newsnextone.com/sivsagar-oil-dipot-heated-properties |
20513 | লণ্ডনঃ বৃটিছ সংসদৰ ওপৰত হোৱা আক্ৰমণক সমগ্ৰ বিশ্বই একমুখে নিন্দা কৰিছে। | বৃটিছ সংসদ ভৱন আক্ৰমণক নিন্দা সৰ্বত্ৰে, মোদী, মূখাৰ্জীৰ টুইট | https://www.newsnextone.com/world-denounces-terrorist-attack-on-britain-parliament-attack |
20514 | মুম্বাইঃ মাজ আকাশতে ৰেডিঅ' সংযোগ বিচ্ছিন্ন হৈ বাট দিশ হেৰুওৱা লণ্ডন অভিমুখী জেট এয়াৰৱেজৰ এখন বিমান আজি কথমপি ৰক্ষা পৰে। | জাৰ্মানীত নিখোজ ভাৰতীয় বিমান, কথমপি প্ৰাণৰক্ষা ৩৪৫ জনৰ | https://www.newsnextone.com/jet-aircraft-losses-radio-signal-mumbai-london |
20515 | কোকৰাঝাৰঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অহা ৩১ ডিচেম্বৰৰ প্ৰকাশ পাবলগীয়া এনআৰচিৰ খচৰা বড়ো ভাষা অন্তৰ্ভূক্তিকৰণৰ দাবী উত্থাপন কৰিছে এবছুৱে। | বড়ো ভাষাতো প্ৰকাশ কৰক এনআৰচিৰ খচৰা, হাজেলাক সাক্ষাৎ এবছুৰ | https://www.newsnextone.com/nrc-duplicate-copy-bodo-language |
20516 | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ নায়েৰ আলগা শিশু সংহত কেন্দ্ৰৰ অন্তৰ্গত প্ৰায়বোৰ অংগনাৱাড়ী কেন্দ্ৰত ব্যাপক অনিয়ম-দুৰ্নীতিয়ে গ্ৰাস কৰি পেলাইছে। | বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিত অংগনাৱাড়ী কেন্দ্ৰত চৰম দুৰ্নীতি | https://www.newsnextone.com/bilasipara-anganwari-centre/#comments |
20517 | জাজৰিঃ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই বৃহস্পতিবাৰে ই-ৰিক্সা বিতৰণ কৰে৷ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ অধিনত নগাঁৱৰ বটদ্ৰৱাৰ দলংঘাট উন্নয়ন খণ্ডৰ ৫টা গ্ৰাম্য সংগঠনক ই-ৰিক্সা প্ৰদান কৰে আঙুৰলতাই। | আঙুৰলতাই বিতৰণ কৰিলে ই-ৰিক্সা | https://www.newsnextone.com/e-rickshaw-distribute-angoorlata |
20518 | তেজপুৰঃ বুধবাৰে পুৱাই শোণিতপুৰৰ ৰঙাপাৰাত উদ্ধাৰ হয় এটি কণমানি হাতী পোৱালী৷ শোণিতপুৰ জিলাৰ ৰঙাপাৰ অঞ্চলত কেইবাটাও বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ সময়তে বুধবাৰে এটি বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ হয়৷ জাকৰ মাজৰ পৰা ফালৰি কাটি অহা হাতীৰ পোৱালীটো শোণিতপুৰৰ ৰঙাপৰাৰ ঘগৰা চাহ বাগিচাত ২০নং নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হয়৷ হাতীপোৱালীটো উদ্ধাৰৰ খবৰ লাভ কৰাৰ পিছতে বাগিচা খনত উপস্থিত হয় বন বিভাগৰ দল। | ঘগৰা চাহ বাগিচাৰ নলাত কণমানি হাতী পোৱালী উদ্ধাৰ | https://www.newsnextone.com/kids-elephant-recovered-at-ghohra/#comments |
20519 | সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অসমলৈ বিনিয়োগকাৰীক আদৰণি জনাবলৈ সাজু হৈ উঠাৰ সময়তে এডভান্টেজ আছামৰ অনুষ্ঠানস্থলীৰ নিকট দূৰত্বত থকা বিদ্যালয়সমূহ শনিবাৰে 'বন্ধ' ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। | বিশ্ব বিনিয়োগ সন্মিলনৰ বাবে ৰহস্যজনকভাৱে বিদ্যালয় বন্ধ ৰাখিবলৈ নিৰ্দেশ | https://assam.nenow.in/%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac-%e0%a6%ac%e0%a6%bf%e0%a6%a8%e0%a6%bf%e0%a7%9f%e0%a7%8b%e0%a6%97-%e0%a6%b8%e0%a6%a8%e0%a7%8d%e0%a6%ae%e0%a6%bf%e0%a6%b2%e0%a6%a8%e0%a7%b0/ |
20520 | খেৰণিঃ শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদত উত্তাল হ'ল পশ্চিম কাৰ্বি আংলঙৰ খেৰণি৷ কমিউনিষ্ট দল-সংগঠনক দেশদ্ৰোহী আখ্যা দি কেৰেলাত সংঘটিত হৈ থকা ৰাজনৈতিক হত্যাকাণ্ডৰ বিৰুদ্ধে খেৰণিত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ খেৰণি শাখাই৷ বিক্ষোভ প্ৰদৰ্শন কাৰ্যসুচীত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ, ফেষ্টুন লৈ কমিউনিষ্ট দল-সংগঠনৰ বিৰুদ্ধে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ এবিভিপি জিন্দাবাদ, দেশদ্ৰোহী কমিউনিষ্ট হায় হায়, ৰাজনৈতিক হত্যা বন্ধ কৰক, ভাৰত মাতা কি জয়, বন্দে মাতৰম আদি শ্ল'গানেৰে খেৰণি আৰক্ষী নিৱেশৰ পৰা দৈনিক বজাৰৰ মাজেৰে পুনৰ আৰক্ষী নিৱেশৰ সন্মুখত সমদলৰ অন্ত পৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | খেৰণিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ | https://www.newsnextone.com/abvp-protest-at-kheroni |
20521 | ফিল'বাৰীঃ চাহ বাগিচাৰ দস্যু চকীদাৰৰ প্ৰহাৰত প্ৰাণ গ'ল শ্ৰমিকৰ৷ এই ঘটনা সংঘটিত হৈছে পেঙেৰীৰ ডিব্ৰুজানৰ এখন ব্যক্তিগত চাহ বাগিচাত৷ জানিব পৰা মতে, চাব বাগিচা খনৰ চকীদাৰ লক্ষীধৰ দহোটীয়া আৰু মদিন মৰাণ নামৰ শ্ৰমিকগৰাকীৰ মাজত সাধাৰণ কথাক লৈ কাজিয়াত লিপ্ত হয়৷ তাৰ মাজতে চকীদাৰ লক্ষীধৰ দহোটীয়াই মদিন মৰাণক বেয়াকৈ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে৷ লক্ষীধৰৰ মাৰত মদিন লেবেজান হৈ পৰা৷ তথাপিও মাৰিবলৈ নেৰে লক্ষীধৰে৷ ফলত কিছু সময় পিছতে পেঙেৰীৰ তৰাণি গাঁৱৰ মদিন মৰাণ নামৰ লোক জনৰ মৃত্যু হয়। | পেঙেৰীত চাহ বাগিচাৰ চকীদাৰে হত্যা কৰিলে শ্ৰমিকক | https://www.newsnextone.com/murder-phillobari-tea-garden-chakidar-tinisukia |
20522 | নগাওঁঃ অসমলৈ যেন ভাল খবৰৰ সোঁত ববলৈ ধৰিছে। | অসম সন্তান ছৰিফুলৰ মিষ্টাৰ এছিয়া খিতাপ | https://www.newsnextone.com/print/9047 |
20523 | মাৰ্ঘেৰিটাঃ ৰাজ্যত প্ৰতিদিনে পথ দুৰ্ঘটনাত মানুহৰ মৃত্যু হৈ অহাৰ সময়তে এইবাৰ গাড়ীৰ খুন্দাত মৃত্যু হ'ল বাঘৰ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পাৱৈ ৰেলৱে ষ্টেছনৰ সমীপত ৰাষ্ট্রীয় ঘাইপথত গাড়ীৰ খুন্দাত মৃত্যু হয় নাহৰফুটুকীৰ৷ জানিব পৰা মতে, একাংশ লোকে প্ৰকাণ্ড নাহৰফুটুকীটোক পথৰ দাতিত পৰি থকা প্ৰত্যক্ষ কৰে৷ নিশা প্ৰায় ১.৩০ বজাত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় বুলি অনুমান কৰা হৈছে। | ডিগবৈত গাড়ীৰ খুন্দাত প্ৰাণ গ'ল নাহৰফুটুকীৰ | https://www.newsnextone.com/tiger-died-at-digboi-road-side |
20524 | লিডুঃ নগা ফ্ৰেমৱৰ্ক চুক্তি ৰূপায়ণ কৰাৰ পিছৰে পৰা অসম-নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে অৰুণাচল প্ৰদেশৰ লংদিঙ জিলাৰ খুমচাত শুকুৰবাৰে তিনিজন সদস্যক আটক কৰিবলৈ সক্ষম হয় সেনা-আৰক্ষীয়ে৷ ১৬নং অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই অৰুনাচল প্ৰদেশৰ লংদিঙৰ চাইকে এব কন্যাক (২৫), পানিয়াম ৱাং জেম (১৯) আৰু অৰুণাচলৰ টিৰাপৰ ৱাংফা বাংচা (১৯) বুলি জানিব পৰা গৈছে। | অৰুণাচলত অস্ত্ৰ সহ NSCNৰ কেডাৰ আটক | https://www.newsnextone.com/nscn-arrested-at-arunachal |
20525 | প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বধীন চৰকাৰে পঞ্চম তথা কাৰ্যকালৰ শেষৰ খন সাধাৰণ বাজেট উত্থাপন কৰিবলৈ আগবাঢ়িছে। | সংসদত পহিলা ফেব্ৰুৱাৰীত সাধাৰণ বাজেট দাখিল কৰিব পিয়ুষ গোৱেলে | https://neindianews.com/%e0%a6%b8%e0%a6%82%e0%a6%b8%e0%a6%a6%e0%a6%a4-%e0%a6%aa%e0%a6%b9%e0%a6%bf%e0%a6%b2%e0%a6%be-%e0%a6%ab%e0%a7%87%e0%a6%ac%e0%a7%8d%e0%a7%b0%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a7%b0%e0%a7%80%e0%a6%a4/ |
20526 | নামতিঃ শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে কেইবাগৰাকী ভাৰ উত্তোলন খেলুৱৈইয়ে৷ গুৱাহাটী মহানগৰীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰকল্পত ৫-৭ জানুৱাৰীত অনুষ্ঠিত ৪৫ সংখ্যক আন্তঃজিলা ভাৰ উত্তোলন প্ৰতিযোগিতাত শিৱসাগৰ জিলাৰ খেলুৱৈই সফলতা অৰ্জন কৰি শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনে৷ পুৰুষ-মহিলাৰ জুনিয়ৰ আৰু চিনিয়ৰ দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত মহিলা জুনিয়ৰ শাখাত ৪৮ কেজিত শিৱসাগৰৰ বৰ্ণালী বৰাই, ৫৮ কেজি শাখাত পপী হাজৰিকাই আৰু ৫৩ কেজিত নৱনীতা হাজৰিকাই সোণৰ পদক লাভ কৰে। | শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ভাৰ উত্তোলকে | https://www.newsnextone.com/sivsagar-proud/#comments |
20527 | নলবাৰীঃ নলবাৰীত জনসমুদ্ৰ৷ নলবাৰী মহাবিদ্যালয়ত কেৱল অগণন মানুহ আৰু মানুহ৷ পিছে আজি নলবাৰীত মিছা প্ৰতিশ্ৰুতিৰ ফুলজাৰি ফুটোৱা নেতাক চাবলৈ মানুহৰ ভিৰ লগা নাই৷ মানুহ আহিছে মানুহৰ বাবে কান্দিব জনা এখন হৃদয় চাবলৈ৷ মানুহৰ বাবে মানুহ হৈ জীয়াই থাকিব জনা শিল্পীগৰাকীক চাবলৈ৷ আজি দিনৰ ভাগত যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু তথা অসম নক্ষত্ৰ শিল্পী জুবিন গাৰ্গে 'মিছন চাইনা' বোলছবিৰ প্ৰচাৰ চলাবলৈ নলবাৰী কলেজ বাকৰিত উপস্থিত হয়৷ বিশাল জনসমুদ্ৰৰ মাজত শিল্পী গৰাকীক আদৰণী জনায় জুবিন ফেন ক্লাৱ, নলবাৰী কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু নলবাৰীবাসীয়ে। | নলবাৰীত জুবিন গাৰ্গৰ 'মিছন চাইনা' বোলছবিৰ প্ৰচাৰত জনসমুদ্ৰ | https://www.newsnextone.com/zubeen-at-nalbari |
20528 | বৰগোহাঁই 30 / 2018 উজান বজাৰৰ অ'ল্ড ৰে'লৱে' কল'নিত ৫০-৬০ বছৰে বসবাস কৰি অহা লোকসকললৈ যোৱা ১৯ নৱেম্বৰ তাৰিখে প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰি ১৫ দিনৰ ভিতৰত উক্ত স্থানত বসবাস কৰা লোকসকলক খালী কৰাৰ নিৰ্দেশ দিছিল। | উজান বজাৰৰ অ'ল্ড ৰে'লৱে' কল'নি উচ্ছেদৰ জাননীৰ বিৰুদ্ধে উপায়ুক্তক স্মাৰক-পত্ৰ | https://www.newsasn.com/index.php/node/3427 |
20529 | ডিজিটেল ডেস্কঃ নিগ্ৰহৰ বলি হোৱা মহিলাই খঙত একোনাই হৈ অৱশেষত চোলা খুলি প্ৰতিবাদ কৰাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। | চলন্ত ৰেলত কাপোৰ খুলি প্ৰতিবাদ মহিলাৰ | https://www.newsnextone.com/african-women-brawl-with-passengers-at-metro/#comments |
20530 | ইটাখোলাঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সন্দৰ্ভত আজি বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ মূখ্য কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হয়৷ সংবাদমেলত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বাৰেচহৰীয়া ভাওনা মহোৎসৱভাগ আগন্তক বৰ্ষৰ ১, ২, ৩, আৰু ৪ মাৰ্চত অনুষ্ঠিত কৰা হ'ব বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰে৷ সংবাদমেলখনত উদযাপন সমিতিৰ প্ৰধান সম্পাদকদ্বয় ভৱ গোস্বামী আৰু গনেশ পাঠকৰ উপৰিও বিত্ত সম্পাদক তুৱা বৰা আৰু বিভিন্ন উপ-সমিতি সমূহৰ বিষয়বৱীয়া সকল উপস্থিত থাকে৷ এই অনুষ্ঠানতে বাৰেচহৰীয়া ভাওনাৰ এখন পৰিপূৰিকাও উন্মোচন কৰে বিধায়ক পদ্ম হাজৰিকাই৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সংবাদমেল | https://www.newsnextone.com/press-meet-at-baresahariya/#comments |
20531 | ডিজিটেল ডেস্কঃ পুনৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ বলি হ'ল লণ্ডন৷ এইবাৰ মুছলমান সম্প্ৰদায় লোক অধ্যূষিত এলেকা বাচি ল'লে সন্ত্ৰাসবাদীয়ে। | মাজৰাতি ৰক্তাক্ত লণ্ডন, ভানে মহতিয়ালে কুৰিজনক | https://www.newsnextone.com/terrorist-attack-in-london |
20532 | নতুন দিল্লীঃ সমগ্ৰ বিশ্বৰ লগতে আজি ভাৰততো পালন কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী সকলৰ পৱিত্ৰ ঈদ। | মুখতাৰ আব্বাছ নাকভিৰ বিশেষ উপহাৰ | https://www.newsnextone.com/muslim-girls-mukhtar-abaas-nakvi/#comments |
20533 | তুলসীবাৰীঃ তৰণী আৰিমত্ত ফুটবল ক্লাবৰ উদ্যোগত তৰণী মিনি ষ্টেডিয়ামত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত হাজো মিলনজ্যোতি সংঘই ফাইনেলত প্ৰবেশ কৰে৷ মঙলবাৰে অনুষ্ঠিত উত্তেজনা পূৰ্ণ অন্তিম খন চেমি ফাইনেলত নিৰ্দ্ধাৰিত সময়ত গল শূণ্য ভাবে সমাপ্ত হয়৷ পৰবৰ্তী সময়ত ট্ৰাইব্ৰেকাৰত ৩-১ গলৰ ব্যৱধানত হাজো মিলনজ্যোতিয়ে এলেভেন ষ্টাৰ তৰণীক পৰাস্ত কৰিবলৈ সক্ষম হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | তৰণী আৰিমত্ত ফুটবলত ফাইনেলত হাজো মিলনজ্যোতি | https://www.newsnextone.com/football-tarani/#comments |
20534 | অহা নতুন বছৰৰ ফেব্ৰুৱাৰীত আমচাং বনাঞ্চলত পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিব চৰকাৰে। | আমচাঙত অহা ফেব্ৰুৱাৰীৰ পৰা পুনৰ চলিব উচ্ছেদ অভিযান | https://assam.nenow.in/%e0%a6%86%e0%a6%ae%e0%a6%9a%e0%a6%be%e0%a6%99%e0%a6%a4-%e0%a6%85%e0%a6%b9%e0%a6%be-%e0%a6%ab%e0%a7%87%e0%a6%ac%e0%a7%8d%e0%a7%b0%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a7%b0%e0%a7%80%e0%a7%b0-%e0%a6%aa/ |
20535 | মোৰাঝাৰঃ হোজাই জিলাৰ নীলবাগানত অসম ভিওিত অনুষ্ঠিত কাবাডী প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে নিশা সামৰণি পৰে। | নীলবাগান কাবাডীত চানাপট্টি চূড়ান্ত বিজয়ী | https://www.newsnextone.com/kabadi-competition-at-nilbagan |
20536 | জ এ.এছ.এন. প্ৰতিনিধি 05 / 2018 দেওবাৰে ড° ভূপেন হাজৰিকা মুকলি মঞ্চত কলাইগাঁও প্ৰগতিশীল জনমঞ্চৰ সহযোগত বিষ্ণুজ্যোতি সাংস্কৃতিক গোষ্ঠীয়ে এখনি আলোচনা সত্ৰ অনুষ্ঠিত কৰে। | কলাইগাঁৱত দৰঙী লোকগীত চেৰা ঢেকৰ পৰম্পৰা,পৰিবৰ্তন আৰু প্ৰাসংগিকতা সন্দৰ্ভত আলোচনা সত্ৰ | https://www.newsasn.com/node/614 |
20537 | জ এ.এছ.এন. প্ৰতিনিধি 13 / 2018 স্বাস্থ্য বিভাগৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবিক উদঙাই দি আজি মাজুলীত আইমনি নৰহ নামৰ প্ৰসূতিগৰাকীয়ে আধা বাটতে কৰুণভাৱে এটি পুত্ৰ সন্তান জন্ম দিয়ে। | মাজুলীত পুনৰ প্ৰসূতি মহিলাই আধা বাটতে জন্ম দিলে সন্তান | https://www.newsasn.com/index.php/node/1610 |
20538 | কোকৰাঝাৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ কোকৰাঝাৰ বালাগাঁও তিনিআলী আঞ্চলিক সমিতিয়ে দেওবাৰে ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উদযাপন কৰে। | কোকৰাঝাৰত ৫০০ গজি বন্তি প্ৰজ্বলনেৰে ড০ ভূপেন হাজৰিকাক স্মৰণ | https://www.newsnextone.com/kokrajhar-bh-dd-celebrate |
20539 | ডিজিটেল ৰিপ'ৰ্টঃ ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যাপক-অধ্যাপিকা তথা আন কৰ্মচাৰীসকল। | বানাক্ৰান্তলৈ এদিনৰ দৰমহা আগবঢ়ালে AEIৰ কৰ্মচাৰীয়ে | https://www.newsnextone.com/assam-engineering-institute-employees-flood-help/#comments |
20540 | ডিজিটেল ডেস্কঃ নিজকে সিদ্ধপুৰুষ বুলি দাবী কৰা আশাৰামৰ ধৰ্ষণ গোচৰৰ ৰায় অহা ২৫ এপ্ৰিলত প্ৰদান কৰা হ'ব। | আশাৰাম বাপুৰ নাবালিকা ধৰ্ষণকাণ্ডৰ গোচৰৰ ৰায় প্ৰদান কৰিব ২৫ এপ্ৰিলত | https://www.newsnextone.com/asaram-sex-abuse-result |
20541 | াতে, চহৰখনৰ একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মাজতো দেখা গৈছে ড্ৰাগছৰ প্ৰচলন। | তেজপুৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা | https://www.newsnextone.com/tezpur-drugs-4-boy-arrested |
20542 | জাজৰিঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ এটি শাখা ৩ ছেপ্তেম্বতৰ কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰংগণত অনুষ্ঠিত সভাত গঠন হয়। | জাজৰিত অনুষ্ঠিত 'আগলি শৰতৰ বা | https://www.newsnextone.com/poem-programme-jajori/#comments |
20543 | অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 2 পৰিবহন আইন উলংঘা কৰা সৰু-বৰ যান -বাহনে ভৰি পৰিল শিৱসাগৰৰ পৰিবহন কাৰ্য্যালয়ৰ চৌহদ 4 ষ্টাফ ৰিপোৰ্টাৰ,,,২০ আগষ্ট। | মিছেছ টুৰিজিম কুইন ইন্টাৰনেচনেল পেজেণ্ট ২০১৮ লৈ অসমৰ ছ'নিয়া সাৰদা | http://firstnewsreport.com/%e0%a6%ae%e0%a6%bf%e0%a6%9b%e0%a7%87%e0%a6%9b-%e0%a6%9f%e0%a7%81%e0%a7%b0%e0%a6%bf%e0%a6%9c%e0%a6%bf%e0%a6%ae-%e0%a6%95%e0%a7%81%e0%a6%87%e0%a6%a8-%e0%a6%87%e0%a6%a8%e0%a7%8d%e0%a6%9f%e0%a6%be/ |
20544 | মুম্বাইঃ চোছিয়েল মিডিয়াত পোষ্ট কৰি সততে বিতৰ্কত থকা বলীউডৰ ছবি নিৰ্মাতা ৰাম গোপাল বৰ্মাই আজি কৰা এটা মন্তব্য বিশেষভাৱে চৰ্চা লাভ কৰিছে। | পৰৱৰ্তী প্ৰধানমন্ত্ৰী যোগী, ৰাম গোপালৰ ভৱিষ্যতবাণী | https://www.newsnextone.com/modi-will-be-superseeded-by-yogi-says-ramgopal |
20545 | গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰস্থিত অসম গ্ৰামীন বিকাশ বেংকৰ নাওকাটা শাখাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰাপ্ত তথ্যমতে গোৰেশ্বৰ হাজালপাৰাৰ গাওঁৰ দুলাল বিশ্বাস নামৰ গ্ৰাহকজনে আজি নিজৰ ৭২৯০০১০০০৪৮০৮ নম্বৰৰ একাউণ্টৰ পৰা টকা উলিয়াবলৈ আহে। | গোৰেশ্বৰ গ্ৰামীন বিকাশ বেংকত উত্তপ্ত পৰিস্থিতি | https://www.newsnextone.com/bank-disturbance-goreswor/#comments |
20546 | ন বৰগোহাঁই 30 / 2019 জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি সদৌ অসম কৰ্মচাৰী পৰিষদে ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। | জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট | https://www.newsasn.com/index.php/node/4626 |
20547 | আজি ডিব্ৰুগড় প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি অসম গণ পৰিষদৰ পৰা ফাটি যোৱা আঞ্চলিকতাবাদী অগপই অগপ নেতৃত্বৰ দুতলীয়া স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰে। | অগপ নেতৃত্বৰ দুতলীয়া স্থিতিক সমালোচনা আঞ্চলিকতাবাদী অগপৰ | https://assam.nenow.in/%e0%a6%85%e0%a6%97%e0%a6%aa-%e0%a6%a8%e0%a7%87%e0%a6%a4%e0%a7%83%e0%a6%a4%e0%a7%8d%e0%a6%ac%e0%a7%b0-%e0%a6%a6%e0%a7%81%e0%a6%a4%e0%a6%b2%e0%a7%80%e0%a7%9f%e0%a6%be-%e0%a6%85%e0%a7%b1%e0%a6%b8/ |
20548 | গুৱাহাটীঃ অখ্যাত সংগঠন হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্যৰ মন্তব্যক তীব্ৰ গৰিহণা দিয়ে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে। | ভাৰতীয় হিন্দুত্ববাদী সংগঠনৰ পক্ষত নাই উত্তৰ পূৰ্বাঞ্চল | https://www.newsnextone.com/print/9254 |
20549 | বি টি এ দিৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ দেওবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বড়োসকলৰ সংগ্ৰামৰ লগতে আন জনগোষ্ঠীসমূহৰ অধিকাৰ সন্দৰ্ভত মত প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। | বড়ো সংগ্ৰামক সন্মান কৰো, আন জনগোষ্ঠীৰ অধিকাৰ খৰ্ব হোৱাটো নিবিচাৰো: কৃষক মুক্তি | https://assam.nenow.in/we-respect-the-struggle-of-bodo-people-but-rights-of-others-should-not-get-violated-akhil-gogoi/ |
20550 | পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিতানত শ্ৰেষ্ঠতাৰ পুৰষ্কাৰ লাভ কৰা শিৱসাগৰ পৌৰসভাই আজি আন এটা পদক্ষেপ ল'লে। | নগৰ পৰিষ্কাৰৰ বাবে ওলাই আহিল মহিলা; শিৱসাগৰত উদ্বোধন হ'ল জাবৰ নিষ্কাশনৰ পাইলট প্ৰজেক্ট | https://assam.nenow.in/women-comes-out-in-sivasagar-district-for-garbage-clean-up/ |
20551 | ডিজিটেল ডেস্কঃ ভাৰত মাতা কি জয় বুলি ক'বলৈ দ্বিধাবোধ কৰাসকলক লৈ অত্যুক্তি কৰাৰ পিছতে বিপদত পৰিল ৰামদেৱ। | ৰামদেৱৰ বিৰুদ্ধে জামিনবিহীন গোচৰ | https://www.newsnextone.com/non-bailable-warrrant-against-ramdev-rohtak-court/#comments |
20552 | গুৱাহাটীঃ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত এতিয়াও কাৰ্যনিৰ্বাহ কৰি আছে বিতৰ্কিত ৰাকেশ পালে। | আকৌ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পাল | https://www.newsnextone.com/still-apsc-chairman-rakesh-paul |
20553 | মুষলধাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে চিলাপথাৰ নগৰৰ বিভিন্ন গলি। | জটিল হৈ পৰিছে চিলাপথাৰৰ কৃত্ৰিম বান পৰিস্থিত | https://www.newsnextone.com/chilapather-artificial-flood |
20554 | নাওকাটাঃ ভূটানৰ বলীয়া বানে বিধ্বস্ত কৰি থৈ যোৱা বাগসা জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে কেইবাখনো নৈৰ ব্যাপক গৰাখহনীয়া। | বাগসাৰ ভোলাবটাবাৰীত নাওবান্ধা নৈৰ খহনীয়া | https://www.newsnextone.com/trouble-for-flood-naokata |
20555 | তেজপুৰঃ মন্ত্ৰী পল্লৱলোচন দাস ৰ ৰঙাপৰা সমষ্টিত অনুষ্ঠিত হোৱা সমবায় সমিতি লিমিটেডৰ নিৰ্বাচনত এইবাৰ বিজেপি দলে মুখথেকেচা খাই কংগ্ৰেছ দলে জয় হবলৈ সক্ষম হয়। | ৰঙাপাৰত সমবায় সমতি নিৰ্বাচনত বিজেপিৰ মুখথেকেচা | https://www.newsnextone.com/rangapara-bjp-overcome-election/#comments |
20556 | চৰাইদেউঃ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আলফা(স্বাধীন)ৰ নামত এটি দুষ্ট চক্ৰই কিছুদিনৰ পৰা ধনদাবী কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। | চৰাইদেউ জিলাত আলফাৰ নামত ধনদাবী | https://www.newsnextone.com/ulfa-again-active-at-charaideo/#comments |
20557 | উত্পল বৰা , মাজুলী কৈনো কৈ থাকিলে যেন ওৰকে নপৰা হৈছে মাজুলীৰ স্বাস্থ্য বিভাগৰ কথা। | মাজুলীত ৰছী ছিগি উটি গ'ল দুখন ১০৮ ফেৰী | https://janambhumi.in/VFdwTk1FMVVRVDA9/en/VFdwTk1FMVVRVDA9/%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A7%B0%E0%A6%9B%E0%A7%80-%E0%A6%9B%E0%A6%BF%E0%A6%97%E0%A6%BF-%E0%A6%89%E0%A6%9F%E0%A6%BF-%E0%A6%97%E2%80%99%E0%A6%B2-%E0%A6%A6%E0%A7%81%E0%A6%96%E0%A6%A8-%E0%A7%A7%E0%A7%A6%E0%A7%AE-%E0%A6%AB%E0%A7%87%E0%A7%B0%E0%A7%80.html.html |
20558 | তেজপুৰ টাউনঃ অসমৰ সাম্প্ৰতিক পটভূমিত সত্ৰীয়া সংস্কৃতিৰ অমৰ সৃষ্টিক শুদ্ধ ৰূপত অক্ষুন্ন ৰাখিবৰ বাবে আৰু শিষ্যসকলৰ সাংস্কৃতিক প্ৰতিভা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মহানুভৱতাৰ ফলশ্ৰুতিৰে দেওবাৰে সন্ধিয়া ৬ বজাত শোণিতপুৰ জিলাৰ তেজপুৰৰ জিলা পুথিভৰালত সমন্বয় শিষ্য সাংস্কৃতিক সমাৰোহৰ উদ্যোগত এক 'সত্ৰিয়া নৃত্যৰ এসন্ধ্যা'ৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। | তেজপুৰত সমন্বয় শিষ্য সাংস্কৃতিক সমাৰোহ | https://www.newsnextone.com/samaroh-tezpur/#comments |
20559 | জ এ.এছ.এন. প্ৰতিনিধি / 2019 বৰপেটাৰ প্ৰতিবেদক এনআৰচি,ডি-ভোটাৰ আদিকে ধৰি বিভিন্ন বিষয়ক লৈ একাংশ সংখ্যালঘু লোকে ভোগ কৰি অহা বিভিন্ন সামাজিক সমস্যা সম্পৰ্কে মুকলি আলোচনা কৰাৰ অৰ্থে বাক্সা জিলাৰ কাটাঝাৰ (ঘোঁৰামাৰা)বজাৰ প্ৰাংগণত বুধবাৰে দিনৰ ২ বজাত এখন বিশাল সজাগতা সভাৰ আয়োজন কৰা হৈছে। | ৩ জুলাইত বাক্সাত এনআৰচি,ডি-ভোটাৰ বিষয়ত সজাগতা সভাৰ আয়োজন | https://www.newsasn.com/index.php/node/7900 |
20560 | ডিজিটেল ডেস্কঃ কেইদিনমানৰ ভিতৰতে আইএছআইয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব ভাৰতত৷ অহা ১৫ দিনৰ ভিতৰতে পাকিস্তানৰ চোৰাংচোৱা সংস্থাটোৱে সংঘটিত কৰিব পাৰে এই আক্ৰমণ৷ এক ইন্টালিজেন্ট সংস্থাই প্ৰকাশ কৰিছে এই তথ্য৷ কাশ্মীৰ সীমান্ত আৰু পাঞ্জাৱ সীমান্তৰে সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিব পাৰে আক্ৰমণ৷ ইন্টেলিজেন্ট সংস্থাটোৱে প্ৰকাশ কৰা তথ্যত উল্লেখ আছে যে পাঞ্জাৱৰ কাঠুৱা, গুৰদাসপুৰ আৰু পাঠানকোটৰে আক্ৰমণৰ প্ৰস্তুতি চলাইছে সন্ত্ৰাসবাদীয়ে৷ বামটাল চেক্টৰেৰে ইতিমধ্যে ৪ জন সন্ত্ৰাসবাদী ভাৰতত অনুপ্ৰৱেশ কৰিছে বুলিও উল্লেখ কৰিছে সংস্থাটোৱে৷ উক্ত সন্ত্ৰাসবাদীক অস্ত্ৰ আইএছআইয়ে যোগান ধৰিব বুলি তথ্যত প্ৰকাশ পাইছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | আইএছআইৰ আক্ৰমণৰ লক্ষ্য ভাৰত | https://www.newsnextone.com/isi-planing-major-attack-in-india/#comments |
20561 | জ এ.এছ.এন. প্ৰতিনিধি / 2019 নৰেন শৰ্মা,বাহাৰঘাট: সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংঠনৰ আহ্বানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বুধবাৰে দুপৰীয়া এটা বৃহৎ চাইকেল সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। | কেব'ৰ বিৰোধিতাৰে বৰাজোলত আছুৰ চাইকেল ৰেলী | https://www.newsasn.com/index.php/node/10447 |
20562 | গুৱাহাটীঃ বলিউডৰ মোহময়ী অভিনেত্ৰী কেটৰিণা কাঈফৰ পিছে পিছে দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। | কেটৰিণাৰ পিছে পিছে সৰ্বানন্দ | https://www.newsnextone.com/sarbananda-sonowal-seen-behind-katrina-kaif-sparks-reaction-in-assam/#comments |
20563 | ডিব্ৰুগড়ঃ ৰাজ্যৰ জকাইচুক, সাধাৰণ চহৰৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহানগৰীলৈ এতিয়া বাপতি সাহোন ৰঙালীৰ ব্যাপক উলাহ। | মটক জনগোষ্ঠীৰ বিহু পালন | https://www.newsnextone.com/matak-community-celebrate-bihu-%E0%A7%8B%E0%A7%87%E0%A7%87%E0%A7%8B%E0%A6%B8 |
20564 | গুৱাহাটীঃ বহু প্ৰত্যাশাৰ অন্তত ২২ মাৰ্চত অসমৰ ছবিঘৰলৈ আহিব পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালিত দ্বিতীয়খন অসমীয়া বোলছবি 'কানীন'। | ২২ মাৰ্চত মুক্তি পাব অসমীয়া বোলছবি 'কানীন | https://www.newsnextone.com/tb-kanani/#comments |
20565 | তেজপুৰঃ তেজপুৰ মিলনপুৰৰ বায়ন জীৱন কলিতাৰ আজি বিয়লি পৰলোকপ্ৰাপ্তি ঘটে। | তেজপুৰৰ মিলনপুৰৰ বায়ন জীৱন কলিতাৰ দেহাৱসান | https://www.newsnextone.com/bayan-died-tezpur |
20566 | তেজপুৰ টাউনঃ চাহ বাগিচাৰ মালিকৰ বৰ্বৰ আক্ৰমণ, শোষণ-বঞ্চনাৰ বিৰুদ্ধে শোণিতপুৰত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ৷ শ্ৰমিকে ৰাজ্য চৰকাৰ তথা চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে শ্ল'গান দি উত্তাল কৰি তোলে ৰাজ পথ৷ বগীধলা চাহ বাগিচাৰ শ্ৰমিকক নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়ত চাব বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰাৰ প্ৰতিবাদত শোণিতপুৰৰ ৰঙাপৰাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই প্ৰতিবাদ সাব্যস্ত কৰে৷ এটি সমদল উলিয়াই দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰঙাপৰা শাখাই। | বগীধল কাণ্ড, শোণিতপুৰত চাহ শ্ৰমিকৰ প্ৰতিবাদ | https://www.newsnextone.com/sonitpur-protest-labour |
20567 | জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক শক্তিশালী বাওঁপন্থা ভাৰতত প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিছে। | বাওঁপন্থাৰ বিলোপন দেশৰ বাবে এক বিপৰ্য্যয় : জয়ৰাম ৰমেশ | https://assam.nenow.in/%e0%a6%ac%e0%a6%be%e0%a6%93%e0%a6%81%e0%a6%aa%e0%a6%a8%e0%a7%8d%e0%a6%a5%e0%a6%be%e0%a7%b0-%e0%a6%ac%e0%a6%bf%e0%a6%b2%e0%a7%8b%e0%a6%aa%e0%a6%a8-%e0%a6%a6%e0%a7%87%e0%a6%b6%e0%a7%b0-%e0%a6%ac/ |
20568 | জ এ.এছ.এন. প্ৰতিনিধি / 2019 মৰিগাঁৱৰ পৰা জিতু মনি নাথৰ প্রতিবেদন : দৰ্শনাৰ্থীৰ বাবে ২২ অক্টোবৰত মুকলি হ'ব লগা পবিতৰা অভয়াৰণ্য মুকলি নহয়। | মাৰাত্মক এন্থ্ৰাক্স ৰোগৰ কবলত পবিতৰা অভয়াৰণ্য : ২২অক্টোবৰত মুকলি নহয় অভয়াৰণ্য | https://www.newsasn.com/index.php/node/9955 |
20569 | খেৰণিঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত সোমবাৰে কাৰ্বি ছাত্ৰ সংগঠনৰ উদ্যোগত বাহিৰ কৰে এক প্ৰতিবাদী সমদল। | হামৰেনত কাৰ্বি ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদল | https://www.newsnextone.com/kheroni-aamren-protast |
20570 | নতুন দিল্লীঃ মধ্যপ্ৰদেশৰ উজ্জাইনৰ বাসিন্দা তথা বলাৎকাৰৰ বলি হোৱা ৩৪ বছৰ বয়সীয়া বৰ্ষা (নাম সলাই দিয়া হৈছে)ৰ বাবে 'সন্মান যাত্ৰা' এটা সাধাৰণ প্ৰতিবাদ কাৰ্যসূচী নহয়, তেওঁ বিশ্বাস কৰে যে এয়া সন্মানজনকভাৱে জীয়াই থকাৰ সপক্ষে এক শক্তিশালী আহ্বান। | সন্মানজনকভাৱে জীয়াই থকাৰ অধিকাৰৰ দাবীত দিল্লীৰ ৰাজপথত যৌন নিৰ্যাতনৰ বলিৰ পদযাত্ৰা | https://www.newsnextone.com/dignity-rape-victim-march/#comments |
20571 | কামপুৰঃ নেৰা নেপেৰা বৰষুণৰ মাজত ভৰিৰ যাদু দেখালে জুবিন গাৰ্গে৷ কামপুৰত শনিবাৰে অনুষ্ঠিত জুবিন গাৰ্গ একাদশ আৰু কামপুৰ একাদশৰ মাজত অনুষ্ঠিত প্ৰীতি ফুটবল মেচ। | কামপুৰত জুবিনৰ দলে দিলে ৩ গ'ল | https://www.newsnextone.com/zubeen-win-football-mach-kampur/#comments |
20572 | কাজলগাঁও: চিৰাং জিলাৰ ছাপাগুৰিত শনিবাৰে আবেলি কে'বাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, শিক্ষাবিদ, বুদ্ধিজীৱী, বিশিষ্ট নাগৰিকৰ উপস্থিতিত অসম সাহিত্য সভাৰ 'চিন্তন বৈঠক' অনুষ্ঠিত হয় ৷ চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত চিন্তন বৈঠকত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ লগতে ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। | কাজলগাৱঁত চিন্তন বৈঠক সম্পন্ন | https://www.newsnextone.com/Kajolgaon-news/#comments |
20573 | উচ্চতম ন্যায়ালয়ে সোমবাৰে বৰ্তমান পলাতক হৈ থকা আৰু এ পি এছ চি কেলেংকাৰিত অভিযুক্ত এ চি এছ বিষয়া নিশামণি ডেকাৰ জামিন আৱেদন নাকচ কৰে। | নিশামণি ডেকাৰ জামিন আৱেদন নাকচ উচ্চতম ন্যায়ালয়ৰ | https://assam.nenow.in/%e0%a6%a8%e0%a6%bf%e0%a6%b6%e0%a6%be%e0%a6%ae%e0%a6%a3%e0%a6%bf-%e0%a6%a1%e0%a7%87%e0%a6%95%e0%a6%be%e0%a7%b0-%e0%a6%9c%e0%a6%be%e0%a6%ae%e0%a6%bf%e0%a6%a8-%e0%a6%86%e0%a7%b1%e0%a7%87%e0%a6%a6/ |
20574 | হোজাইঃ ডবকাৰ মদাৰতলিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা নিশা আৰক্ষীয়ে অস্ত্ৰ আৰু বৃহৎ পৰিমানৰ টকাসহ এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। | ডবকাত জালনোট-পিস্তলসহ দুৰ্বৃত্তক গ্ৰেপ্তাৰ | https://www.newsnextone.com/fake-note-and-trafficker-arrested-at-doboka-hojai/#comments |
20575 | গৌৰীসাগৰঃ উজনি-নামনিৰ শিক্ষক-ছাত্ৰৰ বাবে এতিয়া গুণোৎসৱৰ বতৰ৷ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে ব্যস্ত গুণোৎসৱৰ বাবে৷ বিগত এমাহত ৰাজ্যত বিভিন্ন প্ৰান্তত শিক্ষকে আত্মহত্যা বা হৃদক্ৰীয়া বন্ধ হৈ শিক্ষকে অকাল মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপিত হৈছে তেনে সময়তে ৰাজ্যৰ শিক্ষানুষ্ঠানত ১০ অক্টোবৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। | গুণোৎসৱৰ তৃতীয় দিন, আজি লিখন পৰীক্ষা | https://www.newsnextone.com/third-day-og-gunotsav-gourisagar/#comments |
20576 | চামগুৰিৰ খাটোৱালত মঙলবাৰে অৰ্থাৎ ৫ নৱেম্বৰৰ নিশা এটা অজগৰে অঞ্চলটোত হুৱাদুৱা লগাই। | চামগুৰিত অজগৰৰ আক্ৰমণত আহত এজন; চিকিৎসালয়লৈ প্ৰেৰণ | https://assam.nenow.in/one-person-seriously-injured-attacking-by-python/ |
20577 | উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধ বিহাৰসমূহত এতিয়া সন্দেহজনক বাংলাদেশী লোকে খোপনি পোতাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ থলুৱা খিলঞ্জীয়া ভান্তে সকলে। | বৌদ্ধ বিহাৰসমূহত বৌদ্ধ ভিক্ষুৰ বেশৰে বাহৰ পাতিছে সন্দেহযুক্ত বাংলাদেশীয়ে | https://assam.nenow.in/allegation-rise-on-illegal-bangladeshi-take-shelter-on-buddhist-temple-in-upper-assam/ |
20578 | ৰঙিয়াঃ ৰঙিয়া ৰেল ষ্টেছনৰ পৰা চুৰি হোৱা এখন গ্লেমাৰ বাইক কিছু সময় পিছতে দাও-দাওকৈ জ্বলি উঠাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ ৰঙিয়াৰ ৰেল ষ্টেছনৰ পৰা চুৰি কৰি নিয়া বাইক খন কিছু সময় পিছতে ষ্টেছনৰ সমীপৰ নিৰ্জন ঠাই এটুকুৰাত দাও-দাওকৈ জ্বলি উঠে৷ জানিব পৰা মতে, ৰঙিয়াৰ উদিয়ানা গাঁৱৰ ফজুল আলী বিশেষ কামৰ বাবে ৰঙিয়া ষ্টেছনলৈ আহে৷ ষ্টেছনৰ পৰা কিছু নিলগত বাইক খন থৈ ব্যস্ত হৈ থকৰা পিছত উভতি আহি বাইক খন থোৱা ঠাইত দেখা নাপায়৷ ফজুলে ইপাল সিফালে বাইক খন বিছাৰি থকা অৱস্থাতে ৰহস্যজনক ভাবে কিছু নলগত বাইক খন দাউ-দাউকৈ জ্বলি উঠে৷ সম্পূৰ্ণৰূপে জাহ যায় গ্লেমাৰ বাইক খন। | ৰঙিয়াত উত্তেজনা, চোৰে জ্বলাই দিলে বাইক | https://www.newsnextone.com/byk-burn-rangia |
20579 | জাজৰিঃ কৃষকক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে নগাঁও জিলাৰ জাজৰিৰ খালৈগাঁৱত অনুষ্ঠিত হয় ৩ দিনীয়ে প্ৰশিক্ষণ শিবিৰ৷ অসম ৰাজ্যিক কো-অপাৰেটিভ ইউনিয়নৰ উদ্যোগত আৰু নগাঁও জিলা দুগ্ধ উৎপাদন কো-অপাৰেটিভ ইউনিয়নৰ সহযোগত অনুষ্ঠিত হয় নেতৃত্বৰ উন্নয়ন সম্পৰ্কীয় ৩ দিনীয়া প্ৰশিক্ষণ। | কৃষকৰ নেতৃত্বৰ উন্নয়নৰ বাবে প্ৰশিক্ষণ | https://www.newsnextone.com/print/7225 |
20580 | বৰপেটা জিলাৰ চেঙাতো আজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস পালন কৰা হয়। | চেঙাত আছুৰ শ্বহীদ দিৱস পালন | https://janambhumi.in/VFdwamVFOUVWVDA9/%E0%A6%9A%E0%A7%87%E0%A6%99%E0%A6%BE%E0%A6%A4-%E0%A6%86%E0%A6%9B%E0%A7%81%E0%A7%B0-%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A6%B9%E0%A7%80%E0%A6%A6-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A6%A8.html |
20581 | উজ এ.এছ.এন. প্ৰতিনিধি / 2018 নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসমূহ সম্প্ৰতি ব্যস্ত হৈ পৰিছে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ অংকত । | কাকমাৰী গাঁও পঞ্চায়তত বিজেপিৰ ৰণডংকা : নিৰ্বাচনী কাৰ্যালয় মুকলি | https://www.newsasn.com/index.php/node/3227 |
20582 | ডিজিটেল ডেস্কঃ কোৱা হয় পৃথিৱীৰ আটাইতকৈ পবিত্ৰ সম্পৰ্ক হৈছে মাতৃ আৰু সন্তানৰ সম্পৰ্ক৷ কিন্তু নিজ সন্তানৰ প্ৰতি নিষ্ঠুৰ হৈ পৰাটো কল্পনাৰো অগোচৰ৷ সকলোকে আচৰিত কৰিব পৰা এনে এক ঘটনা সংঘটিত হ'ল আমেৰিকাৰ আৰ্কানছেচত৷ ৩০ বছৰীয়া মাতৃগৰাকীক নিজৰ ৪ বছৰীয়া সন্তানক অত্যাচাৰ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ মাতৃগৰাকীৰ লগতে প্ৰেমিক জনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ নিজৰ সন্তানক প্ৰয়োজনীয় খাদ্যও যোগান ধৰা নাছিল মাতৃয়ে, যাৰ বাবে পুষ্টিহীনতাত ভুগিছিল শিশুটো৷ তদুপৰি আৰক্ষীয়ে সন্তানটোক নাম সোধাত নিজৰ নামটো 'ইডিয়ত' বুলি উল্লেখ কৰিছিল শিশুটোৱে৷ তাতেই ওলাই পৰিছিল মাতৃৰ মমতাৰ স্বৰূপ। | সন্তানতকৈও উৰ্ধত বয়ফ্ৰেণ্ড | https://www.newsnextone.com/mother-abuses-child-named-idiot |
20583 | নগাঁওঃ নগাঁৱত সংঘটিত হ'ল এক অভিনৱ ডকাইটি৷ অভিনৱ পদ্ধতিৰে ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ডেৰ লক্ষ টকা৷ দিনদুপৰতে সংঘটিত হ'ল এনে আজৱ ঘটনা৷ নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষী চকীৰ নিচেই কাষতে থকা বেংকৰ সন্মুখতে আজি দুৰ্বৃত্তই গাত বিছা দলিয়াই হৰেকৃষ্ণ মাহাতো নামৰ ব্যৱসায়ীজনৰ পৰা কাঢ়ি লৈ গ'ল এই বৃহৎ পৰিমানৰ ধন৷ দুৰ্বৃত্তৰ এনে অভিনৱ পদ্ধতিৰ পাছত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | নগাঁৱত গাত বিছা দলিয়াই দুৰ্বৃত্তই লুটি নিলে ধন | https://www.newsnextone.com/terror-in-nogao |
20584 | গুৱাহাটীঃ উৎকণ্ঠাৰ অন্ত পেলাই ঘোষিত হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। | বাণিজ্যই মান ৰাখিলে গুৱাহাটীৰ, শীৰ্ষত প্ৰশান্ত | https://www.newsnextone.com/commerce-result-out-hs/#comments |
20585 | বোকাখাতৰ কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত আজি বোকাখাতৰ বিশিষ্ট উদ্যোগপতি, সমাজসেৱক ৰাজেন্দ্ৰ প্ৰসাদ নিমোদিয়াক সম্বৰ্ধনা জনোৱাৰ লগতে এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰে। | বোকাখাতত কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান | https://assam.nenow.in/assam-felicitation-program-by-kaziranga-news-network-bokakhat/ |
20586 | জাজৰিঃ শাৰদীয় দূৰ্গোৎসৱত নগাঁৱত বিভিন্ন পূজা মণ্ডপত ভিন্ন ধৰণৰ কাৰ্যসূচীৰে ৰাইজক মনোৰঞ্জন দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। | নগাঁও বেঙেনাঅাটি পূজাত সপ্তমীৰ নিশা সাংস্কৃতিক অনুষ্ঠান | https://www.newsnextone.com/cultural-programme-in-nogaon-puja |
20587 | সোণাৰিঃ চৰাইদেউৰ সোণাৰিত ৭০ টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সংকল্প যাত্ৰাৰ দ্বিতীয় দিনা সোণাৰিৰপৰা দিছপুৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। | চৰাইদেউৰপৰা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সংকল্প যাত্ৰা আৰম্ভ | https://www.newsnextone.com/charaideu-sankalpa-yatra/#comments |
20588 | আটাৰীখাটঃ প্ৰায় ৫০ টা হাতীৰ জাকে দিনদুপৰতে বনাঞ্চলৰ পৰা আটাৰীখাট চাহবাগিচাত প্ৰৱেশ কৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়৷ ভয়ত স্থানীয় ৰাইজে বন বিভাগৰ কৰ্তৃপক্ষক ততাতৈয়াকৈ খবৰ দিয়ে যদিও হাতী খেদিবলৈ বনবিভাগ ব্যৰ্থ হৈ পৰে৷ শেহতীয়াকৈ জানিব পৰা মতে এনে দৰে খাদ্যৰ সন্ধানত দিন দুপৰতে ভূটান পাহাৰ আৰু বৰনদী অভয়াৰণ্যৰ পৰা ওলাই আহিছে বৃহৎ জাকটো৷ বৰ্তমানে হাতীৰ জাকটোৱে নিজ স্থানৰ পৰা লৰ চৰ নোহোৱা বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। | আটাৰীখাটত দিন দুপৰতে বন্যহস্তীৰ বৃহৎ জাক | https://www.newsnextone.com/Large-handful-of-wild-elephants-in-atarikhat-village/#comments |
20589 | গুৱাহাটীঃ দেশৰ সাংবাদিকসকলৰ স্বাধীনতাক সুনিশ্চিত তথা সুস্থ কৰি ৰাখিবলৈ সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ দায়িত্বশীল সংবাদ মাধ্যমৰ অস্তিত্ব বজাই ৰাখি মানুহৰ ভালৰ বাবে বাতৰি প্ৰকাশৰ বাতাবৰণ গঢ়ি তুলিবলৈ আকৌ এবাৰ শপত লোৱা পৰিলক্ষিত হ'ল সাংবাদিকসকলক৷ সাংবাদিকৰ সুৰক্ষা, আৰ্থিক পৰিস্থিতি, প্ৰকৃত স্বাধীনতা সুনিশ্চিত কৰিবলৈ, তথা সজাগতা সৃষ্টিৰ বাবেই ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ প্ৰতি বছৰে ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাবে পালন কৰা হয়। | ৰাজ্যজুৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন, সাংবাদিকক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ | https://www.newsnextone.com/press-day/#comments |
20590 | খোৱাপানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তৰ কৰিমগঞ্জৰ ৰাইজৰ মাজত। | উত্তৰ কৰিমগঞ্জত ৰাইজৰ মাজত খোৱাপানীৰ হাহাকাৰ | https://neindianews.com/%e0%a6%89%e0%a6%a4%e0%a7%8d%e0%a6%a4%e0%a7%b0-%e0%a6%95%e0%a7%b0%e0%a6%bf%e0%a6%ae%e0%a6%97%e0%a6%9e%e0%a7%8d%e0%a6%9c%e0%a6%a4-%e0%a7%b0%e0%a6%be%e0%a6%87%e0%a6%9c%e0%a7%b0-%e0%a6%ae%e0%a6%be/ |
20591 | মৰিগাঁওঃ পথ মেৰমাতি কৰাৰ দাবীত শনিবাৰে ৰাজ পথলৈ ওলাই আহিল মহিলা৷ ৰাজ পথলৈ ওলাই আহি মহিলাসকলে চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মৰিগাঁৱত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি৷ মৰিগাঁও জিলাৰ ভূৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মহিলাই নাম-কীৰ্তন কৰি পথ মেৰামতি কৰাৰ দাবী জনায়৷ ভূৰাগাঁৱত অঞ্চলটোৰ প্ৰায় শতাধিক মহিলা-আই মাতৃয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। | ভূৰাগাঁৱত পথ মেৰামতিৰ দাবীত ৰাজ পথত নাম-কীৰ্তন | https://www.newsnextone.com/aasu-protest-morigaon-sat/#comments |
20592 | কৃষ্টি প্ৰিয়া গগৈ 24 / 2019 উজনি অসমৰ চাহ বাগিচাসমূহত নিৰ্বাচনী মুনাফাৰ কাৰণে গাড়ীয়ে গাড়ীয়ে মজুত ৰাখিছে চুলাই মদ, অৰুণাচলী আৰু ডিমাপুৰৰ মদৰ। | কংগ্ৰেছৰ অভিযোগ : নিৰ্বাচনৰ বাবে উজনিৰ বাগিচাসমূহত মজুত কৰা হৈছে চুলাই মদ | https://www.newsasn.com/node/5827 |
20593 | প্ৰশান্ত ৰায়, বঙাইগাঁও আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বঙাইগাঁৱলৈ সুখ্যাতি তথা সুনাম কঢ়িয়াই আনে দুগৰাকী মেধাৱী ছাত্ৰীয়ে ৷ অসমৰ ভিতৰতে ষষ্ঠম আৰু সপ্তম স্থান দখল কৰিবলৈ সক্ষম হয় ক্ৰমে নিউ বঙাইগাঁও ছেইণ্ট এলবাৰ্ট স্কুলৰ ছাত্ৰী ভাস্বতী কলিতা আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী গৰীয়সী দেৱীয়ে ৷ ভাস্বতী কলিতাই আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ ৫৮৮ নম্বৰ লাভ কৰি সুনাম কঢ়িয়ায় বিদ্যালয়ৰ লগতে জিলাখনলৈ৷ ভৱিষ্যতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যযন কৰি তাৰ পাছত এগৰাকী ভাল চিকিত্সক হোৱাৰ সপোন থকাৰ কথা প্ৰকাশ কৰে মেধাৱী ছাত্ৰীগৰাকীয়ে। | ষষ্ঠ-সপ্তম স্থানৰে বঙাইগাঁৱলৈ সুনাম কঢ়িয়ালে দুগৰাকী ছাত্ৰীয়ে | https://janambhumi.in/VFdwRk1rNUVRVDA9/%E0%A6%B7%E0%A6%B7%E0%A7%8D%E0%A6%A0-%E0%A6%B8%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%AE-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8%E0%A7%B0%E0%A7%87-%E0%A6%AC%E0%A6%99%E0%A6%BE%E0%A6%87%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A7%B1%E0%A6%B2%E0%A7%88-%E0%A6%B8%E0%A7%81%E0%A6%A8%E0%A6%BE%E0%A6%AE-%E0%A6%95%E0%A6%A2%E0%A6%BC%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A6%B2%E0%A7%87-%E0%A6%A6%E0%A7%81%E0%A6%97%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%80-%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A7%87.html |
20594 | মৰিগাঁওঃ একাংশ লোকে জনমত গঢ়িবলৈ ব্যৱহাৰ কৰে ছ'চিয়েল মিডিয়াক৷ আন একাংশই অসামাজিক কামৰ বাবে ব্যৱহাৰ কৰে ছ'ছিয়েল মিডিয়াক৷ মৰিগাওঁ জিলাৰ ২নং গুণামৰাত শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে৷ এগৰাকী যুৱতীৰে ফেচবুক যোগে আত্মীয়তা গঢ়ি তুলি পৈশাচিক মনোকামনা পূৰ্ণ কৰি ৰঙা ঘৰৰ আলহী হয় কামৰূপ জিলাৰ বকোৰ এজন যুৱক। | ফেচবুক প্ৰেম আৰু প্ৰতাৰণা, জেলত প্ৰেমিক | https://www.newsnextone.com/facebook-love-assam-morigaon |
20595 | মাৰ্ঘেৰিটাঃ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে ৰাজ্যৰ মধ্য বিত্ত, দৰিদ্ৰ শ্ৰমিক, মজদুৰৰ নিদ্ৰাহৰণ কৰিছে৷ প্ৰতিদিনে হাতীৰ জাকে ঘৰ ভাঙি বহু লোকক গৃহহাৰা কৰি আহিছে৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে৷ জাগুনৰ আহোম পথাৰ গাঁৱকে ধৰি বহু গাঁৱত নিশা হলেই বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভাঙি বহু পৰিয়ালক গৃহ হাৰা কৰিছে। | তিনিচুকীয়াৰ জাগুনত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত, গৃহহাৰা বহু থলুৱা | https://www.newsnextone.com/print/12281 |
20596 | এ পি এছ চিৰ কেলেংকাৰিৰ চলি থকা তদন্তৰ বাবে আৰক্ষীক সময়সীমা বৃদ্ধি কৰি দিছে বিশেষ আদালতে। | এ পি এছ চিৰ কেলেংকাৰি : তদন্তৰ বাবে সময় সীমা বৃদ্ধি কৰিলে আদালতে | https://assam.nenow.in/%e0%a6%8f-%e0%a6%aa%e0%a6%bf-%e0%a6%8f%e0%a6%9b-%e0%a6%9a%e0%a6%bf%e0%a7%b0-%e0%a6%95%e0%a7%87%e0%a6%b2%e0%a7%87%e0%a6%82%e0%a6%95%e0%a6%be%e0%a7%b0%e0%a6%bf-%e0%a6%a4%e0%a6%a6%e0%a6%a8%e0%a7%8d/ |
20597 | তেজপুৰঃ আকৌ এবাৰ মোদী চৰকাৰ বুলি তেজপুৰ চহৰৰ মাজৰে ওলাল বিজেপিৰ ৰোড শ্ব'। | বিজেপিৰ ৰোড শ্ব'ত নেতৃত্ব ল'লে হিমন্ত বিশ্ব শৰ্মাই | https://www.newsnextone.com/tepur-bjp-road-show/#comments |
20598 | জ এ.এছ.এন. প্ৰতিনিধি / 2020 শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই: শিৱসাগৰৰ গৌৰীসাগৰত দেওবাৰে বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক ক'লা পতাকা প্ৰদৰ্শন কৰে 'আছু'ৱে। | শিৱসাগৰত বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক ক'লা পতাকা প্ৰদৰ্শন 'আছু'ৰ | https://www.newsasn.com/index.php/node/10743 |
20599 | গুৱাহাটীঃ ২০১৮-১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে। | মেট্ৰিকৰ ফলাফল ১৫ মে'ৰ ৯ বজাত হ'ব ঘোষণা | https://www.newsnextone.com/tb-hlsc-result-seba-15-may |
20600 | আজিৰে পৰা 'জাতিধ্বংসী' নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমতে অভিযান আৰম্ভ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। | শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিলো, কিন্তু আৰক্ষীয়ে অগণতান্ত্ৰিকভাৱে আটক কৰিছে : অখিল | https://assam.nenow.in/the-city-police-have-arrested-akhil-gogoi-when-he-was-protesting-against-cab/ |