id
stringlengths
1
5
input
stringlengths
23
780
target
stringlengths
21
203
url
stringlengths
28
1.06k
301
তামুলপুৰঃ উত্তেজনাপূৰ্ণ হৈ পৰিছে বিশ্বকাপ ফুটবলৰ প্ৰতিখন মেচ৷ প্ৰতিখন মেচৰ প্ৰতিটো মুহূৰ্তই শিহৰিত কৰি তোলে প্ৰতিজন ফুটবলপ্ৰেমীক৷ সৃষ্টি হয় শ্বাসৰুদ্ধকাৰ পৰিবেশ৷ সীমাৰ পৰিধি ভাঙি সৰ্বত্ৰে জনপ্ৰিয়তাৰ তুংগত থকাৰ বাবেই বিশ্বকাপ ফুটবলক লৈ বহুদিনৰ আগৰে পৰাই অসমৰ নগৰ-চহৰৰ কথা বাদেই গাঁৱে-ভূঁঞে আৰম্ভ হৈছিল ফুটবলৰ চৰ্চা৷ তাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ অধীনৰ 'এ' আৰু 'বি' ডিভিজন ফুটবল লীগ শুকুৰবাৰৰ পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে৷ শুকুৰবাৰে প্ৰথমখন খেল বৈৰাথী দল আৰু গুথাল ক্লাৱৰ মাজ অনুষ্ঠিত হয়৷ প্ৰথমখন খেল উদ্ধোধন কৰে তামুলপুৰৰ মহকুমাধিপতি সুজিত বাগলাৰীয়ে।
ফুটবলৰ জ্বৰত আক্ৰান্ত তামুলপুৰ, আৰম্ভ হৈছে 'এ' আৰু 'বি' ডিভিজন ফুটবল
https://www.newsnextone.com/tamulpur-football
302
ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত পুৰণিগুদামত বুধবাৰে দুপৰীয়া বিদ্যুৎস্পৃষ্ট হৈ এটি পশুধনৰ মৃত্যু হয়৷ জানিব পৰা মতে, পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সমীপত বিগত বহু দিন ধৰি উন্মুক্ত অৱস্থাত থকা এটা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ বিষয়াচুকৰ দণ্ডী শইকীয়াৰ গাভিনী গাইজনীৰ মৃত্যু হয়৷ ইয়াৰ পূৰ্বেও উক্ত স্থানত বিদ্যুৎস্পৃষ্ট হৈ এটা পশুধনৰ মৃত্যু হোৱাৰ লগতে এজন ব্যক্তিৰ কথমপি প্ৰাণ ৰক্ষা পৰিছিল।
পুৰণিগুদামত বিদ্যৎস্পৃষ্ট হৈ পশুধনৰ মৃত্যু
https://www.newsnextone.com/samaguri-cattle-electrocutted
303
নাওকাটাঃ নেৰানেপাৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে শনিবাৰে নিশাৰ ভাগত এৰি দিয়ে কুৰিশ্বু নদীৰ বান্ধৰ পানী৷ বান্ধৰ পানীয়ে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে বিটিএডিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চললৈ।
ভূটানে এৰিলে বান্ধৰ পানী, বিটিএডিৰ ভূটান সীমান্তত বানৰ তাণ্ডৱ
https://www.newsnextone.com/flood-indo-bhutan-area/#comments
304
শিৱসাগৰঃ শিৱসাগৰৰ নাট্যমন্দিৰত অহা ৯ জুলাইত সদৌ অসম ভিত্তিত প্ৰাইজমনি সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ ভাস্কৰজ্যোতি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত শিৱসাগৰত ৯ জুলাইত অনুষ্ঠিত হ'বলগীয়া সংগীতম এক নৃত্য মহোৎসৱৰ লগত সংগতি ৰাখি সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
শিৱসাগৰত সত্ৰীয়া নৃত্য প্ৰতিযোগিতা
https://www.newsnextone.com/traditonal-dance-competition-sivsagar-natya-mandir/#comments
305
মঙলদৈঃ দুৰ্যোগ প্ৰশমনৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যখনৰ অনান্য জিলাৰ লগতে দৰঙতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় আন্তৰ্জাতিক দুৰ্যোগ প্ৰশমন দিৱস।
মঙলদৈত আন্তৰ্জাতিক দুৰ্যোগ শংকা প্ৰশমন দিৱস
https://www.newsnextone.com/durjog-prosomon-diva-held-in-mangaldoi/#comments
306
নলবাৰীঃ নলবাৰীৰ পূৱ প্ৰান্তৰ কেন্দুকুছি গাওঁ নিবাসী শিক্ষাবিদ, বনভাগ খাটা দিহজাৰী হাইস্কুলৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সাহিত্যসেৱী অবিন চন্দ্ৰ নাথৰ সোমবাৰে পৰলোকগমন হয়৷ ১৯৩৯ চনৰ ২৫ ডিচেম্বৰত কেন্দুকুছিত জন্ম গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত সমগ্ৰ পূৱ নলবাৰী অঞ্চলটোত শোকৰ ছাঁ পৰে৷ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত প্ৰয়াত নাথে সাহিত্যৰ জগতখনটো যথেষ্ট অৱদান আছে।
নলবাৰীৰ বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয় প্ৰতিষ্ঠাপক অবিন চন্দ্ৰ নাথৰ মৃত্যু
https://www.newsnextone.com/special-teacher-death-at-nalbari
307
গোৰেশ্বৰ/মুছলপুৰঃ বিটিএডিৰ পৰা অবড়ো গাওঁ কৰ্তন আৰু পৃথক বড়োলেণ্ডৰ বিৰোধিতা কৰি অহা ২২ এপ্ৰিলৰ পুৱা ৬বজাৰ পৰা ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে অবড়ো সুৰক্ষা সমিতিয়ে।
২২ এপ্ৰিলত অবড়ো সুৰক্ষা সমিতিৰ অসম বন্ধৰ আহ্বান
https://www.newsnextone.com/assam-bandh-by-obodo-suraksha-samiti/#comments
308
অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 2 পৰিবহন আইন উলংঘা কৰা সৰু-বৰ যান -বাহনে ভৰি পৰিল শিৱসাগৰৰ পৰিবহন কাৰ্য্যালয়ৰ চৌহদ 4 বিদ্যা ভাৰতী শিশু শিক্ষা সমিতি অসমৰ পূৰ্ণকালীন কার্যকৰ্তাৰ তিনিদিনীয়া বৈঠক আজিৰে পৰা আৰম্ভ।
বিদ্যা ভাৰতী শিশু শিক্ষা সমিতি অসমৰ পূৰ্ণকালীন কার্যকৰ্তাৰ তিনিদিনীয়া বৈঠক আৰম্ভ
http://firstnewsreport.com/%e0%a6%ac%e0%a6%bf%e0%a6%a6%e0%a7%8d%e0%a6%af%e0%a6%be-%e0%a6%ad%e0%a6%be%e0%a7%b0%e0%a6%a4%e0%a7%80-%e0%a6%b6%e0%a6%bf%e0%a6%b6%e0%a7%81-%e0%a6%b6%e0%a6%bf%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a6%be/
309
তেজপুৰঃ বিদেশী তথা এআৰচি বিষয়ত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে ঐতিহ্যমণ্ডিত তেজপুৰৰ এগৰাকী প্ৰকৃত নাগৰিকক হাৰাশাস্তি কৰাৰ অভিোগ উত্থাপন হৈছে।
থলুৱা দত্ত উপাধীৰ লোকক বিদেশী বুলি হাৰাশাস্তি, তেজপুৰত চাঞ্চল্য
https://www.newsnextone.com/print/8478
310
কাৰাগাৰৰ পৰা মুকলি হৈ আহিয়ে পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।
আত্মসমৰ্পণ এখন নাটক, কিছু সন্ত্ৰাসবাদী সংগঠনে আত্মসমৰ্পণৰ যোগেৰে আত্মপ্ৰকাশ কৰিছে
https://assam.nenow.in/sringkhal-chaliha-criticize-bjp-led-govt-at-press-meet/
311
ৰঙিয়াঃ ৰঙিয়াৰ মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন নিহত
https://www.newsnextone.com/rangia-acc-2-killed-girl/#comments
312
ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ নাওজানৰ শ্ৰীশ্ৰী সাৰ্ব্বজনীন নামঘৰত ধনশিৰি গণ মঞ্চৰ উদ্যােগত পশ্চিম নাওজান আঞ্চলিক গণমঞ্চৰ সহযোগত ১৫ দিনীয়াকৈ আয়োজন কৰা দশৱতাৰ আৰু কৃষ্ণ নৃত্য কৰ্মশালাৰ আজি সামৰণি পৰে।
ধনশিৰিত দশৱতাৰ আৰু কৃষ্ণ নৃত্যৰ কৰ্মশালাৰ সামৰণি
https://www.newsnextone.com/happy-ending-of-work-shop-dhansiri
313
নলবাৰীঃ দেওবাৰে নন্দন তাত্ত্বিক, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, শিক্ষাবিদ ত্ৰৈলোক্যনাথ গোস্বামীৰ স্মৃতিচাৰণ সভা আৰু স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ অসম সাহিত্য সভাৰ শতবৰ্ষ উদযাপনৰ নলবাৰী জিলা সমিতি, জিলা সাহিত্য সভা আৰু আৰ্য শাখা সাহিত্য সভাৰ উদ্যোগত নলবাৰী শংকৰদেৱ একাডেমীত আবেলি ৩ বজাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা উদ্বোধন কৰে সাহিত্যিক অশ্বিনী কুমাৰ শৰ্মাই।
প্ৰয়াত সাহিত্যিক ত্ৰৈলোক্য নাথ গোস্বামী স্মৰণ
https://www.newsnextone.com/print/8097
314
কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি কালি গণপ্ৰহাৰৰ সন্মুখীন হোৱা ঘোঁৰাপাৰাৰ আনোৱাৰ হুছেইন(২৫) নামৰ নষ্ট চৰিত্ৰৰ যুৱকজন নিয়মীয়া অটোচালক নহয় বুলি আজি স্পষ্ট কৰি দিছে নৰ্থ কোকৰাঝাৰ অটো এচোচিয়েচনৰ সভাপতি ব্ৰীকেন ব্ৰহ্ম আৰু সম্পাদক অশোক বসুমতাৰীয়ে।
ছাত্ৰীক অশালীন ব্যৱহাৰ কৰা যুৱকক জেললৈ প্ৰেৰণ
https://www.newsnextone.com/eve-teaser-sent-to-jail/#comments
315
বি জি বণ্ডেড ৱেৰ হাউচৰ কেলেংকাৰিত প্ৰত্যক্ষ ভাৱে জড়িত শ্ৰীৰামপুৰত কৰ পৰিদৰ্শক হিচাপে কৰ্মৰত নিৰু দাসক কালি অসম আৰক্ষীৰ চি আই ডি য়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
চি আই ডিৰ জালত বিক্ৰী কৰ পৰিদৰ্শক নিৰু দাস
https://assam.nenow.in/%e0%a6%9a%e0%a6%bf-%e0%a6%86%e0%a6%87-%e0%a6%a1%e0%a6%bf%e0%a7%b0-%e0%a6%9c%e0%a6%be%e0%a6%b2%e0%a6%a4-%e0%a6%ac%e0%a6%bf%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%95%e0%a7%b0-%e0%a6%aa%e0%a7%b0/
316
তীব্ৰবেগী বলেৰ'ই মহতিয়াই নিলে বৃদ্ধক সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ প্ৰণৱজ্যোতি কলিতা নলবাৰী ২৮ জুনঃ- কিলাৰ হাইৱৈ খ্যাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰীৰ পাইকাৰকুছিত নিশা প্ৰায় ১০•৩০ বজাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা।
নলবাৰীৰ পাইকাৰকুছিত নিশা ভয়ংকৰ দুৰ্ঘটনা
http://firstnewsreport.com/%e0%a6%a8%e0%a6%b2%e0%a6%ac%e0%a6%be%e0%a7%b0%e0%a7%80%e0%a7%b0-%e0%a6%aa%e0%a6%be%e0%a6%87%e0%a6%95%e0%a6%be%e0%a7%b0%e0%a6%95%e0%a7%81%e0%a6%9b%e0%a6%bf%e0%a6%a4-%e0%a6%a8%e0%a6%bf%e0%a6%b6%e0%a6%be/
317
ছিপাঝাৰঃ দৰং জিলাৰ ছিপাঝাৰত শ্ৰেণী কোঠা এৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।
ছিপাঝাৰত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
https://www.newsnextone.com/sipajhar-sudent--protest-for-road/#comments
318
ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্য্যাতনৰ ঘটনা সংঘটিত হোৱাৰ সমান্তৰালকৈ নলবাৰীতো কালি যৌতুকৰ বাবে নাৰী নিৰ্য্যাতনৰ বলি হ'ল এগৰাকী মহিলা।
নলবাৰীত যৌতুক বিচাৰি স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ
https://assam.nenow.in/%e0%a6%a8%e0%a6%b2%e0%a6%ac%e0%a6%be%e0%a7%b0%e0%a7%80%e0%a6%a4-%e0%a6%af%e0%a7%8c%e0%a6%a4%e0%a7%81%e0%a6%95-%e0%a6%ac%e0%a6%bf%e0%a6%9a%e0%a6%be%e0%a7%b0%e0%a6%bf-%e0%a6%b8%e0%a7%8d%e0%a6%ac/
319
গেষ্ট্ৰিক-এচিডিটি সমস্যাৰ কেইটামান ঘৰুৱা দিহা জিন্তি বৈশ্য অক্টোবৰ ২৩, ২০১৯ 0 ২২৯ 1 গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যা আমাৰ মাজত প্ৰায়েৰে থাকে বুলি কলেও ভুল নহব কিজানি!
গেষ্ট্ৰিক-এচিডিটি সমস্যাৰ কেইটামান ঘৰুৱা দিহা - ভাল খবৰ
https://bhalkhabar.com/%e0%a6%97%e0%a7%87%e0%a6%b7%e0%a7%8d%e0%a6%9f%e0%a7%8d%e0%a7%b0%e0%a6%bf%e0%a6%95-%e0%a6%8f%e0%a6%9a%e0%a6%bf%e0%a6%a1%e0%a6%bf%e0%a6%9f%e0%a6%bf-%e0%a6%b8%e0%a6%ae%e0%a6%b8%e0%a7%8d%e0%a6%af%e0%a6%be/
320
ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মহাভাৰতৰ যুগৰ পৰাই ইণ্টাৰনেট সেৱা আছিল বুলি বিতৰ্কৰ সূচনা কৰাৰ পিছত এইবাৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ এটা মন্তব্যই নতুন বিতৰ্কৰ সূচনা কৰিছে।
ৰাজনীতি নতুন কথা নহয়, ৰামৰাজৰ বাবে ভগৱান ৰামে-ধৰ্মৰ বাবে কৃষ্ণই ৰাজনীতি কৰিছিল
https://www.newsnextone.com/lord-rama-and-krishna-indulged-in-politics-to-achieve/#comments
321
দুলিয়াজানঃ বিজয়া দশমীৰ আনন্দ উলাহৰ মাজতে দুলিয়াজানত প্ৰতিমা বিসৰ্জন দিবলৈ গৈ এজন যুৱক নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দুলিয়াজানৰ বৰুৱা তিনিআলিত শনিবাৰে দেৱী দুৰ্গাক বিদায় দিবলৈ শ শ লোক সমবেত হৈছিল৷ টিপলিং দিহিং নৈত দেৱীক বিসৰ্জন দিয়াৰ সময়ত বৰুৱা তিনিআলি নিৱাসী ৰাজেন্দ প্ৰসাদ আগৰৱালাৰ দ্বিতীয় পুত্ৰ সুমেশ আগৰৱালা নৈৰ পানীত ডুব যায়৷ নৈৰ সোতে যুৱকজনে তৎমুহূৰ্ততে দুৰলৈ লৈ যোৱাত হুৱাদুৱা লাগে৷ স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযোন অব্যাহত ৰাখিছে যদিও যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
দুলিয়াজানত প্ৰতিমা বিসৰ্জন দিবলৈ গৈ পানীত ডুবিল যুৱক
https://www.newsnextone.com/missing-youth-duliajan-time-of-doshami/#comments
322
ওদালগুৰিঃ ওদালগুৰি জিলাৰ দৰং-ওদালগুৰি সীমান্তৰ ওতলা গাঁৱত ভাৰতীয় সেনাই অভিযান চলাই শনিবাৰে দিনৰ প্ৰায় ১০.৩০ বজাত অস্ত্ৰ সহ এগৰাকী সন্দেহজনক আলফা কেডাৰক আটক কৰিবলৈ সক্ষম হয়৷ ওদালগুৰিৰ গলন্দীৰ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ গজৰাজ বাহিনী আৰু ওদালগুৰি আৰক্ষীয়ে দৰং-ওদালগুৰি সীমান্তৰ ওতলা গাঁৱত অভিযান চলাই টংকেশ্বৰ কেওট(৪৮) নামৰ সন্দেহজনক লোকজনক আলফাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰে৷ সংযুক্ত মুক্তি বাহিনী অসমৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোতে অভিযান চলাই গাঁও খনৰ এঘৰ লোকৰ ঘৰত তালাচী চলাই লোকজনক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে।
সেনা-আৰক্ষীৰ অভিযানত সন্দেহজনক আলফা কেডাৰ আটক, পিষ্টল উদ্ধাৰ
https://www.newsnextone.com/print/12056
323
ৰঙিয়াঃ উত্তৰ পূৰ্বাঞ্চলক বঞ্চিত কৰাৰ অভিযোগত মঙলবাৰে ৰঙিয়াত কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে আছুৱে৷ ৰেলৱেত উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া নিয়োগ মণ্ডল গঠন কৰাৰ দাবীত আৰু উত্তৰ পূৱৰ থলুৱা শিক্ষীত যুৱক-যুৱতীক বঞ্চিত কৰাৰ বিৰুদ্ধে ৰেল মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি ৰঙিয়া আছুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ সন্মুখত উপস্থিত হৈ ভাৰতীয় ৰেল বিভাগৰ বিৰুদ্ধে শ্ল'গান দি কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।
ৰঙিয়াত জ্বলিল ৰেল মন্ত্ৰীৰ প্ৰতিকৃতি, উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া নিয়োগ মণ্ডল গঠনৰ দাবী
https://www.newsnextone.com/rangia-aasu-protest-for-railway-job/#comments
324
বোকাজানঃ কাৰ্বি স্বায়ত্ত পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে বিজেপিৰ আভ্যন্তৰত তীব্ৰতৰ হৈ পৰিছে সংঘাত।
৩ কোটি টকাত ক্ৰয় কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ টিকট
https://www.newsnextone.com/karbi-anglong-election-bribes-for-ticket
325
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট গোৰেশ্বৰঃ বেংকটো সুৰক্ষিত নহয় আপোনাৰ ধন৷ প্ৰতিদিনে দেশত বেংকৰ গ্ৰাহকৰ ধন আনে ট্ৰেন্সাফাৰ কৰি নিয়াৰ বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে বাক্সা জিলাৰ গোৰেশ্বৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ নাওকাটা শাখাৰ বহু গ্ৰাহকৰ গ্ৰাহকৰ ধন হৰলুকি হোৱাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
গোৰেশ্বৰৰ বেংকত টকা জমা আছে যদি সাৱধান, উলিয়াই নিব পাৰে টকা
https://www.newsnextone.com/print/8090
326
বৰগোহাঁই 11 / 2020 কেন্দ্ৰীয় চৰকাৰে অসমৰ জনতাৰ প্ৰতিবাদী কণ্ঠক গুৰুত্বহীন কৰি নাগৰিকত্ব সংশোধনী আইন দেশজুৰি কাৰ্যকৰী কৰাৰ পিছতে পুনৰ জাঙুৰ খাই উঠিছে প্ৰতিবাদী জনতাৰ লগতে অসমৰ দল-সংগঠনসমূহ।
কা' কাৰ্যকৰী হোৱাৰ পিছত পলাশ চাংমাইৰ মন্তব্য-'ৰাইজ এতিয়া ক্ষোভত ফাটি পৰিছে
https://www.newsasn.com/node/10688
327
ফাইল ফটো মোৰাঝাৰঃ বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হোজাইৰ ডবকাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ চৰকাৰৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে৷ ডবকাৰ পান বজাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক পত্যাহাৰৰ দাবীত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ প্রতিকৃতি দাহ কৰি বিজেপি মুৰ্দাবাদ, বিজেপি-আৰএছএছ মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
ডবকাত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ
https://www.newsnextone.com/kmss-doboka-protest/#comments
328
আজি ওদালগুৰি জিলাৰ বদলাপাৰা-ৰাজাগড় গড়কাপ্টানী পথৰ শুক্লাই কালানদী নৈৰ ওপৰত ২৫০ মি. দৈৰ্ঘ্যৰ এখন পকী দলঙৰ আধাৰশিলা কৰে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।
ওদালগুৰিত দলঙৰ আধাৰশিলা স্থাপন বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ
https://assam.nenow.in/%e0%a6%93%e0%a6%a6%e0%a6%be%e0%a6%b2%e0%a6%97%e0%a7%81%e0%a7%b0%e0%a6%bf%e0%a6%a4-%e0%a6%a6%e0%a6%b2%e0%a6%99%e0%a7%b0-%e0%a6%86%e0%a6%a7%e0%a6%be%e0%a7%b0%e0%a6%b6%e0%a6%bf%e0%a6%b2%e0%a6%be/
329
তেজপুৰঃ তেজপুৰ চহৰৰ মাজমজিয়া পৰুবাত অৱস্থিত এখন প্ৰাথমিক বিদ্যালয়, নাম জ্যোতি সোঁৱৰণী প্ৰাথমিক বিদ্যালয়।
এফালে সুৰাৰ দোকান, আনফালে শিক্ষা অনুষ্ঠান
https://www.newsnextone.com/school-in-front-of-wine-shop-at-tezpur/#comments
330
ডিজিটেল ডেস্কঃ বিশিষ্ট ন্যায়াধীশ ৰঞ্জন গগৈয়ে বুধবাৰে মুখ্য ন্যায়াধীশ পদত শপত গ্ৰহণ কৰে৷ ৮৬ সংখ্যক দেশৰ মুখ্য ন্যায়াধীশৰ পদত গগৈক শপত গ্ৰহণ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে৷ ৰাষ্ট্ৰপতি ভৱনত পদ আৰু গোপনীয়তাৰ শপত পাঠ কৰোৱাই ৰঞ্জন গগৈক৷ ইয়াৰ পাছতেই আদালতৰ ন্যায়াধীশ সঞ্জয় কিশন কৌল আৰু ন্যায়াধীশ এম জোচেফৰ লগত বিভিন্ন বিষয়ৰ ওপৰত শুনানি কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে৷ উল্লেখযোগ্য যে দেশৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা ৰঞ্জন গগৈয়েই হৈছে অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ব্যক্তি।
অসমৰ প্ৰথমগৰাকী দেশৰ মুখ্য ন্যায়াধীশৰ ৰূপত ৰঞ্জন গগৈ
https://www.newsnextone.com/assam%27s-first-man-ranjan-gogoi-who-become-india%27s-chief-judge
331
নতুন দিল্লীঃ জম্মু-কাশ্মীৰৰ পুলৱামা আক্ৰমণে ৰাজ্যখনত দপদপাই থকা সন্ত্ৰাসবাদীৰ শক্তিৰ উমান দিলে।
ভাৰতত এতিয়া পিয়াপি দি ফুৰিছে জেহাদি
https://www.newsnextone.com/two-terrorists-arrested-up/#comments
332
শিলচৰঃ যোৱা কেইবাটাও দিন ধৰি বানৰ কৱলত পৰি কেইবাখনো জিলাৰ কেইবা হাজাৰ লোকে হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছে৷ ৰাজ্যৰ কেইবা খনো জিলাৰ বহু পৰিয়ালে সকলো হেৰাই চকুলো টুকি দিন পাৰ কৰিছে৷ অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চল, হোজাই জিলা, বৰাক উপত্যকাৰ কৰিমগঞ্জ-হাইলাকান্দি জিলা, গোলাঘাটৰ বোকাখাত-কাজিৰঙা অঞ্চল বছৰৰ প্ৰথমটো বানৰ কৱলত পৰে৷ হাইলাকান্দিত জিলাৰ বহিঃজগতৰ সৈতে যোগাযোগ বন্ধ হৈ পৰে।
বৰাকৰ বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী কেশৱ মহন্তই, শিবিৰত পৰ্যাপ্ত খাদ্য নিদিয়াৰ অভিযোগ
https://www.newsnextone.com/minister-kesab-visit-barak-vally-assam
333
মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত বৃহস্পতিবাৰে নিশা সংঘটিত ভয়াবহ অগ্নিকাণ্ডত দুখনকৈ ব্যৱসায় প্ৰতিষ্ঠান, ব্ৰইলাৰ দোকান, গাড়ীৰ বিস্তৰ ক্ষতি হয়৷ দেৱস্থান বজাৰত নিশা প্ৰায় এক বজাত সংঘটিত অগ্নিকাণ্ডত দুখন ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে এখন আই-১০ গাড়ী অগ্নিদগ্ধ হয়৷ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সমীপৰ এখন ব্ৰইলাৰ মুৰ্গীৰ দোকানকো জুয়ে আগুৰি ধৰাত প্ৰায় শতাধিক ব্ৰয়লাৰ মুৰ্গীৰ মৃত্যু হয়৷ হাওৰাঘাটৰ পৰা যোৱা দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাত আন বহুকেইখন দোকান ৰক্ষা পৰে৷ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে স্পষ্ট হোৱা নাই৷ প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
মোৰাঝাৰত ভয়াবহ অগ্নিকাণ্ড, জাহ গল দোকান, ব্ৰইলাৰ, গাড়ী
https://www.newsnextone.com/fire-in-debastan
334
মোৰাঝাৰঃ যোৱা ২৪ ঘণ্টা ধৰি দি থকা নেৰানেপেৰা বৰষুণ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাতো বহু ঠাই প্লাৱিত হয়৷ বিভিন্ন ৰাস্তা-ঘাটত পানী উঠাৰ লগতে পথাৰ সমূহো প্লাৱিত হৈ পৰা৷ তাৰ মাজতে এটি পৰিয়ালৰ দুটি সন্তান পথাৰত জমা হোৱা পানীত ডুব যায় মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷ জিলাখনৰ হোজাই আৰক্ষী থানাৰ অন্তৰ্গত ৱাৰীগেডিং অঞ্চলত এই ঘটনা সংঘটিত হয়।
পথাৰৰ পানীত খেলি থাকোতেই পানীত ডুবি একেই পৰিয়ালৰ দুই কন্যাৰ মৃত্যু
https://www.newsnextone.com/two-sister-died-flood
335
গোৱালপাৰাঃ অহা ২০ নৱেম্বৰত গোৱালপাৰা জিলাৰ শিমলিতোলাত আমছুৰ উদ্যোগত অনুষ্ঠিত হ'ব বিশাল সমাবেশ৷ জিয়াগুৰীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ বগুৱান কঠালবাৰী আঞ্চলিক সহযোগত আৰু খেৰোপাৰা, জিয়াগুৰী, কানকাটা, ফৰেষ্ট কানকাটা সাখা সমিতিৰ উদ্যোগত ডি-ভোটাৰ সমস্যা, শিক্ষা আৰু বাল্যবিবাহ সমস্যাৰ সন্দৰ্ভত এই সমাবেশ আয়োজন কৰা বুলি জানিব পৰা গৈছে৷ অসমৰ বিভিন্ন অঞ্চলত শিক্ষা, বাল্যবিবাহৰ ঘটনা সংঘটিত হৈ থকা দেখা যায়।
২০ নৱেম্বৰত গোৱালপাৰাৰ জিয়াগুৰীত অনুষ্ঠিত হ'ব আমছুৰ সমাবেশ
https://www.newsnextone.com/open-meeting-at-goalpara-aamsu
336
আগমণিঃ শিক্ষক দিৱসৰ প্ৰাকমুহূৰ্তত ধুবুৰী জিলাত এগৰাকী টেট শিক্ষয়িত্ৰীয়ে আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্তত আত্মহত্যাৰ অপচেষ্টা শিক্ষয়িত্ৰীৰ
https://www.newsnextone.com/teacher-tried-to-suicide-agamoni/#comments
337
ডিফুঃ ইছলাম ধৰ্মাবলম্বী সকলৰ পৱিত্ৰ ৰমজানৰ ৰোজা উপলক্ষে ২০ বিএন চিআৰপিএফৰ উদ্যোগত ডিফুৰ বিৰলাস্থিত প্লাইউদ ফেক্টৰীত এক ইফ্ তাৰ পাৰ্টীৰ আয়োজন কৰা হয়৷ ইফতাৰ পাৰ্টীত ২০ বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট অনিল কুমাৰ, বিষয়া আৰু জোৱান সকলে অংশ গ্ৰহণ কৰে৷ কামাণ্ডেণ্ট অনিল কুমাৰে পৱিত্ৰ ৰমজান মাহৰ তাৎপৰ্য বাখ্যা কৰি ৰোজাৰ জৰিয়তে আত্মসংযম, দান, দয়া আদিৰ ভাব জন্ম হোৱাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি-সম্প্ৰীতিৰ মনোভাব গঢ় লৈ উঠিব বুলি কয়৷ ইফতাৰ পাৰ্টীত ডিফুৰ ইমাম মৌলানা হুছেইন আহমেদ উপস্থিত থাকে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
ডিফুত চিআৰপিএফৰ ইফতাৰ
https://www.newsnextone.com/iftar-party-at-diphu/#comments
338
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে যিসকল লোকে সমাজৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰে আৰু যিসকলে বন্দুকৰ ভাষা বুজি পায় তেওঁলোকক বন্দুকৰ ভাষাৰে বুজাব লাগিব বুলি কয়৷ বৃহস্পতিবাৰে সুৰক্ষাৰ কথা উল্লেখ কৰি যোগীয়ে প্ৰত্যেকগৰাকী লোকৰ সুৰক্ষা নিশ্চিত হোৱাৰ লগতে যিসকলে সমাজৰ পৰিৱেশ বিনষ্ট কৰিব বিচাৰে আৰু বন্দুকৰ ভাষা বুজে তেওঁলোকক বন্দুকৰ ভাষাৰে বুজাব লাগিব কয়৷ 'মই প্ৰশাসনক ভয় কৰাৰ কোনো প্ৰয়োজন নাই'- যোগীৰ এই মন্তব্য।
বন্দুকধাৰীক বন্দুকেৰে উত্তৰ দিব যোগী আদিত্যনাথে, লাল টুপিক সতৰ্কবাণী
https://www.newsnextone.com/yugi-adittonath-
339
মাৰ্ঘেৰিটাঃ উজনি অসমত পুনৰ আৰক্ষীৰ জালত পৰিছে গোৰ্খা লিবাৰেশ্যন আৰ্মীৰ সদস্য।
পুনৰ আৰক্ষীৰ জালত গোৰ্খা লিবাৰেশ্যন আৰ্মীৰ সদস্য
https://www.newsnextone.com/print/2938
340
তেজপুৰঃ অসম চৰকাৰৰ পুৰাত্বত আৰু সাংস্কৃতিক সঞ্চালকালয় উদ্যোগৰ পুৰাত্বত আৰু ঐতিহাসিক ক্ষেত্ৰ সমুহৰ উন্নয়ন আৰু বিকাশৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
তেজপুৰ বিশ্ববিদ্যালয়ত পুৰাত্বত উন্নয়ন সম্পৰ্কত মন্ত্ৰী কেশৱ মহন্তৰ সভা
https://www.newsnextone.com/tezpur-univ-keshab-mahanta-meet-today
341
ডিজিটেল ডেস্কঃ ভীষণ সমস্যাৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব সৰ্বসাধাৰণ।
ঔষধক লৈ হাহাকাৰ, ৩০ মে'ত বন্ধ থাকিব ফাৰ্মাচী
https://www.newsnextone.com/medical-stores-to-stay-shut-on-may-30/#comments
342
ভুৱা পৰিচয়ৰে আপত্তি দাখিলৰ ষড়যন্ত্ৰত এনআৰচি কৰ্মচাৰী জড়িত থকাৰ গুৰুতৰ অভিযোগ বিধায়কজনৰ ষড়ানন বৰা, চামগুৰিঃ শুকুৰবাৰে চামগুৰিত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাক চোকা সমালোচনাৰে তুচ্ছ-তাচ্ছিল্য কৰিলে ধিঙৰ বিধায়ক আমিনুল ইছলামে।
চামগুৰিত আছুক কটাক্ষ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ
https://www.newsnextone.com/print/19704
343
চামগুৰিঃ নগাঁও জিলাৰ জুৰীয়াৰ বিশিষ্ট সমাজকৰ্মী, এজন সুদক্ষ ফুটবল খেলুৱৈ তথা বন বিভাগৰ কৰ্মচাৰী আবু নছৰ ৱাহিদৰ মৃত্যু৷ বিগত কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা ৱাহিদে বৃহস্পতিবাৰে গুৱাহাটীৰ এখন চিকিৎসালয়ত নিশা শেষ নিশ্বাস ত্যাগ কৰে।
বিশিষ্ট সমাজকৰ্মী আবু নছৰ ৱাহিদৰ মৃত্যুত শোকস্তব্ধ নগাঁৱৰ জুৰীয়াবাসী
https://www.newsnextone.com/nagaon-socail-worker-nashar-wahid-death/#comments
344
উজ এ.এছ.এন. প্ৰতিনিধি 01 / 2018 বাবা ৰামদেৱৰ পতঞ্জলী কেন্দ্ৰৰ যোগ নিৰীক্ষক সীতানাথ বৰালৰ বিতৰ্কিত মন্তব্যক লৈ উত্তাল হৈ পৰিছে গোলাঘাট চহৰ।
গোলাঘাটত পতঞ্জলী প্ৰতিষ্ঠান বন্ধৰ হুংকাৰ
https://www.newsasn.com/index.php/node/2091
345
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ ইউনাইটেড বেংক অব ইণ্ডিয়াৰ শাখাত বৃহস্পতিবাৰে নিশা চুৰিকাণ্ড সংঘটিত কৰা দুজনীয়া চোৰৰ দলটোক মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত গভাইত চোৰ দুটা বেবেজীয়া চাৰিআলিৰ সুৰেন্দ্ৰ কুমাৰ শৰ্মা আৰু ঘাঁহী উজনিকুৰিৰ পংকজ দাস বুলি জানিব পৰা গৈছে।
বেবেজীয়াৰ বেংকত লুটপাত চলোৱা দুৰ্বৃত্তক কৰায়ত্ত
https://www.newsnextone.com/bebejia-bank-looter-arrested
346
আমগুৰিঃ বৃহস্পতিবাৰে আমগুৰিৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।
পথ দুৰ্ঘটনা নিহত নৱম শ্ৰেণীৰ ছাত্ৰ
https://www.newsnextone.com/amguri-nano-car-accident-student/#comments
347
জোনাইঃ জোনাই মহকুমা প্ৰশাসনে স্থানীয় গান্ধী ময়দানত উলহ-মালহেৰে ৭১ তম স্বাধীনতা দিৱস উদযাপন কৰে।
জোনাইত স্বাধীনতা দিৱস পালন
https://www.newsnextone.com/independence-day-jonai/#comments
348
ৰঙিয়াঃ ৰঙিয়াৰ সমীপৰ মৰাণজানাত ৩১নং ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়৷ জানিব পৰা মতে, তীব্ৰবেগী স্ক'ৰপিঅ এখনে পথৰ দাতিৰে চাইকেল চলাই আহি থকা কমলপুৰৰ প্ৰদীপ কলিতা নামৰ লোকজনক খুন্দা মাৰে।
চাইকেল আৰোহীক খুন্দিয়াল স্কৰ্পিঅ'ই
https://www.newsnextone.com/road-accident-moranjan/#comments
349
ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ এক শিহৰণকাৰী হত্যাকাণ্ডই কঁপাই তুলিছে বিশ্ববাসীক।
১১ মহীয়া কন্যাক হত্যা পিতৃৰ, ফেচবুকত কৰিলে লাইভ
https://www.newsnextone.com/man-kills-his-own-child-then-dies-facebook-live/#comments
350
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ অনন্ত নাগত পুনৰ সন্ত্ৰাসবাদীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰিছে৷ নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰাত ২ চিআৰপিএফৰ জোৱানৰ মৃত্যু হৈছে৷ জানিব পৰা মতে, কাশ্মীৰৰ অনন্তনাগৰ আচৱাল চ'কত শুকুৰবাৰে পহৰা দি থকা চিআৰপিএফৰ জোৱানক অতৰ্কিতে আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে৷ ফলত দুই জোৱান শ্বহীদ হোৱাৰ লগতে এজন জোৱান আৰু এজন সাধাৰণ নাগৰিক আহত হয়৷ ইতিমধ্যে সেনা, অৰ্ধসামৰিক বাহিনীয়ে প্ৰত্যুত্তৰ দি অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ চিআৰপিএপৰ উপ-পৰিদৰ্শক মীনা আৰু কনিষ্টবল সন্দীপৰ মৃত্যু হয়৷ সন্ত্ৰাসবাদীৰ দলক বিচাৰি সমগ্ৰ এলেকা ঘেৰি লৈ অভিযান চলাই থকা হৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ ভয়াবহ আক্ৰমণ, শ্বহীদ ২ CRPF জোৱান
https://www.newsnextone.com/Visuals-from-Jammu-AndKashmir-Security-forces-at-Anantnag
351
নতুন দিল্লীঃ বিজেপিৰ নেতা শত্ৰুঘ্ন সিনহাই শনিবাৰে কংগ্ৰেছত যোগ দিয়ে৷ এই সন্দৰ্ভত তেওঁ 'ৱান মেন' 'টু মেন আৰ্মী' বুলি কৈ বিজেপিক লক্ষ্য কৰি কয়৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু ৰণদীপ সূৰ্যেৱালাৰ উপস্থিতিত দলটোত যোগ দিয়ে শত্ৰুঘ্ন সিনহাই।
খামুচ... বিজেপি 'ৱান মেন শ্ব' 'টু মেন আৰ্মী
https://www.newsnextone.com/Shatrughan%2BSinha%2Bjoin%2Bcongress
352
াফ ৰিপ'ৰ্টাৰ 18 / 2018 ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা ব্যক্তিসকলে পশ্চিমবংগত আশ্ৰয় ল'বগৈ পাৰে!
কঠোৰ মমতা ! এন আৰ চিত বাদ পৰা ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ পশ্চিমবংগত
https://www.newsasn.com/node/280
353
চৰাইদেউঃ কোনে বন্ধ দিছে অসম৷ ভূৱা প্ৰচাৰ চলিছে অসম বন্ধৰ৷ কেইবাটাও সংগঠনে বন্ধ সন্দৰ্ভত স্পষ্টি কৰণ দিয়াৰ লগতে অহা ২০ আৰু ২১ জুলাইত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কোনো ধৰণৰ ৪৮ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনোৱা নাই বুলি আজি স্পষ্ট কৰে।
বন্ধ দিয়া নাই জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে
https://www.newsnextone.com/ajycp-didn%27t-called-assam-bandh/#comments
354
নাগৰিকত্ব সংশোধনী বিধেয়কখন পৰ্যালোচনাৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতিৰ শুকুৰবাৰে আয়োজন কৰা বিশেষ বৈঠকখন শেষ মুহূৰ্তত বাতিল কৰা হয়।
নাগৰিকত্ব সংশোধনী বিধেয়ক : জেপিচিৰ বৈঠক বাতিল, আগন্তুক অধিৱেশনত দাখিল কৰিব চূড়ান্ত প্ৰতিবেদন
https://assam.nenow.in/%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%95%e0%a6%a4%e0%a7%8d%e0%a6%ac-%e0%a6%b8%e0%a6%82%e0%a6%b6%e0%a7%8b%e0%a6%a7%e0%a6%a8%e0%a7%80-%e0%a6%ac%e0%a6%bf%e0%a6%a7%e0%a7%87%e0%a7%9f-87/
355
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, মাজুলীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিত কান্দিছে কৃষকে৷ শ শ কৃষকে এটুপি খোৱা পানী, এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে কৃষকে৷ বানৰ সময়ত চাউল, দাইল ছটিয়াই দায়িত্ব সামৰা এই সকল কৃষকৰ খবৰ ল'বলৈ আহৰি নাই চৰকাৰ কিম্বা বিধায়ক সৰ্বানন্দ সোণোৱালৰ৷ মাজুলীৰ সদৰৰ পৰা প্ৰায় বিশ কিঃ মিঃ নিলগৰ কৰতিপাৰ বাঘগাঁও অঞ্চল।
খবৰ ল'ব কোনে, মাজুলীৰ কৰতিপাৰত কান্দিছে কৃষকে
https://www.newsnextone.com/print/5679
356
ডিজিটেল ডেস্কঃ পাকিস্থানৰ ৰাজপথত বাৱাহলপুৰ এলেকাত তেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ বিস্ফোৰিত হোৱাৰ ফলত অগ্নিদগ্ধ হৈ ১২৯ গৰাকী লোক নিহত হোৱা বুলি সংশ্লিষ্ট পাক বিষয়াই সদৰী কৰিছে।
টেংকাৰ বিস্ফোৰণ, জীৱন্তে অগ্নিদগ্ধ হৈ ১২৯ জনৰ মৃত্যু
https://www.newsnextone.com/tanker-blast-at-pak-kills-129-140-injured
357
জ এ.এছ.এন. প্ৰতিনিধি / 2019 নগাঁৱৰ পৰা ৱাহিদুদ জামানৰ প্রতিবেদন:২৩ জুন: নগাঁও আৰক্ষীয়ে আজি অভিযান চলাই অস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
নগাঁৱত আৰক্ষীৰ অভিযানত অস্ত্ৰ ব্যৱসায়ী গ্ৰেপ্তাৰ: পিষ্টল জব্দ
https://www.newsasn.com/node/7700
358
পাঞ্জাবাৰীঃ নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি আহিছে বৰ লুইতৰ বুকু।
বিপদ সীমাৰ ওপৰেৰে লুইত, মহানগৰীত বন্ধ ফেৰী সেৱা
https://www.newsnextone.com/feri-services-stopped-in-city/#comments
359
জ এ.এছ.এন. প্ৰতিনিধি 13 / 2018 পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কেবল সূতা-কম্বলৰ ৰাজনীতি কৰি ক্ষমতা দখল কৰি অহা বুলি ইমানদিনে তুচ্ছ-তাচ্ছিল্য কৰি অহা বৰ্তমানৰ বিজেপি চৰকাৰখনৰ একাংশ মন্ত্ৰী-বিধায়কেও এতিয়া যে একে পথকেই গ্ৰহণ কৰিছে আজি যেন তাৰেই প্ৰমাণ পোৱা গ'ল ৰঙিয়া চহৰৰ সমীপৱৰ্তী তুলসীবাৰীৰ মাৰলিথানত।
চৰকাৰী সূতা নোপোৱাৰ অভিযোগত ৰঙিয়াৰ মাৰলিথানত মন্ত্ৰী ভৱেশ কালিতাক ঘেৰাও
https://www.newsasn.com/node/830
360
কেন্দ্ৰীয় চৰকাৰে সৰ্ব শিক্ষা কাৰ্যসূচীৰ নিয়মিত খৰচৰ বাবে অনাদায় হৈ থকা ১৩৫ কোটি টকা মোকলাই দিয়াত মেঘালয়ৰ সৰ্ব শিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলে সকাহ লাভ কৰিলে।
মেঘালয়ৰ সৰ্ব শিক্ষাৰ অধীনৰ শিক্ষকসকলক সকাহ দিলে কেন্দ্ৰই
https://assam.nenow.in/%e0%a6%ae%e0%a7%87%e0%a6%98%e0%a6%be%e0%a6%b2%e0%a7%9f%e0%a7%b0-%e0%a6%b8%e0%a7%b0%e0%a7%8d%e0%a6%ac-%e0%a6%b6%e0%a6%bf%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a6%be%e0%a7%b0-%e0%a6%85%e0%a6%a7%e0%a7%80/
361
নতুন দিল্লীঃ পাকিস্তানৰ ৰাৱালপিণ্ডিত পাক সেনাৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ১৫ জন লোকৰ মৃত্যু হয়।
পাকিস্তানত বিমান দুৰ্ঘটনা, ১৫ জনলোক নিহত
https://www.newsnextone.com/pakistan-air-crash
362
অসমৰ ৬টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰি জনজাতি সন্থা সমন্বয়ক সমিতিয়ে আহ্বান জনোৱা ২৪ ঘণ্টীয়া বন্ধৰ বিৰোধিতা কৰিছে সদৌ অসম মটক ছাত্ৰ সন্মিলনে।
জনজাতি সন্থা সমন্বয়ক সমিতিৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ বিৰোধিতা সদৌ অসম মটক যুব ছাত্ৰ সন্মিলনৰ
https://assam.nenow.in/aamycs-has-opposed-tomorrows-24-hrs-assam-bandh-called-by-coordination-committee-of-tribal-orgs/
363
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত আৰু সোণাই ৰূপাই অভয়াৰণ্যৰ কাষেৰে বৈ যোৱা গাভৰু নদীৰ বালিচৰত আজি এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মিছামাৰীৰ গাভৰু নদীৰ বালিচৰত মৃতদেহ উদ্ধাৰ
https://www.newsnextone.com/deadbody-recover-in-misamari/#comments
364
গুৱাহাটীঃ দেশ আৰু জনগণৰ বাবে হাতত কলম তুলি লৈ আজীৱন জনগণৰ সেৱা কৰি শুকুৰবাৰে আমাৰ মাজৰ পৰা অচিনা দেশলৈ গুছি গল অসমৰ দৈনিক বাতৰি কাকতৰ পিতামহ, জ্যেষ্ঠ সম্পাদক, বিশিষ্ট বুদ্ধিজীৱী ৰাধিকা মোহন ভাগৱতীয়ে।
ৰাধিকা মোহন ভাগৱতীৰ মৃত্যুত আলফা স্বাধীনৰ শোক প্ৰকাশ
https://www.newsnextone.com/ulfa-condolonce-for-radhika-mohan-bhagawati/#comments
365
ডিব্ৰুগড়ঃ বৃহস্পতিবাৰে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি কাশ্যপ চৌধুৰী আৰু সাধাৰণ সম্পাদক নিৰংকুশ নাথে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
পৰীক্ষাৰ বিসংগতি, তদন্ত কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী এছএফআইৰ
https://www.newsnextone.com/print/13749
366
গুৱাহাটীঃ অভিনয়ৰ জৰিয়তে দৰ্শকক আমোদ দি দি অৱশেষত অকালতে জীৱনৰ নাট সামৰিলে অভিনেতা পৰাগ শৰ্মাই।
মঞ্চ অভিনেতা পৰাগ শৰ্মাৰ বিয়োগ
https://www.newsnextone.com/print/18574
367
অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 2 পৰিবহন আইন উলংঘা কৰা সৰু-বৰ যান -বাহনে ভৰি পৰিল শিৱসাগৰৰ পৰিবহন কাৰ্য্যালয়ৰ চৌহদ 4 গুৱাহাটীৰ প্ৰতিবেদক।
জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী সন্মিলনীৰ অৱস্থান ধৰ্মঘট
http://firstnewsreport.com/%e0%a6%9c%e0%a6%a8%e0%a6%9c%e0%a6%be%e0%a6%a4%e0%a6%bf%e0%a6%95%e0%a7%b0%e0%a6%a3%e0%a7%b0-%e0%a6%a6%e0%a6%be%e0%a6%ac%e0%a7%80%e0%a6%a4-%e0%a6%95%e0%a7%8b%e0%a6%9a-%e0%a7%b0%e0%a6%be%e0%a6%9c/
368
নলবাৰীঃ নলবাৰীত জনসমুদ্ৰ৷ নলবাৰী মহাবিদ্যালয়ত কেৱল অগণন মানুহ আৰু মানুহ৷ পিছে আজি নলবাৰীত মিছা প্ৰতিশ্ৰুতিৰ ফুলজাৰি ফুটোৱা নেতাক চাবলৈ মানুহৰ ভিৰ লগা নাই৷ মানুহ আহিছে মানুহৰ বাবে কান্দিব জনা এখন হৃদয় চাবলৈ৷ মানুহৰ বাবে মানুহ হৈ জীয়াই থাকিব জনা শিল্পীগৰাকীক চাবলৈ৷ আজি দিনৰ ভাগত যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু তথা অসম নক্ষত্ৰ শিল্পী জুবিন গাৰ্গে 'মিছন চাইনা' বোলছবিৰ প্ৰচাৰ চলাবলৈ নলবাৰী কলেজ বাকৰিত উপস্থিত হয়৷ বিশাল জনসমুদ্ৰৰ মাজত শিল্পী গৰাকীক আদৰণী জনায় জুবিন ফেন ক্লাৱ, নলবাৰী কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু নলবাৰীবাসীয়ে।
নলবাৰীত জুবিন গাৰ্গৰ 'মিছন চাইনা' বোলছবিৰ প্ৰচাৰত জনসমুদ্ৰ
https://www.newsnextone.com/zubeen-at-nalbari/#comments
369
বাবুল বৰুৱা,হালোৱাটিং "নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে অসমত এজনো অসমীয়া বিধায়ক হ'ব নোৱাৰিব।
আমগুৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী সভা
https://janambhumi.in/VFdwTmQwNVVSVDA9/%E0%A6%86%E0%A6%AE%E0%A6%97%E0%A7%81%E0%A7%B0%E0%A6%BF%E0%A6%A4-%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%A4%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A6%82%E0%A6%B6%E0%A7%8B%E0%A6%A7%E0%A6%A8%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A7%87%E0%A7%9F%E0%A6%95-%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80-%E0%A6%B8%E0%A6%AD%E0%A6%BE.html
370
তেজপুৰঃ তেজপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানুৱে শনিবাৰে কয় যে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে।
মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছেঃ ভানু
https://www.newsnextone.com/tezpur-vanu-propagenda
371
ডিজিটেল ডেস্কঃ আমেৰিকাত বাহাল থকা প্ৰব্ৰজন আইনখনক মুৰ্খৰ আইন আখ্যা দিয়া বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে প্ৰব্ৰজনকাৰীক জন্তু আখ্যা দিয়ে বৃহস্পতিবাৰে।
অবৈধ অনুপ্ৰৱেশকাৰীসকল জন্তু
https://www.newsnextone.com/trump-says-immigrants-are-animals/#comments
372
অৱশেষত কোঁচ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আক্ৰাছুৰ দুটা গোটৰ একত্ৰীকৰণ সম্পন্ন হ'ল।
কোঁচ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আক্ৰাছুৰ নতুন সমিতি গঠন
https://assam.nenow.in/%e0%a6%86%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%9b%e0%a7%81%e0%a7%b0-%e0%a6%a8%e0%a6%a4%e0%a7%81%e0%a6%a8-%e0%a6%b8%e0%a6%ae%e0%a6%bf%e0%a6%a4%e0%a6%bf-%e0%a6%97%e0%a6%a0%e0%a6%a8/
373
কৌতুক 10 জতুৱা-ঠাঁচ (ঠাঁচ মানে চৰ) - পল্লৱী কলিতা নতুনকৈ বিয়া হৈ গৈছোঁ।
জতুৱা-ঠাঁচ (ঠাঁচ মানে চৰ) - পল্লৱী কলিতা - ফটাঢোল
https://fotadhol.com/%e0%a6%9c%e0%a6%a4%e0%a7%81%e0%a7%b1%e0%a6%be-%e0%a6%a0%e0%a6%be%e0%a6%81%e0%a6%9a-%e0%a6%a0%e0%a6%be%e0%a6%81%e0%a6%9a-%e0%a6%ae%e0%a6%be%e0%a6%a8%e0%a7%87-%e0%a6%9a%e0%a7%b0-%e0%a6%aa%e0%a6%b2/?replytocom=7581#respond
374
বৰগোহাঁই 27 / 2019 ভাৰতৰ ভূমিত এলঅ'চি অতিক্ৰম কৰি প্ৰৱেশ কৰা পাকিস্তানৰ এফ-১৬ বিমান উফুৰাই দিলে ভাৰতীয় সেনাই।
ভাৰতীয় বায়ুসেনাৰ দ্বাৰা পাক এফ-১৬ ভূপতিত
https://www.newsasn.com/index.php/node/5323
375
বাঘবৰ/অভয়াপুৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ ফলত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৩০ জনতকৈয়ো অধিক লোকে।
কলগাছিয়া-অভয়াপুৰীত বানত দুটি শিশুৰ মৃত্যু
https://www.newsnextone.com/flood-two-child-died-lower-assam/#comments
376
নলবাৰীঃ নলবাৰীৰ পূৱ প্ৰান্তৰ কেন্দুকুছি গাওঁ নিবাসী শিক্ষাবিদ, বনভাগ খাটা দিহজাৰী হাইস্কুলৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সাহিত্যসেৱী অবিন চন্দ্ৰ নাথৰ সোমবাৰে পৰলোকগমন হয়৷ ১৯৩৯ চনৰ ২৫ ডিচেম্বৰত কেন্দুকুছিত জন্ম গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যুত সমগ্ৰ পূৱ নলবাৰী অঞ্চলটোত শোকৰ ছাঁ পৰে৷ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত প্ৰয়াত নাথে সাহিত্যৰ জগতখনটো যথেষ্ট অৱদান আছে।
নলবাৰীৰ বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয় প্ৰতিষ্ঠাপক অবিন চন্দ্ৰ নাথৰ মৃত্যু
https://www.newsnextone.com/special-teacher-death-at-nalbari/#comments
377
জ ডেস্ক 26 / 2020 ৰাজ্য কঁপাই যোৱা ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰে জড়িত মুঠ ১৬গৰাকী অভিযুক্তৰ চাৰি গৰাকীক নির্দোষী ঘোষণা কৰি বাকী ১২গৰাকীক কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ আদালতে সাৱ্যস্ত কৰিলে দোষী।
আদালতে দোষী সাব্যস্ত কৰা ঝংকাৰ শইকীয়াৰ হত্যাকাৰীৰ হৈ ওকালতি সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি সাতটা সংগঠনৰ
https://www.newsasn.com/index.php/node/11101
378
বৰপেটাৰোডঃ ৰাজ্যত হোৱা প্ৰলয়ংকৰী বানপানীৰ ফলত মঙলবাৰে আবেলি বৰপেটা জিলাৰ বৰপেটাৰোডৰ সমীপৰ গান্ধাৰীপাৰাত এটি প্ৰায় ডেৰবছৰীয়া শিশুৰ মৃত্যু হয়৷ মৃত্যু হোৱা শিশুটি মুন্নাচ আলিৰ পুত্ৰ চুমেদ আলি বুলি জানিব পৰা গৈছে৷ শিশুটোৱে ঘৰৰ পিছপিনে যাওঁতে বানপানীৰ প্ৰবল সোঁতে উটুৱাই নিয়াৰ ফলতেই মৃত্যু হয় বুলি জানিব পৰা গৈছে৷ পিছত দূৰৈত শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
গান্ধাৰীপাৰাত এটি শিশুৰ সলিল সমাধি
https://www.newsnextone.com/borpeta-gandhibari-one-child-dead-body-recover/#comments
379
ৰাম মন্দিৰ-বাবৰি মচজিদ গোচৰৰ শুনানী তাৰিখ ১০ জানুৱাৰী নিৰ্দ্ধাৰণ কৰিলে উচ্চতম ন্যায়লয়ে।
প্ৰসংগ-ৰাম মন্দিৰ গোচৰ ! পুনৰ তাৰিখ
https://neindianews.com/%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%b8%e0%a6%82%e0%a6%97-%e0%a7%b0%e0%a6%be%e0%a6%ae-%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a6%bf%e0%a7%b0-%e0%a6%97%e0%a7%8b%e0%a6%9a%e0%a7%b0-%e0%a6%aa%e0%a7%81/
380
ৰঙিয়াঃ পৰিবৰ্তন আৰু উন্নয়নৰ শ্ল'গানেৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে আছুই৷ বাট-পথ উন্নয়নৰ দাবীত আজি ৰঙিয়াত আছুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ সাব্যস্ত কৰি বাট-পথ উন্নয়ণৰ দাবী জনায়৷ পশ্চিম ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া-ধমধমা সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰি থকা এই পথটোৱে বহুদিন ধৰি অঞ্চলবাসীক যমৰ যাতনা ভুগাই আহিছে৷ আনহাতে জৱাহৰ নৱোদয় বিদ্যালয়লৈ যোৱা গুৰুত্বপূৰ্ণ এই পথটোৰ দুৰ্দশাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলেও।
পথ মেৰামতিৰ দাবীত ৰঙিয়াত আছুৰ প্ৰতিবাদ
https://www.newsnextone.com/road-protest-by-assu-in-rangia
381
জাজৰিঃ সমগ্ৰ দেশৰ প্ৰতিখন জিলাক সামৰি অনুষ্ঠিত হোৱা নিউ ইণ্ডিয়া মন্থনৰ লক্ষ্যৰে 'সংকল্পৰ পৰা সিদ্ধি' শীৰ্ষক অনুষ্ঠান আজি নগাঁৱৰ চিলঙনীৰ কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হয়।
নগাঁৱত সংকল্পৰ পৰা সিদ্ধি শীৰ্ষক অনুষ্ঠান
https://www.newsnextone.com/jajori-sangkalpo-sidhi-programme/#comments
382
তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখাটা চকত শুকুৰবাৰে নিশা এক জুৱাৰ ঘাটি উৎখাত কৰা হয়।
তামুলপুৰত চাৰি জুৱাৰী আটক
https://www.newsnextone.com/print/18037
383
নতুন দিল্লীঃ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী শীলা দীক্ষিতৰ শনিবাৰে দেহাৱসান ঘটে৷ হৃদ ৰোগত আক্ৰান্ত হৈ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে৷ এস্ক'ৰ্টত মুখ্যমন্ত্ৰীগৰাকীৰ হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাত আজি পুৱা দিল্লীৰ আখোলাস্থিত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ ১৯৯৮ ৰপৰা ২০১৩ লৈকে মুঠ ১৫ বছৰ ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শীলা দীক্ষিতে।
শেষ নিশ্বাস ত্যাগ কৰিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতে
https://www.newsnextone.com/delhi-ex-cm-shila-dixil-dead
384
পলাশবাৰী সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱা তথা অগপ চৰকাৰৰ দিনত মন্ত্ৰিত্ব লাভ কৰা যতীন মালীয়ে আজি আঞ্চলিক দলটোৰ সংগ এৰি আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছত।
অপমান সহিব নোৱাৰি' প্ৰাক্তন অগপ মন্ত্ৰী যতীন মালীয়ে যোগ দিলে কংগ্ৰেছত
https://assam.nenow.in/former-agp-mla-cum-minister-jatin-mali-joins-congress/
385
ষড়ানন বৰা, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ বিভিন্ন স্থানত এতিয়া গা কৰি উঠিছে অপৰাধী চক্ৰ।
নগাঁৱৰ চামগুৰিত চাঞ্চল্যকৰ ডকাইতি-কাণ্ড
https://www.newsnextone.com/samaguri-decoity-two-houses
386
অসমৰ সৰ্বসাধাৰণ জনগণ আৰু সকলো জাতীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬-ৰ তীব্ৰ বিৰোধিতা কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সময়তে চৰকাৰৰ মিত্ৰ দল অসম গণ পৰিষদেও বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক কোনোপধ্যে গ্ৰহণ কৰিব পৰা নাযায় বুলি স্থিতি স্পষ্ট কৰিছে।
নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত ৰঙিয়াত অগপৰ গণস্বাক্ষৰ অভিযান
https://janambhumi.in/VFdwRmVVMXFSVDA9/%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%A4%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A6%82%E0%A6%B6%E0%A7%8B%E0%A6%A7%E0%A6%A8%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A7%87%E0%A6%AF%E0%A6%BC%E0%A6%95-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A7%80%E0%A6%A4-%E0%A7%B0%E0%A6%99%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A4-%E0%A6%85%E0%A6%97%E0%A6%AA%E0%A7%B0-%E0%A6%97%E0%A6%A3%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%B0-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%BE%E0%A6%A8.html
387
বিজেপি বিধায়ক শিলাদিত্য দেবে এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি চলোৱা প্ৰচাৰৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিধায়কজনক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে।
উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা শিলাদিত্য দেবক গ্ৰেপ্তাৰ কৰক : কৃষক মুক্তি সংগ্ৰাম সমিতি
https://assam.nenow.in/%e0%a6%89%e0%a6%9a%e0%a7%8d%e0%a6%9a%e0%a6%a4%e0%a6%ae-%e0%a6%a8%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a7%9f%e0%a6%be%e0%a6%b2%e0%a7%9f%e0%a6%95-%e0%a6%85%e0%a7%b1%e0%a6%ae%e0%a6%be%e0%a6%a8%e0%a6%a8%e0%a6%be/
388
বৰপথাৰঃ অসমীয়াৰ গুৰু, নাট্যকাৰ, গীতিকাৰ, অসমীয়া জাতিৰ পথ প্ৰদৰ্শক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ৷ এইজনা মহান পুৰুষে অসমৰ সমাজ জীৱনত বিভিন্ন কাৰ্যৱালীৰে এখন সুন্দৰ অসমীয়া সমাজ গঢ়ি থৈ গৈছে৷ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষজনাৰ ৫৬৯তম জন্ম জয়ন্তী ৰাজ্যৰ বিভিন্ন ঠাইত ভক্তপ্ৰাণ ৰাইজে পালন কৰাৰ লগতে অহা ২৯, ৩০ চেপ্তেম্বৰ আৰু ১ অক্টোবৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে টেঙানী গলাই নামঘৰত আয়োজন কৰিবলৈ লোৱা হৈছে৷ তিনিওদিনৰ সকলোবিলাক কাৰ্যসূচীতে উদ্যাপন সমিতিয়ে সকলো ৰাইজৰ সহায়-সহযোগীতা কামনা কৰিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
টেঙানীত শংকৰদেৱৰ ৫৬৯ তম জন্মোৎসৱ পালন
https://www.newsnextone.com/sankardev-jayanti-in-tengani
389
ডিজিটেল ডেস্কঃ বৰ্তমানৰ অভিভাৱকৰ মুৰৰ কামোৰণি হৈ পৰিছে ফাষ্ট ফুড৷ খাদ্যাভাস বেয়া কৰি পেলোৱা ফাষ্টফুডৰ বাবে এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱাৰ সময়তে ফাষ্টফুড সংক্ৰান্তত এক গুৰুত্বপুৰ্ণ সিদ্ধান্ত লৈছে চৰকাৰে।
বিদ্যালয়ত নিষিদ্ধ ফাষ্ট ফুড
https://www.newsnextone.com/fastfood-banned-in-government-school-canteens-by-maharashtra-government/#comments
390
গুৱাহাটীঃ ২০১৮-১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে।
মেট্ৰিকৰ ফলাফল ১৫ মে'ৰ ৯ বজাত হ'ব ঘোষণা
https://www.newsnextone.com/tb-hlsc-result-seba-15-may/#comments
391
আকাশৰ উদ্যোগত বিশ্বনাথত চাৰ্লচ ডাৰউইনৰ তথ্যচিত্ৰ প্ৰদৰ্শন ৰূপজ্যোতি শইকীয়া, বিশ্বনাথ চাৰিআলি নৱেম্বৰ ২৫, ২০১৯ 0 ৭৬ বিশ্ববিখ্যাত প্ৰকৃতিবিদ চাৰ্লচ ডাৰউইনৰ সৃষ্টি 'দ্যা অৰিজিন অৱ স্পেচিছ' নামৰ সৰ্বকালৰ শ্ৰেষ্ঠ কিতাপখন ১৮৫৯ চনৰ ২৪ নৱেম্বৰত প্ৰকাশ হৈছিল।
আকাশৰ উদ্যোগত বিশ্বনাথত চাৰ্লচ ডাৰউইনৰ তথ্যচিত্ৰ প্ৰদৰ্শন - ভাল খবৰ
https://bhalkhabar.com/%e0%a6%86%e0%a6%95%e0%a6%be%e0%a6%b6%e0%a7%b0-%e0%a6%89%e0%a6%a6%e0%a7%8d%e0%a6%af%e0%a7%8b%e0%a6%97%e0%a6%a4-%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%a8%e0%a6%be%e0%a6%a5%e0%a6%a4/
392
চাবুৱাঃ বছৰৰ দ্বিতীয়টো বানত বিধ্বস্ত ৰাজ্যৰ ২৬ খন জিলা ৷ ২৬০০ খন গাঁৱৰ প্ৰায় ২৯ লাখ মানুহ এই বানত সৰ্ব্বশ্ৰান্ত হৈছে৷ মৃত্যু ঘটিছে ৫০ জন লোকৰ৷ তথাপি গা লৰা নাই ৰাজ্য চৰকাৰৰ৷ আহৰি নাই ভুক্তভুগীৰ খবৰ লবলৈ৷ নিজৰ হেঁপাহৰ ঘৰ খন এৰি আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তই লাভ কৰা নাই পৰ্যাপ্ত চৰকাৰী সাহায্য ৷ দুৰ্দশাগ্ৰস্থ লোকসকলক সকাহৰ বাট দেখুৱাই দিয়াৰ হকে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ডিব্ৰুগড় জিলা সমিতিয়ে বানাক্ৰান্তক সাহায্য প্ৰদান কৰে।
বানাক্ৰান্তক সাহায্য প্ৰদান ছাত্ৰ সংগঠনৰ
https://www.newsnextone.com/relief-from-youth-union-dibrugarh/#comments
393
নলবাৰীঃ অহা ৩ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৮৪ সংখ্যক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰি অহা গ্ৰন্থ মেলা খন ৪ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব।
নলবাৰীৰ ৮৪ সংখ্যক ৰাস মহোৎসৱত গ্ৰন্থ মেলাৰ বিশাল প্ৰস্তুতি
https://www.newsnextone.com/rash-book-fare-in-nalbari
394
গোৰেশ্বৰঃ বাগছা জিলাৰ গোৰেশ্বৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ নাওকাটা শাখাৰ পৰা গ্ৰাহকৰ অজ্ঞাতে বিপিএফ নেতাই ধন উলিয়াই নিয়াত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
আনৰ জমা ধনেৰে চলিছে গোৰেশ্বৰৰ বিপিএফ নেতা
https://www.newsnextone.com/bpf-leader-withdraw-others-deposit/#comments
395
নলবাৰীঃ উত্তৰ পূৱ ভাৰতৰ অন্যতম মহোৎসৱ নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ এইবেলি ৮৪ সংখ্যক ৰাস মহোৎসৱৰ আজি আনুষ্ঠানিক ভাবে লাইখুঁটা স্থাপন কৰা হয়।
নলবাৰীৰ ৮৪ সংখ্যক ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন
https://www.newsnextone.com/nalbari-rash-starting/#comments
396
ভাস্কৰজ্যোতি মেধি, নগাঁও আজি দুপৰীয়া নগাঁও চহৰৰ সমীপৱৰ্তী ম'হখুলিত ৰূপহী-গটঙা গড়কাপ্তানী পথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন ছাত্ৰৰ মৃত্যু হয়।
নগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা, দুজন ছাত্ৰৰ মৃত্যু
https://janambhumi.in/VFdwTmVVNXFhejA9/%E0%A6%A8%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A7%B1%E0%A6%A4-%E0%A6%AD%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A7%B1%E0%A6%B9-%E0%A6%AA%E0%A6%A5-%E0%A6%A6%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%98%E0%A6%9F%E0%A6%A8%E0%A6%BE,-%E0%A6%A6%E0%A7%81%E0%A6%9C%E0%A6%A8-%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%B0-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81.html
397
ায়৷ আঠখন গাঁও পঞ্চায়তৰ একমাত্ৰ আৰক্ষী চকী খনৰ নতুন গৃহ উদ্বোধনৰ সময়ত ধেমাজি জিলা পৰিষদৰ তদানীন্তন সভাপতি প্ৰয়াত নগেন্দ্ৰনাথ চুতীয়া আৰু ধেমাজি জিলা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি মৃদুপৱন চুতীয়াই উদ্বোধক তথা উত্তৰ অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক এছ এন সিঙক স্মাৰক পত্ৰ প্ৰেৰণ কৰি চকীখনক থানালৈ উন্নীত কৰাৰ দাবী জনায়।
চিচিবৰগাঁও আৰক্ষী চকীক থানালৈ উন্নীত কৰাৰ দাবী
https://www.newsnextone.com/cicibargaon-public-demand-ps
398
অৱশেষত আগন্তুক পঞ্চায়ত নিৰ্বাচনত এককভাৱে প্ৰতিদ্বন্দ্বিতাত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম গণ পৰিষদ দলে।
শেষ সিদ্ধান্ত; মিত্ৰতা নহয় অকলেই পঞ্চায়ত নিৰ্বাচনত নামিব অগপ
https://assam.nenow.in/assam-panchayat-election-agp-wont-form-alliance/
399
কাকপথাৰঃ তিনিচুকীয়া জিলা মীন বিভাগৰ সৌজন্যত আৰু বৰআলি উন্নয়ন সমিতিৰ তত্বাবধানত ২০১৭-১৮ বৰ্ষৰ গ্ৰাম্য আন্ত:গাঁথনি উন্নয়ন শিতানৰ অধীনত বৰআলি গাঁৱত প্ৰথম পৰ্যায়ত ২ হেক্টৰ মাটিত নতুন পুখুৰী (ৰাজহুৱা) খননৰ কাম শনিবাৰে আনুস্থানিকভাৱে শুভাৰম্ভ কৰা হয়।
বিধায়ক বলিন চেতিয়াই আৰম্ভ কৰিলে পুখুৰী খননৰ কাম
https://www.newsnextone.com/kakopather-pukhuri-balin
400
ন বছৰৰ পহিলা দিনাই গুৱাহাটীত সাংবাদিকৰ সৈতে মত বিনিময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ বিধি সন্দৰ্ভত কেন্দ্ৰক অসম চৰকাৰে পৰামৰ্শ দাখিল কৰিছে, প্ৰতিবাদৰ মাজতে নতুন বছৰৰ প্ৰথম দিনা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা।
কেন্দ্ৰক CAA বিধিক লৈ পৰামৰ্শ দিছে অসম চৰকাৰে, ৰাইজ শংকিত হ'ব নালাগে
https://assam.nenow.in/assam-submitted-recommendation-to-centre-on-framing-caa-rules-sonowal/