text
stringlengths
1
2.59k
language
stringclasses
10 values
চলিত মাহত অনুষ্ঠিত হব ভাৰতবাংলাদেশ যুটীয়া পৰামৰ্শ আয়োগৰ বৈঠক
Assamese
চীনৰ সৈতে আলোচনা কিয় প্ৰধান মন্ত্ৰীয়ে শীঘ্ৰে মাতি পঠিয়াওক বিদেশ মন্ত্ৰী জয়শংকৰকস্বামী
Assamese
সীমান্তত যুদ্ধৰ দামামা ত গুলীয়াগুলিৰ ঘটনাই উত্তপ্ত কৰি তুলিছে পৰিস্থিতি
Assamese
বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈয়ে ডিঙিত পিতলৰ ৰিং পিন্ধা এই জনগোষ্ঠীটো আছে আমাৰ কাষতেই
Assamese
অষ্ট্ৰেলিয়াৰ সৈতে শত্ৰুতাৰ পৰিনাম ভূগিব চীনে কৰনাতকৈয়ো হব পাৰে বৃহৎ ক্ষতি
Assamese
সাপক গাখীৰ খুৱাই পুহি ৰাখিছে পাকিস্তানে ৰ শীৰ্ষ পদত অধিষ্ঠিত সন্ত্ৰাসবাদী ছালাহুদ্দিন
Assamese
কেৱল লাগে পুত্ৰ সন্তান অৱশেষত নেদেখাজনে দিলে ঢালি বাকি
Assamese
চীনে অপহৰণ কৰা পাঁচ ব্যক্তিৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অৰুণাচল আৰক্ষীয়ে
Assamese
যুদ্ধ হলে ভাৰত পৰাজিত হোৱাটো নিশ্চিত ভাৰতক সকীয়ালে চীনে
Assamese
সুমেৰুত জ্বলিছে জুই চপৰাচপৰে খহিছে বৰফ বাঢ়িছে কাৰ্বনৰ মাত্ৰা
Assamese
শুই থাকোতে মহিলাৰ মুখেৰে সোমাই গল ৪ ফুট দীঘল সাপ তাৰ পিছত কি হল চাওক ভিডিঅ
Assamese
মছজিদত এচিৰ ভয়াৱহ বিস্ফোৰণ শিশুসহ ১১ জন নিহত ৪০ ৰো অধিক অগ্নিদ্বগ্ধ
Assamese
ৰঙা চীনৰ নতুন চক্ৰান্ত ভাৰত বিৰোধী বিক্ষোভৰ বাবে নেপালক ধনৰ যোগান চীনৰ
Assamese
গল আহিল সেনাৰ বীৰত্ব প্ৰদৰ্শনৰ কাহিনীৰে অক্ষয় কুমাৰৰ একশ্যন গেম
Assamese
অৰুণাচল প্ৰদেশৰ পৰা ৫জন ভাৰতীয়ক অপহৰণ কৰিছে চীনৰ পিএলএই দাবী বিধায়কৰ
Assamese
লাডাখত অচলাৱস্থা দূৰ কৰিবলৈ মস্কোত ভাৰতচীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ২ঘন্টা ২০মিনিটৰ বৈঠক
Assamese
বিমানৰ ভিতৰত প্ৰচণ্ড গৰম কি ভয়ংকৰ কাম কৰিলে মহিলা যাত্ৰীয়ে চাওঁক
Assamese
সীমান্তত বাজিছে যুদ্ধৰ দামামালাডাখত উপস্থিত ভাৰতীয় সেনাৰ মুৰব্বী নাৰাভানে
Assamese
আদালতৰ ঐতিহাসিক ৰায় স্বামীৰ সকলো সম্পত্তিৰে ভাগ পাব হিন্দু বিধৱাই
Assamese
ভূমি দখলৰ চেষ্টালাডাখত পুনৰ চীনৰ সেনাৰে ভাৰতীয় সেনাৰ সংঘৰ্ষ
Assamese
কাশ্মীৰত পাকিস্তানৰ সেনাৰ গুলীত নিহত ভাৰতীয় সেনাৰ বিষয়া
Assamese
কুকুৰকে বাঘ সজাই এৰি দিলে ৰাজপথত উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী
Assamese
আমি কাৰো হাতৰ পুতলা নহয়—পাকিস্তানক কিয় সকিয়ালে ফাৰুক আব্দুল্লাই
Assamese
মৃত সৈনিকৰ স্মৃতি ফলকে প্ৰমাণ কৰে গালোৱানৰ সংঘৰ্ষত নিহত হৈছিল বহু চীনা সেনা
Assamese
সংঘাত বৃদ্ধি এইবাৰ ভাৰতেও দক্ষিণ চীন সাগৰত মোতায়েন কৰিলে যুদ্ধজাহাজ
Assamese
অৱশেষত সিদ্ধান্ত সলালে ভাৰতেৰাছিয়াত চীনপাকিস্তানৰ সৈতে ভাগ নলয় সামৰিক অনুশীলনত
Assamese
নিজ দেশত কনা প্ৰতিৰোধী চীনা ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি প্ৰদান বাংলাদেশৰ
Assamese
দক্ষিণ চীন সাগৰত যুদ্ধৰ দামামা মাৰ্কিন তহলদাৰী বিমানলৈ লক্ষ্য কৰি চীনৰ মিছাইল নিক্ষেপ
Assamese
চিৰবৈৰী ৰাষ্ট্ৰ চীনপাকিস্তানৰ সেনাৰ সৈতে সামৰিক প্ৰশিক্ষণত ভাগ লব ভাৰতে
Assamese
চীনক সকীয়নি জেনেৰেল ৰাৱাটৰ আলোচনা ব্যৰ্থ হলে একমাত্ৰ বিকল্প হব সেনাৰ অভিযান
Assamese
নীলমঝিলম বেহনে দোচীন বিৰোধী প্ৰতিবাদত উত্তাল পাকিস্তান অধিকৃত কাশ্মীৰ
Assamese
গালোৱানত ভাৰতীয় সেনাৰ হত্যাক দুৰ্ভাগ্যজনক আখ্যা চীনৰ ৰাষ্ট্ৰদূতৰ
Assamese
ছেপ্তেম্বৰত সীমা বিষয়ত আলোচনাত অংশ লব ভাৰতবাংলাদেশে
Assamese
আলোচনা ব্যৰ্থ হলে চীনৰ বিৰুদ্ধে সামৰিক শক্তি প্ৰয়োগৰ বিকল্প নাথাকিববিপিন ৰাৱাট
Assamese
ধনৰ লোভ ইণ্ডোনেছিয়াত থকা দূতাৱাসেই গোপনে বিক্ৰী কৰি দিলে পাকিস্তানৰ ৰাষ্ট্ৰদূতে
Assamese
চীনৰ চৰ্তপূব লাডাখৰ ফিংগাৰ ৪ ৰ পৰা প্ৰথমে সেনা আঁতৰাব লাগিব ভাৰতে
Assamese
ভাৰতক অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে চীনে এইবাৰ কৈলাস পৰ্বতত চীনৰ ক্ষেপণাস্ত্ৰ স্থাপন
Assamese
কৰাছীতে আছে মষ্ট ৱাণ্টেড ডাউদডাউদকে ধৰি ৮৮ সন্ত্ৰাসবাদীৰ বেংক একাউণ্ট জব্দ পাকিস্তানৰ
Assamese
পাকিস্তান ভাল ভাতৃ চিপিইচি কিডৰৰ ফলত সম্পৰ্ক অধিক শক্তিশালী হবজিনপিং
Assamese
প্ৰধানমন্ত্ৰী অলিৰ জ্ঞাতসাৰেই নেপালৰ ৭ খন জিলাত ড্ৰেগনৰ আগ্ৰাসন
Assamese
ৰাজহুৱা স্থানত পৰিধান কৰিব নালাগে মাস্ক চৰকাৰী নিৰ্দেশনাকলৈ কত হৈছে প্ৰতিক্ৰিয়া
Assamese
মুছলিম বিশ্বক হাত কৰাৰ চেষ্টাইজৰাইলক ৰাষ্ট্ৰ হিচাবে স্বীকৃতি নিদিয়ে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে
Assamese
ৰাখে হৰি মাৰে কোনে ১৮মহলাৰ পৰা পৰিও বাচি গল ৪বছৰীয়া শিশু
Assamese
টিকটকৰ পাছত এইবাৰ ট্ৰাম্পৰ লক্ষ্য চীনা কোম্পানী আলীবাবা
Assamese
বাংলাদেশত বিগত ২৪ ঘণ্টাত ২৫৯৫ গৰাকী লোক কনা সংক্ৰমিত ৩৭ গৰাকী লোকৰ মৃত্যু
Assamese
ত্ৰাহিমধুসূদন চীনৰ প্ৰলয়ংকৰী বানে খাদ্য সংকট নমাই আনিছে চুবুৰীয়া দেশ চীনত
Assamese
নেপালত ভয়ংকৰ ভূমিস্খলন শিশুমহিলাসহ ১৮ গৰাকী মৃত্যু ২১ গৰাকী সন্ধানহীন
Assamese
চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে লিখাৰ পৰিণাম নেপালৰ সাংবাদিকৰ মৃতদেহ উদ্ধাৰ
Assamese
অসমতে পোৱা এইবিধ ফল কি ফল চিনি পাইছেনে প্ৰতি কিলোগ্ৰামৰ দাম ৪০০ টকা
Assamese
পাকিস্তানে কিয় ভাৰততকৈ এদিন আগতে স্বাধীনতা দিৱস উদযাপন কৰেআপুনি জানেনে
Assamese
বিবুধিত চিকিৎসা বিজ্ঞানীচীনত পুনৰ কণাত আক্ৰান্ত দুগৰাকীকৈ ৰোগমুক্ত লোক
Assamese
ভাৰতত ১ হাজাৰ কোটি টকীয়া হাৱলা কেলেংকাৰি ভুৱা পাছপ্টসহ গ্ৰেপ্তাৰ হল চীনা নাগৰিক
Assamese
ধন আত্মসাতৰ গোচৰত দোষী সাব্যস্ত বাংলাদেশৰ প্ৰথমগৰাকী হিন্দু মুখ্য ন্যায়াধীশ
Assamese
চীনৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত ভাৰতীয় সেনা প্রতিৰক্ষা সম্পৰ্কীয় সংসদীয় কমিটিক জনালে সেনা প্ৰধানে
Assamese
ভাৰতলৈ কি বাৰ্তা নেপালৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিব নেপালৰ প্ৰধান মন্ত্ৰী কমিউনিষ্ট অলিয়ে
Assamese
এইবাৰ পৃথিৱীৰ মুধচ পামিৰ মালভূমিকো নিজৰ বুলি দাবী চীনৰ
Assamese
চীনভাৰতৰ আলোচনাডেপচাংলাডাখৰ পৰা সেনা অপসাৰণৰ দাবীত অটল ভাৰত
Assamese
অসম্ভৱ নহয় চীনআমেৰিকাৰ যুদ্ধঅষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছন
Assamese
শ্ৰীলংকাৰ নিৰ্বাচনত এছ এল পি পিৰ নিৰংকুশ বিজয়প্ৰধান মন্ত্ৰী হব মহিন্দা ৰাজাপাক্ষে
Assamese
হিন্দুস্তানী ৰাখী অভিযান ৪০০০কোটি টকাৰ লোকচানৰ সন্মুখীন চীন
Assamese
হেকাৰৰ চাইবাৰ ষ্ট্ৰাইক পাকিস্তানৰ ডন টিভিত জিলিকালে ভাৰতৰ ত্ৰিৰংগা
Assamese
প্ৰতিৰক্ষা দপ্তৰত চীনৰ গুপ্তচৰ ৱেব ছাইটৰ পৰাই অন্তৰ্ধান লাডাখত চীনৰ আগ্ৰাসনৰ তথ্য
Assamese
চীনত অচিন ৰোগ পোকৰ কামোৰত বিয়পিছে ভাইৰাছ ৭জনৰ মৃত্যু আক্ৰান্ত ৬০জন
Assamese
গুগলে ডিলিট কৰিলে ভুৱা খৱৰ বিয়পোৱা চীনৰ সৈতে সম্পৰ্কিত ২৫০০য়ুটিউব চেনেল
Assamese
এইবাৰ লাডাখ সীমান্তত নহয় উত্তৰাখণ্ডৰ লিপুলেখ সীমান্তত চীনৰ সৈন্য মোতায়েন
Assamese
বৰফ গলা নাই ভাৰতচীন সম্পৰ্কৰপুনৰ বন্ধুত্বৰ সম্ভাৱনা ক্ষীণ এছ জয় শংকৰ
Assamese
ফেপেৰি পাতিবলৈ এৰা নাই নেপালে ৰাষ্ট্ৰসংঘ আৰু ক প্ৰেৰণ কৰিব বিতৰ্কিত মানচিত্ৰ
Assamese
ত্ৰিপাক্ষিক চুক্তি বাতিল কৰিব নেপালে বন্ধ হব ভাৰতীয় সেনাত নেপালী নাগৰিকৰ নিযুক্তি
Assamese
পুনৰ চীনৰ জীয়া ফাঁকি লাডাখৰ পাংগঙত এতিয়াও মোতায়েন হৈ আছে চীনা সৈন্য
Assamese
চীনক আৰু এক আঘাত ভাৰতৰ এইবাৰ নিষিদ্ধ কৰা হল ৰঙীণ টিভি ছেটৰ আমদানি
Assamese
এইবাৰ জাপানত নিষিদ্ধ হোৱাৰ পথত
Assamese
ম্যানমাৰৰ খনি দুৰ্ঘটনাৰত্নৰ ভাণ্ডাৰ কাচিনত নাই কিয় চৰকাৰৰ নিয়ন্ত্ৰণ
Assamese
চীন নহয়চীনৰ প্ৰযুক্তিৰ প্ৰতি আসক্তি টিকটক কিনিবলৈ সাজু আমেৰিকা
Assamese
লকডাউনৰ সময়ত কৰা সহায়ৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালক ধন্যবাদ জনালে ভূটানৰ ৰজাই
Assamese
কে ধৰি নিষিদ্ধ হব পাৰে ২৭৫টা চীনা এপ
Assamese
যীশু খ্ৰীষ্টৰ সলনি জিনপিঙৰ ছবি বেৰত আঁৰিব লাগিব খ্ৰীষ্টধৰ্মী লোকে
Assamese
১৭ আগষ্টৰ পৰা নেপালত পুনৰ আৰম্ভ হব ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা
Assamese
জলদস্যু বিচাৰি ভাৰত মহাসাগৰত প্ৰৱেশ কৰা ড্ৰেগনক এশিকনি দিব ভাৰতে
Assamese
বিশ্বাসঘাতক চীন পূৱ লাডাখ সীমান্তত মোতায়েন যুদ্ধ বিমানসহ ৪০ হাজাৰ চীনা পদাতিক সৈন্য
Assamese
১ লাখ ৬৯ হাজাৰত বিক্ৰী বাংলাদেশৰ ডনাল্ড ট্ৰাম্প
Assamese
পি এল এৰে সম্পৰ্কঃ ৭টা চীনা কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ভাৰতে
Assamese
বেইজিঙক কেঁকোৰা চেপাঃ চীনৰ ১১টা কোম্পানী ব্লেক লিষ্টেড কৰিলে আমেৰিকাই
Assamese
কৰনাই এৰা নাই চীনক জিনজিয়াং প্ৰদেশত পুনৰ ২২জন কোভিড১৯ত আক্ৰান্ত
Assamese
ভাৰতৰ ২৫ বছৰীয়া যুৱতী আয়েশাই টোপনি হৰিছে ঢাকা আৰক্ষীৰ
Assamese
চীনভাৰত সংঘাতৰ মাজতে লাডাখত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
Assamese
নামনিত জলপ্ৰলয়ৰ প্ৰধান কাৰণ ভুটানৰ নদীবান্ধ
Assamese
পাকিস্তানে নিজৰ কৰ্মচাৰীৰ মাজতে দেখিছে ৰ ভূত
Assamese
কণা ভাইৰাছ সৃষ্টি কৰা চীনৰ বিজ্ঞানীয়ে যোগাযোগ ৰাখিছে মাৰ্কিন চোৰাংচোৱাৰে
Assamese
চীনে ভূটানৰ যিখিনি ঠাই নিজৰ বুলি দাবী কৰিছে তাতেই এতিয়া ভাৰতে নিৰ্মাণ কৰিব পথ
Assamese
নেপালত বান আৰু ভূমিস্খলনৰ তাণ্ডৱত ১৮ জন লোকৰ মৃত্যু ২৪ জন নিৰুদ্দেশ
Assamese
২২ বাৰ বিচাৰিও ভাৰতে পোৱা নাই এখন মেপ
Assamese
বানত বিধ্বস্ত চীন ৩.৮ কোটি লোক ক্ষতিগ্ৰস্ত ২.২৫ কোটি গৃহহীন ১৪১ৰো অধিক মৃত্যু
Assamese
ৰাম নেপালীহে ভাৰতীয় নহয় অযোধ্যা প্ৰকৃততে নেপালৰ এখন গাঁও নেপালৰ প্ৰধান মন্ত্ৰী অলি
Assamese
পেলনীয়া ফুট ছাই বেচি কোৰোণাৰে ধন চপাইছে বাংলাদেশে
Assamese
আঁতৰা নাই লাডাখ সংকটঃ অহা সপ্তাহত চীনৰ সৈতে পুনৰ আলোচনাত বহিব ভাৰত
Assamese
চীন আমেৰিকাক প্ৰত্যাহ্বান জনাই জাপানে নিৰ্মাণ কৰিব ষষ্ঠ প্ৰজন্মৰ যুদ্ধ বিমান
Assamese
বিপদে বেৰিছে চীনক এইবাৰ পিঠি দিলে অস্ট্ৰেলিয়া কানাডায়ো
Assamese
নেপালৰ হৈছে কি উত্তৰাখণ্ডৰ পাছত এইবাৰ বিহাৰত বন্ধ কৰিলে ভাৰতৰ ঘাইপথ নিৰ্মাণৰ কাম
Assamese
চীনা সৈন্যৰ পৰা মুক্ত হব নেকি লাডাখৰ গাৱলান উপত্যকা কি কলে ভাৰতীয় সেনাই
Assamese
বন্যপ্ৰাণী ভক্ষণ বন্ধ নকৰিলে ভবিষ্যতে কোভিড১৯ত কৈ ভয়াবহ মহামাৰীৰ সন্মুখিন হব বিশ্ব ৰাষ্ট্ৰ সংঘৰ প্ৰতিবেদন
Assamese