idx int64 0 141k | src stringlengths 5 1.52k | tgt stringlengths 5 8.31k |
|---|---|---|
800 | In the evening, a cultural event was organised. | মেলাৰ শেষত সন্ধিয়া এক সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰা হয়। |
801 | Why did we get here? | আমাৰ ঘৰলৈ কিয় আহিব? |
802 | He also urged them: Beloved ones, having this advance knowledge, be on your guard that you may not be led away [by false teachers and ungodly men] and fall from your own steadfastness. | ৰজা দায়ূদৰ দৰে আমি কিয় দৃঢ় হ’ব পাৰোঁ? |
803 | Is this teaching logical and Scriptural? | মানৱ জীৱন ৭০ বা ৮০ বছৰলৈ সীমিত । |
804 | For example, when the Israelites were being oppressed as slaves, Jehovah said to Moses: Unquestionably I have seen the affliction of my people who are in Egypt, and I have heard their outcry as a result of those who drive them to work. because I well know the pains they suffer. | ( যিচয়া ৬৩ : ৯) গতিকে আপুনি আশ্বাস ৰাখিব পাৰে যে আপোনাৰ দৰে বিশ্বাসী লোকৰ দুখত তেৱোঁ দুখিত হয় । |
805 | On the contrary, the Scriptures assure us that God is not unrighteous so as to forget your work and the love you showed for his name. | এই সন্দৰ্ভত গীতমালা ৰচোঁতাজনে এইদৰে লিখিছিল: “হে যিহোৱা, তোমাৰ তম্বুত কোনে প্ৰবাস কৰিব? |
806 | Notice what Jesus Christ clearly stated: There will be great tribulation such as has not occurred since the worlds beginning until now, no, nor will occur again. | ( যিহূদা ৬, ৭) কালক্ৰমে সেই সময়ত অনৈতিক যৌন কাৰ্য্য চাৰিওফালে বিয়পি পৰিল । |
807 | However, the school teachers do not agree. | কিন্তু বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলৰ কাতৰ প্ৰাৰ্থনা নুশুনে কোনেও। |
808 | It has the locals scared. | ফলত আতংকিত হৈ পৰে স্থানীয় বাসিন্দাসকল। |
809 | Breaking: Assam... | পৰোপকাৰিতাঃ অসমৰ . |
810 | A woman in Sweden found that this is what she had been looking for all her life. John 13: 35. 1 Thessalonians 5: 11. | ( খ) নিজৰ কৰ্ম্মৰ বাবে পৰিণামৰ সম্মুখীন হোৱা বুলি অনুতাপ কৰা ব্যক্তিজনক আপুনি কেনেকৈ শান্ত্বনা দিব পাৰে? |
811 | Highlighting for ILERPG | ILERPG ৰ কাৰণে আলোকপাত কৰা |
812 | The well - known expression of praise to Jehovah for he is good, for his loving - kindness is to time indefinite highlights this quality. | এই উক্তিটোৱে প্ৰেম গুণটোৰ ওপৰত বিশেষভাৱে জোৰ দিছে । |
813 | What is love for you? | তোমাৰ প্ৰেমত আৰু ক'ত যে কি ? |
814 | 10, 11. (a) How did Jesus show consideration for a man whose sight he restored? | পোহৰত চলি অগ্ৰগতি লাভ কৰা |
815 | Failed to load %s: %s | %s তুলি লোৱা নাযায়: %s |
816 | In case of programme components specifically meant for the adolescents, the age-group is 10-19 years. | এই প্রকল্পসমূহৰ জৰিয়তে ১৫-২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলে বিশেষভাবে উপকৃত হ’ব। |
817 | Use custom default terminal si_ze | স্বনিৰ্বাচিত অবিকল্পিত টাৰ্মিনেল আকাৰ ব্যৱহাৰ কৰক (_z) |
818 | Invert the case of selected text | নিৰ্বাচিত লিখনীৰ ফলা উলুটাওক |
819 | It didnt end here. | ইয়াতেই শেষ হোৱা নাই। |
820 | Having received as an inheritance various enclaves in Judah, the tribe of Simeon was geographically within the kingdom of Judah and Benjamin. | যিহূদাৰ বহুতো ক্ষেত্ৰ চিমিয়োন জাতিয়ে উত্তৰাধিকাৰ হিচাপে লাভ কৰিছিল । |
821 | Server returned bad LDAP response | চাৰ্ভাৰে বেয়া LDAP প্ৰতিক্ৰিয়া ঘুৰাই দিছে |
822 | Bzip2 compressed archive | Bzip2 ৰে সংকোচন কৰা আৰ্কাইভ |
823 | National Investigation ... | ৰাষ্ট্ৰীয় পৰীক্ষা . |
824 | You are lucky. | আপুনি ভাগ্যৱান। |
825 | A positive influence Josiah may have had during his early years could have come from his repentant grandfather, Manasseh. | যোচিয়াৰ ওপৰত পৰা ইতিবাচক প্ৰভাৱৰ বাবে শেষত এক উত্তম পৰিণাম কঢ়িয়াই আনিছিল । |
826 | The Union Cabinet chaired by Prime Minister Shri Narendra Modi has given its ex post facto approval to the Memorandum of Understanding (MoU) between India and Iran on the establishment of an expert group on trade remedy measures to promote cooperation in areas of mutual interest. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দুয়ো দেশৰ পাৰস্পৰিক লাভালাভৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ অৰ্থে ভাৰত আৰু ইৰাণৰ মাজত বাণিজ্যিক অসুবিধা দুৰীকৰণৰ উপায় সন্দৰ্ভত এটা বিশেষজ্ঞ গোট গঠনৰ পূৰ্বপ্ৰস্তাৱিত সিদ্ধান্ত অনুমোদন জনায়। |
827 | There are several places of worship in India, where women are still not allowed to enter or have restricted entry. | ভাৰতৰ বিভিন্ন স্থানত এনে কিছু মঠ-মন্দিৰ বা ধৰ্মীয় উপাসনাৰস্থলী আছে, য’ত মহিলাৰ প্ৰৱেশত বাধা আছে। |
828 | The two male actors are playing pivotal roles in the film. | দুয়োখন চলচ্চিত্ৰতে আদিলে পুৰুষৰ মূল ভূমিকাত অভিনয় কৰিছে। |
829 | It is learnt that goods worth lakhs were destroyed in the fire. | জানিব পৰা অনুসৰি অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। |
830 | Living life. | জীৱনৰ বাটত। |
831 | What lesson about handling differing viewpoints did Paul share with fellow believers? | সকলো খ্ৰীষ্টান ব্যক্তিৰ ভিন্ন বিচাৰধাৰা আৰু মনোবৃত্তি থাকিব পাৰে । |
832 | Files that are already backed up somewhere else, such as to a CD, DVD, or other removable media. | ফাইলসমূহ যি ইতিমধ্যে অন্য ঠাইত বেকআপ লোৱা আছে, যেনে এটা CD, DVD, অথবা অন্য আতৰাব পৰা মাধ্যম। |
833 | He appealed to the public not to panic. | সাধাৰণ জনতাক এন আৰ চিক লৈ ভীতিগ্ৰস্ত নহ’বলৈ তেওঁ বাৰাম্বাৰ আহ্বান জনাইছে। |
834 | and where? We will now consider two more questions related to Christs command to make disciples what? | “ সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া ” |
835 | Save Options | সংৰক্ষণ বিকল্পসমূহ |
836 | The password prompt was cancelled. | পাছৱাৰ্ড প্ৰমপ্ট বাতিল কৰা হৈছিল। |
837 | In view of the importance of the growth of the pharmaceutical Industry in both countries and importance of mutual cooperation in trade, production, research and development in the pharmaceutical sector, both Governments have been trying to establish a formal mechanism of bilateral cooperation. | ভাৰত আৰু উজবেকিস্তানে ঔষধ উদ্যোগৰ অগ্রগতিৰ গুৰুত্বৰ সন্দৰ্ভত বিবেচনা কৰাৰ সমান্তৰালভাৱে ফার্মাচিউটিকেল ক্ষেত্রত বাণিজ্য, উৎপাদন, গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে দুয়ো দেশৰ চৰকাৰে দ্বিপাক্ষিক সহযোগিতাৰ এক নিয়মমাফিক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈ আহিছে। |
838 | Attending Christian meetings and engaging in personal study will go a long way in helping us to develop and maintain an intimate relationship with Jehovah. | বাইবেল অধ্যয়ন আৰু সেই বিষয়বোৰ ধ্যান কৰাৰ দ্বাৰা আমি কেনেকৈ লাভবান হ’ব পাৰোঁ? |
839 | Often my son will fix his eyes on a picture and not want the page turned, noted one appreciative mother. | আগলৈ তেওঁ কৈছিল: “তাই তেনেদৰে কৈ থাকোঁতে হঠাতে যিহোৱাৰ সাক্ষীসকলে কোৱা কথাবোৰ মোৰ মনলৈ আহিল । |
840 | Renowned Actress Seema Biswas from Assam donates Rs 5 lakh for Assam Flood Relief | আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা অসম কন্যা , ছবি নিৰ্মাতা ৰিমা দাসে অসমৰ বানাক্ৰান্তক সাহাৰ্য্যৰ বাবে ১ লাখ টকা সাহাৰ্য্য প্ৰদান কৰিছে । |
841 | She speaks fine English. | তেওঁ সুন্দৰ ইংৰাজীত কথা কয়। |
842 | But I had never felt so good. | কিন্তু মইতো তাক ভাল পাওঁ বুলি কেতিয়াও দেখুওৱা নাই। |
843 | This description of what Gods Word can accomplish surely stamps the Bible as more than just a good book. | “ কিয়নো ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য - সাধক, আৰু আটাই দুধৰীয়া তৰোৱালতকৈয়ো চোকা,... |
844 | The Prime Minister, Shri Narendra Modi, today released a commemorative postage stamp on former Chief Minister of Uttar Pradesh, Late Shri Hemvati Nandan Bahuguna. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰয়াত হেমভাটী নন্দন বহুগুনাৰ সোঁৱৰণত এটি স্মাৰক ডাক টিকট মুকলি কৰে৷ |
845 | CCTV Vigil Intensified In Assam Assembly Secretariat | অসম বিধানসভা সচিবালয়ত চিচিটিভিৰ ব্যৱস্থা |
846 | How their lack of appreciation for Jehovahs undeserved kindness must have pained Paul! | তেওঁলোক তেওঁৰ প্ৰকৃত আধ্যাত্মিক ভাই আছিল । |
847 | Human beings cannot survive without nature. | গছ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে৷ |
848 | The amount is deposited in the bank. | বেংক একাউন্টৰ পৰাই অন্তৰ্ধান হ'ল সেই ধন। |
849 | "use the slider to adjust the ""feel"" between and ." | """অনুভৱ"" ক আৰু ৰ মাজত সমন্বয় কৰিবলৈ স্লাইডাৰ ব্যৱহাৰ কৰক।" |
850 | Today, some school grounds are so full of litter and debris that they resemble a garbage dump more than a place to play or exercise. | দৰাচলতে, পৃথিৱীৰ চাৰিওফালে থকা লোকসমূহৰ বাবে পৰিষ্কাৰ - পৰিছন্নতাৰ নিয়মসমূহ একেই নহয় । |
851 | Like trapeze artists or figure - skating partners, those seeking to build a good marriage depend greatly on a good partner. The Watchtower, May 15, 2001, page 16. | তেনেহ’লে উল্লেখ কৰা বিষয়বোৰক আলোচনা কৰাৰ সময়ত কেনেকৈ সেই দৃষ্টান্তসমূহক ব্যৱহাৰ কৰিব পাৰি তাৰ প্ৰতি কিয় মনোযোগ নিদিয়ে? |
852 | """No, no." | “নাই ঠগোৱা হে। |
853 | The patient had diabetes mellitus. | ৰোগীজন ডায়েৰীয়া সদৃশ ৰোগত আক্ৰান্ত আছিল। |
854 | are refreshing in their factual - based, well - researched, relevant real - world content. | প্ৰহৰীবুৰুজ আৰু সচেতন! |
855 | He had done his MA from DU, and his BA from Calcutta University. | তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি আৰু পিছত এল এল বি ডিগ্ৰী লৈছিল। |
856 | No valid active connections found! | কোনো বৈধ সক্ৰিয় সংযোগ চিনাক্ত কৰা নাযায়! |
857 | But that is totally wrong. | কিন্তু সেয়া সম্পূৰ্ণ মিছা কথা। |
858 | How was mildness evident in Gods dealings with Cain? | তেওঁ নিজৰ পুত্ৰ যীচু খ্ৰীষ্টৰ দ্বাৰা মুক্তিপণ বলিদানৰ প্ৰবন্ধ কৰিলে যাতে আমি নিৰ্ভয়ে তেওঁৰ কাষ চাপিব পাৰোঁ । — ৰোমীয়া ৬ : ২৩. ইব্ৰী ৪ : ১৪ - ১৬. ১ যোহন ৪ : ৯, ১০, ১৮. |
859 | Jesus first spoke of the privilege they would have of ruling with him in heaven. On the same occasion, Jesus referred to blessings that every one of his followers could enjoy. | নিৰন্তৰে যীচুক অনুকৰণ কৰাৰ সৈতে কি সন্মিলিত আছে? |
860 | All means of communication, including mobile and landline services and the internet, have been blocked. | ইন্টাৰনেট, ম’বাইলফোনৰ সেৱাকে ধৰি সকলো যোগাযোগৰ ব্যৱস্থা বৰ্তমান ৰাজ্যখনত বন্ধ ৰখা হৈছে। |
861 | CBI to produce Chidambaram in special court | চি বি আইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ'ব পি চিদাম্বৰমক |
862 | The sprout withers because the soil is shallow. | তৃতীয় বিধ মাটি হৈছে কাঁইটেৰে ভৰা, ইয়াৰ প্ৰতি আমি বিশেষকৈ মনোযোগ দিয়া উচিত, কিয়নো কিছুমাত্ৰাত এই মাটিৰ সাদৃশ্যতা ভাল মাটিৰ সৈতে প্ৰায়ে মিল খাই । |
863 | So the menacing lion does not cause us spiritual injury. The big snake may remind us of whom, and what do we need to do if we are under attack? | তদুপৰি, তেওঁলোকেহে ‘ তেওঁৰ দ্বাৰা দীৰ্ঘকাল পাই সন্তুষ্টি হব ’ অৰ্থাৎ অনন্তকালৰ জীৱন লাভ কৰিব । |
864 | Sometimes they jump into the canal. | কেতিয়াবা তেওঁলোকে জলপথৰেও গৰু সৰবৰাহ কৰে। |
865 | This day and that. | তাৰপাছত আৰু এদিন। তাৰপাছত… |
866 | There is much talk about security. | সুৰক্ষা সম্পৰ্কীয় কেইবাটাও বিষয় আলোচনা। |
867 | How Would You Answer? What could make us forgetful hearers? Why is total obedience to God essential? | ( ক) পাঁচনি পৌলে নিজৰ পত্ৰত কেনেধৰণৰ উৎসাহিত পৰামৰ্শ আগবঢ়াইছিল? |
868 | And another one! | আৰু এটা ৰ’দৰ পুৱা! |
869 | Choose a font to use for all sticky notes | সকলো স্টিকি নোটেৰ সাথে ব্যৱহাৰৰ বাবে এটা ফন্ট নিৰ্বাচন কৰক |
870 | %s: Empty server command for display %s | %s: ডিসপ্লে %s'ৰ বাবে ফাঁকা সেৱক কমান্ড উল্লিখিত |
871 | Two people have been injured. | আহত হৈছে দুজকৈ ব্যক্তি। |
872 | State of the window: i.e. maximized. | উইন্ডোৰ অৱস্থা: অৰ্থাত সৰ্বাধিক আকাৰ। |
873 | I specially urge my young friends to travel across India & see first hand the diversity of our vibrant nation. | মই বিশেষকৈ মোৰ যুৱ বন্ধুসকলক সমগ্ৰ দেশ ভ্ৰমণ কৰাৰ লগতে আমাৰ বিশাল দেশৰ বৈচিত্ৰতা স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনাইছোঁ। |
874 | Custom message... | স্বনিৰ্ধাৰিত বাৰ্তা... |
875 | Delete the selected bookmark or topic | চিহ্নিত পত্ৰচিহ্ন বা বিষয়টোক মচি পেলাওক |
876 | When the first man sinned against God, he forfeited perfect human life and all its prospects. | ( মথি ২০ : ২৬) যেতিয়া প্ৰথম মানৱে ঈশ্বৰৰ অহিতে পাপ কৰিলে তেতিয়া তেওঁ পৰিপূৰ্ণ হৈ নাথাকিল আৰু ভৱিষ্যতে থকা আশাও হেৰুৱালে । |
877 | But even more is involved than everlasting life. Why is everlasting life so desirable? | আকস্মিকভাৱে আমাৰ জীৱনত কেনে পৰিৱৰ্ত্তন আহিব পাৰে? |
878 | No doubt. Well, learning about all that Jehovah has done can have a similar effect on us. | সেই একেই মনোবৃত্তি আপুনি যিহোৱাৰ কাৰ্য্যৰ বিষয়ে শিকিবলৈ পাই প্ৰকাশ নকৰিবনে? |
879 | She became highly knowledgeable in the Vedas and Upanishads in the Vedic times and held intellectual debates with other philosophers. | বৈদিক কালত তেওঁ বেদ আৰু উপানিষদত অত্যন্ত জ্ঞানী হৈ পৰিছিল আৰু আন দাৰ্শনিকসকলৰ সৈতে বৌদ্ধিক বিতৰ্ক কৰিছিল। |
880 | The question is why it is so. | সেইটো প্ৰশ্ন মোক কিয় কৰে । |
881 | In the year 2015-16, Bonds worth Rs. 99,541 crore were floated by the participating States to clear 50% of the outstanding debt of States and outstanding CPSU dues in Jharkhand and Jammu & Kashmir. | ২০১৫-১৬ বিত্তীয় বৰ্ষত এই যোজনাত জড়িত হোৱা ৰাজ্যসমূহৰ দ্বাৰা ৰাজ্যসমূহৰ বকেয়া ঋণৰ ৫০ শতাংশ তথা ঝাৰখণ্ড আৰু জম্মু আৰু কাশ্মীৰত চিপিএছইউৰ বকেয়া ধনৰ ৫০ শতাংশ ঋণ পৰিশোধৰ বাবে ৯৯,৫৪১ কোটি টকা এক বণ্ড জাৰি কৰিছিল। |
882 | Please confirm. | অনুগ্ৰহ কৰি নিশ্চিত কৰক। |
883 | Later, the two continued talking on the phone. | তাৰ পিছত পাছত দুয়োজনে ফোনযোগে কথা-বাৰ্তা পাতি গৈছিল। |
884 | You can take it! | লগত লৈ যাব পাৰিবি! |
885 | Afghanistan, on the other hand, have not been able to register a single win in the tournament so far. | আনহাতে আফগানিস্তান দলটোৱে বৰ্তমানলৈকে এখনো মেচত জয়ী হ’ব পৰা নাই । |
886 | But I was scared of my mother. | ঃ কিন্তু দেউতালৈ মোৰ ভয় লাগে মা৷ |
887 | It was well that they did, for the builders of the altar replied that they had no intention of turning from pure worship. | ইস্ৰায়েলৰ অৱশিষ্ট ফৈদে এই কাৰ্য্যক বিশ্বাসঘাতী আৰু যিহোৱাৰ বিৰোদ্ধে বিদ্ৰোহী বুলি ভাবিলে । |
888 | What admonition did Jesus give concerning his coming? With what does Jesus compare the time of his presence? | ( ক) জল - প্লাৱনৰ বৃতান্তটো বিবেচনা কৰি আপুনি কেনেকৈ লাভৱান হৈছে? |
889 | File manager display preferences | ফাইল ব্যৱস্থাপক প্ৰদৰ্শন পছন্দসমূহ |
890 | Set the dialog title | ডাইলগৰ শীৰ্ষক সংহতি কৰক |
891 | The injured son have been admitted to the hospital. | আহত শিশুকেইটাক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। |
892 | I couldnt think. | ক’বলৈ গলে ভাবিব পৰা নাছিলো। |
893 | Nepals Prime Minister KP Sharma Oli will also attend the glittering ceremony. | প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলী, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰিপালা সিৰিসেনাৰ লগতে কেইবাগৰাকীও ৰাষ্ট্ৰনেতা। |
894 | It determines what your upbringing has been, how modern you are, how modern your thinking is. | আপোনাৰ নিজৰ দৈনন্দিত কাম-কাজৰ সময়ত পৰিৱেশ-অনুকূল দিশৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে নে নাই– নে তাৰ বিপৰীত অৱস্থাহে হৈছে, সেয়া জনা অতি জৰুৰী। |
895 | He stated: My food is for me to do the will of him that sent me and to finish his work. That is also our heartfelt desire. | কল্পনা কৰক, যীচুৰ এনে ব্যৱহাৰ দেখি তেওঁলোকে কিমান যে উৎসাহিত হ’ল! |
896 | I dont have any grudge. | মোৰ কোনো ল'ৰা খুলশালী নাই। |
897 | Everyone knows it. | পিছৰখিনি সকলোৱে জানেই। |
898 | Take this recipe to the kitchen | এই ৰেচিপীটো পাকঘৰলৈ লৈ যাওক |
899 | As a result he died. | ফলত তেওঁৰ থিতাতে মৃত্যু হয়। |
Subsets and Splits
Government-related Texts
Retrieves samples from the dataset where either the source or target text mentions government-related terms, providing insights into government-related content.
Media Source Filtered Entries
Retrieves records containing specific media organization names in either the source or target text, providing a basic filter for relevant entries.
Tamil-Telugu Sentences Over 5
Retrieves Tamil and Telugu translations with more than 5 words each, providing basic samples for comparative text analysis.