id
stringlengths
1
4
translation
translation
8200
{ "as": "%s ৰ বাবে লক ফাইল সৃষ্টি কৰোঁতে ব্যৰ্থ: %s", "bs": "Nisam mogao zaključati datoteku za %s: %s" }
8201
{ "as": "%s ত lock file প্ৰাপ্ত কৰোতে সময় অন্ত হল। পুনৰ চেষ্টা কৰক।", "bs": "Isteklo vrijeme pri zaključavanju datoteke %s. Probajte ponovo kasnije." }
8202
{ "as": "fcntl(2) ৰ সাহায্যে লক কৰোঁতে ব্যৰ্থ: %s", "bs": "Nisam mogao zaključati koristeći fcntl(2): %s" }
8203
{ "as": "flock(2) ৰ সাহায্যে লক কৰোঁতে ব্যৰ্থ: %s", "bs": "Nisam mogao zaključati koristeći flock(2): %s" }
8204
{ "as": "লকিং হেল্পাৰ পাইপ সৃষ্টি কৰোঁতে ব্যৰ্থ: %s", "bs": "Ne mogu napraviti pomoćni 'pipe' za zaključavanje (baze podataka): %s" }
8205
{ "as": "লকিং হেল্পাৰ fork কৰোঁতে ব্যৰ্থ: %s", "bs": "Ne mogu podijeliti pomoćnika zaključavanja: %s" }
8206
{ "as": "'%s' লক কৰোঁতে ব্যৰ্থ: lock-helper ৰ ক্ষেত্ৰত প্ৰটোকল জড়িত ত্ৰুটি", "bs": "Ne mogu zaključati '%s': greška u protokolu s pomoćnikom zaključavanja" }
8207
{ "as": "'%s' লক কৰোঁতে ব্যৰ্থ", "bs": "Ne mogu zaključati '%s" }
8208
{ "as": "মেইল ফাইল %s পৰীক্ষা কৰোঁতে ব্যৰ্থ: %s", "bs": "Nisam mogao provjeriti datoteku pošte %s: %s" }
8209
{ "as": "মেইল ফাইল %s খোলোঁতে ব্যৰ্থ: %s", "bs": "Nisam mogao otvoriti datoteku pošte %s: %s" }
8210
{ "as": "অস্থায়ী মেইল ফাইল %s খোলোঁতে ব্যৰ্থ: %s", "bs": "Nisam mogao otvoriti privremenu datoteku pošte %s: %s" }
8211
{ "as": "অস্থায়ী ফাইল %s ৰ মাজত মেইল সংৰক্ষণ কৰোঁতে ব্যৰ্থ: %s", "bs": "Nisam mogao smijestiti poštu u privremenu datoteku %s: %s" }
8212
{ "as": "পাইপ সৃষ্টি কৰোঁতে ব্যৰ্থ: %s", "bs": "Nisam mogao napraviti 'pipe': %s" }
8213
{ "as": "fork কৰোঁতে ব্যৰ্থ: %s", "bs": "Ne mogu forkati: %s" }
8214
{ "as": "Movemail প্ৰগ্ৰাম ব্যৰ্থ: %s", "bs": "Program za premještanje pošte nije uspio: %s" }
8215
{ "as": "(‍অজ্ঞাত ত্ৰুটি)", "bs": "(Nepoznata greška)" }
8216
{ "as": "মেইল ফাইল পঢ়োতে ত্ৰুটি: %s", "bs": "Greška kod čitanja datoteke pošte: %s" }
8217
{ "as": "অস্থায়ী মেইল ফাইল লিখোতে ব্যৰ্থ: %s", "bs": "Greška kod pisanja privremene datoteke: %s" }
8218
{ "as": "অস্থায়ী মেইল ফাইল কপি কৰোঁতে ব্যৰ্থ: %s", "bs": "Greška kod kopiranja privremene datoteke: %s" }
8219
{ "as": "কোনো সমল উপলব্ধ নহয়", "bs": "Nema dostupnog sadržaja" }
8220
{ "as": "কোনো স্বাক্ষৰ উপলব্ধ নহয়", "bs": "Nema dostupnog potpisa" }
8221
{ "as": "বিশ্লেষণ কৰোঁতে ত্ৰুটি", "bs": "greška pri parsiranju" }
8222
{ "as": "সমাধান কৰা হৈছে: %s", "bs": "Nalazim: %s" }
8223
{ "as": "হস্ট সন্ধান ব্যৰ্থ", "bs": "Neuspjelo traženje domaćina" }
8224
{ "as": "ঠিকনা সমাধান কৰা হৈছে", "bs": "Pronalazim adresu" }
8225
{ "as": "নাম সন্ধান কৰোঁতে ব্যৰ্থ", "bs": "Traženje imena neuspjelo" }
8226
{ "as": "নাম সন্ধান কৰোঁতে ব্যৰ্থ: %s", "bs": "Traženje imena neuspjelo: %s" }
8227
{ "as": "'%s' ফোল্ডাৰৰ বাৰ্তা ডিস্কৰ মাজত পুনৰ সংমিহলি কৰা হৈছে", "bs": "Usklađivanje poruka u fascikli ’%s‘ sa diskom" }
8228
{ "as": "ভাৰছুৱেল ফোল্ডাৰৰ ই-মেইল যোগানকাৰী", "bs": "Virtual folder email provider" }
8229
{ "as": "এটা পৃথক ফোল্ডাৰ সংহতিৰ পৰা প্ৰশ্ন ৰূপে মেইল পঢ়াৰ বাবে ব্যৱহৃত", "bs": "Za čitanje pošte kao upita drugog niza direktorija" }
8230
{ "as": "%s ল'ড কৰোঁতে ব্যৰ্থ: বৰ্তমান চিস্টেমত মডিউল ল'ড কৰা সম্ভৱ নহয়।", "bs": "Ne mogu učitati %s: ovaj sistem ne podržava učitavanje modula." }
8231
{ "as": "%s ল'ড কৰোঁতে ব্যৰ্থ: %s", "bs": "Ne mogu učitati %s: %s" }
8232
{ "as": "%s ল'ড কৰোঁতে ব্যৰ্থ: মডিউলৰ মাজত প্ৰাৰম্ভিক ক'ড উপস্থিত নাই।", "bs": "Ne mogu učitati %s: nema koda za pokretanje u modulu." }
8233
{ "as": "'%s' প্ৰটোকলৰ বাবে কোনো যোগানকাৰী উপস্থিত নাই", "bs": "Nema dostupnog ponuđača za protokol „%s“" }
8234
{ "as": "বেনামী", "bs": "Anonimno" }
8235
{ "as": "এই বিকল্পৰ দ্বাৰা anonymous লগ-ইন সহযোগে চাৰ্ভাৰৰ সৈতে সংযোগ কৰা যাব।", "bs": "Spajanje na server korištenjem anonimne prijave." }
8236
{ "as": "প্ৰমাণীকৰণ ব্যৰ্থ।", "bs": "Neuspješna identifikacija." }
8237
{ "as": "অবৈধ ই-মেইল ঠিকনা অনুকৰণ তথ্য: %s", "bs": "Neispravna informacija o porijeklu emaila: %s" }
8238
{ "as": "অবৈধ opaque অনুকৰণ তথ্য: %s", "bs": "Neispravna informacija o prozirnom tragu: %s" }
8239
{ "as": "অবৈধ অনুকৰণ তথ্য: %s", "bs": "Neispravne informacija o porijeklu: %s" }
8240
{ "as": "CRAM-MD5", "bs": "CRAM-MD5" }
8241
{ "as": "এই বিকল্পৰ ফলস্বৰূপ চাৰ্ভাৰৰ দ্বাৰা সমৰ্থিত হলে সুৰক্ষিত CRAM-MD5 পাছৱাৰ্ড সহযোগে চাৰ্ভাৰৰ সৈতে সংযোগ কৰা যাব।", "bs": "Ova opcija će spojiti na server korištenjem šifre šifrirane CRAM-MD5 algoritmom, ako ga server podržava." }
8242
{ "as": "DIGEST-MD5", "bs": "DIGEST-MD5" }
8243
{ "as": "এই বিকল্পৰ ফলস্বৰূপ চাৰ্ভাৰৰ দ্বাৰা সমৰ্থিত হলে সুৰক্ষিত DIGEST-MD5 পাছৱাৰ্ড সহযোগে চাৰ্ভাৰৰ সৈতে সংযোগ কৰা যাব।", "bs": "Ova opcija će spojiti na server korištenjem šifre šifrirane DIGEST-MD5 algoritmom, ako ga server podržava." }
8244
{ "as": "চাৰ্ভাৰৰ প্ৰত্যাহ্বান অতিশয় লম্বা (>২০৪৮ অকটেট)", "bs": "Upit na server suviše dug (>2048 okteta)" }
8245
{ "as": "চাৰ্ভাৰৰ প্ৰত্যাহ্বান বৈধ নহয়", "bs": "Upit na server neispravan" }
8246
{ "as": "চাৰ্ভাৰৰ মাজত অবৈধ \"Quality of Protection\" টোকেন উপস্থিত আছে", "bs": "Upit na server je sadržao neispravan „Kvalitet zaštite“ unos" }
8247
{ "as": "চাৰ্ভাৰৰ প্ৰতিক্ৰিয়াৰ মাজত প্ৰমাণীকৰণ তথ্য অনুপস্থিত", "bs": "Odgovor servera nije sadržao podatke o autorizaciji" }
8248
{ "as": "চাৰ্ভাৰৰ প্ৰতিক্ৰিয়াৰ মাজত প্ৰমাণীকৰণ তথ্য অসম্পূৰ্ণ", "bs": "Odgovor servera je sadržao nekompletne podatke o autorizaciji" }
8249
{ "as": "চাৰ্ভাৰৰ প্ৰতিক্ৰিয়াত অমিল", "bs": "Odgovor servera se ne slaže" }
8250
{ "as": "GSSAPI", "bs": "GSSAPI" }
8251
{ "as": "এই বিকল্পৰ ফলস্বৰূপ Kerberos 5 প্ৰমাণীকৰণ সহযোগে চাৰ্ভাৰৰ সৈতে সংযোগ কৰাহ'ব।", "bs": "Ova opcija će povezati na server korištenjem Kerberos 5 prijave." }
8252
{ "as": "উপলব্ধ পৰিচয় দ্বাৰা উল্লিখিত ব্যৱস্থা সমৰ্থিত নহয়, অথবা প্ৰণয়ন দ্বাৰা অপৰিচিত।", "bs": "Odabrani mehanizam prijave nije podržan ili ga primjenjena metoda nije prepoznala." }
8253
{ "as": "উল্লিখিত target_name প্ৰাচল সঠিকৰূপে গঠিত নহয়", "bs": "Ponuđeni parametar ime_cilja nije pravilno formiran." }
8254
{ "as": "উল্লিখিত target_name প্ৰাচলৰ মাজত অবৈধ অথবা অসমৰ্থিত ধৰণৰ নাম উপস্থিত।", "bs": "Ponuđeni parametar ime_cilja je sadržao neispravnu ili nepodržnu vrstu imena." }
8255
{ "as": "input_token ৰ মাজত input_chan_bindings প্ৰাচলৰ মাধ্যমে উল্লিখিত চ্যানেল বাইন্ডিংৰ পৰা পৃথক মান উল্লিখিত হয়।", "bs": "input_token sadrži različita vezivanja za kanale od onih određenih preko parametra input_chan_bindings." }
8256
{ "as": "input_token ৰ মাজত অবৈধ স্বাক্ষৰ অথবা স্বাক্ষৰ পৰীক্ষা কৰা সম্ভৱ হোৱা নাই।", "bs": "input_token sadrži neispravnu strukturu ili potpis nije mogao biti provjeren." }
8257
{ "as": "পৰিপ্ৰেক্ষতিত প্ৰাৰম্ভৰ বাবে উল্লিখিত পৰিচয় বৈধ নহয়, অথবা পৰিচয়ৰ হ্যান্ডেল দ্বাৰা কোনো পৰিচয় চিহ্নিত কৰা নাযায়।", "bs": "Pružena uvjeravanja nisu bila ispravna za započinjanje procesa ili je nosač uvjerenja došao bez njih." }
8258
{ "as": "উল্লিখিত পৰিপ্ৰেক্ষতিত হ্যান্ডেল দ্বাৰা বৈধ পৰিপ্ৰেক্ষতিত চিহ্নিত কৰা হোৱা নাই।", "bs": "Pruženi nosač sadržaja nije upućivao na ispravan sadržaj." }
8259
{ "as": "input_token ৰ সুসংগতি পৰিক্ষা কৰাৰ উদ্দেশ্যে কৰা পৰীক্ষাসমূহ ব্যৰ্থ হৈছে।", "bs": "Neuspjele provjere cjelovitosti na input_token." }
8260
{ "as": "পৰিচয়ৰ সুসংগতি পৰিক্ষা কৰাৰ উদ্দেশ্যে কৰা পৰীক্ষাসমূহ ব্যৰ্থ হৈছে।", "bs": "Neuspjele provjere cjelovitosti na uvjerenjima." }
8261
{ "as": "নিৰ্দিষ্ট পৰিচয়সমূহৰ মেয়াদ উত্তীৰ্ণ হৈছে।", "bs": "Važenje traženih uvjerenja je isteklo." }
8262
{ "as": "চাৰ্ভাৰৰ পৰা প্ৰমাণীকৰণ প্ৰতিক্ৰিয়া সঠিক নহয়।", "bs": "Neispravan odgovor autentifikacije od servera." }
8263
{ "as": "অসমৰ্থিত নিৰাপত্তাৰ স্তৰ।", "bs": "Nepodržan sigurnosni sloj." }
8264
{ "as": "লগ-ইন", "bs": "Prijava" }
8265
{ "as": "এই বিকল্পৰ ফলস্বৰূপ এটা সাধাৰণ পাছৱাৰ্ড সহযোগে সংযোগ কৰা হ'ব।", "bs": "Ova opcija će povezati na server korištenjem obične šifre." }
8266
{ "as": "প্ৰমাণীকৰণৰ অবস্থা ‍অজ্ঞাত।", "bs": "Nepoznat status prijave." }
8267
{ "as": "NTLM / SPA", "bs": "NTLM / SPA" }
8268
{ "as": "এই বিকল্পৰ ফলস্বৰূপ NTLM / সুৰক্ষিত পাছৱাৰ্ড প্ৰমাণীকৰণ (SPA) সহযোগে এটা Windows-ভিত্তিক চাৰ্ভাৰৰ সৈতে সংযোগ কৰা হ'ব।", "bs": "Ova opcija će povezati na Windows server korištenjem NTLM / Sigurnosne provjere šifre." }
8269
{ "as": "PLAIN", "bs": "PLAIN" }
8270
{ "as": "SMTP ৰ পূৰ্বে POP", "bs": "POP prije SMTP-a" }
8271
{ "as": "এই বিকল্পৰ ফলস্বৰূপ SMTP সংযোগেৰ পূৰ্বে এটা POP সংযোগ প্ৰমাণীকৰণ কৰা হ'ব", "bs": "Ova opcija će odobriti POP vezu a zatim pokušati SMTP" }
8272
{ "as": "POP উৎস UID", "bs": "JIB POP izvora" }
8273
{ "as": "এটা অজ্ঞাত পৰিৱহন ব্যৱহাৰ কৰি POP ৰ আগত SMTP প্ৰমাণীকৰণ", "bs": "POP prije SMTP potvrde identiteta koristeći nepoznati transport" }
8274
{ "as": "এটা %s সেৱাৰ সৈতে POP ৰ আগৰ SMTP প্ৰমাণীকৰণৰ চেষ্টা কৰা হৈছে", "bs": "POP prije SMTP provjere je pokušan sa „%s“ uslugom" }
8275
{ "as": "সাধাৰণ অভিব্যক্তি কম্পাইল কৰোঁতে ব্যৰ্থ: %s: %s", "bs": "Neuspjelo komajliranje regularnog izraza: %s: %s" }
8276
{ "as": "প্ৰটোকল '%s' ৰ বাবে অবৈধ GType ৰেজিস্টাৰ কৰা হৈছে", "bs": "Registrovana je neispravan GType za protokol „%s“" }
8277
{ "as": "%s প্ৰমাণীকৰণ ব্যৰ্থ হল", "bs": "Nije uspjelo %s potvrđivanje identiteta" }
8278
{ "as": "বাৰ্তাসমূহ আগবঢ়োৱা সমৰ্থিত নহয়IMAP", "bs": "Nije podržano preusmjeravanje porukaIMAP" }
8279
{ "as": "অনুগ্ৰহ কৰি %s ৰ বাবে %s হস্টৰ উপৰ %s পাছৱাৰ্ড লিখক।", "bs": "Molim unesite %s lozinku za %s na domaćinu %s." }
8280
{ "as": "'%s ৰ প্ৰমাণপত্ৰ সন্ধান কৰোঁতে ব্যৰ্থ", "bs": "Nisam mogao da nađem certifikat za '%s'" }
8281
{ "as": "CMS বাৰ্তা সৃষ্টি কৰোঁতে ব্যৰ্থ", "bs": "Ne mogu da napravim CMS poruku" }
8282
{ "as": "স্বাক্ষৰিত CMS তথ্য সৃষ্টি কৰোঁতে ব্যৰ্থ", "bs": "Nije moguće potpisivanje CMS podataka" }
8283
{ "as": "স্বাক্ষৰিত CMS তথ্য সংযুক্ত কৰোঁতে ব্যৰ্থ", "bs": "Nije moguće priložiti potpisane CMS podatke" }
8284
{ "as": "CMS তথ্য সংযুক্ত কৰোঁতে ব্যৰ্থ", "bs": "Ne mogu da prikačim CMS podatke" }
8285
{ "as": "CMS ৰ স্বাক্ষৰকাৰী তথ্য সৃষ্টি কৰোঁতে ব্যৰ্থ", "bs": "Nije moguće pravljenje podataka o CMS potpisniku" }
8286
{ "as": "প্ৰমাণপত্ৰ শৃংখল সন্ধান কৰোঁতে ব্যৰ্থ", "bs": "Nije moguće nalaženje lanca sertifikata" }
8287
{ "as": "CMS স্বাক্ষৰৰ সময় যোগ কৰোঁতে ব্যৰ্থ", "bs": "Nije moguće dodavanje vremena CMS potpisa" }
8288
{ "as": "'%s ৰ এনক্ৰিপশন প্ৰমাণপত্ৰ অনুপস্থিত", "bs": "Sertifikat za šifrovanje ’%s‘ ne postoji" }
8289
{ "as": "SMIMEEncKeyPrefs বৈশিষ্ট্য যোগ কৰোঁতে ব্যৰ্থ", "bs": "Ne mogu da dodam atribut SMIMEEncKeyPrefs" }
8290
{ "as": "MS SMIMEEncKeyPrefs বৈশিষ্ট্য যোগ কৰোঁতে ব্যৰ্থ", "bs": "Ne mogu da dodam atribut MS SMIMEEncKeyPrefs" }
8291
{ "as": "এনক্ৰিপশন প্ৰমাণপত্ৰ যোগ কৰোঁতে ব্যৰ্থ", "bs": "Ne mogu da dodam certifikat za šifrovanje" }
8292
{ "as": "CMS স্বাক্ষৰকাৰী তথ্য যোগ কৰোঁতে ব্যৰ্থ", "bs": "Nije moguće dodavanje podatka o CMS potpisniku" }
8293
{ "as": "অপৰিক্ষীত", "bs": "Neprovereno" }
8294
{ "as": "ভাল স্বাক্ষৰ", "bs": "Dobar potpis" }
8295
{ "as": "বেয়া স্বাক্ষৰ", "bs": "Loš potpis" }
8296
{ "as": "পৰিবহনৰ সময়ত সমলৰ সৈতে চেৰেঠ কৰা হৈছে অথবা পৰিবৰ্তন কৰা হৈছে", "bs": "Sadržaj je izmijenjen ili oštećen pri prijenosu" }
8297
{ "as": "স্বাক্ষৰকাৰী প্ৰমাণপত্ৰ পোৱা নাযায়", "bs": "Sertifikat potpisa nije nađen" }
8298
{ "as": "স্বাক্ষৰকাৰী প্ৰমাণপত্ৰ বিশ্বস্ত নহয়", "bs": "Sertifikat potpisa nije povjerljiv" }
8299
{ "as": "স্বাক্ষৰকাৰী এলগৰিথম অজ্ঞাত", "bs": "Algoritam potpisa je nepoznat" }